@@nituldeka7026 manuh gorakiye val kam koribo goisil. Tat jd kiba bhul hoisil heitu dekhau dile kam tu val hl heten. Kintu police, r স্বভাৱ সলনি nohoi ketiau
Baidew e dukhiyak hohai koribole jaute hamajik durotwo rokhya nokora dekhi arrest korile hoi...kintu tali thali aru mom loi homodol korahokole kar upokar korile teulukok je dekhi napale ...anekuwai din ahil.aru ki ki hoboloi goi ase thik nai.hosa kotha kolei arrest hobo lagibo
You r great mam 🙏🙏......but m really so sad for govt work ......bcz mr himanta bisw Sarma said that every gvt worker helpful hand fr week people so m really sad ....😥😥
উপকাৰিক অজগৰে খায় , এই ঘটনায় ইয়াকে বুজায়, ৰাজহুৱাকৈ কৱ নোৱাৰা বেয়া কথা কৈছে, তাতে এগৰাকী মহিলা শিক্ষয়িত্ৰীক, তাতে আকৌ CM ছাৰৰ constituency ত, হায় হায়, hope our CM sir.will suspend that police officer for rest of his service life, I m appeal to visit all P.S sudden visit as a general people than will able to know their original behaviours.
নিজে সেই কাম কৰিব নোৱাৰাত সেইবোৰ নতংকি কৰিছে নেকি? ঠিক আছে মনিছো যে বাইদেউ গৰাকী দুৰত্ব বজাই ৰাখিব লাগিছিল so সেই কথাটো অলপ বুজালেই হল। আৰু এনেকে নকৰি একেবাৰে থানাত লৈ যোৱাটো একদম গিননীয় কাম কৰিলে। এতিয়া মই কব বিচাৰোঁ যে কোনো এজন মাজুলীৰ আৰক্ষীয়ে আজিলৈকে দেখা নাই যে নিউজ চেনেল হক বা চচিয়েল মিডিয়াত হক আমাৰ মাজুলীৰ কোনো এজন আৰক্ষীয়ে এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা নাই so আনৰ সত কামত কোনো ধৰনৰ বিধি পথালি নিদিয়ে যেন। ধন্যবাদ।
Madam ami kotha to huni bor dukh paisu .publicka jiman kolau buji napai ..Apunar gat dukh nai. Policejona bormota dakhuaisa. Anadora hola kuna help koribo .
Right 🤣🤣 TET hol 1ta test teacher hobor krne........only teacher buli kolei hoi........CTET pass Kori teacher huwa burok CTET teacher buli kuneo nkoi....NET pass kora burok NET professor buli kuneo nkoi....TET pass Kori teacher kora burok aakow TET teacher 🤣🤣🤣
Jodi baido joni distance maintenance kori diya nashile tene hole police officer jone baido jonik hohai kori bostu bur bilai he dibo lagisile! Ami najanu tat ki hoisile, ji dekhisu heitu sai moi hudisu-- apunaluke jodi anekuwa kore tenehole kun manuhe amak dukhiya bilakok hohai koribo kok?
আৰক্ষীৰ এই নীচ কাৰ্যক ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ ।
প্ৰশাসনক super power দিছে যদিও মানৱীয় মূল্যবোধ বজাই ৰখা দৰকাৰ!
Super power dise karonei maje maje dulai u khabologia hoy
বাইদেউক এৰি দিব লাগে পুলিছ জনে বাইদেউক কথাসাৰ ভালকৈ বুজাইটো দিব পাৰিলে হৈ
অসভ্যলীৰ সীমা চেৰাই গৈছে
Police e aikidin kothae nhune singham hoi ase sob
Very bet
Right koisa
বেয়া লাগিল। আমি দুঃখিত বাইদেউ, আপুনি মহান।কিন্তু কিছুমানে নুবুজে
বাইদেউ অাজিৰ দিনত সচাৰ ভাত নাই,
মই ও উচিত কব নোৱাৰো,
মোৰ ও অাকৌ যাব লাগিব নহয়
Aku nai ari dia
ঠিক আছে কিবা এটি ভুল হৈছে ছাগে কিন্তু সৎ উদ্দেশ্য জৰিত আছে গতিকে FIR হব নালাগে পুলিচেও কিছুমান চিন্তা কৰিব লাগিব ।
Bhogobaane xhoxhai korobo. Missa kotha jodi aarokhir hoi, ene gorhit karjyo kora aarokhiye nije corona affected hoi sot photai moribo....khatang kotha...lukor onisto korile, nijoru onisto hobo...
I am proud & salute to mam 👌
পুলিচ জনৰ ওপৰত ব্যৱস্থা লব লাগে
আপোনাক ভগৱানে সহায় কৰিব
Police jnr name2 kbo
ধিক অসম পুলিচ। তহত পুলিচবোৰে অপৰাধীক তো কৰায়ত্ত কৰিব নোৱাৰা। এতিয়া ও চোন পলাই আছে নিমাজুদ্দিনত যোৱা শ শ মানুহ । আচলতে পুলিচবোৰৰ ব্যৱহাৰ বহুতে বেয়া। তহতে সমাজত কেতিয়াও ভাল স্থান নোপোৱা। শিক্ষকক অলপ সন্মান কৰিবলৈ শিকিবা। শিক্ষক হল দ্বিতীয় ভগৱান
পুলিচজন চাকৰি কৰাৰ যোগ্য নহয় ।বাইদেউলৈ সহস্ৰ প্ৰণাম জনালোঁ ।
অকল বাইদেউ জনী বুলিও নহয় এজনী মহিলাই দুখীয়াক সাহাৰ্য্য প্ৰদান কৰাৰ ক্ষেত্ৰত অপব্যৱহাৰ কৰা পুলিচ অফিচাৰ জনৰ ওপৰত চৰকাৰে কঠোৰ পদক্ষেপ লোৱাটো উচিত বুলি গণ্য কৰিব পাৰি । এজনী মহিলাই কণ কণ লৰা ছোৱালীক শিক্ষা প্ৰদান কৰাৰ ওপৰিও দুখিয়াক সাহাৰ্য্য আগবঢ়োৱাটো গৌৰৱৰ কথা বুলি নাভাবি লক আপত ভৰাই দিয়াটো অযোগ্য বুলি মন্তব্য প্ৰকাশ কৰিব পাৰি ।
Great work Baidew👍🏻
Police, e ঘোছ he sini pai sage (?)
Right
উম কথাটো হয়
Vul nohole janu kunubai karubak oporadhi mane
@@nituldeka7026 manuh gorakiye val kam koribo goisil. Tat jd kiba bhul hoisil heitu dekhau dile kam tu val hl heten. Kintu police, r স্বভাৱ সলনি nohoi ketiau
আপোনাক মোক ঘৰত থৈ পুলিছে ৰিকচ লৈ কাম কৰি গৈছে...পুলিচ বিলাকৰ ও সংসাৰ আছে. বাইদেউ ভাল কাম কৰিছে আৰু পুলিচ ও হেৱা আগ বঢ়ায় গৈছে. আমি সজাগ হৈ কাম কৰিব লাগিব
বাইদেউ আপুনি কোনো অপৰাধ কৰা নাছিলে কাৰন যিবিলাকে আপোনাক অপমান কৰিলে তেওঁ লোকৰ মানবতা নাই।অসমৰ প্ৰতিজন সচেতন নাগৰিকে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছে । জয় আই অসম জিন্দাবাদ।
বশুত ভাল কাম করিছে বাইদেউ আপোনি
Suspension কৰি দিব লাগে এই পুলিচ বিষয়া জনক ।
আৰক্ষী বিষয়া জনৰ ওপৰত একচন ল'ব লাগে , এগৰাকী ভদ্ৰ মহিলা ক অশালীন ব্যৱহাৰ কৰিবলে তেওক কোনে অধিকাৰ দিলে ,?
আমি করিমগঞ্জ উজান ডিহি থেকে
Medam আপনাকে অসংখ্য ধন্যবাদ আপনার সমমান আরু বেসি বাড়ি গইছে
আমি আপনাকে selut জানাচ্ছি আন্তরিক অভিনন্দন জানিয়ে আপনার মনগল কামনা করছি জয় I axm
ধিক্কাৰ দিছো সেইসকলক
কি যে হ'ব ,,,উলটিলেও গাঁঠি,পালটিলেও গাঁঠি,😔😔😔😔
বহুত দুখ লাগিল। এনেকুৱা হলে সামাজিক কাম কাজ কৰিবলৈ ভাল মানুহখিনি থমকি ৰব।আপুনি ভাল কাম কৰিছে বাইদেউ।
বাইডেউ আপোনি মহান ...মহান মানূহক ভগৱানে পৰিক্ষা কৰি চাই ..আপোনাক আৰক্ষীয়ে েগ্রপতাৰ কৰিছে বুলি আপোনি নিজৰ মহানতা এৰি নিদিব যদি এৰি দিয়ে তেনতে আপোনি ভগৱানৰ পৰিক্ষাত ফেল হৈ যাব ...ভগৱানে আপোনাৰ মন খন পৰিক্ষা কৰি চাইছে ....
keep up mam .god bless you .
Thanks medam , দুখ নকৰিবা ৷
Salute baideo ami sokolu apunar logot asu
যি জন পুলিছে গেপ্তাৰ কৰিছিল ,হেই জনে এই বাইদেউ গৰাখীৰ ওচৰত ক্ষমা খোজক।
কিয় পুলিচ বেয়া কৰিলে নেকি. আমি সজাগ হৈ কাম কৰিব লাগিব. বাইদেউ ভাল কাম কৰিছে. পুলিচও ভাল কাম কৰিছে.. কথাবোৰ চায় কমেণ্ট কৰিব
@@hemangarajkonwar914 এই বুলি থানাত লৈ যাব লাগে নেকি??
এজন শিক্ষক সদাই ওপৰত। শিক্ষকক সন্মান কৰিব লাগে সকলোৱে।
@@SanjayDas-dl9sl শিক্ষক ক সন্মান কৰাতো আমাৰ কতব্য.. কিন্তূ কেতিয়াবা শিক্ষকৰো ভুল হই..
@@hemangarajkonwar914 শিক্ষক ৰ ভূল হলে অপমান নকৰি বেলেগ ধৰণে শুধৰাই দিব লাগে দাদা।
পুলিচৰ অতপালিও বাহিচে। মন্তী ডাঙৰীয়া কি হৈছে এইবোৰ । কোনেও নকৰিব সহায় এনে কৰিলে ।
You are great madam.
Background music dhuniya lagise👌
More strength to her ❤️🙏
You are great mem
What a Assam police ........Mam we love the work that you have done to help the poor people great thanks to you mam.
Baidew apuni Duke nokoribo apunak dukhiar morom aru bhagowanar ashirbad a hohai koribo. 👍👍👍🙏
Baidew e dukhiyak hohai koribole jaute hamajik durotwo rokhya nokora dekhi arrest korile hoi...kintu tali thali aru mom loi homodol korahokole kar upokar korile teulukok je dekhi napale ...anekuwai din ahil.aru ki ki hoboloi goi ase thik nai.hosa kotha kolei arrest hobo lagibo
Dukiyak hohay kra hklk mur falorr pora koti koti pronam..hy Hy baideho Apuner any beboharth Hami duk paisu..so continue your work mem.... please Amuthi vat diyok.......!🙏🙏🙏🙏🙏🙏🙏
moi sarkarok aanurodh jonaiso
hai jon polic offisarok saspen kori jalot homai dib lage
পুলিচ জনে hero হব বিছাৰিচিল হৈ গল jero but বাইদেউ গোটেই অসমতে আজি hero হৈ গল দুখ নকৰিব বাইদেউ আগলৈ আগুৱাই যোৱা ।।।।
দুখীয়াক সহায় কৰাটো যদি অপৰাধ হয়, তেন্তে কি যে হব ?
Sir jon.e power dekhise jen lagile 🙏🙏
দুখীয়া মানুহক সহায় কৰিবলৈ যাওঁতে যদি অপৰাধ বুলি ভাবে। তেন্তে পুলিচ প্ৰশাসনৰ বিষয়া সকলে সাহায্য বিতৰণ কৰি যাওক। এইটো মোৰ ব্যক্তিগত অনুৰোধ
বাইদেউ আপুনি বিষয়টো শিক্ষা মন্ত্ৰীক অৱগত কৰক , আৰু এনেকুৱা বিষয়া সকলৰ বাবে আজি অসমীয়া খিলঞ্জীয়া মানুহৰ এনে অৱস্থা ।
আৰক্ষী ঠিক কৰা নাই
arokhie nij issa mote kora nai..
She is one of the best and kind hearted bhaideos
Salute...baidew. usit bisar hob lage...jai hind jai Bharat
Thanks baido
Aitu Bhul kotha hoise.Jitu officer duty.t asil teok warning dibo lage.aru Aigoraki Baideu.k Khyoma khujok.
Right
Right...
baidew apuni great....
Govt. Should take action ......
বাইদেউজনীয়ে প্ৰশাসনৰ আগতীয়াকৈ অনুমতি লব লাগিছিল বা গাওঁবুঢ়াক এপ্লিকেচন দিব লাগিছিল৷ তথাপিও ঘটনাটোত দুঃখ লাগিছে৷ হয়তো উপযুক্ত সজাগতা নোহোৱা বাবে ঘটনাটো ঘটিল৷ পুলিচে বুজাই বঢ়াই এৰি দিলে ভাল আছিল৷
Vogwan ase baidew...apuni dukh nokoribo. Hihote beya behave korise aku nai. Apunar uport vogwanor aakhirbad ase. May God bless you.
Salute Singham sir...., Aponi a super man aponi a saktiman aponi reall hero....,.
Dukhiya hisape aponr kajyak adori jonaiso Moi,, ami ajon asomiya hisape gaourab anuvab kro..aponak loi.!!
@Dhik aponr manokhikota
আমাৰ অসম পুলিচে দেখিছোঁ এইবাৰ ভাল কামেই কৰি আছে । কিন্তু তাৰ মাজতে এনেকুৱা কিছুমান বাহ বাহ লৈ ভালপোৱা পুলিচে ৰজাঘৰীয়া ৰ বাহ বাহ ল'বলৈ গৈ কি কৰে গমেই নাপায় ।।।
It is not acceptable. Mam, i proud of you.
আমাৰ নিচিনা মানুহক চৰকাৰে সহাই নকৰে।আৰু কোনুবাই সহাই কৰিলে তাক কি ৰঙা ঘৰৰ আলকহি কৰিব নেকী। আজি মোৰ ৰেছন কাড নাই আৰু একো চৰকাৰি সাহাজ্য নাই। আমি দিন হাজিৰা কৰো এতিয়া বন্ধ ।এতিয়া কি কৰো কি খাম অলপ ভাবি চাব।চৰকাৰৰ সাহাজ্য আহিছে কিন্তুু এই বোৰ কিন্তুু বিতৰন কৰা বোৰে আধা বাটত খাই পেলাই। এই মেছেজ টো যাতে আমাৰ মন্তুি মহোদৰ ওচৰৰ পাই। phon=7637972324
You r great mam 🙏🙏......but m really so sad for govt work ......bcz mr himanta bisw Sarma said that every gvt worker helpful hand fr week people so m really sad ....😥😥
I am proud this mam r u great mam place respect this mam
বাইদেউক এৰি দিব লাগে৷ দুখীয়াক সহায় কৰাটো একো ভুল নহয়৷
Himnto sir ki koresa. news ni sowa nake .police2 suspended koribo lage
দুঃসময়ৰ দু খৱৰ !
Bohut dukh lagil deiii.. Npai ankua krbo...
nirdukhik dukhi hojuatu bht hohoj ajikli
So sad...
প্ৰশাসনৰ এনে কায্য অলপো ভাল লগা নাই , প্ৰশাসনেও দুখীয়া ৰাইজক সহায়ৰ হাত আগবহালেহে ধন্যবাদৰ পাত্ৰ হব ,
বিপদত সহায় কৰাজন অপৰাদী হব পাৰে নেকি কি যে কাহিনী মোৰ বুজাবলৈ ভাষা নাই|
Asssam police anakuwa ha wow proud feel hol daa 😔😔😔
বেয়া লাগিল
Police buli nijoke keneke sinaki dib Pasot🤭🤭🤭
পুলিচ বিষয়াজনৰ এই কামটো পছন নকৰিলো ।অলপ বুজাই দিব লাগিছিল।
উপকাৰিক অজগৰে খায় , এই ঘটনায় ইয়াকে বুজায়, ৰাজহুৱাকৈ কৱ নোৱাৰা বেয়া কথা কৈছে, তাতে এগৰাকী মহিলা শিক্ষয়িত্ৰীক, তাতে আকৌ CM ছাৰৰ constituency ত, হায় হায়, hope our CM sir.will suspend that police officer for rest of his service life, I m appeal to visit all P.S sudden visit as a general people than will able to know their original behaviours.
নিজে সেই কাম কৰিব নোৱাৰাত সেইবোৰ নতংকি কৰিছে নেকি? ঠিক আছে মনিছো যে বাইদেউ গৰাকী দুৰত্ব বজাই ৰাখিব লাগিছিল so সেই কথাটো অলপ বুজালেই হল। আৰু এনেকে নকৰি একেবাৰে থানাত লৈ যোৱাটো একদম গিননীয় কাম কৰিলে। এতিয়া মই কব বিচাৰোঁ যে কোনো এজন মাজুলীৰ আৰক্ষীয়ে আজিলৈকে দেখা নাই যে নিউজ চেনেল হক বা চচিয়েল মিডিয়াত হক আমাৰ মাজুলীৰ কোনো এজন আৰক্ষীয়ে এনে ধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা নাই so আনৰ সত কামত কোনো ধৰনৰ বিধি পথালি নিদিয়ে যেন। ধন্যবাদ।
বাইদেউ চিন্তা নকৰিব ভগবান ৰূপী মানুহৰ ওপৰত দানবে একো কৰিব নোৱাৰে
Police buli gorom dekhaise..mohilak Respect koriba nojana police officer ase hunibole bahut bea lagise
Nice sir
আমি পাবলিকে কৰা কামবোৰ ভুল। কিন্তু পুলি ছে কৰা বুৰ ভুল নহয় নেকি ,
মোৰত গবৰ আচে নেকি দূখিযাক সহায় কৰিচে ভাল হে পাব লাগে বাইদেউক
Madam ami kotha to huni bor dukh paisu .publicka jiman kolau buji napai ..Apunar gat dukh nai. Policejona bormota dakhuaisa. Anadora hola kuna help koribo .
ভাল কাম কৰিলেও বিপদ, বেয়া কাম কৰিলেও বিপদ এয়া পৃথিৱী ধবংসৰ সময় নে?
Direct Teacher buli kole hol. . . . Ki TET teacher koi thakibo lage baru.etu education dept.or belag post nki. 😂😂😂😂
Right 🤣🤣 TET hol 1ta test teacher hobor krne........only teacher buli kolei hoi........CTET pass Kori teacher huwa burok CTET teacher buli kuneo nkoi....NET pass kora burok NET professor buli kuneo nkoi....TET pass Kori teacher kora burok aakow TET teacher 🤣🤣🤣
Permanent nhoi je.....
@@prokitiaxom1522 TET pass Kori teacher kora bur permanent nhoi nki?? 🤣 Amar usorot bohut aase aru sob permanent hoi
পুলিচ গাল কিবা হৈছে । তহতি কিমান সহায় কৰিছ । বাইদেউ গাৰাকি একো ভূল নাই
কিছুমান পুলিচ এ নিজকে কি বুলি ভাৱে জানো..
Please leave her
HBS sirএ নিশ্চয় কিবা এটা ব্যৱস্থা লব।
I'm requesting to our finance minister
Plj look out this matter
And immediate take a action against this cop
And suspended him
And close the file
এগৰাকী হব লাগিছিল
Baideu apuni Mohan apunar eai mohanubhutik khanman jonaisu🙏🙏🙏🙏
কেনে ধৰণৰ কাম কিছুমান কৰে এই সকলে ভাৱিব নোৱাৰি। তেওঁ বুজায়ো দিব পাৰিলে হেতেন
The officer who have done this should be suspended
ভাল কামৰ মূল্য নাই আজিকালি । এৰিব লাগে বিনা চৰ্ত্তে।
Direct beya Kam koribo lage
Yes eman val kam kori kihor jamin lobolaga.
ক্ষমতা দিলেই বুলিয়েই পুলিচে মানৱীয় মুল্যবোধ বুজা উচিত
Jodi baido joni distance maintenance kori diya nashile tene hole police officer jone baido jonik hohai kori bostu bur bilai he dibo lagisile! Ami najanu tat ki hoisile, ji dekhisu heitu sai moi hudisu-- apunaluke jodi anekuwa kore tenehole kun manuhe amak dukhiya bilakok hohai koribo kok?
I think, police must say sorry to her....
Enekuwa kisuman police r babe gutei police bilakok manuhe beya sokure sai...bishakh nokore. Samajik duratta bojai rakhiboloi warning eta diya holei jothesto asil
Baido Tumi bohut val korisa,aaru aagoloiyo kori jaba niti niyomor majere, police ai horo kotha bur Kia buji napale take vabile kiba lage ,,
Maidam .you are great.
Police should have warned her ..... she shouldn’t have been taken to the police station ..... this will discourage all those who want to help
Minister of finance health and education should take strict action against such police personal
God bless u ma'am....Assam police go back
This is very sad
Asam police & Sorkar Lei Lei Sei Sei...