হিমন্ত বিশ্ব শর্মাৰ ভুলৰ যাতে পৰিণতি ভুগিব নালাগে বিজেপিয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 12 พ.ย. 2024

ความคิดเห็น • 15

  • @taradoi7957
    @taradoi7957 3 วันที่ผ่านมา +9

    মোৰ মনৰ দৃষ্টিৰে------------------
    যি কম সঁচা কম -------------
    প্ৰকৃতিৰ প্ৰতি একেবাৰে দায়বদ্ধ নথকা এজন মুখ্যমন্ত্ৰী ।অদুৰদশী' ,অ চিন্তাশীল ব্যক্তি । মিচা কথাৰ ভড়াল । সম্পূৰ্ণ জাতিদ্ৰোহী ব্যক্তি ।

    • @rubilaskar8874
      @rubilaskar8874 3 วันที่ผ่านมา +2

      হিমন্ত মূৰ্দাবাদ |

  • @anilgoswami2238
    @anilgoswami2238 3 วันที่ผ่านมา +6

    ৰাইজৰ ভোটেৰে নিৰ্বাচিত চৰকাৰ এখন যেতিয়া স্বেস্বাচাৰী, বৰ্বৰ হয় !!!!!

  • @jeetbaro4882
    @jeetbaro4882 2 วันที่ผ่านมา +2

    প্ৰণাম 🙏 জনাইছোঁ প্ৰতিবাদ কৰিব ওলাই অহা লোকসকলক।
    নিজকে ৰজা বুলি ভবা হৈছে আৰু এইজনে। যি মন যায় তাকেই কৰিব লয়।
    নিৰ্বাচনৰ সময়ত ৰাইজে মনত ৰাখিব এইবোৰ কথা।

  • @minahazarika7578
    @minahazarika7578 2 วันที่ผ่านมา +2

    মামাৰ কাৰনে bjpয়ে ভুগিব লাগিব

  • @indiraborgohain8277
    @indiraborgohain8277 3 วันที่ผ่านมา +2

    বৰ চতুৰ।। দুদিন মানৰ পাছত কেমেৰাৰ সন্মুখত ডাঙৰ মূখখন ওলিয়াই লৈ কৈ দিব চিন লগোৱা হৈছিল হাৰিয়ানাৰ পৰা অহা specialistতে এঠাই পৰা আন ঠাইলৈ স্থানান্তৰ কৰাৰ বাবে চিহ্নিত কৰিছিল বুলি।। নিজৰ দূখ আনৰ ওপৰত জাপি দি কৈ দিব চৰকাৰক অস্বিৰ কৰিবলৈ এচামে পৰিকল্পনা কৰিছিল বুলি কৈ দিৱ তাতেই কথা শেষ।।

  • @trilokeshbijoydas6006
    @trilokeshbijoydas6006 2 วันที่ผ่านมา

    এটিযায় চৰকাৰ কব কেই জন মানুহে আন্দোলন কৰিছে,

  • @guptasarmah8949
    @guptasarmah8949 2 วันที่ผ่านมา

    মহানাগৰিক নহয়, মহানগৰবাসীহে। মহানগৰত বাস কৰিলে মহানাগৰিক হৈ নাযায়।
    অসমত বৰ্তমান বনদস্যু বীৰাপান্নাৰ শাসন চলিছে। গছ বচাবলৈ নাগৰিক ওলাই আহিব লগাতো অতি দুৰ্ভাগ্যজনক কথা।

  • @TCF573
    @TCF573 3 วันที่ผ่านมา +1

    Nilaj . Himonto 😂😂😂

  • @pinkisarmah8400
    @pinkisarmah8400 2 วันที่ผ่านมา +1

    Sigom paine nai gossje amar maa koi aapun

  • @kowserlaskar-qt7kv
    @kowserlaskar-qt7kv 2 วันที่ผ่านมา

    Tree transplantation 😅

  • @jayantadutta1024
    @jayantadutta1024 2 วันที่ผ่านมา

    Kenee😂

  • @SerenePinkFlamingos-kz1vk
    @SerenePinkFlamingos-kz1vk 2 วันที่ผ่านมา

    Asomiya jaati druhi , Asomor Roja