Neuzboy Milan Sharma ক কিয় আঠু কাঢ়িব দিলে ?কি ভুল কৰিছিল ? Controversy

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ม.ค. 2025

ความคิดเห็น • 774

  • @bibekchangmai7472
    @bibekchangmai7472 2 วันที่ผ่านมา +87

    সংগঠন নামত চব টকাৰ খেল...

  • @Sankarjitcreation
    @Sankarjitcreation 2 วันที่ผ่านมา +185

    ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ । ভূল হৈছে ক্ষমা খুজিছে কিন্তু আঠুকাঢ়ি দিলেহে ভূলৰ ক্ষমা থাকে নেকি ? ঠেইত ........... নাপায় অসমতে অসমীয়া ল'ৰা এজনক এনে কৰিব । অসমীয়াই অসমীয়া শত্ৰু।
    চোৰ ডকাইত ধৰ্ষণ কাৰী মুকলি আকাশৰ তলত কিন্তু সাধাৰণ ভূল এটা কৰিলে এনে ব্যৱহাৰ। ধিক্কাৰ

    • @rimideka810
      @rimideka810 2 วันที่ผ่านมา

      June karise lengta kari kubabo lage...kela

    • @nbr9571
      @nbr9571 2 วันที่ผ่านมา +2

      সি নেপালী হয় যে সেই কাৰণে।

    • @dibya884
      @dibya884 2 วันที่ผ่านมา

      💯💯

    • @poragjutisaikia9244
      @poragjutisaikia9244 2 วันที่ผ่านมา

      ​@@nbr9571manuh nhoi nk nepali hol bli ...

    • @Assamese-p1p
      @Assamese-p1p 2 วันที่ผ่านมา

      ​@@nbr9571এই ঘটনাত মিলন শৰ্মাৰ সৈতে হোৱা ব্যৱহাৰ একেবাৰে অযৌক্তিক। তেওঁক নেপালী বুলি কোৱা অথবা তেওঁৰ জাতি-সম্প্ৰদায়ৰ ওপৰত আঙুলি উঠোৱাৰ কোনো কাৰণ নাই। মিলন শৰ্মা খাটি অসমীয়া, আৰু অসমীয়াৰ দৰে অসমক মৰম কৰে আৰু গৰ্ব কৰে।
      অসম সদায় ভাতৃত্ব আৰু সম্প্ৰীতিৰ মাটিৰূপে পৰিচিত। তেওঁ কোনো ধৰণৰ অপমানজনক কাৰ্য কৰা নাই, আৰু যদি কোনো ভুল হৈছে বুলি ধৰা হয়, তেওঁ ইতিমধ্যে ক্ষমা খুজিছে। জাতিগত বিদ্বেষৰ বতৰা দিয়াৰ পৰিৱর্তে, আমি এই ঘটনাৰ প্ৰতি যুক্তিপূর্ণ দৃষ্টিভংগীৰে চাই একতা বজাই ৰাখিবলৈ আগবঢ়া উচিত।
      সকলোৰে সহযোগে অসমত শান্তি আৰু সম্প্ৰীতিৰ বতৰা বহলাই দিয়া আমাৰ দায়িত্ব।
      অসমীয়া সম্প্ৰীতি বজাই ৰখাতেই আমাৰ গৌৰৱ। 💪
      সম্প্ৰদায়ৰ ওপৰত নহয়, মনৰ ওপৰত বিশ্বাস ৰাখা। ✨
      অসমী আইৰ সন্তান সকলো একেই। 💙
      একতাৰ বতৰা দিয়ক, বিদ্বেষৰ নহয়। 🌼

  • @EyaminGamer
    @EyaminGamer 2 วันที่ผ่านมา +195

    Assam police..e dol2r uporot action lobo lage🙏 axha korisu

    • @Marcos-s4z
      @Marcos-s4z 2 วันที่ผ่านมา

      💯

    • @DipjyotiDohutia
      @DipjyotiDohutia 2 วันที่ผ่านมา

      🙋

    • @gunajitdas9374
      @gunajitdas9374 วันที่ผ่านมา +2

      অসম পুলিচ ভাল নহয়, কিয় আশা কৰে পুলিচৰ পৰা😊

    • @himadrichutia2335
      @himadrichutia2335 วันที่ผ่านมา

      Hoxake dey aneke manuhk athu kohay niki

    • @jerrypahadi8949
      @jerrypahadi8949 ชั่วโมงที่ผ่านมา

      Tur Laura

  • @munindradas7256
    @munindradas7256 2 วันที่ผ่านมา +161

    সংগঠনৰ নামত দাদাগীৰি

  • @tapanbaruah8152
    @tapanbaruah8152 2 วันที่ผ่านมา +60

    সংগঠনৰ নামত এই দাদাগিৰি টোৱেই পচন্দ নকৰো মই।। যদি কোন ঠাইত কাক কেনেকৈ ব্যৱহাৰ কৰিব নাজানে এনেকোৱা দলৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবো।।।🙏🙏

    • @mralak203
      @mralak203 2 วันที่ผ่านมา +2

      Right

    • @NabadipDas-qe4en
      @NabadipDas-qe4en 2 วันที่ผ่านมา +2

      Right 👍

    • @pranjalRadhe
      @pranjalRadhe 21 ชั่วโมงที่ผ่านมา

      Right
      টকাৰ কাৰণে সংগঠনত আহে।।

  • @JohnBasumatary-c4w
    @JohnBasumatary-c4w 2 วันที่ผ่านมา +138

    Justice ⚖️ for milon da 😢 ami asu apuner logot

  • @bhargavk9632
    @bhargavk9632 2 วันที่ผ่านมา +81

    Merry Christmas to the committee.

    • @tapanrahang4089
      @tapanrahang4089 2 วันที่ผ่านมา +3

      😂😂😂😂

    • @BinitNath-jo8mg
      @BinitNath-jo8mg 2 วันที่ผ่านมา +1

      💀

    • @dipa.boraa88
      @dipa.boraa88 2 วันที่ผ่านมา +1

      Yess

    • @Cypress486
      @Cypress486 วันที่ผ่านมา

      Tor Christmas ot jai happy puja buli di bi

    • @arnabroy5974
      @arnabroy5974 21 ชั่วโมงที่ผ่านมา +1

      Borhiya🤣🤣🤣

  • @happylive88888
    @happylive88888 2 วันที่ผ่านมา +57

    Milon sharma always Bhai ❤️

  • @amantossaofficial
    @amantossaofficial 2 วันที่ผ่านมา +37

    কিমান জনে ভগবান ক চাইছে কোনো ধৰ্ম নাই কোনো জাতি নাই মাত্ৰ এটা ই আছে মানবতা মানহক সেৱা কৰা মানে ভগৱান কসে সেৱা কৰা 🙏

  • @AnoopRanaVlogs
    @AnoopRanaVlogs 2 วันที่ผ่านมา +35

    Justice for melon sharma aka neuzboy 😢😢

  • @sagarammedhi2835
    @sagarammedhi2835 2 วันที่ผ่านมา +84

    Lahe lahe ke Assam khon borbad hoi jai ase

    • @happylive88888
      @happylive88888 2 วันที่ผ่านมา +3

      Dadagere besi amr Assam or manuhor kanka develope hobo jodi nijor jagar manuha agbarebo Nadiya moi assam or hoi dukh palu😢

  • @biswajitdeka6397
    @biswajitdeka6397 วันที่ผ่านมา +14

    ধৰ্মৰ নামত ইমান গোঢ়ামী ভাল নহয়। মানৱতাই হৈছে ধৰ্মৰ মূল মন্ত্ৰ

  • @voxx7840
    @voxx7840 2 วันที่ผ่านมา +40

    Baalor committee

    • @rishirajdas561
      @rishirajdas561 2 วันที่ผ่านมา +1

      Tur mayeror committe

  • @Mondeeptalukdar4987
    @Mondeeptalukdar4987 2 วันที่ผ่านมา +51

    Johora r committe kela

    • @rishirajdas561
      @rishirajdas561 2 วันที่ผ่านมา

      Tur baperor committe niki bey balor suda

  • @kartikraja5568
    @kartikraja5568 2 วันที่ผ่านมา +22

    মূৰ্খ সংগঠন

  • @chiranjibdas317
    @chiranjibdas317 2 วันที่ผ่านมา +43

    Bikash salute..
    Tumi je iman Shahrukh kori aitu video bonaisa ..
    Merry Christmas buli lora tu a 25 December Dina h korisil..
    Kuno vul kora nai...sob Dharma k sokolowe respect koribo lage...
    BIKASH MOR BAHUT VAL lagisje tumar Ata spasta pradaikhepor Babe..

  • @navajyotibora2768
    @navajyotibora2768 2 วันที่ผ่านมา +55

    এইয়াই আমাৰ অসমীয়াৰ একতা নেকি? মোৰ বোধেৰে ল'ৰা জনে সেই ফটো খন ভাল দেখি তেনেকৈ ব্যৱহাৰ কৰিলে চাগে। এই কথাখিনি কে ভিডিঅ' নবনাই বুজাই দিয়া হলে বেছি ভাল হ'ল হেতেন.....🙏 যিজনে ভিডিঅ'কৰি সামাজিক মাধ্যমত দিলে তেখেতৰ মানসিকতাক ধিক্কাৰ জনাইছোঁ। ল'ৰা জনৰ কি ভুল আছিল কোনোবাই বুজাই কব পাৰিব নেকি?

    • @User-economicestic6348
      @User-economicestic6348 2 วันที่ผ่านมา

      সেইবুলি শংকৰদেৱৰ অধিৱেশনত যাই বৰদিনৰ ফটো বুলি লিখি দিব লাগে নেকি? এইখিনিও জ্ঞান নাই নে ?

    • @inddhunu7589
      @inddhunu7589 2 วันที่ผ่านมา

      ​​@@User-economicestic6348 তৰ দৰে মানুহৰ কাৰণে এনে ঘটনা হয়।অসমত অসমীয়াক চিনি নাপাই

    • @Technobeastnorth
      @Technobeastnorth 2 วันที่ผ่านมา

      ​@@shyamkanurabha7311 diba karane force Karisil neuzboy channel to saba

    • @nbr9571
      @nbr9571 2 วันที่ผ่านมา

      ​@@User-economicestic6348কাৰো ভগৱানৰ লগত ফটো তুলি টো দিয়া নাই

    • @rambalram2610
      @rambalram2610 2 วันที่ผ่านมา +6

      লৰা জনে নিজৰ ফটো খনহে দিছে... ফটো খনত শঙ্কৰ দেৱৰ কোনো অংশ, বাণী আদি দেখা পোৱা নাই.... 😮😮 এইটো অতি ৰঞ্জিত কৰা হৈছে....🤔🤔 যদি লৰা জনে নামঘৰ, থাপনা, গুৰু জনৰ প্ৰতিমূৰ্তি, ভাগৱত আদিৰ ছবি দি মেৰী খ্ৰীষ্টমাছ বুলি লিখিলে হয় তেন্তে এইটো অপমান কৰা হৈছে বুলি গণ্য কৰিব পাৰি.... কিন্তু ইয়াত তেনেকুৱা একো হোৱা নাই....🙂🙂🤔🤔😔😔

  • @navajyotipathakchannel4998
    @navajyotipathakchannel4998 2 วันที่ผ่านมา +19

    আৰে সংগঠন মানু্হ বোৰে ধৰ্ষণ কৰা ব্যক্তি বোৰৰ লগত এইবোৰ কিয় কৰিব নোৱাৰে বে??
    ময়ো এজন সংগঠনৰ ব্যক্তি কিন্তু আমি তেনেকুৱা নহয়।
    নিজকে অসমীয়া বুলি কবলৈ লাজ লাগে ছি 😢

  • @DefenceIFO323
    @DefenceIFO323 2 วันที่ผ่านมา +10

    বহুত ভাল কথা কৈছা বিকাশ দাই ❤

  • @Priyankuuu18
    @Priyankuuu18 2 วันที่ผ่านมา +34

    Bsi lebel ooo committee kitar

    • @ASHISH-el9ee
      @ASHISH-el9ee 2 วันที่ผ่านมา

      Thik koisa

    • @jatinnewar6640
      @jatinnewar6640 2 วันที่ผ่านมา

      Umm

    • @PankajGogoi-t6j
      @PankajGogoi-t6j 2 วันที่ผ่านมา +1

      Apni gali main ........

    • @nbr9571
      @nbr9571 2 วันที่ผ่านมา

      Apni gali mai kutta vi Sher hota hai.. upper Assamt ahi korbo Lage

  • @Gwl-786
    @Gwl-786 2 วันที่ผ่านมา +17

    Milon sharma da code t case dide kukur bilakok... MAA Baaper r biya dekhi pabo tetiya hihonte... Fundamental rights monot aahi jabo tetiya..we always support you case dide

  • @pratap7840
    @pratap7840 2 วันที่ผ่านมา +16

    Gorkhali sanghaton lai ...report please about these incident..district President..aagsu..

  • @Hims-p8z
    @Hims-p8z 2 วันที่ผ่านมา +6

    আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, এইয়া আৰম্ভণি হে

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 22 ชั่วโมงที่ผ่านมา +2

    বহুত বেয়া কাম কৰিলে সংগঠনটোৱে। পুলিচক অনুৰোধ সেই সংগঠনটোক কঠোৰ শাস্তি দিয়া উচিত। লগতে সেই সংগঠনটোৱে ৰাজহুৱা ভাৱে আঠু কাঢ়ি ক্ষমা খুজিিব লাগে। সেই লৰাটোক আৰ্থিক ক্ষতি পুৰণ দিব লাগিব সেই দাদাগিৰি কৰা সংগঠনটোৱে। গোটেই অসমৰ অথবা ওদালগুৰি জিলাক ৰাষ্ট্ৰীয় পৰ্য্যায়ত কালিমা সানিলে দাদাগিৰি সংগঠনে।

  • @Assamese__culture
    @Assamese__culture 2 วันที่ผ่านมา +23

    Ji jone vdo korise atiya teuluke sorry kbo lgee.....
    Support korok lora jnk.....komiti r namot axomot dadagiri nosolibo

    • @abhipalod9699
      @abhipalod9699 2 วันที่ผ่านมา

      Aitu dadagiri Eneka hi chalibo

    • @nbr9571
      @nbr9571 2 วันที่ผ่านมา

      ​@@abhipalod9699tur makor logot sola

  • @r.sahariah5387
    @r.sahariah5387 2 วันที่ผ่านมา +9

    মানুহ মাত্ৰেই ভুল, আৰু সেই ভুলৰ বাবে ৰাইজৰ/ভগৱানৰ আগত আঁঠুকাঢ়ি সেৱা ও জনাইছে। তাৰ পিছতো এইখিনি ভিডিঅ' কৰি আপলোড কৰিব দি কি বুজাবলৈ বিছাৰিলে তেওঁলোকে (?) National lebel r followers থকা মানুহজনৰ লগত এনেকুৱা কৰা মানে বেলেগৰ আগত নিজৰ (অসমৰ) সন্মান লাঘৱ কৰাৰ বাহিৰে একো নহয়।

  • @GogoiDaVlogs
    @GogoiDaVlogs วันที่ผ่านมา +5

    Merry christmas bikash da lately 🎉🎉 and to all the christan missionaree people ❤❤

  • @AshimBordoloi-q5m
    @AshimBordoloi-q5m 2 วันที่ผ่านมา +11

    Assam❌❌❌ Norok✅✅✅✅✅

  • @UmpanaiVideos
    @UmpanaiVideos 2 วันที่ผ่านมา +5

    Sentimental is not a big deal. We must be tolerated. We must be patient and forgiving. We aren't animals, we have heart, we have conscience. Forgiveness is the best thing to do.

  • @Subtitleeditz
    @Subtitleeditz 2 วันที่ผ่านมา +8

    Assam is now become a joke

  • @umeshvlogsyt
    @umeshvlogsyt 2 วันที่ผ่านมา +8

    ASSAM POLICE Should🫤 TAKE ACTION AGINST THIS

  • @Godlikefc56
    @Godlikefc56 2 วันที่ผ่านมา +5

    He should take legal action 👊

  • @Bishnu5874
    @Bishnu5874 2 วันที่ผ่านมา +6

    Justice ⚖️ lagey bhai muk

  • @prouploader6561
    @prouploader6561 2 วันที่ผ่านมา +4

    Nepali bhaxi gorkha lora tate aru ajon successful youtuber hoi tar karone tohote jolonit aneke tak publicly opoman korili hinghuk manuh korobar...
    My respect to that Bodo guy jijone Milon r side loise.. Jay Boro Harini Jay Gorkha ❤❤

  • @Withsorgo5135
    @Withsorgo5135 วันที่ผ่านมา +4

    শাস্তি সদায় কুথুৰ হব লাগে😢
    আমি সদায় ভুল কুৰি ক্ষমা খুজিলে সেক নীকি😮
    আমাৰ অইভাক হুই স্বভাৱ বেয়া হৈ চে।

  • @Rhul098
    @Rhul098 วันที่ผ่านมา +4

    HE Handle the situation very well bhai shame on us🙂Emn o dangor bhul nasil

  • @RahulNath-q3y
    @RahulNath-q3y วันที่ผ่านมา +3

    মোৰ ফালৰ পৰা এটা বিশেষ অনুৰোধ অনুগ্ৰহ কৰি video টো যিমান পাৰে share কৰক যাতে এই ফকতিআ সংগঠন টোৰ মানুহ কেইজনে লাজতে ৰাস্তাত ওলাব নোৱাৰা হয়
    আৰু মিলন দাক ন্যায় প্ৰদান কৰক 😢😢
    মই নিজেও share কৰিছোঁ ❤

  • @minukalita5026
    @minukalita5026 14 ชั่วโมงที่ผ่านมา +1

    আঠু কৰাতকৈ ভালকৈ বুজাই দিলেই হয় ফুতুবা চব😮

  • @moMdaD-fm3ng
    @moMdaD-fm3ng 2 วันที่ผ่านมา +13

    #JusticeforMilanSharma

  • @dhanjit2022
    @dhanjit2022 2 วันที่ผ่านมา +2

    Dada apuni 100 % right koy sa ❤

  • @traptex417
    @traptex417 2 วันที่ผ่านมา +5

    They are just jealous of him and just wanna grab attention through him doing controversy. Illiteracy rate are rising

  • @nprva174
    @nprva174 2 วันที่ผ่านมา +6

    Axomor ajon gurav hoi milon da❤

  • @skchetri842
    @skchetri842 2 วันที่ผ่านมา +4

    Justice lage milon sharmak

  • @ParagSarma-f2w
    @ParagSarma-f2w 2 วันที่ผ่านมา +4

    Full support to milan Sharma..❤❤

  • @ArijitSingh-20
    @ArijitSingh-20 2 วันที่ผ่านมา +7

    Assamt bhut pagol manuh ase 🤬

  • @অসমীয়াগীত-ঙ৯খ
    @অসমীয়াগীত-ঙ৯খ 2 วันที่ผ่านมา +2

    এই সকল কোনোবা ধৰ্মীয় অনুষ্ঠানৰ আয়োজক নে তালিবানী হয় ধৰিবৈ নোৱাৰি!

  • @axomtablet
    @axomtablet 2 วันที่ผ่านมา +1

    Love from udalguri ❤️

  • @CrimsoNAnimE01
    @CrimsoNAnimE01 22 ชั่วโมงที่ผ่านมา

    Thanks odalguri apunalogor karuna aji assam,or oporot manuhe anguli tuli ase 👏

  • @Taban-v4y
    @Taban-v4y 3 ชั่วโมงที่ผ่านมา +1

    Bikash vi thanks for your good Video.I have required a number of BirLachit Senar. Please helpe.Thanks . Happy New year 2025

  • @JayramManki
    @JayramManki 2 วันที่ผ่านมา +2

    Apuni thikay koise daa ❤❤

  • @amitofficial2605
    @amitofficial2605 5 ชั่วโมงที่ผ่านมา

    Justice by milon da

  • @richmozu907
    @richmozu907 2 วันที่ผ่านมา +4

    Assam t Union bilak bondho hobo Lage

  • @nayanjyoti7365
    @nayanjyoti7365 2 วันที่ผ่านมา +2

    Justice for Milon

  • @Anime-69-a
    @Anime-69-a 2 วันที่ผ่านมา +3

    Justice for neuz boy ami asu assam police action lobo lage 😢

  • @Adivasikingsofficial2000
    @Adivasikingsofficial2000 2 วันที่ผ่านมา +2

    Bikash da please Last video tu please remove ba trem kori diya beya lage sai apunar video jodi anekuwa bonai upload koridiye tetiya so apuni ata Successful youtuber hoi . Love from Assam karbi anglong ❤ ❤

  • @youtubexyz4938
    @youtubexyz4938 2 วันที่ผ่านมา +2

    Lachit sena will action against them 😊.

  • @Hacker24454
    @Hacker24454 2 วันที่ผ่านมา +3

    Neuzboy ye deformation case koribo lage

  • @Gorkhali_Man
    @Gorkhali_Man 2 วันที่ผ่านมา +3

    চব পাগল হয় সংগঠনৰ নামত সব টকা ঘটা

  • @kapilsonowal6289
    @kapilsonowal6289 2 วันที่ผ่านมา +4

    Level bahiae ehotor .vle korile👍

    • @Jooo1-c2x
      @Jooo1-c2x 2 วันที่ผ่านมา

      Hoi nki😂 jungli

  • @Ml02vlogger
    @Ml02vlogger 2 วันที่ผ่านมา +2

    Justice for melon da

  • @anuragmajuli54
    @anuragmajuli54 วันที่ผ่านมา +1

    Bhagawan ajonei gom pabi axomoyat🙏

  • @Iloveassam-j5g
    @Iloveassam-j5g 10 ชั่วโมงที่ผ่านมา +1

    Mur comment jodi like follow nokra 2025 beya jab kintu 😢😢😢😢😢😢😢

  • @vib3swith___manash
    @vib3swith___manash 2 วันที่ผ่านมา +4

    2dinya jibon tar baba Iman hahakar ❤ feell sorry for him ❤

  • @fulgenciaekka7716
    @fulgenciaekka7716 13 ชั่วโมงที่ผ่านมา

    Right kotha koisa

  • @bhrigukalita6479
    @bhrigukalita6479 3 วันที่ผ่านมา +5

    কি কম কবলৈ ভাষা নাই

  • @kumarkaushik5873
    @kumarkaushik5873 23 ชั่วโมงที่ผ่านมา

    বহুত শিক্ষিত মানুহ থকাজেন পালোঁ তেওঁলোকে এনেকুৱা কৰিলে

  • @bharatswargiary8285
    @bharatswargiary8285 2 วันที่ผ่านมา +3

    Vogoban social media t nathake... Just photo khn upload korisil. Tai gom paise vul hoise buli heikarone nijor social media falor pora khyomaw khujuse... Kio aneke koribo lage?

  • @the_raj469
    @the_raj469 2 วันที่ผ่านมา +4

    তেওঁ যিহেতু ভুল হল বুলি মানি লৈছে কথাটো সিমানতে সামৰণি মাৰিব লাগিছিল এনেকৈ দাদাগীৰি দেখাই ভিডিও বনায় সামাজিক ম্যাধমত দি তেওঁৰ আত্মসন্মানত আঘাত দিছে

  • @KritarthaVlog2010
    @KritarthaVlog2010 2 วันที่ผ่านมา +1

    You are right bikash

  • @skchetri842
    @skchetri842 2 วันที่ผ่านมา +5

    Sorry khujise eitu khekh koribo lagisil athu Kara dorkar naasil

  • @ASHISH-el9ee
    @ASHISH-el9ee 2 วันที่ผ่านมา +5

    7:13 xeitu e tu .. axom ses sala.. Ses mane axom ses nhoi .. moi koisu xunok kunu ekhon state t 3-4 jon manuh r vulor babe gutei state r bodnami hoi so axom r khetrot u ekei hoise.. Lajj lagise enekua manuh amar state t ase ..

  • @tulyajitsaikia7515
    @tulyajitsaikia7515 22 ชั่วโมงที่ผ่านมา

    Jai Aai Axom Kela ❤❤

  • @mrinalikashyap56
    @mrinalikashyap56 2 วันที่ผ่านมา +4

    Over dominancy of one caste and showing inferior to minority

  • @dhananjayrabha5166
    @dhananjayrabha5166 2 วันที่ผ่านมา +4

    আমি শুনা মতে বা দেখা মতে তেওঁক কোনেও মাৰ পিত কৰা নাই, তেওঁৰ attitude অৰ লগতে আৰু লৰাখিনিক সুৰাপান কৰি ধমকী দিয়া বুলি মিছা বদনাম কৰা কাৰণে আৰু 2দিন ধৰি লৰাখিনিক অপক্ষা কৰোৱাৰ কাৰণে তেওঁক ইমান খিনি কৰা হৈছিল। প্ৰথম দিনাই যদি আহি ৰাইজৰ আগত বা নামঘৰৰ আগত আহি ক্ষমা টো খুজিলে হৈ কোনেও একো নকলে হৈ ।

    • @dhananjayrabha5166
      @dhananjayrabha5166 2 วันที่ผ่านมา

      Marry Christmas বুলি দিয়া টো ডাঙৰ নহৈ, আমিয়ো সকলো ধৰ্মকে সন্মান দেও, মাত্ৰ জগা ঠিকনা চাই wish কৰিব লাগে। আমি যদি কোনোবা এটা গীৰ্জাত গৈ জয় শ্ৰী কৃষ্ণ, হৰ হৰ মহাদেৱ, জয় শ্ৰী ৰাম বুলি কও বা caption লিখোঁ সিহঁতৰ সহ্য হব জানো? নিতশৈ নহৈ।

  • @assam6916
    @assam6916 2 วันที่ผ่านมา

    বেছি কৰিছে ইহঁতে অলপ ।। নিজক মহান সজাব খুজিছে

  • @bipulsenapati84
    @bipulsenapati84 2 วันที่ผ่านมา +4

    June korise aibur kam hei kitak police cash dibo lage.

  • @kailashvlogs9203
    @kailashvlogs9203 2 วันที่ผ่านมา +1

    Justice for milon da

  • @papusaikia60
    @papusaikia60 2 วันที่ผ่านมา +2

    It is not the way 😢. Respect is needed.

  • @abdurrouf8816
    @abdurrouf8816 2 วันที่ผ่านมา +1

    Justice for newzboy😢😢

  • @RahulThapa-fo4ml
    @RahulThapa-fo4ml 2 วันที่ผ่านมา +14

    Amar nepali . nepali a hoi thakibo . Jai Gorkha 😮

  • @Nobojil
    @Nobojil วันที่ผ่านมา

    Milan bro we support you always

  • @hacker_10Million0
    @hacker_10Million0 2 วันที่ผ่านมา +1

    Justice for milan da

  • @santukonwar8184
    @santukonwar8184 2 วันที่ผ่านมา +10

    Amar sivasagar or lora atak kori dekhabo lagisell 😢
    #বীৰ_লাচিত_সেনা ❤

    • @fitt2funn859
      @fitt2funn859 2 วันที่ผ่านมา +1

      raak t ajone poisa tulibo ahisil hajo t 1 lakh lage buli koisil.. bandhi thoisil.. eat sivsagar buli kotha nai bopai

    • @bishaldeka9450
      @bishaldeka9450 11 ชั่วโมงที่ผ่านมา

      ধৰ্ম ত থাক

  • @mantubodo4737
    @mantubodo4737 2 ชั่วโมงที่ผ่านมา

    Kisuman manhu ase power ase bule domdea lebel dukai duk lage anekua dekape😢😢😢

  • @rituchetry3825
    @rituchetry3825 2 วันที่ผ่านมา +11

    #justicefornewzboy

  • @gamingxon2278
    @gamingxon2278 2 วันที่ผ่านมา +1

    Merry christmas to all commitee members,,,,,

  • @bkdtv1877
    @bkdtv1877 2 วันที่ผ่านมา +2

    ভুল হৈছে ক্ষমা খুজিছে ঠিকে আছে.....একো মাৰপিত যে নকৰিল😢

    • @signyt5054
      @signyt5054 2 วันที่ผ่านมา

      Are bhai kaika galti huwa h usse us photo me aisa kuch tha hi nahi aisehi usko mafi mangwa jaa raha h fir bhi bande ne kuch bola nahi mafi manga

  • @riderboylakhampur4139
    @riderboylakhampur4139 13 ชั่วโมงที่ผ่านมา

    Justice for news boy

  • @renuborah8910
    @renuborah8910 2 วันที่ผ่านมา +1

    Milan sharma jindabad

  • @bishaldeka9450
    @bishaldeka9450 11 ชั่วโมงที่ผ่านมา

    আগতে নিজৰ ধৰ্মটো respect কৰা

  • @YuvrajDehingia
    @YuvrajDehingia 2 วันที่ผ่านมา +1

    ভগৱান ৰ নামত কলংক হনিছে কিছুমান মানুহ হে😢

  • @Nextlevel202
    @Nextlevel202 2 วันที่ผ่านมา +1

    মোৰ মতে এই ডাঙৰ ডাঙৰ অনুষ্ঠান পাতি লাভ নাই। কিয়নো সকলো মানুহৰও ভুল হয়,তাৰ পাছতটো ভুলটো জানি ক্ষমা সুজা পাছটো, সঁচাকৈ মানুহজনক বুজি লাগিছিল। বেয়া লাগে এনেকুৱা কথা জানিব পাই 😢 ।
    Milon ❤❤

  • @birsingdaimary793
    @birsingdaimary793 2 วันที่ผ่านมา +2

    Defamation case should be filed 😐

  • @pranjalRadhe
    @pranjalRadhe 21 ชั่วโมงที่ผ่านมา

    আপোনালোকৰ ভূল কʼত লোকব আপোনালোক ইমান ডাঙৰ নহয়।।

  • @zishanamin4745
    @zishanamin4745 2 วันที่ผ่านมา +1

    Take action to those people

  • @samirnarzary8064
    @samirnarzary8064 วันที่ผ่านมา

    That's why education is important

  • @storyblockses
    @storyblockses วันที่ผ่านมา

    অসমীয়া নেপালী বা গোর্খালি বুলি হিংসা কৰিছে 😢 😢😢

  • @journeyofmanoj
    @journeyofmanoj 23 ชั่วโมงที่ผ่านมา

    এনেকুৱা হোৱাটো অতি দূৰ্ভাগ্যজনক... কথাখিনি আলোচনাৰ মাজৰে solve কৰিব লাগিছিল.. লগা হলে তেওঁক Video এটা Post কৰি ক্ষমা খুজিব কব লাগিছিল।

  • @Niharscreation
    @Niharscreation วันที่ผ่านมา

    Justice for Milan sharma.

  • @gloria-pa7037
    @gloria-pa7037 10 ชั่วโมงที่ผ่านมา

    Merry christmass..