ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Oti sundor bap
dhonyabad bap
অপূৰ্ব অপূৰ্ব অপূৰ্ব।ভগৱানে আপোনাক কি যে এটি কণ্ঠ দিছে। প্ৰথম বৰগীতটি সম্পূৰ্ণকৈ দিবলৈ অনুৰোধ জনালো। কৃষ্ণ
বহুত বহুত ধন্যবাদ আপোনাক
Krishna bapjon "LALIT" raag vagi aagbohaboloi anirudh jonalu.
Anurudh
Dhonyabad,nissoi pabo
@@bharatgohainmusicpark392 krishna bapjon krishna
@@NayanmoniDuarah-sq5mu krishna
অশেষ ধন্যবাদ জনালোঁ 🙏🙏
ধন্যবাদ
বহুত সুন্দৰ হৈছে দেই, উঠি অহা নৱ প্ৰজন্মৰ কাৰণে বহুত ধুনীয়া হৈছে আৰু শিকিব পাৰিব ধুনীয়াকৈ। কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শঙ্কৰ ।
বহুত. বহুত. ধন্যবাদ আপোনাক.
আপোনাকো ধন্যবাদ জনালোঁ
কৃষ্ণ বাপ ৰাগ ভূপালীটো দিব পাৰিব নেকি? কৃষ্ণ 🙏🙏
নিশ্চয় পাৰিম বাপ
কৃষ্ণ কৃষ্ণ বাপ,বহুত ভাল লাগিল। আপোনাৰ সিন্ধুৰা ৰাগ টো মোৰ কেনা লাগি আছিল, সেই খিনি পূৰ্ণ হ'ল।আগলৈ আৰু ৰাগ দিবচোন।আপোনাক বহুত বহুত ধন্যবাদ।কৃষ্ণ কৃষ্ণ
কৃষ্ণ আই নিশ্চয় ৰাগসমূহ ক্ৰমান্বয়ে পাই থাকিব৷ধন্যবাদ আপোনালৈও
Krishna bohut bohut dhanyavad raag vagi diya karone krishna
কৃষ্ণ ৷ধন্যবাদ
আশোৱাৰি ৰাগৰ বৰগীত দিনৰ কোন সময়ত গাব লাগে বাৰু জনাব নেকি। কৃষ্ণ
আশোৱাৰী ৰাগ গোৱাৰ সময় গধুলীহে
আপোনাক অশেষ ধন্যবাদ।ৰাগৰ প্ৰতি অলপো ধাৰণা নাছিল। আপোনাৰ পৰা বহুত উপকৃত হৈছো । আগলৈও এনেকৈয়ে ৰাগবোৰ পাই থাকিম বুলি আশা থাকিল।
ধন্যবাদ ৷ নিশ্চয় পাব
বৰ সুন্দৰ হৈছে।ভাই দেখো কমলাপতি বৰগীতটো দিবছোন ৰাগৰসৈতে
নিশ্চয় চেষ্টা কৰিম দিবলৈ
ভাল লাগিল। পাৰিলে কেইটামান বড়গীতো গাই দিবচোন গায়ন শৈলী বুজিব পৰা যাব কৃষ্ণ।
নিশ্চয়
বৰ সুন্দৰ।ভাগৱতৰ ভাগৱত মূৰ্ত্তিভাগৰ আসুৱাৰি ৰাগত ভিডিঅ এটা দিবাচোন।
চেষ্টা কৰিম
Val lage sir aapunr video bur🥰🥰 Aapunar usort protikhyo vabe hikino mon goise... Parim niki ...
Dhonyobad. Ghor kot jonabo sun
বহুত বহুত ভাল লাগিছে কৃষ্ণ বাপ
ধন্যবাদ বাপ
অহিৰ ৰাগ দিব দাদা
নিশ্চয় পাব
বহুত সুন্দৰ পৰিৱেশন ।ছাৰ আগলৈ বাকি ৰাগখিনিও দিব।❤
ধন্যবাদ আপোনালৈ৷ ৰাগবোৰ ক্ৰমান্বয়ে দি আছো৷
এই দুয়োটি বৰগীত সম্পূৰ্ণ দিব নোৱাৰিনে বাপ। আপোনাৰ গায়ন শৈলী বৰ সুন্দৰ
@@bipulchandraborah5970 দিবলৈ চেষ্টা কৰিম বাপ
ৰাগ ভাগ আগত যোগ নহ'ল যে।
বৰগীতৰ মাত্ৰ ধ্ৰুংটিহে অলপ গুণগুণাই দিয়া হৈছে৷ তাৰ ৰাগটি কেনেকৈ গাব লাগে তাৰ বিষয়ে দিয়া আছে৷ভিডিঅটি সম্পূৰ্ণ চালে গম পাব৷কৃষ্ণ
Sundar
dhonyobad
বৰ সুন্দৰ হৈছে ।
thank you so much... basanta raag tu dibo plzz
th-cam.com/video/Vyu0NHT2rfc/w-d-xo.htmlsi=w1bubf_l5gftz2hT
Raagtu diya ase linktut sabo
Satisfied
আপুনি বহুত সুন্দৰকৈ শিকাই। পাৰিলে স্বৰলিপি সমুহ লিখিত ৰূপত দিবলৈ চেষ্টা কৰিব । ধন্যবাদ।
নিশ্চয়৷ দিমবাৰু
ভাওনা গীত সমুহ দিয়া
Okk
মাজৰ ডোখৰ উলত পালত হৈছে
কেদাৰ ৰাগতো দিব ছোন শিকিবলৈ বৰমন গৈছে
নিশ্চয় পাব৷
❤বৰ সুন্দৰ হৈছে ৷ তোমাৰ ঘৰ ক’ত হয় ৷ নাম্বাৰটো দিবাচোন।
ধন্যবাদ৷মোৰ ঘৰ তিনিচুকীয়া ফিল’বাৰী৷6000602938
Nice
বৰগীতৰ ধূঙৰ লগত পদো দিব বুলি আশা কৰিলো
@@kamaljitthakuria5885 নিশ্চয়
ভাল লাগিল কিন্তু উত্তৰ ভাৰতৰ লগত ঠাট্ কিয় বা নিমিলে।
ধন্যবাদ ৷ শংকৰদেৱৰ ৰাগৰ স্বৰসমূহ শাস্ত্ৰীয় সংগীতৰ ৰাগসমূহৰ স্বৰসমূহ কিছু পৃথক
Keep it up
Oti sundor bap
dhonyabad bap
অপূৰ্ব অপূৰ্ব অপূৰ্ব।ভগৱানে আপোনাক কি যে এটি কণ্ঠ দিছে। প্ৰথম বৰগীতটি সম্পূৰ্ণকৈ দিবলৈ অনুৰোধ জনালো। কৃষ্ণ
বহুত বহুত ধন্যবাদ আপোনাক
Krishna bapjon "LALIT" raag vagi aagbohaboloi anirudh jonalu.
Anurudh
Dhonyabad,nissoi pabo
@@bharatgohainmusicpark392 krishna bapjon krishna
@@NayanmoniDuarah-sq5mu krishna
অশেষ ধন্যবাদ জনালোঁ 🙏🙏
ধন্যবাদ
বহুত সুন্দৰ হৈছে দেই, উঠি অহা নৱ প্ৰজন্মৰ কাৰণে বহুত ধুনীয়া হৈছে আৰু শিকিব পাৰিব ধুনীয়াকৈ। কৃষ্ণ, জয় গুৰু শ্ৰীমন্ত শঙ্কৰ ।
ধন্যবাদ
বহুত. বহুত. ধন্যবাদ আপোনাক.
আপোনাকো ধন্যবাদ জনালোঁ
কৃষ্ণ বাপ ৰাগ ভূপালীটো দিব পাৰিব নেকি? কৃষ্ণ 🙏🙏
নিশ্চয় পাৰিম বাপ
কৃষ্ণ কৃষ্ণ বাপ,বহুত ভাল লাগিল। আপোনাৰ সিন্ধুৰা ৰাগ টো মোৰ কেনা লাগি আছিল, সেই খিনি পূৰ্ণ হ'ল।আগলৈ আৰু ৰাগ দিবচোন।আপোনাক বহুত বহুত ধন্যবাদ।কৃষ্ণ কৃষ্ণ
কৃষ্ণ আই নিশ্চয় ৰাগসমূহ ক্ৰমান্বয়ে পাই থাকিব৷ধন্যবাদ আপোনালৈও
Krishna bohut bohut dhanyavad raag vagi diya karone krishna
কৃষ্ণ ৷ধন্যবাদ
আশোৱাৰি ৰাগৰ বৰগীত দিনৰ কোন সময়ত গাব লাগে বাৰু জনাব নেকি। কৃষ্ণ
আশোৱাৰী ৰাগ গোৱাৰ সময় গধুলীহে
আপোনাক অশেষ ধন্যবাদ।ৰাগৰ প্ৰতি অলপো ধাৰণা নাছিল। আপোনাৰ পৰা বহুত উপকৃত হৈছো । আগলৈও এনেকৈয়ে ৰাগবোৰ পাই থাকিম বুলি আশা থাকিল।
ধন্যবাদ ৷ নিশ্চয় পাব
বৰ সুন্দৰ হৈছে।ভাই দেখো কমলাপতি বৰগীতটো দিবছোন ৰাগৰসৈতে
নিশ্চয় চেষ্টা কৰিম দিবলৈ
ভাল লাগিল। পাৰিলে কেইটামান বড়গীতো গাই দিবচোন গায়ন শৈলী বুজিব পৰা যাব কৃষ্ণ।
নিশ্চয়
বৰ সুন্দৰ।ভাগৱতৰ ভাগৱত মূৰ্ত্তিভাগৰ আসুৱাৰি ৰাগত ভিডিঅ এটা দিবাচোন।
চেষ্টা কৰিম
Val lage sir aapunr video bur🥰🥰
Aapunar usort protikhyo vabe hikino mon goise... Parim niki ...
Dhonyobad. Ghor kot jonabo sun
বহুত বহুত ভাল লাগিছে কৃষ্ণ বাপ
ধন্যবাদ বাপ
অহিৰ ৰাগ দিব দাদা
নিশ্চয় পাব
বহুত সুন্দৰ পৰিৱেশন ।ছাৰ আগলৈ বাকি ৰাগখিনিও দিব।❤
ধন্যবাদ আপোনালৈ৷ ৰাগবোৰ ক্ৰমান্বয়ে দি আছো৷
এই দুয়োটি বৰগীত সম্পূৰ্ণ দিব নোৱাৰিনে বাপ। আপোনাৰ গায়ন শৈলী বৰ সুন্দৰ
@@bipulchandraborah5970 দিবলৈ চেষ্টা কৰিম বাপ
ৰাগ ভাগ আগত যোগ নহ'ল যে।
বৰগীতৰ মাত্ৰ ধ্ৰুংটিহে অলপ গুণগুণাই দিয়া হৈছে৷ তাৰ ৰাগটি কেনেকৈ গাব লাগে তাৰ বিষয়ে দিয়া আছে৷ভিডিঅটি সম্পূৰ্ণ চালে গম পাব৷কৃষ্ণ
Sundar
dhonyobad
বৰ সুন্দৰ হৈছে ।
ধন্যবাদ
thank you so much... basanta raag tu dibo plzz
th-cam.com/video/Vyu0NHT2rfc/w-d-xo.htmlsi=w1bubf_l5gftz2hT
Raagtu diya ase linktut sabo
Satisfied
ধন্যবাদ
আপুনি বহুত সুন্দৰকৈ শিকাই। পাৰিলে স্বৰলিপি সমুহ লিখিত ৰূপত দিবলৈ চেষ্টা কৰিব ।
ধন্যবাদ।