XOPUN XORE | ORIGINAL SONG WITH LYRICS | PRABIN BORAH & BARSHA BORAH NEW ASSAMESE SONG |

แชร์
ฝัง
  • เผยแพร่เมื่อ 30 ก.ย. 2024
  • XOPUN XORE | PRABIN BORAH & BARSHA BORAH | ORIGINAL SONG WITH LYRICS | NEW SONG 2024 |
    AUDIO CREDITS:-
    Vocals:- Prabin Borah & Barsha Borah
    Lyrics & Composition:- Barsha Borah
    Music Arrangement:- Pincool
    Guitar:-Writuraj Gogoi
    Tablas & Perrcussion:- Raju Boruah
    Dholak:- Jitu Sharma
    Harmonium Programming and Design:- Bhabajit Mali
    Mix & Master :- Pincool
    Music Publisher:- Shopolo Music
    Recorded by Nilitpal @X_Noise sStudio
    Song Lyrics:-
    মন জোনাকত
    বলিয়া ডাৱৰে ৰচিব মৰম
    ৰঙ সাতোৰঙি
    আবেগৰ বুকুৱে গঢ়িব সপোন
    সৰি পৰা গোলাপৰ
    ভাগৰুৱা নিয়ৰৰ
    আধৰুৱা প্ৰেমৰ যেন কাহিনী আমাৰ...
    তুমি অহা বাবে সপোন সৰে
    অচিন সুৰে নিচুকায়
    উমি উমি জ্বলা হেঁপাহবোৰো
    তোমাৰ নামত মিলি যায়
    তুমি অহা বাবে সপোন সৰে
    অচিন সুৰে নিচুকায়
    উমি উমি জ্বলা হেঁপাহবোৰো
    তোমাৰ নামত মিলি যায়
    প্ৰভাতি পোহৰে
    ৰাঙলী হৃদয়ে
    বিচাৰি তোমাকে
    স্মৃতি সোঁৱৰায়....
    আলাফুলে সামৰি
    স্মৃতি এমুঠি
    পাৰ হোৱা ক্ষণকো
    যতনে সাৱটি ...
    হাহিতে ফুলে তোমাৰ
    সুৰীয়া ৰাগিনী
    জীয়া জীয়া অনুভৱে
    ৰঙাব সেমেকা বাট
    প্ৰতি খোজে দিবহি তোমাৰ আভাস
    তুমি অহা বাবে সপোন সৰে
    অচিন সুৰে নিচুকায়
    উমি উমি জ্বলা হেঁপাহবোৰো
    তোমাৰ নামত মিলি যায়!
    Your Quaris:-
    Lyrical world 🌎
    lyrical world
    Xopun xore song lyrics
    xopun xore lyrics
    xopun xore karaoke with lyrics
    Xopun xore song
    Xopun XORE song
    Xopun xore
    XOPUN XORE
    xopun xore Assamese song
    Prabin borah
    New Assamese song
    trending Song
    Assamese song
    Assamese trending Song
    Prabin borah & Barsha Borah
    new song 2024
    Assamese new song 2024
    song
    Pincool
    Assamese romantic songs
    #XopunXore #ShopolomusicSelect #ShopoloMusic #probinborah
    #assamesesong #pincool #barshaborah

ความคิดเห็น • 15