LIVE | Gauhati University Marksheet Scam | GUৰ মাৰ্কশ্বীট কেলেংকাৰীত জড়িত ৮ জনক গ্ৰেপ্তাৰ N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ต.ค. 2024

ความคิดเห็น • 22

  • @ranjit19656
    @ranjit19656 3 หลายเดือนก่อน +2

    Online payment কৰাৰ পাছতো Student বোৰে নাপায় ফাইনেল Mark-sheet , Convocation অৰ নামত পইচা paid কৰা হল দুই বছৰ আগতে এতিয়ালৈকে convocation অৰ কাৰণে নামাতিল l জয় G U

  • @ArabindaRoy-v6l
    @ArabindaRoy-v6l 4 หลายเดือนก่อน +2

    বিজেপি চৰকাৰ নাথাকিলে এই অবৈধ চক্ৰটোৰ আঠজন ভদ্ৰলোক ধৰা নপৰিল হেঁতেন। আঠজন দুৰৰ কথা কোনো এজনো ধৰা নপৰিল হেঁতেন । যদি আন চৰকাৰ থাকিল হেঁতেন তেন্তে এই কুচক্ৰ টোৱে কোনো মন্ত্ৰী আমোলাৰ আশীৰ্বাদত অবাধে এই ব্যৱসায় চলাই থাকিব পাৰিলে হেঁতেন। আনকি সংবাদ মাধ্যম বোৰেও এইবোৰ জালিয়াতিৰ কথা ঘুনাক্ক্ষৰেও নাজানিলে হেঁতেন।আৰু জানিলেও সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলগীয়া হ'ল হেঁতেন।

  • @susilmahato6276
    @susilmahato6276 4 หลายเดือนก่อน +1

    আচলতে শিক্ষা িবভাগত কি হৈছে।চৰকাৰী ব্যৱস্থাপনা থকা সকলো বিভাগ বোৰত সঘনাই কিবা নহয় কিবা কেলেংকাৰী শুনিবলৈ পোৱাযায়।CM মহোদয় কিবা সমাধান সুত্ৰ উলিওৱাক নহলে ৰাজ্যখন ৰসাতলেযাৱ।

  • @aabha-assamesechannel1001
    @aabha-assamesechannel1001 4 หลายเดือนก่อน +1

    প্ৰত্যকতো department ততে investigation হব লাগে।বহু student ৰ জীবন ধংস কৰিছে।

  • @dharam1107
    @dharam1107 4 หลายเดือนก่อน +4

    সকলোতে কেলেংকাৰি ? কি হৈ আছে বাৰু ...?

  • @tapandas5309
    @tapandas5309 3 หลายเดือนก่อน

    ei bilak bohu agar pora choli ache..result Hslc Ahsec GU DU ..sokolo jorito..Dr phd..adi inquiry hobo lage...

  • @geetadas585
    @geetadas585 3 หลายเดือนก่อน +1

    Final exam result diboloi 1yr.kio lage ? Bad experience GU

  • @TulumoniGogoi-oi1oy
    @TulumoniGogoi-oi1oy 4 หลายเดือนก่อน

    এইখিনি ছাত্ৰ-ছাত্ৰীয়ে কষ্ট কৰি পঢ়ে এইখিনিয়ে এনেই ওপৰতে নম্বৰ পায় ।

  • @RanjitLahon-b2g
    @RanjitLahon-b2g 4 หลายเดือนก่อน

    শিক্ষা জগতৰ লগত খেলা কৰা সকলক ফাচি দিব লাগে । লাগিলে জোনে নহক।

  • @kalpanadas1724
    @kalpanadas1724 4 หลายเดือนก่อน

    বাতৰিহে দেখুরার নে উচিত ব্যৱস্থা লব হই এটা ডাঙৰ প্রশ্ন ??

  • @barbhuiyaabdul78
    @barbhuiyaabdul78 4 หลายเดือนก่อน

    Very sorry

  • @progressiveassistance8222
    @progressiveassistance8222 4 หลายเดือนก่อน

    So sad.............!

  • @shahjahanali6301
    @shahjahanali6301 4 หลายเดือนก่อน +2

    Sakori tu anekuwa hoi neki tik nai

  • @ummekhadijatunjannat5802
    @ummekhadijatunjannat5802 4 หลายเดือนก่อน

    B J P চৰকাৰৰ দিনত এনে হব নালাগিছিল !

  • @debakantasaikia9381
    @debakantasaikia9381 4 หลายเดือนก่อน +3

    Naam bur dibo lage😂

  • @harichandraboro8527
    @harichandraboro8527 2 หลายเดือนก่อน

    Baa

  • @gautamsarma8897
    @gautamsarma8897 4 หลายเดือนก่อน

    Natun Ainat Aniba lage cak Tu . Pura sasti diyak.

  • @aminrahul1977
    @aminrahul1977 4 หลายเดือนก่อน

    200

  • @sweetchildhood3479
    @sweetchildhood3479 4 หลายเดือนก่อน

    Rokibul Hussainay Baya paba . Sab agkota mal dekhon.

  • @digantapegu8977
    @digantapegu8977 4 หลายเดือนก่อน

    😂