হৰ্ডিঙচত নিজৰ পুত্ৰ জীয়ৰীৰ ফটো দেখি অভিভূত এজন পিতৃ || Jitumoni Neog ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ต.ค. 2024
  • হৰ্ডিঙচত নিজৰ পুত্ৰ জীয়ৰীৰ ফটো দেখি অভিভূত এজন পিতৃ || Jitumoni Neog ||

ความคิดเห็น • 104

  • @nurzamal9365
    @nurzamal9365 18 วันที่ผ่านมา

    God bless both of you ❤

  • @FatikDeka-dw3tf
    @FatikDeka-dw3tf 6 หลายเดือนก่อน +9

    এগৰাকী সফল অভিভাৱক সকলোৰে বাবেই শ্ৰদ্ধাৰ ব্যক্তি আৰু মহৎ উদাহৰণ

  • @KusumBora-gh5cq
    @KusumBora-gh5cq 5 หลายเดือนก่อน +1

    Good

  • @balendas4511
    @balendas4511 5 หลายเดือนก่อน +1

    নিজৰ লৰা ছোৱালী সফলতা লাভত অৰিহণা যোগাৱাৰ বাবে বহুত বহুত ধন্যবাদ।

  • @alpanapakgharandvlog6312
    @alpanapakgharandvlog6312 6 หลายเดือนก่อน

    🙏🙏🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +13

    তেওঁ এগৰাকী তীক্ষ্ণ বুদ্ধি সম্পন্ন লোক আছিল। এওক সুদীৰ্ঘ বহুত বছৰৰ পাছত এখেতক আজি দেখা পালে। এজন ভদ্ৰ মানুহ বুলি সেই সময়ত আলফাৰ মাজতো পৰিচিত আছিল। মনৰ হেঁপাহেৰে হেঁপাহেৰে সুখী হৈ থাকক আজীৱন।❤❤❤❤

  • @PrbinChutia
    @PrbinChutia 7 หลายเดือนก่อน +5

    সন্তান যদি ভাল হয়‌ আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সাধনা কৰে‌ লগতে অভিভাৱক সচেতন আৰু দায়িত্ব বোধ সম্পন্ন হয় তেন্তে সফলতা নিশ্চয় আহিব। আগুৱাই যোৱা। শুভেচ্ছা থাকিল। ধন্যবাদ।

  • @abdulhannan2198
    @abdulhannan2198 7 หลายเดือนก่อน +3

    Thanks a lot ,I also thinking that's.

  • @hemantaphukon7578
    @hemantaphukon7578 7 หลายเดือนก่อน +4

    ধন্যবাদ জনাইছো এজন সফল দেউতাক হিচাপে।

  • @dulalchandradas715
    @dulalchandradas715 7 หลายเดือนก่อน +1

    Bohut bhal aru daetyashil abhibhabok.thanks.

  • @sabitrisvlog721
    @sabitrisvlog721 6 หลายเดือนก่อน +1

    আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏 পিতৃ হিচাপে আপুনি সন্তান দুটি চিৰ ন্যমস ।❤ লগতে সকলো পিতৃ মাতৃ আপুনি আদৰ্শ।

  • @PronotiMohon
    @PronotiMohon 7 หลายเดือนก่อน +6

    🙏🙏 ভগৱানৰ সু দৃষ্টি ।তেওলোকৰ মনোবল ।

  • @nilimadoley123
    @nilimadoley123 7 หลายเดือนก่อน +4

    শুনি ভাল লাগিল, Thanks

  • @brojenkhargharia15
    @brojenkhargharia15 5 หลายเดือนก่อน

    Ha Mohan apoonak shots Koote pronam

  • @krishnadutta6194
    @krishnadutta6194 7 หลายเดือนก่อน +1

    God bless both of you.

  • @reetadeka5752
    @reetadeka5752 7 หลายเดือนก่อน +36

    সন্তান দুটিয়ে ভাল মানুহ হওঁক।পিতৃ-মাতৃৰ প্ৰতি সদায় সচেতন হওঁক।

  • @minusaikia9795
    @minusaikia9795 7 หลายเดือนก่อน +1

    ধন্যবাদ , ভাল লাগিল।

  • @kalpanaborah5701
    @kalpanaborah5701 7 หลายเดือนก่อน +4

    তেখেতলৈ শ্ৰদ্ধা জনালোঁ লগতে তেখেতৰ দুয়োটি সন্তান সৎ ব্যক্তি হোৱাৰ কামনা কৰিলো।

  • @poragjyotidutta5734
    @poragjyotidutta5734 7 หลายเดือนก่อน +4

    সুন্দৰ

  • @MaoBourah
    @MaoBourah 7 หลายเดือนก่อน +2

    Like father like son salute Kunal father❤

  • @Shantana_Rajkhowa
    @Shantana_Rajkhowa 7 หลายเดือนก่อน

    God bless them 🙏

  • @kamleswardeuri2327
    @kamleswardeuri2327 7 หลายเดือนก่อน +1

    Very nice step as a Father

  • @goubinchetry9924
    @goubinchetry9924 7 หลายเดือนก่อน +2

    Vall lgil sai dada..

  • @HiteshDeka-hp7nf
    @HiteshDeka-hp7nf 7 หลายเดือนก่อน +5

    নম্বৰ পোৱা লৰা ছোৱালী বছৰে বছৰে বহুত ওলাই কিন্তু অসমখনক মানুহ ৰ কথা হে ভৰা কম

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 7 หลายเดือนก่อน +3

    অশোক শৰ্মা দাদাক চিনি পাইছো। এখেত এসময়ত বিপ্লবী সঙ্গঠন আলফাৰ এগৰাকী প্ৰাক্তন সদস্য আছিল। এখেত আলফাৰ বিহপুৰীয়া শাখাৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। ভূল হোৱা নাই যদি এওঁৰ আলফাৰ নামটো সমুদ্ৰ গগৈ আছিল। এওঁৰ এগৰাকী সতীৰ্থ আছিল অলপতে আলফা আইৰ মৃত্যুদণ্ড পোৱা লক্ষীমপুৰ জিলাৰ সানদহখোৱা নিবাসী লাচিত হাজৰিকা ওৰফে চেলিম ওৰফে এ জেদ শিৰোনাম অসম। পৰিশেষত একালৰ বিপ্লবী অশোক শৰ্মাৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।

  • @M17-f5l
    @M17-f5l 7 หลายเดือนก่อน +23

    সুযোগ্য পিতৃৰ সুযোগ্য সন্তান৷ বহোত বহোত শোভকামনা তেখেতৰ পুএ কন্যালৈ❤❤

  • @dipakkumarbora8140
    @dipakkumarbora8140 7 หลายเดือนก่อน +1

    Great job ❤

  • @binadutta5703
    @binadutta5703 7 หลายเดือนก่อน +23

    আপোনাৰ মনৰ আশা পূৰ্ণ কৰক 🙏 ।ঈশ্বৰে আৰ্শীবাদ কৰক 🙏

  • @sarjinayasmin3519
    @sarjinayasmin3519 7 หลายเดือนก่อน +3

    Lucky father

  • @LipikaMedhi-i2v
    @LipikaMedhi-i2v 7 หลายเดือนก่อน +4

    Vaal lgil❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 7 หลายเดือนก่อน +27

    সন্তান দুটিয়ে পিতৃকো অবহেলা কৰিব নেলাগিব

  • @jibangogoi3824
    @jibangogoi3824 7 หลายเดือนก่อน +2

    Val lagil dada

  • @KakuduttaDutta
    @KakuduttaDutta 7 หลายเดือนก่อน +3

    Val lagil

  • @monjitadhikary4002
    @monjitadhikary4002 7 หลายเดือนก่อน +1

    ❤️

  • @monjulahazarikadas8802
    @monjulahazarikadas8802 7 หลายเดือนก่อน +1

    Thanks.

  • @mridulahazarika4592
    @mridulahazarika4592 7 หลายเดือนก่อน +1

    ল'ৰা ছোৱালী দুটা প্ৰথম ভাল মানুহ হয় তাৰ পাছত শিক্ষিএ হয় ।লগতে ভবিষ্যতে পিতৃ-মাতৃ ভাল দৰে যত্ন লয়

  • @kanaklalsutradhar6998
    @kanaklalsutradhar6998 7 หลายเดือนก่อน +2

    Good job Mr.Nitumani 👏 👍

  • @ramensharma54
    @ramensharma54 7 หลายเดือนก่อน +1

    Great 👍

  • @mayaranineog6549
    @mayaranineog6549 7 หลายเดือนก่อน +1

    চান আৰু আইজনী, আৰু বহুত আগুৱাই যোৱা আৰু খুৰা খুৰীৰ নাম বহোৱা । খুৰাৰ পৰা বহুত মানে দেশ বিদেশৰ কথা জানিব পাৰোঁ আমিও। খুৰাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ

  • @tarunhandique8106
    @tarunhandique8106 7 หลายเดือนก่อน +1

    ❤❤❤ pravur kripaa drishtee aasey🎉🎉🎉🎉

  • @amalchandrakalita2819
    @amalchandrakalita2819 7 หลายเดือนก่อน +1

    God is good

  • @alongkritabaruah6473
    @alongkritabaruah6473 7 หลายเดือนก่อน

    Bor xundor 👌

  • @GunaChutia-e5u
    @GunaChutia-e5u 7 หลายเดือนก่อน +1

    God. is. good

  • @ajitboruah7241
    @ajitboruah7241 6 หลายเดือนก่อน

    😊

  • @mamonipator3619
    @mamonipator3619 7 หลายเดือนก่อน +2

    Dhunia podokhyep ❤

  • @samarassamesevlogger593
    @samarassamesevlogger593 7 หลายเดือนก่อน +1

    Bor val lagil

  • @RiturajDas-ip4me
    @RiturajDas-ip4me 5 หลายเดือนก่อน +1

    😂😂😂😂😂

  • @jeutidas9651
    @jeutidas9651 5 หลายเดือนก่อน

    Real educated person

  • @ৰুণুগোস্বামী
    @ৰুণুগোস্বামী 7 หลายเดือนก่อน +3

    সুযোগ্য পিতৃ সুযোগ্য সন্তান ।🙏🙏
    ভিডিঅ টোৱে উঠি অহা প্ৰজন্ম ৰ সহায় হব ।

  • @allone2175
    @allone2175 7 หลายเดือนก่อน

    Bhaal lagil

  • @TarunBaruah-lv8li
    @TarunBaruah-lv8li 7 หลายเดือนก่อน +1

    Val lagil Ashok Dadar khabor janibo Pari. Tekhetor xontan dutir logote, sokoluke vogobane
    kuxole rakhok .

  • @smritirekhasarmah7510
    @smritirekhasarmah7510 7 หลายเดือนก่อน +1

    এই দৰে ভাল ভাল বাৰ্তা আশা কৰিলো

  • @nilimadoley123
    @nilimadoley123 7 หลายเดือนก่อน +2

    খুড়া, শংকৰে আপোনাক মঙ্গল কৰে যেন।

    • @sliceoflife1600
      @sliceoflife1600 7 หลายเดือนก่อน

      Shankardev bhogowan nhoi je teu mongol koribo. Teu u hori, ba raam usrle jua eta joriya he.. amiu Shankar xonghor manuh. Apunalukr nisina manuhr karone aan manuhe amar uporot hahe

  • @abhijitphukon3310
    @abhijitphukon3310 7 หลายเดือนก่อน

    এওঁ বাপেক হ'ল ঠিকে, কিন্তু প্ৰকৃত পিতৃ হ'ল। So thanks

  • @rajagamers0248
    @rajagamers0248 7 หลายเดือนก่อน

    bhut val kobor 👏👏

  • @arijitsaikia8439
    @arijitsaikia8439 5 หลายเดือนก่อน

    Bah Udoi da bah, khub bhal lagil apunar ei podkhep khub bhal korise aru apunar enedhirono sinta dharar babei apunak khodai bhal pau aru bhogobanor usorot mur parthona je apunak aru diok aru amar khomaz khonok aru aguwai niat khohayok houk, dhanyawad

  • @gungunrajkhowa3977
    @gungunrajkhowa3977 6 หลายเดือนก่อน

    Bhal Lagil .

  • @rekhagogoi322
    @rekhagogoi322 7 หลายเดือนก่อน +3

    Video tu sai bahut val lagil lagate bahut preranamulak aru Lara suwali keita jate akujan val manuh hoi lagate mak deotakar tyagak buji tekhethakalar mukhat jate hanhi biringai take kamana karilu .

  • @JLI321
    @JLI321 7 หลายเดือนก่อน +7

    Upojukto reporter upojukto parthy🎉🎉🎉🎉

  • @DPffx
    @DPffx 7 หลายเดือนก่อน +1

    Bohut val khobor . Pitree gorakiloi xewa jonalu

  • @DharitriDeka-i1f
    @DharitriDeka-i1f 7 หลายเดือนก่อน

    God is good ❤❤❤

  • @snehabaruah666
    @snehabaruah666 7 หลายเดือนก่อน

    অশোক দাদা ।কেনে আছা ?বহুত দিনৰ পিছত তোমাক দেখি আৰু তোমাৰ পুত্ৰ -কন্যাৰ খবৰে অভিভূত কৰিছে ।মনত আছে নে বাৰু আমাক ?ভগৱানে কুশলে ৰাখক সকলোকে।

  • @BibhutiGogoi-m2u
    @BibhutiGogoi-m2u 7 หลายเดือนก่อน +3

    Pita putro jiyori hokoluke salut

  • @progamet2185
    @progamet2185 6 หลายเดือนก่อน

    Good 🎉

  • @daisykalita4238
    @daisykalita4238 7 หลายเดือนก่อน

    Bahut bhal lagil

  • @parthagogoi2613
    @parthagogoi2613 7 หลายเดือนก่อน

    Vaal lagil

  • @MonikaBorah-cw6wk
    @MonikaBorah-cw6wk 6 หลายเดือนก่อน

    Nice

  • @barasharajbangshi719
    @barasharajbangshi719 7 หลายเดือนก่อน

    👍👍👍🙏🙏🙏

  • @BhanibalaHandique-xi8jc
    @BhanibalaHandique-xi8jc 7 หลายเดือนก่อน +2

    দেউতাক সেৱা জনাইছো

  • @pritomtamuli2060
    @pritomtamuli2060 7 หลายเดือนก่อน

    🎉

  • @anjugogoi6536
    @anjugogoi6536 7 หลายเดือนก่อน

    আৰু আগুৱাই যোৱা কামনা কৰিলো ।

  • @kavitachoudhury4797
    @kavitachoudhury4797 7 หลายเดือนก่อน +1

    Val lagil khura❤

  • @apurbaborthakur2305
    @apurbaborthakur2305 7 หลายเดือนก่อน

    Good post

  • @Danirojasfc6
    @Danirojasfc6 7 หลายเดือนก่อน +2

    সুন্দৰ।
    অতি সুন্দৰ পদক্ষেপ। 🙏🙏🙏

  • @Jahnu734
    @Jahnu734 7 หลายเดือนก่อน

    🙏🙏🙏🙏🙏🙏🙏

  • @bijudevi-u1s
    @bijudevi-u1s 7 หลายเดือนก่อน +1

    Sontan dutiloi anurudh jibn batr logri cinamakhonr dra nokoriba papa sub

  • @chandanboragohain9168
    @chandanboragohain9168 7 หลายเดือนก่อน +1

    Koka. 🙏🙏👍💜🌺🌺🌺🌺

  • @emoongogoi5356
    @emoongogoi5356 7 หลายเดือนก่อน

    Prokit adorkho petri aijonai🙏

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 7 หลายเดือนก่อน +2

    খুব দুখ লাগিল স্কুল কর্তৃপক্ষ ই ছাত্ৰ ছাত্ৰী 2জনৰ দেউতাক ক স্কুলত বিনা পইচাৰে পঢ়ুৱা নাছিল তাৰ বিনিময়ত বুঢ়া মানুহ জনক বিনা পৰিশ্ৰমে খটুৱাব নালাগিছিল যি সময়ত লৰা ছোৱালী 2জন দেশত জিলিকিব তেতিয়া লৰা ছোৱালী কেইটাৰ মনত দুখ নালাগিব নে দেতাই আমাৰ স্কুলৰ ফিজ দিব নোৱাৰি দেউতাই আমাৰ বাবে স্কুলত চাকিদাৰী কৰিছিল

    • @sankardevshikshaniketan7937
      @sankardevshikshaniketan7937 7 หลายเดือนก่อน +4

      তেখেত বিদ্যালয় খনৰ এজন আদৰণীয় আৰু আদৰ্শৱান ব্যক্তি। বৰ্তমান তেখেতৰ দুয়োগৰাকী সন্তানে উচ্চ শিক্ষা গ্ৰহণ কৰি আছে। বিদ্যালয় তেওঁ আৰু তেখেতৰ সন্তানক লৈ গৌৰৱান্বিত। অনুগ্ৰহ কৰি ভিডিও টো শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। তেখেত বিদ্যালয় খনৰ এজন চাকৰিয়াল ব্যক্তি হে।

    • @antarima16
      @antarima16 7 หลายเดือนก่อน +2

      আপোনাৰ ইমান বেছি দুখ লাগিছে যদি আপুনি এ তেওঁক কিয় চাকৰি এটা দিব নোৱাৰিলে ?
      কথাৰ একো আগ-গুৰি নজনাকে comment কৰা বাবে সমবেদনা 😊
      #peace✌️

    • @bhaskarsaikia7550
      @bhaskarsaikia7550 7 หลายเดือนก่อน +2

      You should not judge anything without knowing the background and facts . This person is an employee of the institute and ofcourse he is getting payed for his job, He is doing his job and showing his gratitude towards the institution

    • @rakeshchem1989
      @rakeshchem1989 7 หลายเดือนก่อน +4

      Jobless মানুহ এজনক চাকৰি এটা দিয়াৰ লগতে তেখেতৰ সন্তানৰ চাকৰি নোহোৱা পৰ্য্যন্ত পঢ়াৰ সম্পূৰ্ণ দায়িত্ব লোৱাটোত যদি আপুনি ভুল দেখিছে তেন্তে নিকেতনৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৰ্তমান কলেজত অধ্যয়নৰত হৈ থকা সন্তান দুটিৰ বাকী পঢ়াৰ দায়িত্ব আপুনিয়েই লৈ লওঁক। তেতিয়া দেউতাকে আৰামত ঘৰতে বহি থাকিব পাৰিব।

    • @sburagohain5806
      @sburagohain5806 7 หลายเดือนก่อน

      আজি সন্তান দুটি যি স্থান আৰু পৰ্যায়ত আছে তাৰ মূলতে স্কুল কতৃপক্ষৰ মহানোভবতাৰ বাবেহে। এতিয়াও বহু বাকী আছে পূৰ্ণতা প্ৰাপ্তিৰ বাবে। গতিকে দেউতাকে কমটিক মহত কৰ্ম ৰূপে লৈ সকলোৰে বাবে মহান আদৰ্শ আৰু দৃষ্টান্ত হ'ব পাৰিছে। দেওতাকৰ সপূন সফল হওঁক আৰু সন্তান দুটিয়েও উপযুক্ত আৰু সু নাগৰিক হৈ দেওতাকক সুখ শান্তিত ৰাখি দেশৰ আৰু মানুহৰ বাবে সত কাম কৰি আদৰ্শবান ব্যক্তি হোৱাৰ আশাৰে

  • @im_buah
    @im_buah 7 หลายเดือนก่อน

    Eman bhal school aji loi huna power ..naxilu ? Aiekhan school phiboloi kpal lagib ?

  • @anjanabora622
    @anjanabora622 7 หลายเดือนก่อน

    Pisoloi deotakok jate obohela nokore....
    Tarei kamona karilu 🙏🙏🙏

  • @im_buah
    @im_buah 7 หลายเดือนก่อน

    Maak aru dewta hadhana lagib bhal lra souwali hbo loi Tetiya bhal fold pai?

  • @PhunuNathBora-uz9vj
    @PhunuNathBora-uz9vj 7 หลายเดือนก่อน +1

    খুড়া আপোনালৈ বহুত বেছি শুদ্ধা নিবেদিছো। আপোনাৰ কষ্টৰ আৰু ধৈয্যৰ ফল ভগৱানে দিলে।

  • @bmmultimedia9793
    @bmmultimedia9793 7 หลายเดือนก่อน

    jia nhok suka lora sualia vl result kriboi aru private school a suka lora suali bisara.

  • @intajulzaman4393
    @intajulzaman4393 7 หลายเดือนก่อน

    Pitaji ko selut

  • @TilokGogoi-rk2kc
    @TilokGogoi-rk2kc 6 หลายเดือนก่อน

    Eno bamun bur suka thaka

  • @dharitrideka177
    @dharitrideka177 5 หลายเดือนก่อน

    🙏🙏🙏

  • @binipeguvlogs
    @binipeguvlogs 7 หลายเดือนก่อน

    Bhal lagil

  • @anjanagogoi192
    @anjanagogoi192 7 หลายเดือนก่อน

    Good

  • @Pani114
    @Pani114 7 หลายเดือนก่อน +1

    🙏🏻🙏🏻

  • @jonalikarjee4254
    @jonalikarjee4254 7 หลายเดือนก่อน +1

    🙏🙏🙏

  • @purabibaruah3201
    @purabibaruah3201 7 หลายเดือนก่อน

    🙏🙏🙏

  • @ShankarHajong
    @ShankarHajong 7 หลายเดือนก่อน +1

    Bhal lagil

  • @rumeedutta5210
    @rumeedutta5210 7 หลายเดือนก่อน

    🙏🙏

  • @AnimaC19
    @AnimaC19 7 หลายเดือนก่อน

    🙏🙏🙏