স্পষ্টীকৰণ🙏

แชร์
ฝัง
  • เผยแพร่เมื่อ 20 ส.ค. 2024
  • facebook post r স্পষ্টীকৰণ🙏vul nubujibo
    ‪@JIBONOREITUHITU-MADHURIMA‬

ความคิดเห็น • 560

  • @nomiburagohain6118
    @nomiburagohain6118 20 วันที่ผ่านมา +9

    তোমালোকে Acting এৰি দিলেও একো বেয়া নালাগে এতিয়া আগত কে Acting চাই ভাল লাগে

  • @livethemomentwithmamunu
    @livethemomentwithmamunu 11 หลายเดือนก่อน +5

    তোমালোকে অভিনয় ভাল কৰা ❤ যি হল হল আগুৱাই যোৱা। নিজৰ মনটোক কষ্ট নিদিবা। সৰু সৰু ভন্টি কিজনি সদায় হাঁহি ফুৰ্টিৰে থকা আৰু সকলোকে সহুৱাই থাকিবা 🤗

  • @nostalogiavlogdevid.dipank1485
    @nostalogiavlogdevid.dipank1485 11 หลายเดือนก่อน +6

    প্ৰতিভা আছে তোমালোকৰ , কাম কৰি যোৱা। তোমালোক ও এদিন সফল হবা। Best wishes 👍

  • @munmunhatimuria3940
    @munmunhatimuria3940 11 หลายเดือนก่อน +5

    মানুহ চিনি পাবলৈ বহুত টান ৷ ভালকৈ থাকিবা ৷ বাকী তোমাৰ দাদাৰ আশু আৰোগ্য কামনা কৰিলোঁ ৷

  • @krishavsb7620
    @krishavsb7620 11 หลายเดือนก่อน +3

    Tumalukor team tu r Kam bur mane obhinoy bur vl lagisil দৰ্শকে তোমালোক ক ইমান বেছি মৰম আদৰ কৰিছে তোমালোকৰ ও দায়িত্ব হিহঁত ক সুখী ৰখাটো আমি কেতিয়াবা প্ৰতিভা থাকিলেও আগবাঢ়িব নোৱাৰো যদিহে পথ প্ৰদশক ৰ অভাৱ হয় । কিবা এটা যদি বেয়া কৈয়ে কৈছিল । তোমালোকৰ প্ৰতি কৰা উপকাৰ খিনিৰ তুলনাত চাগে তেণেই নগণ্য । বাকী থাকিল মধুৰিমা বাইদেউ ৰ কথা যদি সঁচাকৈ তোমালোক ক আত্ম সন্মান ত লগাকৈ কথা কৈছে সেইটো বৰ বেয়া কথা হৈছে । মানুহ সৰু/ডাঙৰ বা ধনী /দুখীয়া বুলি নাথাকে সকলোৰে আত্ম সন্মান ত্থাকে । তেওঁ এগৰাকী জনা বুজা মানুহ তোমালোকে যদি কিবা ভুল কৰি চা তেতিয়া ও ওলাই আহিব কোৱা বা বাধ্য কৰা ৰ কোনো যুক্তি নাই । আপোনাৰ যেনে দৰে ছোৱলী কেইজ নী ৰ সমানে অবদান আছে আপোনাৰ চেনেল টো আগবহি যোৱাটো । @jibonor etu hitu

  • @Ranjubitu
    @Ranjubitu 11 หลายเดือนก่อน +3

    ভাল হ'ব তোমালোকৰ, ভাল কাম কৰি যোৱা,সৎ পথত আগুৱাই যোৱা।।❤

  • @nirmalilahkar2808
    @nirmalilahkar2808 11 หลายเดือนก่อน +4

    লগতে থাকা তোমালোক তোমালোকৰ দাদা বিষয়ে vdo বনাব গলে খৰচ লাগিব বুলি কোৱা শুনি বেয়া লাগিল দেই ,,, কাৰোবাৰ অসহায় সময়তহে মানুহে তেনেকুৱা এটা সহায় বিচাৰে,,, ইমান জ্ঞানী মানুহৰ কথা তেনেকুৱা😇

  • @bhaimonganakpatty6833
    @bhaimonganakpatty6833 11 หลายเดือนก่อน +3

    তোমাৰলোকৰ ভালপোৱা মানুহ এতিয়াও আছে ৷ কেতিয়াও ভাগি নপঢ়িবা ৷ তোমাৰলোকৰ ভালপোৱা মানুহে কষ্ট পাব ৷ ❤❤❤

  • @tinkudihingia
    @tinkudihingia 11 หลายเดือนก่อน +1

    Tuma Luke nijay bunua .Ami hdai asu aguyai jua tuma Luke . Kune Kune bisare like kra . Love fm driburgh tingkhong

  • @MeriSonowal
    @MeriSonowal 11 หลายเดือนก่อน +1

    বহুত দুখ লাগিল তোমালোকে আগবাঢ়ি যোৱা

  • @bishwajitphukanr.no2022
    @bishwajitphukanr.no2022 11 หลายเดือนก่อน +1

    Tumaluke agbahi jua guteikaijonie akeloge...God bless to all of you...

  • @teenaslife9700
    @teenaslife9700 11 หลายเดือนก่อน +3

    তোমালোক সকলোকে ভালপাওঁ। কোন দোষী ক'বলৈ নাযাও যিহেতু ভালকৈ একো নাজানো কিন্তু ভিদিঅবোৰ চাই ভাল পাইছিলো এতিয়া এইবোৰ হোৱাত মনটো বেয়া লাগিছে। সকলোবোৰ সোনকালে ঠিক হওঁক তাকে কামনা কৰিছোঁ।

  • @gitashreevlogs3927
    @gitashreevlogs3927 11 หลายเดือนก่อน +1

    তোমালোক থকাৰ বাবেহে ভিডিঅ বোৰ চাই ভাল লাগে ❤️ তোমালোক এজনী এজনী প্ৰতিভা থকা ছোৱালী , আগৱাঢ়ি যোৱা ❤️ তোমালোকে মিলি আকৌ আৰম্ভ কৰা তোমালোকক সদায় মৰম দিম 🥰

  • @rijumonikonwar9069
    @rijumonikonwar9069 11 หลายเดือนก่อน +8

    তোমালোকে পঢ়া-শুনা ত বেছি মনোযোগ দিয়া।

  • @jibonorrongdhemali1620
    @jibonorrongdhemali1620  11 หลายเดือนก่อน +9

    তেওঁ আইনৰ ওচৰত গৈ আমাৰ ওপৰত case দিছে।কি কৰো আপোনালোকেই কওঁক।
    আৰ্শীবাদ কৰিব আমাক।🙏

    • @user-qd3tj1pz7p
      @user-qd3tj1pz7p 11 หลายเดือนก่อน +1

      কেছ কি বুলি দিছে । সেইটো জানি লৈ প্ৰত্যুত্তৰ দিবা তোমালোকে । তোমালোক শিক্ষিত ছোৱালী ন ? যুক্তিৰে আগবাঢ়ি যোৱা ভন্টি । সততাৰে আগবাঢ়ি যোৱা , একো কৰিব নোৱাৰে

  • @ponchiborah7417
    @ponchiborah7417 11 หลายเดือนก่อน +3

    Let it go....শেষ একোৱে হোৱা নাই , আৰম্ভ কৰা আকৌ !! মই কোনোধৰণৰ ফেচবুকৰ ভিদিঅ নাচাও কিন্ত তোমালোকৰ অভিনয় ভাল লাগিছিল বাবে চাইছিলো । ভালে থাকা

  • @rekibhussain127
    @rekibhussain127 10 หลายเดือนก่อน +2

    Tumaluk 4 joni k bohut val lage. Tumaluk vedio bonua aru agbahi jua

  • @prince3326
    @prince3326 11 หลายเดือนก่อน +2

    Tumaluk aru aguwai jua ❤
    Vdo bnai jua tumaluke

  • @ranukalita8378
    @ranukalita8378 11 หลายเดือนก่อน +3

    দুখ নকৰিবা 😂 তেনেকুৱা এচাম মানুহ থাকে।যাক আপোন বুলি ভাবোঁ। এচাম মানুহ ৰ চিন্তা ধাৰ বহুত বেছিই বেলেগ ।😂😂 তোমালোকৰ কথা শুনি মোৰ বেয়া লাগিছে। তোমালোকে ভিডিও দি যোৱা😂😂😂❤❤❤❤

  • @rituborahhridoy1870
    @rituborahhridoy1870 11 หลายเดือนก่อน +1

    মই ঠিক আগতেই অনুমান কৰিছিলোঁ এনেকুৱা এটা হ'ব😢।। ভাল কাম কৰি যোৱা ভগৱানে সহায় কৰিব।।

  • @assamesepoemcreatorapc2547
    @assamesepoemcreatorapc2547 11 หลายเดือนก่อน +4

    লোকৰ কথা ভাবি বা লোকৰ লগত লাগি একো লাভ নাই আৰু লোকৰ কথা শুনি মনটো বেয়া নকৰিব আপোনা লোক কেইজনীয়ে মিলি নতুন চেনেল এটা শুলক আৰু ভাল ভাল কাম কৰি আগবাঢ়ি যক লিখা ক্ষেএত সহায় লাগিলে কব মই সহায় কৰিম আৰু আপোনা লোকেও দেখুওৱাই দিয়ক সেই চেনলটো বাহিৰে আপোনা লোক আগবাঢ়ি যাব পাৰে

    • @jibonorrongdhemali1620
      @jibonorrongdhemali1620  11 หลายเดือนก่อน

      অশেষ ধন্যবাদ❤️

    • @assamesepoemcreatorapc2547
      @assamesepoemcreatorapc2547 11 หลายเดือนก่อน

      ​@@jibonorrongdhemali1620 আপোনা লোকৰ লগত চিনাকি হব পাৰিম নেকি

  • @Mon_das
    @Mon_das 11 หลายเดือนก่อน +3

    All the best hunmanuh 😚❤... aguwai jua 😊

    • @jibonorrongdhemali1620
      @jibonorrongdhemali1620  11 หลายเดือนก่อน

      ধন্যবাদ❤️আজীৱন এনেদৰে আপোনাৰ support ৰ কামনাৰে!❤️

  • @sushilasaikia4855
    @sushilasaikia4855 9 หลายเดือนก่อน +1

    আগবাঢ়ি যোৱা

  • @rupakdeka7391
    @rupakdeka7391 11 หลายเดือนก่อน +2

    tumaluke video bonua ag barih jua

  • @dipabhuyan64
    @dipabhuyan64 11 หลายเดือนก่อน +2

    Tumar luke nijei arg bahi juwa❤❤

  • @munmunhazarika9789
    @munmunhazarika9789 11 หลายเดือนก่อน

    Tumalukor babe jibonor etu hitu xuwoni hoi asil ❤❤❤❤ bhagi naporiba aguwai juwa xubhesha thakil❤❤❤❤

  • @uddiptasaikia
    @uddiptasaikia 6 หลายเดือนก่อน +3

    Eibur hol buli ajihe gom paisu...actually videos burot tumalukok he besi val lagisil...etia tumaluk log lagi bonai thaka😊 and keep growing✨️

  • @anujaxom5081
    @anujaxom5081 11 หลายเดือนก่อน +1

    Tumaluke sinta nokoriba video bonai juwa aru agbahi juwa 👍 best of luck

  • @gulabiniog1908
    @gulabiniog1908 11 หลายเดือนก่อน +1

    হছাই বহুত দুখ লগা কথা

  • @RejuwanaBegum-ue3ph
    @RejuwanaBegum-ue3ph 10 หลายเดือนก่อน +1

    Aguwai juwa tumi luko Karone video sau hodai sam bonuwa video from rejuwana Nagaon suwali Bongaigaon buwari

  • @pori1754
    @pori1754 11 หลายเดือนก่อน +1

    Tumalukor acting khub bhal lage.Miss koribo nibisaru.kibakoi tumaluke channel salai amak anondito kori jaba.Agbarhi jua sadai.❤❤

  • @jurigogoi8388
    @jurigogoi8388 11 หลายเดือนก่อน +1

    তোমালোক আগুৱাই যোৱা

  • @Minivlogwithmaina
    @Minivlogwithmaina 11 หลายเดือนก่อน +3

    Tumaluke dekhuai Diya je tumaluk u kunu gune Kom nhy , support krim ami hokoluye

  • @ashmarahman1427
    @ashmarahman1427 9 หลายเดือนก่อน +1

    😢😢beya lagile dei kothabur huni.. 2maluk aguwai juwa ..

  • @juribhuyan7403
    @juribhuyan7403 11 หลายเดือนก่อน +1

    Teu teacher dekhun xaru suali kaeijonik lastt anekua karene .teu silver botoon pale.tumaluko agbahi jua🙏🙏

  • @PrangonaKonwar
    @PrangonaKonwar 11 หลายเดือนก่อน +2

    Ami tumalukor babey video saisilu aibhur bad diya tumalug nije bonua ❤ami hokoluye support korim

  • @rupakdeka7391
    @rupakdeka7391 11 หลายเดือนก่อน +2

    tumalukor video sai he vall lage

  • @pppb1235
    @pppb1235 11 หลายเดือนก่อน +3

    Cinema ৰ director নেকি? বাইদেউ গৰাকী। নাপায় যাৰ লগত ভিডিও কৰি ৰাইজৰ সঁহাৰি পালে তেওঁলোকক এনেকুৱা কৰিব নাপায়। সব স্বাৰ্থপৰ আজিকালি । atia vidio nkrib 1 lkh hl j atia vlog দিয়া মন চাগে! মানুহৰ সময় এনেই আহে নেকি?প্ৰত্যেক কামৰে প্ৰাপ্য আছে। সৰু ছোৱালী কেইজনী লগত বুজাবুজিৰেহে কাম কৰিব লাগে। এতিয়া নতুন অভিনেত্রী লব নেকি? এইবোৰ যে দেখিব পাম ভবা নাছিলো। আজিৰ পৰা নাচাও চেনেলটোৰ ভিডিও
    নিজৰ মাজতে ইমান অৰিয়া অৰি।শিক্ষিত ব্যক্তি হৈ এনেকুৱা কৰ্ম কৰিলে শুভা নাপায়।মাধুৰীমা বাইদেউ উত্তৰ দিয়কচোন।

  • @matubikomiya
    @matubikomiya 11 หลายเดือนก่อน +2

    Monthly 1000 only. Eman komot kam kore nki agi kali. Tumarluk bohut talented
    Sobe ata ata channel khula. Aru vedio bonua. Belek belek content loi sobe mili sobor channel te kam kora.❤best wishes to all.

  • @barshacreation8106
    @barshacreation8106 11 หลายเดือนก่อน +4

    তোমালোকক মনে মনে বহুত বেয়া পাই আছিলে চাগে, কব পৰা নাছিলে কি হল তোমালোকক মানসিক অত্যাচাৰ কিৰিছিল, সেইবোৰৰ কিন্তু কেতিয়াও কৰিব নাপাই, তেওঁ যদি কিবা বেয়া দেখিছিল কব লাগিছিল কিয় এনেকুৱা কৰিব লাগে, এটা কথা মনত ৰাখিবা তেওঁৰ অকলে ১লাখ কৰিব পৰা নাই তোমালোকৰৰ কাৰণেহে আজি সম্ভৱ হৈ ওথিছে, অলপ মান পইচা পালেই মানুহে মানুহক এনেকুৱা কৰিব নাপাই, আজি তেওঁৰ হাতত subscriber আছে কিন্তু তোমালোক নাই, কিন্তু ভগৱান আছে ১লাক subscriber ডাঙৰ আছিলে নে তোমালোক আছিলা তেওঁৰ নিজেই উপলদ্ধি কৰিব চাবা, ☺😘love form sivesager❤ aguiya jua thomoki noroba, ako notun channel khula jadi tumaluk hudho tumalukok hakolua saport koribo❤🙏

  • @ItßRima
    @ItßRima 11 หลายเดือนก่อน +3

    যি কি নহওঁক আপোনালোকে video ৰ লগত জঢ়িত কথা কৈছে ঠিকে আছে যিখিনি আমি অৰ্থাৎ দৰ্শকে জানিব বিছাৰিছিল কাৰণ সঁচা মিছা জনাটো প্ৰয়োজন ....কিন্তু কথা দুটা মানত এনেকুৱা লাগিল যেন আপোনালোকৰো অলপ ভুল আছে

  • @Nihabora
    @Nihabora 11 หลายเดือนก่อน +3

    তোমালোক চাৰি জনি মিলি ভিডিঅ বনাই তাইক দেখুৱাই দিয়া ,, তেতিয়া গম পাব তাই যে তোমালোকে কিমান কষ্ট কৰা এটা ভিদিঅ বনাব কাৰণে,,, পইচা পালে চব চাৰ্থপৰ হৈ যায়, তোমালোকৰ খুৰি জনি তেনেকুৱা,,, হেই কাৰণে তোমালোকক বুজি নাপালে,,, এতিয়া তোমালোকে দেখুৱাই দিয়া,,,, তাইত কৈ ভাল হে হব,,,,

  • @jumiraj3073
    @jumiraj3073 5 หลายเดือนก่อน

    Tumaluk 4 joni a eman dhuniya acting kora ....aru ki lge....Ji hol pahori jua.....tumalukor prothiba ase ..Aguai jua ..Aibur baad diya ❤❤❤

  • @porishmitaboruah7413
    @porishmitaboruah7413 11 หลายเดือนก่อน +2

    Tmrluke vl koi vdio bonuwa.aguwai jua

  • @user-cb8ke3gq8n
    @user-cb8ke3gq8n 11 หลายเดือนก่อน +1

    Tmr luky nijei bonua ru agg bahii jua❤❤🎉🎉🎉🎉🎉

  • @angshumoniborah2478
    @angshumoniborah2478 11 หลายเดือนก่อน +1

    যদি ভিতৰচৰাত সচাঁই এনে হৈছে,বৰ দুৰ্ভাগ্যজনক। তোমালোকৰ অবিহনে চেনেলটোয়ে কেতিয়াও জনমানসত পৰিচয় নাপালেহেঁতেন, তোমালোকৰ অভিনয় সুন্দৰ যদিহে মন কৰা চাৰিজনীয়ে কাম কৰি যোৱা,আদৰি ল'ব মানুহে, যিহেতু তোমালোকৰ অভিনয় চাই মানুহে ভাল পায়, তোমালোকৰ প্ৰতিভা আছে, আগুৱাই যোৱা, শুভকামনা জনালোঁ ,

  • @sumpisaikia4489
    @sumpisaikia4489 11 หลายเดือนก่อน +2

    Tumaluk video burt thakile he vl lage sai .hari njaba ako bnua vl dre video ❤

  • @sangitabaruah1770
    @sangitabaruah1770 11 หลายเดือนก่อน +1

    Tumaluk agbarhi jua bhagwan hodai ase tumalukor logot Moi tumalukor krne he sau videos bur dukh diya manuh bur adin r krne hukhi hobo dukh di bhagwan r usrt kot haribo paribo aagbarhi jua oknmani bhanti kaijoni kiba help lagile koba moi hodai asu ❤❤

  • @harshitaart2345
    @harshitaart2345 11 หลายเดือนก่อน

    Tumalukor bohut talent ase..menoka k tu bohut val lage.. Aguwai juwa guteikijoni

  • @makeupartistjutikaguwahati2132
    @makeupartistjutikaguwahati2132 4 หลายเดือนก่อน

    2malukor karonei video bur sau.. bht Val acting Kora 2maluk 4 joni a .. LOVE 4M GUWAHATI ❤

  • @momimoran7199
    @momimoran7199 11 หลายเดือนก่อน +2

    নিজকে জ্ঞানী আৰু শুদ্ধ বুলি ভবা বোৰক মূৰ্খ বুলি কোৱা হয়

  • @porishmitaboruahvlogs2223
    @porishmitaboruahvlogs2223 11 หลายเดือนก่อน +1

    Bor val lage tumalukok best of luck 🤞 aguai jua hdai ❤
    Love from Tinsukia ❤

  • @debashreegogoi3118
    @debashreegogoi3118 10 หลายเดือนก่อน

    Nijai bonuwa tumaluk aguwai juwa

  • @shyamalshill7547
    @shyamalshill7547 11 หลายเดือนก่อน

    Tumalukor talent ase tumaluke tumalukor talent r joriote ag barhi jaba ami xokoluwe asu tumalukor logot asu ✨✨✨😌😌

  • @bobigogoi1460
    @bobigogoi1460 9 หลายเดือนก่อน +1

    2maloke aguai jua

  • @junmonirabha4505
    @junmonirabha4505 11 หลายเดือนก่อน +1

    Hokolobor pahori agloi aguway jowa vonti hot . 2malok 4 jni a log Hoi ntunkoi video bnay juwa . Ami support korim..

  • @chandrakantaphukan5440
    @chandrakantaphukan5440 11 หลายเดือนก่อน +1

    Hello moi startingar porai tumalukor actingbur sai ahisu bohut val lage. Borolik val nalage

  • @Muninduarah
    @Muninduarah 10 หลายเดือนก่อน +1

    Tumaluk madhurima logot video nobonaba tumar lukor karone bhal hobo. tai 100 k hol je hei karone tai pahorigol je tumaluke je kiman kosto korisila tai level tu besi dekhaise ustady koridise tumalukor channel tu besi grow hobo tait se saba adin nohoi adin😊

  • @geetashriurang3609
    @geetashriurang3609 11 หลายเดือนก่อน

    Tumaluke valke video bonai jua bohut val lage tumalukor video Sai tumalukor babe ha video Sai asilu valke video bonai jua ami support korim

  • @Priya-entarteinment395
    @Priya-entarteinment395 11 หลายเดือนก่อน

    Aguai jua vonti hot... Manuh sini Pala nhoi next time horolotar hujug lobole nidiba,, hosake tumalukr lgt anekua krilot bohut dukh palu🥺🥺

  • @bikashkachari7586
    @bikashkachari7586 11 หลายเดือนก่อน +7

    tumaluka notun ka chanal khula vl lgebo tumalukor krna jibonr ituhitu saw hla

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 7 หลายเดือนก่อน

    কথা টো কি হৈছে। বিশেষ বুজি পোৱা নাই।মাধুৰীমাৰ লগত মনোমালিন্য ঘটি ছে ন। বহুত ভাল লাগিছিল। একে লগে।

  • @podidas1781
    @podidas1781 11 หลายเดือนก่อน

    Tumalukor video bur sai eman val lagisil ,vobai nasilu tumaluk 4 joni a ulai ahisa buli,baru ji ai nohouk tumaluke video bonai jaba. support korim❤

  • @aerodynamicstatus5344
    @aerodynamicstatus5344 7 หลายเดือนก่อน +1

    Baideu hokol apunaluke video di jauk ❤

  • @manikborgohain8068
    @manikborgohain8068 11 หลายเดือนก่อน +1

    New frnd holu hodhai aguwai juwa

  • @pradipsaikia7573
    @pradipsaikia7573 9 หลายเดือนก่อน +4

    কি কব বিছাৰিছা এজনী এজনীকৈ কোৱা। আৰু তোমালোকে নিজাকৈ এটা খোলা, তোমালোককটো এতিয়া সকলোৱে চিনি পায়।

  • @Sikha-Boruah6
    @Sikha-Boruah6 11 หลายเดือนก่อน +1

    Tumaluke nijor channel t video diba dei bhut val lage tumalukok ❣️

  • @Archis_worldd
    @Archis_worldd 11 หลายเดือนก่อน +2

    New subscriber dei,

  • @pahigogoi2950
    @pahigogoi2950 11 หลายเดือนก่อน

    Vldore aguwai jua mnuh goraki moha sarthopor

  • @axomiabuwarimonmee558
    @axomiabuwarimonmee558 11 หลายเดือนก่อน +1

    নিউ friend হলো, ভিদিঅ চালোঁ ভন্টি , তোমালোকে নিজৰ মাজতেই কথাখিনি ৰখা হলে ভাল হল হয়। কথাষাৰ কোৱাৰ বাবে বেয়া নাপাবা

  • @Mainarajkumari
    @Mainarajkumari 11 หลายเดือนก่อน +1

    New subscriber hoi dy ......aru huni beya lagil kotha bur. Bad dia tumaluke okoly bonua vidio....ami sam❤❤....bht vl lge tumalukok ...

  • @jahnabigogoi910
    @jahnabigogoi910 10 หลายเดือนก่อน +6

    Madhurima taik dekhile Lage tai j bht besi selfish

  • @bimalbordoloi5543
    @bimalbordoloi5543 11 หลายเดือนก่อน

    Baaa tuma luke video bonuwa ami support korim tumaluke tar kotha vabi monot duk di nethakiba nijor mote video bonai juwa ❤🥰🙏🏻

  • @Gitu888
    @Gitu888 11 หลายเดือนก่อน +1

    Kotha khini bor dhuk lagise deii.hoi ajikali 1000 tokai aku nohoi.. kinu kom aru dhuk lagise kintu. Tumaluku aagbrahi jua deii.🤗

  • @tannayarahman7008
    @tannayarahman7008 11 หลายเดือนก่อน

    Tmrluke video bonua ami support krim manuhjoni kothat e lge tnekua

  • @chandrakantaphukan5440
    @chandrakantaphukan5440 11 หลายเดือนก่อน +1

    Love from amguri sivasagar

  • @rumagogoi21mychannel22
    @rumagogoi21mychannel22 11 หลายเดือนก่อน +1

    Moi comments nilikhue Aji likhib Mon gol.tumalukok agor porai bhut vl lage. Tumaluk aguai jua Takei kamona koru kintu tumalukor 5 jonir pra J 4 joni Hola Heya jate akou punorabiti Nhoi saba.

  • @juribhuyan7403
    @juribhuyan7403 11 หลายเดือนก่อน

    Atiyale sage marr lara janmma hal sage.😍😍😍

  • @shikhanath6728
    @shikhanath6728 11 หลายเดือนก่อน +1

    Tumaluk 4jonik bhut val pau tumaluke 4joni mili video bonua❤

  • @janakiray3541
    @janakiray3541 8 หลายเดือนก่อน

    Baa apunaluke aguai jaok xokolubur pahori jaok ❤❤❤

  • @Rimpichutiaa3.0
    @Rimpichutiaa3.0 11 หลายเดือนก่อน

    Agg bahi juwa tumaluk❤

  • @nielvloge3.0
    @nielvloge3.0 21 วันที่ผ่านมา

    Dukh nokoriba tumalukor nijojir ata potiba ase n agbarih jaba 👍👍

  • @papudas2244
    @papudas2244 หลายเดือนก่อน

    Tumaluke aaguwai juwa, ami logot asu

  • @smritimahanta9425
    @smritimahanta9425 11 หลายเดือนก่อน +2

    Tumaluk kei joni mili eta group bonai video bonua. Nije TH-cam channel eta khula nijor video upload kora.. Lukor karne kam koribo kio lage. Nijor jodi quality ase edin success hobae.

  • @chandrakantaphukan5440
    @chandrakantaphukan5440 11 หลายเดือนก่อน

    Let it go chinta nokariba natun channel khuli agbahi jua tumalukar abhinoi sai val lage

  • @samirangogoiofficial8354
    @samirangogoiofficial8354 11 หลายเดือนก่อน +1

    আপোনালোকৰ এই বিচেদ অসমৰ ৰাইজে বিচৰা নাচিল. আপনালোকে সকলো কথা বোজিলো আমিতো অকৌ লগ হোৱাতো বিচাৰো

  • @najmubegum987
    @najmubegum987 11 หลายเดือนก่อน

    2maluk agbarhi jua

  • @namitagogoi6644
    @namitagogoi6644 11 หลายเดือนก่อน +2

    তোমালোকৰ অভিনয় মোৰ বৰলাগে

  • @priyankadas5415
    @priyankadas5415 11 หลายเดือนก่อน +1

    Tumaluke eman sinta kio krisa tumaluk sari joni aru teu okole tumaluke kam kri dekhai diya....Moi pothomor porae saisilu val lagisile atiya aru by by ....Tumaluke kori jua 👍

  • @gourangagogoi8957
    @gourangagogoi8957 11 หลายเดือนก่อน +2

    Please tumaluka ako jua jibonor etu hitu lai jua tumaluka

  • @Zeix_ff
    @Zeix_ff 11 หลายเดือนก่อน

    Tumaluk keijoni agbahi jua

  • @MonishaBorah-ku9ri
    @MonishaBorah-ku9ri 11 หลายเดือนก่อน +1

    ইচচ ৰাম তোমালোক আটাইকেইজনীৰ লগত এনেকুৱা হৈছে বুলি ভৱাই নাই। বহুত বেয়া লাগিছে সচাই কথা খিনি শুনি।নতুনকৈ খোলা চেনেল এটা।

  • @phulmaivlogs1752
    @phulmaivlogs1752 11 หลายเดือนก่อน

    আচৰিত দেই😢😢😢

  • @dharitryrecipevlogs1536
    @dharitryrecipevlogs1536 11 หลายเดือนก่อน

    Nice❤

  • @jinkugogoi3865
    @jinkugogoi3865 11 หลายเดือนก่อน +2

    তোমাৰলোকৰ খুৰি পইচা মূৰত উঠিছে তেওঁ বৰ অহং কাৰী

  • @Sangita_Das_1234
    @Sangita_Das_1234 11 หลายเดือนก่อน +2

    Atea tumaluke nijai ata vlog ba comedy channel khuli lua .. haibur ktha bd dea agbhi jua

  • @probhagogoi7794
    @probhagogoi7794 11 หลายเดือนก่อน +1

    Kinu kom tekhetor ktha .agoraki ulaboloi luwa hole kthatu beleg asil atia tumaluk hokolu ulaisa jetia tekhetei dari hbo aru dekha dekhikoi.tumalukor karonei sao hole tekhetor channel atia tumaluke kra . support korim ❤

  • @Unexpected7316
    @Unexpected7316 11 หลายเดือนก่อน +4

    Mur vhobisot bani
    Tumalukr Sare jonir vhitoro 3joni ako fatibo logiya hobo aden jidina aitu channel 50 to 100k subscriber hobo ok

  • @Kairavbeta
    @Kairavbeta 11 หลายเดือนก่อน +1

    Tumalukor acting bhut val lage dei anekuya hob buli voba nasilu beya lagise kthatu gom pay

  • @papudutta8586
    @papudutta8586 11 หลายเดือนก่อน

    Aguwai jowa tomalok.hklo aaukan kri