আজিও মন যায় ক'বলৈ মই অৰুণ দাসে কৈছোঁ...

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 เม.ย. 2022
  • ▶️ আপোনাক গাড়ী দিম, ঘৰ দিম, মাটি দিম। সৰলতাৰ সুযোগ লৈ কোনে কোনে ঠগি আহিছে অৰুণ দাসক? কিন্তু আজিও মন যায় ক'বলৈ মই অৰুণ দাসে কৈছোঁ...

ความคิดเห็น • 135

  • @manashidas9021
    @manashidas9021 2 ปีที่แล้ว +26

    অৰুণ দা বহুত প্রিয়, তেখেতৰ পত্নী যদি বিখ্যাত অনুপ জলোটা ৰ লগত যদি গীত গায়, মুম্বাই ত থাকে, তেন্তে অৰুণ দা ৰ কিয় এই অৱস্থা।

    • @pijumedhi
      @pijumedhi 2 ปีที่แล้ว +1

      I am having the same concern...

    • @PrinceRajAssam
      @PrinceRajAssam 2 ปีที่แล้ว +1

      Pinki das Mumbait kiyo ????

  • @reemakakati5695
    @reemakakati5695 2 ปีที่แล้ว +38

    দুৰ্বলী পালে মানুহে হেচাঁ মাৰি ধৰে । শিল্পীৰ প্ৰকৃত মৰ্যদা পালে ভাল লাগিব।

  • @sauravbarua9035
    @sauravbarua9035 12 วันที่ผ่านมา

    I can forget this first Rock of assam who had modernize Assamese songs after that then came jitul and zubeen salute to Arun das sir

  • @kalpanarajkumar4960
    @kalpanarajkumar4960 2 ปีที่แล้ว +26

    বহুত দিনৰ পিছত দেখিলো,ভাল লাগিল আপোনাৰ গান শুনি ।

  • @akashjyotiborah1039
    @akashjyotiborah1039 2 ปีที่แล้ว +20

    অৰুণ ককাইদেউ ওচৰৰ পৰা সাৱটি ধৰি কান্দিবলৈ হে মন গৈছে ---😢😢 অসমীয়া কিছু সংখ্যক মানুহবোৰ কিয় ইমান নিষ্ঠুৰ হয় । মানুহ চিনি পাবলৈ এতিয়াও বাকী আছে স্বাৰ্থপৰ নহব ৰাইজে অকণমান সহায় সহযোগিতা আগবঢ়াবলে দৰিদ্ৰ হৈ নাযায় । মই অৰুণ দা ওচৰত উপস্থিত হৈ মোৰ সাধ্য অনুযায়ী সহায় কৰিম ।

  • @k.m.education9692
    @k.m.education9692 2 ปีที่แล้ว +5

    Manuh jon bhut xahaj xorol asomiya manuh.....napai anekuwa kribo manuhar lgt beleg manuh e ......God bless him🙏

  • @papugogoi9158
    @papugogoi9158 2 ปีที่แล้ว +12

    প্ৰকৃত শিল্পী❤️❤️❤️

  • @gopalsaikia.3646
    @gopalsaikia.3646 2 ปีที่แล้ว +6

    সঁচাকৈ বহুত দুখ লাগিচে.সকলোৱে মাএ এবাৰ ভাবীবচোন এজন প্রাঃবয়স লোকৰ চকুত যেতিয়া চকু পানী ওলাই কীমান দুখ মনত থাকীব লাগিব.আৰু চকুপানী ওলাওতে কীমান বুকোখন বীষাই কীমান যে হুগে খোনদা মাৰী ধৰে বুজাবনোৱাৰী.ভাবকচোন.অৰুন দা আপুনি সদাই ভালে থাকীব ভগৱানৰ ওচৰত প্রাথনা মোৰ.

  • @bhaskargogoi8716
    @bhaskargogoi8716 2 ปีที่แล้ว +9

    অৰূণ দা ভালে থাকক....❤

  • @simpleandyummy4588
    @simpleandyummy4588 2 ปีที่แล้ว +8

    অনুপম দা এজন সহায়ৰ প্ৰয়োজন থকা লোকৰ লাখুতি হওঁক আপুনি ।আপোনাৰ প্ৰচেষ্টা শলাগিব লগীয়া

    • @yashminbegum7602
      @yashminbegum7602 2 ปีที่แล้ว

      Ajir manuh bor Akekouai dada Sathopor

  • @dlocalboy4892
    @dlocalboy4892 2 ปีที่แล้ว +23

    Keyboard বজোৱা জনে চকু পানী টুকি আছে, কথাবোৰ শুনি।

  • @pijumedhi
    @pijumedhi 2 ปีที่แล้ว +4

    Arun Das... A legendry in Assamese Music domain...I enjoyed multiple stage shows during Bihu festival in my childhood... lets pray to God for his good health and beautiful future... Life is learning process and Age factor shouldn't come in between that... Thanks ...

  • @hrittikkalita2768
    @hrittikkalita2768 2 ปีที่แล้ว +6

    A famous singer❤❤❤

  • @romaborah5461
    @romaborah5461 2 ปีที่แล้ว +9

    বহুত ভাল লাগে আপোনাৰ গান শুনি।

  • @anupam3301
    @anupam3301 2 ปีที่แล้ว +2

    এজন সংগীত কৰ্মীৰ এনেকুৱা অৱস্থা দেখি বৰ দুখ পালো

  • @rubihazarika992
    @rubihazarika992 2 ปีที่แล้ว +4

    খুবেই সুন্দৰ ।অনুপম দা

  • @chshekharnath86
    @chshekharnath86 2 ปีที่แล้ว +4

    😭😭😭😭bohut dukh lagise ktha bor huni 😭😭😭😭

  • @harikantagogoi2607
    @harikantagogoi2607 2 ปีที่แล้ว

    Anupam Da... 🙏🙏🙏 Hasakoi enekua bahut manuhak apuni ako keidinmaan jeeai thakiba hahakh diye ...god bless you...

  • @rashmigoswami7332
    @rashmigoswami7332 2 ปีที่แล้ว +4

    দাদা আকৌ আগৰ অৱস্থালৈ ঘূৰি আহক।আমাৰ শুভকামনা থাকিল দাদা আপোনালৈ।

  • @ashinikumargogoi
    @ashinikumargogoi 2 ปีที่แล้ว +3

    চৰকাৰ, আৰু আমাৰ ভিন্ন সামাজিক সংগঠনবোৰে গুৰুত্ব দিয়ক এনে শিল্পীক। বিশেষ ভাবে চৰকাৰে সন্মন দিয়ক। ৰাতিৰ ভিতৰত শিল্পী হোৱা বহু শিল্পী আছে

  • @jehiruddinahmed5181
    @jehiruddinahmed5181 9 หลายเดือนก่อน

    অৰুণদাক বহুত দিনৰ পিছত দেখা পাই আপ্লুত হৈ পৰিছো । গীতবোৰ শিৰে শিৰে বৈ গৈছে। বৰ্তমান অৰুণদাৰ আটাইতকৈ নিজৰজনে সাৱটি লৈ লগত ৰাখক, মৰম কৰক, যত্ন ল‌ওক । পৰৰ ওপৰত আশা নকৰিব।

  • @khogenko2002
    @khogenko2002 2 ปีที่แล้ว

    Moja nk

  • @trishnasmultivlogs5668
    @trishnasmultivlogs5668 2 ปีที่แล้ว +5

    আমি আগ্ৰহী আপোনাৰ অনুষ্ঠান চাবলৈ
    আনে কি কয় বাদ দি নিজৰ কামৰ মাজলে আহক আৰু দেখুৱাই দিয়ক পুৰণা শক্তি।। মোৰ বোধেৰে এতিয়াও পুৰণি গীত ভাল পোৱা বহুত মানুহ আছে মোৰ দৰে ❤️ ভালে থাকক আপুনি ❤️

  • @chaofu_konsurajit5482
    @chaofu_konsurajit5482 2 ปีที่แล้ว +3

    একদম সঁছা কথা যে আমাৰ নিজৰ মানুহে সুবিধা পালে দুৰ্বলতা সুযোগ পালে হেঁচা মাৰি ধৰে, আমাৰ সমাজখনেই এনেকুৱা।

  • @binodkalita4583
    @binodkalita4583 2 ปีที่แล้ว

    ei xilpi janak akhan progem diyak

  • @JitulChutia-xp9bk
    @JitulChutia-xp9bk 2 ปีที่แล้ว +5

    শিল্পী বিলাকেও ভালদিনত যধে-মধে টকা পইচা খৰচ নকৰি বৃদ্ধ সময়লৈ অলপ ৰাখিলে ভাল। কিয় কৈছো এই শিল্পী জনে নিজে কৈছে তেওঁৰ আগৰ এটা tv saw ত প্ৰকাশ কৰিছে ভাল দিনত মুম্বাই লৈ Flight অহা-যোৱা কৰিছিল অৰ্থাৎ ৰাইজৰ পাৰিশ্ৰমিকে এটা ভাল জীৱন নিৰ্বাহ কৰিছিল। মই সমালোচনা কৰা নাই বৰং অসমৰ শিল্পি সকলক বৃদ্ধ সময়লৈ অলপ সঞ্চয় কৰিবলৈ হে কৈছো। সকলোৱে জুবিন,পাপন ৰ দ্বৰে well establish নহয়.......

  • @pranjalsingha574
    @pranjalsingha574 2 ปีที่แล้ว

    You are great Arunda. We never forget you. I feel you have dignity. Pl. Keep your music.

  • @abinashsarma3395
    @abinashsarma3395 2 ปีที่แล้ว +3

    Bohut dukh lagise ... Get well soon respect🙏🙏 Zubeen da apuni Arun da logt next year program koribo

  • @rintubordoloi6015
    @rintubordoloi6015 2 ปีที่แล้ว +2

    তেখেত সদায় এনেদৰে তৰুণ হৈ থাকে। আমাৰ মাজত আমি সেয়াই বিচাৰোঁ। তেওঁ rock star

  • @sanjibhazarika6498
    @sanjibhazarika6498 2 ปีที่แล้ว +4

    Ayursundra super speciality hospital a dada r bemarr gotei daietto bohon koribo.....jete dada hodai vale thake......

  • @bitupanranjita8299
    @bitupanranjita8299 2 ปีที่แล้ว

    So sed 😭😭😭😭

  • @karchoproductionpresent6069
    @karchoproductionpresent6069 2 ปีที่แล้ว +1

    Bohut bhal lagise Arun Dasok pai

  • @sarataxom1651
    @sarataxom1651 2 ปีที่แล้ว +3

    সকলো নতুনেই এদিন পুৰণি হয় ।। এয়া
    প্ৰকৃতিৰ চিৰসত্য নিয়ম গতিকে নতুন পুৰণি নোহোৱৰ আগতেই নিজক আৰ্থিক ভাৱে স্বাবলম্বী কৰি ৰাখিব লাগে।।

  • @divyarunkalitadipankar684
    @divyarunkalitadipankar684 2 ปีที่แล้ว +1

    Moi xorure pora xunisu eijon mahan xilpir geet.......mor bohut val lage..........aru bhogobane Arun Dak xodai bhale kukhole rakhok taar karane prarthona korisu

  • @sangitasaikia2927
    @sangitasaikia2927 2 ปีที่แล้ว +1

    God bless you arun da

  • @deepjyoti9992
    @deepjyoti9992 2 ปีที่แล้ว +2

    Vl lagil ❤️

  • @entertainmentexpress7144
    @entertainmentexpress7144 2 ปีที่แล้ว

    real artist

  • @Abhishekbora669
    @Abhishekbora669 7 หลายเดือนก่อน

    Rip🙏🙏

  • @nathpradip1599
    @nathpradip1599 2 ปีที่แล้ว +2

    আপোনাৰ গান মই শুনিছো ৷তেতিয়া শ্ৰাব্য কেছেটৰ দিন আছিল

  • @kanakrabha3239
    @kanakrabha3239 2 ปีที่แล้ว

    জুবিন দা হতে চিনি নাপাই নেকি এই শিল্পী জনক

  • @abhijitborthakur2716
    @abhijitborthakur2716 2 ปีที่แล้ว

    Superb Arun sir God bless you

  • @mymusic7046
    @mymusic7046 2 ปีที่แล้ว +2

    মই এতি মুকলি পখি ।এই গানতো মোৰ বৰ ভাল লাগে।

  • @dipalisonowal2432
    @dipalisonowal2432 2 ปีที่แล้ว

    তেখেতৰ কথাবোৰ শুনি দুখ লাগিল ।

  • @gautamdeka5391
    @gautamdeka5391 2 ปีที่แล้ว +1

    Nice

  • @kjeng9809
    @kjeng9809 2 ปีที่แล้ว

    😔😔😭❤️

  • @pulinjitdas8656
    @pulinjitdas8656 2 ปีที่แล้ว +1

    Good intereview

  • @Bishwa491
    @Bishwa491 2 ปีที่แล้ว

    Dhunia 🙏♥️

  • @raja5491
    @raja5491 2 ปีที่แล้ว +1

    সাংস্কৃতিক বিভাগৰ মন্ত্ৰীয়ে দেখাই নাপায় এওঁলোকক।

  • @kabotasarma2252
    @kabotasarma2252 2 ปีที่แล้ว +3

    Bahut kandilo😭😭😭😭😭😭😭 please zubeen da aapuni aabar Arun dar kakhat jaok. Please🙏🙏🙏🙏🙏🙏 zubeen da help.

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 2 ปีที่แล้ว

    NK tv লৈ আন্তৰিক ধন্যবাদ যে অৰুণ দাক এইদৰে পুনৰ ৰাইজৰ মাজলৈ আনিলে৷

  • @madhabchboniajadab1086
    @madhabchboniajadab1086 2 ปีที่แล้ว

    It's really very heart

  • @tulyaboruah7078
    @tulyaboruah7078 2 ปีที่แล้ว

    অৰুণ তুমি দূৰন্ত তৰুণ । তুমি পুণৰ চেষ্টা কৰা আগৰ দিনৰ দৰেই তোমাৰ নিজা তাপ আৰু পোহৰ দুয়োটাই বিদ্যমান । তোমাৰ উদয় হোৱাৰ গম পাই নিশাৰ সেই ডাইনী ভূত বিলাক আঁতৰি যাব । তেতিয়া মাঠো কেৱল আকাশত অৰুন হে জিলিকি ৰ'ব । অকৌ নতুন প্ৰভাত হ'ব অৰুনদা আমি অতি আশাৰে বাট চাই ৰলোঁ তোমাৰ নতুন নতুন গান শুনাবা বুলি.......🙏🙏🙏

  • @tileshwarkaman5528
    @tileshwarkaman5528 2 ปีที่แล้ว

    Good bless you

  • @banjitchangmai4047
    @banjitchangmai4047 2 ปีที่แล้ว +18

    কোনোবাই দেখুওৱা পাছত... সকলো এ আৰম্ভ কৰি দিয়ে.. খবৰ লোৱা

  • @sikhamonidas7723
    @sikhamonidas7723 2 ปีที่แล้ว

    Hi

  • @basantagogoi5544
    @basantagogoi5544 2 ปีที่แล้ว

    God bless you 🙏🙏🙏

  • @assamesepritam2746
    @assamesepritam2746 2 ปีที่แล้ว +2

    আজিৰ দিনত পুৰণি গান বোৰ বিলুপ্ত হবলৈ গৈ আছে

  • @dulalrajkhowa2428
    @dulalrajkhowa2428 2 ปีที่แล้ว +3

    NK tv aponi atiya sini paise nnn good

  • @tulumonigogoi8385
    @tulumonigogoi8385 2 ปีที่แล้ว +1

    কথাখিনি শুনি আৱেগিক হৈ গ'লোঁ

  • @RajuDas-op3yg
    @RajuDas-op3yg 2 ปีที่แล้ว

    Bout dukh loga kotha mam aapuni val kotha koice 😭

  • @jatinborsaikiaofficial842
    @jatinborsaikiaofficial842 2 ปีที่แล้ว +3

    আপোনাক চিনিয়ে নাপওঁ কাৰণ আমি নতুন প্ৰজন্মৰ এই যুগত আপোনাক যদি চিনাকি দিয়া হলে আমি চিনি পালোঁ হয় ইমান এজন ডাঙৰ শিল্পী আজি Kiowa নিমাত আৰু দুৰ্ভাগ্য অৱস্থা হব লগা হল সেয়া হয়টো স্বাভাৱিক । সকলোৱে জানিব যেতিয়া তেওঁক মিডিয়া হওক বা তেওঁক এজন শিল্পী বুলি উচিত প্ৰাপ্য সন্মান সহকাৰে দিলে হয় তেতিয়া হয় টো মনত থল হয় বা জানিলে হয় সকলোৱে কিন্তু নাই । ইমান এজন মহান শিল্পীক যদি আমি সকলোৱে এনেকুৱা দুৰাবস্থা কৰো আৰু পাহৰি পেলাইছে তেন্তে জুবিন গাৰ্গ কোঁ চিনি বলে কঠিন হব এদিন নতুন প্ৰজন্মই....

  • @shiva8635
    @shiva8635 2 ปีที่แล้ว

  • @anjanrajbongshi6249
    @anjanrajbongshi6249 2 ปีที่แล้ว +3

    এইখন অসমত জীয়াই থাকোঁতে সন্মান দিব নাজানে,,মৰাৰ পিছত হে সন্মান দিব আগবাঢ়ি আহে

  • @pankajtamuli8970
    @pankajtamuli8970 2 ปีที่แล้ว +3

    বহুত দিনৰ পাছত দেখিলোঁ , কিন্তু মই কথা এটা কও যিবোৰে নিজকে শিল্পী শিল্পী বুলি কৈ থাকে গোটেই বোৰে যদি 1000 টকা দিয়ে তেতিয়া তেওঁ সেই অৱস্থা নহৈ , নিজকে শিল্পী সজাব হলে এইবোৰ সৰু সৰু কাম কৰি গলে নিজৰ লগতে কোনোবা এজনৰ সহায় হৈ , কথা খাৰ যদি কাৰোবাক আঘাত দিছে ক্ষমা কৰিব , 🙏🙏🙏

  • @prabhatsingha1420
    @prabhatsingha1420 2 ปีที่แล้ว

    I want to meet with this Legend .pse.flash his address. His every song is very heart touching as I feel. His ideology and life style has something similarities with me.

  • @hukangamer8670
    @hukangamer8670 2 ปีที่แล้ว

    Legends never die

  • @arindombaruah8504
    @arindombaruah8504 2 ปีที่แล้ว

    Respect this Person....Request other Artist to give some financial support as per their Choice.

  • @jayantaborgohain1383
    @jayantaborgohain1383 2 ปีที่แล้ว

    Bohut dukh loga kotha jibonot aenekura dada bay bhoni thakibo pare

  • @sanjoykutum7748
    @sanjoykutum7748 2 ปีที่แล้ว

    🙏🙏🙏💐

  • @travellerajs9929
    @travellerajs9929 2 ปีที่แล้ว

    ধন্যবাদ NKtv....তেখেতক বাকীবোৰ চেনেলেও আদৰি আনি অনুষ্ঠান পৰিৱেশন কৰিব বুলি আশা কৰিলোঁ।

  • @anupomborgohainanupomborgo8582
    @anupomborgohainanupomborgo8582 2 ปีที่แล้ว

    🙏🙏🙏

  • @navanitasharmamusical207
    @navanitasharmamusical207 2 ปีที่แล้ว

    Anupam da thnx apuni eigoraki xilpik mati jibonor xomogro ktha xudhile kintu dada apuni j bare bare teok apunr ei abastha kio hol ..apuni regreat feel kore nki eibur hudhi ase ebaru vabisene teo j kosto kiman pabo pare ? Thik ase ebar apuni apunr xudhibo loga tu hudhile raijeo jihetu janibo bisare kintu bare bare ekekhini e ktha xudhi manuhjonk sage dukh diya hoise kunubakhinit ..tatke teok positive koribole olop try korile olop dukh bur pahoribo paribo sage eya mur personal anuvob..🙏🏻

  • @utpaldas4341
    @utpaldas4341 2 ปีที่แล้ว +2

    সচাকৈ বেয়া লাগিল!কেইদিন মান আগত এই Intervew 2 হ'লে নিশ্চয় ফাংচন পালে হয়!

  • @ankurboruah3072
    @ankurboruah3072 2 ปีที่แล้ว +3

    আপোনাৰ মাত টো বহুত সুন্দৰ । আপোনাক ভগমানে মঙ্গল কৰক তাৰে কামনা কৰিলোঁ🙏🙏।

  • @kabotasarma2252
    @kabotasarma2252 2 ปีที่แล้ว

    Arun da aapuni i vagaban. Aami aso

  • @pankajtamuli8970
    @pankajtamuli8970 2 ปีที่แล้ว +1

    আৰু এটা কথা কোৱা উচিত হব যে , সেইখকল শিল্পীক আপোনাকে বিচাৰি পাব , আমাৰ দৰে সাধাৰণ মানুহে বিচাৰি নাপাওঁ, উলিয়াই আনক ৰাইজে সহায় কৰিবই , আৰু আপুনালকে trp pabo

  • @pakhi_meli_jaa_uri
    @pakhi_meli_jaa_uri 2 ปีที่แล้ว

    🙏🙏🙏😔

  • @axomhemanta1167
    @axomhemanta1167 2 ปีที่แล้ว +1

    সঁচাই মানুহ বোৰ যে কিহৰ বাবে উথিছে

  • @debasishburagohain7564
    @debasishburagohain7564 2 ปีที่แล้ว

    😢😢

  • @manashpratimassam8879
    @manashpratimassam8879 2 ปีที่แล้ว

    Baideu jodi Mumbai t thake tetiyahole dada guwahatit kiyo thake

  • @decorationdaycare1543
    @decorationdaycare1543 2 ปีที่แล้ว

    So sad to see this , kisuman manubur enekuwaye.

  • @sanatankotha376
    @sanatankotha376 2 ปีที่แล้ว +1

    Derikoi hole matise je tar karne dhanyabad

  • @ilovemybharat2255
    @ilovemybharat2255 2 ปีที่แล้ว +1

    Manuhor insaniyat Mori ase lahe lahe....xilpi xokole xilpik pahori jai.....

  • @lsd4889
    @lsd4889 2 ปีที่แล้ว

    cih mnh k enekuwa krb nalage dei..... mnt aghat paiso aji...😢

  • @mainakakati26
    @mainakakati26 2 ปีที่แล้ว

    Bohut tajade asa dai . Manokhekek dukh

  • @mintukalita7055
    @mintukalita7055 ปีที่แล้ว

    Aaron Das Dak Ari.Arun Dak Moi Sarutai A A U Logk Paiclo.

  • @chandanadeka8618
    @chandanadeka8618 2 ปีที่แล้ว

    Best singers

  • @bhaskarjyotideka3821
    @bhaskarjyotideka3821 2 ปีที่แล้ว

    Punor platform akhn dbo lage. . . . Teor sristir proti honman jonai

  • @tridipdoley5902
    @tridipdoley5902 2 ปีที่แล้ว

    Cm sir e eta flat ru eta pension diyatu bhal asil..🙏🙏🙏❤️❤️❤️

  • @sushilray553
    @sushilray553 2 ปีที่แล้ว

    This is what happened in Assam,there is no scope for Artists. Popularity in Assam is a short term business. Yes it's a business sir . No-one is going to remember you sir. There should be a stage or a platform for all legendary singers.

  • @falcoaves9980
    @falcoaves9980 2 ปีที่แล้ว

    Arunda buli manuh ejn k ami herai pelaisu ru xodai jiyai rakha usit enekua ejn manuh k

  • @rexonax124
    @rexonax124 2 ปีที่แล้ว

    Cultural minister hui ase nakot tel di

  • @BittuMjMusic
    @BittuMjMusic 2 ปีที่แล้ว

    Golden Man. Account no share kribo 🙏

  • @BijoyDas-uq3ec
    @BijoyDas-uq3ec 2 ปีที่แล้ว

    Bhot dhukito mi ata xoru lora jodi parilu hoi xohai krilu hoi..but zubeen garg ouk bht Val pau jodi pare zubeen dai alop help korok bht ouk krisy but auk krok zzubeen da Hartley rqst 🙏

  • @bidyutgogoi9920
    @bidyutgogoi9920 2 ปีที่แล้ว +2

    Arun da aponar potni logot nathake niki.

    • @Manjit_ray
      @Manjit_ray 2 ปีที่แล้ว +1

      Taketo ......mumbair pora he kole teo

  • @deepadutta5843
    @deepadutta5843 2 ปีที่แล้ว

    Kot thaka baru tao moi log korib bisaro taok plz adress to dib naki

  • @BijoyDas-uq3ec
    @BijoyDas-uq3ec 2 ปีที่แล้ว

    Rocking star aeu hai aji hai ulaisy aeu dekhi so sob xilpi a alop help krok plzz

  • @BLGEntertainmentASSAM
    @BLGEntertainmentASSAM 2 ปีที่แล้ว

    Ketiau karu sokut nopore manuhburor matro diba thogbaje koribole

  • @hpproduction-arundeka8939
    @hpproduction-arundeka8939 3 หลายเดือนก่อน

    Ki kom bhakha bisari poa nai..

  • @kakudas3887
    @kakudas3887 2 ปีที่แล้ว

    অনুপম দা আপোনাৰ ফোন নম্বৰটো দিয়ক ছোন ৷