মহানগৰী বিহুমঞ্চত আমন্ত্ৰণ কৰি অনা শিল্পীক মাৰপিট বিহু কমিটীৰ লোকৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ต.ค. 2024

ความคิดเห็น • 372

  • @kalamirfan7472
    @kalamirfan7472 2 ปีที่แล้ว +66

    এনেকুৱা অভদ্ৰ বিহু সমিতিৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক কঠোৰ তকৈ কঠোৰতম সাস্তি বিহিব লাগে।

  • @robisenchuwa2832
    @robisenchuwa2832 2 ปีที่แล้ว +70

    আইনৰ সহায় লওক দাদা। অতি ঘৃণনীয় কায্য কৰিছে

  • @onlineclass5882
    @onlineclass5882 2 ปีที่แล้ว +114

    দুখ লগা ঘটনা , প্ৰশাসনে ব্যবস্থা লোৱা উচিত ।

  • @safiurrahman908
    @safiurrahman908 2 ปีที่แล้ว +13

    বৰ দুখ লগা কথা হৈছে..!!! শিল্পীক এনেকুৱা অভদ্র অাচৰন কৰে নেকি? এখেত সকল কমিটিৰ যোগ্য নহয়, গতিকে এওলোকক শাস্তি বিহিব লাগে!!! ধন্যবাদ।

  • @satyashikshan1598
    @satyashikshan1598 2 ปีที่แล้ว +45

    দুৰ্ভাগ্যজনক যে যাৰ পৰা সমাজৰ একো ভাল আশা কৰিব নোৱাৰি, তেওঁলোকেও এনে অনুষ্ঠান চলাবলৈ যায়। প্ৰশাসনে ব্যৱস্থা লয় যেন।🙏

  • @BidhanDasFF
    @BidhanDasFF 2 ปีที่แล้ว +60

    বিহুৰ সমিতিয়ে এনেকুৱা কৰে বাকী বোৰলৈ কি থাকিব।সচাকৈ লাজৰ কথা

  • @hemantachangmai6009
    @hemantachangmai6009 2 ปีที่แล้ว +17

    বৰ দুখ লাগিল। পুলিচ ত দিয়ক। ক্ষতিপূৰণ বিচাৰি কেচ দিয়ক।

  • @ৰামধেনু-ধ৩ঞ
    @ৰামধেনু-ধ৩ঞ 2 ปีที่แล้ว +2

    এটা মোকৰ্দমা দিয়া হওঁক,কমিটি খনৰ ওপৰত।যাতে ক্ষমা খুজিবলৈ বাধ্য হয় আৰু ক্ষতিপূৰণ দিবলৈ বাধ্য কৰাওক।।

  • @NayanNiyor
    @NayanNiyor 2 ปีที่แล้ว +41

    আইনী ব্যবস্থা গ্ৰহণ কৰক।

  • @satyajitbonia7760
    @satyajitbonia7760 2 ปีที่แล้ว +63

    দুখ লাগিলে কমিটি ওপৰত বিহিত ব্যৱস্থা লব লাগে।

  • @kirangogoi4748
    @kirangogoi4748 2 ปีที่แล้ว +29

    কমিটীৰ ওপৰত এজাহাৰ দিব লাগে ।

  • @shabajhussain9963
    @shabajhussain9963 2 ปีที่แล้ว +12

    চৰকাৰে উচিৎ শাস্তি প্ৰদান কৰক সেই সকলক।

  • @bimangogoi682
    @bimangogoi682 2 ปีที่แล้ว +10

    কেনেকুৱা মানুহ ow এইবোৰ 🙄🙄, এনেকুৱা বিহু সমিতি থাকে নেকি কৰবাত 🙏

  • @user-kaushikvlog
    @user-kaushikvlog 2 ปีที่แล้ว +7

    প্ৰশাসনৰ সহায় লওক দাদা এনেকৈ এৰি নিদিব

  • @subhashdihingia5213
    @subhashdihingia5213 2 ปีที่แล้ว +17

    অতি ভয়ানক কথা । আইনী ব্যৱস্থা লব লাগে ।

  • @FIFAMBL-w8h
    @FIFAMBL-w8h 2 ปีที่แล้ว +1

    বহুত ভূল কৰিছে কমিটিয়ে ? উচিত শাস্তি পাব লাগে এই অভদ্ৰ কমিটিয়ে ।প্ৰশাসনে বেবস্হা লওক

  • @pobitraboruah9266
    @pobitraboruah9266 2 ปีที่แล้ว +10

    কমিটি গঠন কৰা মানুহ খিনি ভাল নহয় । তেওঁ লোকক জ্ঞান পোহৰ পয়োজন

  • @rubulborah3317
    @rubulborah3317 2 ปีที่แล้ว +3

    এৰি নিদিয়ে যেন।দুখীয়ে‌‌ শাস্তি পাব লাগিব।।।।

  • @TechnicalAssammilanjyotisaikia
    @TechnicalAssammilanjyotisaikia 2 ปีที่แล้ว +11

    এনেকোৱা কমিটিৰ মানুহক ৰাস্তাত লেংতা কৰি দৌৰাই দৌৰাই মাৰিব লাগে ।

  • @prasannadas381
    @prasannadas381 2 ปีที่แล้ว +3

    শৰ্মা, উপাধি টো ....উচ্ছ....
    সন্মানীয় ,পিছে ......?

  • @banjitchangmai4047
    @banjitchangmai4047 2 ปีที่แล้ว +6

    মানুহে মানুহৰ বাবে.... ইমান বেছি মানুহ আছিল.. তাত এজনো মানুহ নাথাকে যি জন মানুহে কবলৈ সাহ্স কৰে মাৰ্ পিট কিয় কৰিব লাগে.... এইবোৰ নকৰি ভাল দৰে কথা পাতি সমস্যা সমাধান কৰিব পৰাটো ডাঙৰ কথা.. এইবোৰ মূল কাৰণ হৈছে.. আজি কালি মানুহৰ মৰম চেনেহ নোহোৱা হল.. কেবল মোবাইল তো আপোন হৈছে মানুহৰ.. সকলো এৰি থাকিব পাৰে মোবাইল এৰি কোন থাকিব পাৰিব.. কাৰো সময় নাই.. আগৰ দৰে কথা বতৰা নপতা হল.. খং ৰাগ এইবোৰ বেছি হব ধৰিছে পইচা টেনচন বেছি হৈছে.. সেইকাৰণে এনে ধৰণৰ ঘটনা বোৰ সংঘটিত হৈছে

  • @khadasabegum4877
    @khadasabegum4877 2 ปีที่แล้ว +25

    কমিটিৰ নামত লগে লগে পুলিঢক জনাব লাগে

  • @rubulsaikia2403
    @rubulsaikia2403 2 ปีที่แล้ว +10

    বিহুৰ সমিতিৰ উপৰত উচিত তদন্ত হব লাগে ।যিয়েই নহওঁক কিয় দোষিয়ে শাস্ত্ৰি পাবলাগে।এটা জাতি জীয়াই থাকিবলৈ হলে বিহু অসমীয়াৰ বাপতি সাহোন বিহু পালন কৰিব লাগিব।আমি সকলোৱে মিলি জুলি বিহুৰ পৰম্পৰা জীয়াই ৰাখিব লাগিব। নহলে আমি অসমীয়া অসমীয়া বুলি কলে নহব।

  • @karanroy7059
    @karanroy7059 2 ปีที่แล้ว +3

    Bohut dukh loga ghotona😭🙏

  • @jayantachangmai2563
    @jayantachangmai2563 ปีที่แล้ว +2

    অতি বেয়া কথা হৈছে,অসমীয়াৰ নামত কলংক এনে লোক,আপোনালোকে ভয় নকৰিব,আইনৰ কাষ চাপক,অসমবাসী আপোনালোকৰ লগত আছে.....

  • @RDSProduction
    @RDSProduction 2 ปีที่แล้ว +18

    একচন লওক সোনকালে.. লাই নিদিব ।

  • @pranabbaruah7687
    @pranabbaruah7687 2 ปีที่แล้ว +8

    মানুহকেইজন বিচাৰি 2 বছৰ মান জেলত থোৱাৰ ব্যৱস্থা কৰিব লাগে।কমিটিৰ মানুহখিনি তাৰ নহয় নিকি?

  • @dr.sanjibdeka7402
    @dr.sanjibdeka7402 2 ปีที่แล้ว +25

    The Bihu committe is wholly responsible. FIR should invariably be lodged and the concerned Police should take action.....

  • @gopalsaikia.3646
    @gopalsaikia.3646 2 ปีที่แล้ว +11

    দুখ লাগিচে সচাকৈ.মামাক কৈ দিয়ক মামায়ে ভালকে বীচাৰ কৰীব পাৰীব.

  • @jonaligoswami651
    @jonaligoswami651 2 ปีที่แล้ว +68

    বিহু কমিটি ৰ বেছিভাগ মানুহ অভদ্ৰ থাকে।

  • @uttarabaruva1270
    @uttarabaruva1270 2 ปีที่แล้ว +7

    Very sad to hear this incident .

  • @Volture10
    @Volture10 2 ปีที่แล้ว +11

    Zubeen Daai Xosai koi , "Moi aulukok bhal napaw moi Raijok bhal paw "☑️✔️✅

  • @আৰোহনজীউ
    @আৰোহনজীউ 2 ปีที่แล้ว +1

    আইনী ব্যৱস্থা হাতত লওক

  • @ranjitsblogs6725
    @ranjitsblogs6725 2 ปีที่แล้ว +29

    Strict actions should be taken against those accused

  • @phanidharrabha8057
    @phanidharrabha8057 2 ปีที่แล้ว +16

    অভদ্ৰ, অনিয়ন্ত্ৰিত,অশৃংখল,মদাপী সকলে বিহুৰ নামত অপসংস্কৃতিৰ মেলা পাতে ।

    • @promuddas1481
      @promuddas1481 2 ปีที่แล้ว

      বিহু কমিটীৰ বান্দৰ কেইটাক পুলিচে কোবাই কোবাই ভৰি হাত ভাঙি পেলাব লাগে ।

  • @satyaramdas3135
    @satyaramdas3135 2 ปีที่แล้ว +3

    আইনৰ সহায় লোৱা উচিত ।

  • @bitupangogoi5052
    @bitupangogoi5052 2 ปีที่แล้ว +2

    এনে কৰিব নালাগে। বহুত দুখ লগা কথা।

  • @किरण2021
    @किरण2021 2 ปีที่แล้ว +6

    সৰুতে কৌতুক নে নাটক দেখা মনত পৰে... মঞ্চৰ পিচ ফালে কেইজনমান গাঁৱৰ পৰা মাতি অনা শিল্পক বহুৱাই থৈছে.. এটাৰ পিছত এটা প্ৰগ্ৰাম পাৰ হৈ গৈ আছে কিন্তু তেঁও লোকক মঞ্চত উঠিবলৈ দিয়াৰ আশা নেদেখিলে.. পিছত পিছত বুলি কৈ কৈ বিহু শেষ কৰিলে..
    মাননি ও নিদিলে মঞ্চত উঠিবলৈ ও নিদিলে.
    অতি বিষাদ মনেৰে ঢোল কেইটা কান্ধত লৈ চকু পানী মচি মচি আতৰি যোৱা দৃশ্যটো মোৰ মনটো এতিয়াও সেমেকি উঠে...
    আকৌ সেই অবস্থা লৈ যাত্ৰাৰ আৰম্ভ হোৱা যেন লাগিছে..

  • @debamahanta3416
    @debamahanta3416 2 ปีที่แล้ว +20

    পিটিব লাগিছিল কমিটি মানুহক

  • @ratneswarnath1424
    @ratneswarnath1424 2 ปีที่แล้ว +9

    আইনী ব্যৱস্থা লওক

  • @MDProduction123
    @MDProduction123 2 ปีที่แล้ว +2

    দুখ লগা বুলি কৈ লাভ নাই, উচিত তদন্ত হব লাগে

  • @Your-Lover
    @Your-Lover 2 ปีที่แล้ว +20

    সমিতিৰ ওপৰত কেচ দিয়ক ।

  • @lalitdehingia9371
    @lalitdehingia9371 2 ปีที่แล้ว +4

    থানাত দিয়ক ।তাৰ বাহিৰে উপাই নাই ।

  • @bhaskarsaikia8351
    @bhaskarsaikia8351 2 ปีที่แล้ว +14

    Bor dukh loga poribekh. Axomia manuhe axomiar satru.

  • @gautamgoswami7103
    @gautamgoswami7103 2 ปีที่แล้ว +33

    Strong action should be initiated against those accused. Actually, now a days its turned to be a fashion to drink wine , while bihu program is organized.

  • @puspakumarbora4948
    @puspakumarbora4948 2 ปีที่แล้ว +14

    জুবিন গাৰ্গে আৰু আমাৰ সন্মানীয় মূখ্য মন্ত্ৰী ডাঙৰীয়াই কোৱা কথাখিনি আজি সচা প্ৰমাণিত হল। আমি অসমীয়া মানুহে যদি এনেকুৱা আচৰণ কৰো।তেতিয়াহলে,,,,,

  • @debendrabarman2272
    @debendrabarman2272 2 ปีที่แล้ว +10

    Bihu pota Committi kisuman bor beya .
    Sorkare eyar uporot action lobo lage.
    Sorkar a Assamot ai Committi bilakor uporot kisu Niom bandhi dibo lage.

  • @sanjeevsaikia9175
    @sanjeevsaikia9175 2 ปีที่แล้ว +13

    Very sad 😢....The bihu Commitee officials should be arrested Immediately, otherwise they will again repeat the same incident the next year !

  • @cordless3599
    @cordless3599 2 ปีที่แล้ว +8

    চুলাই জিন্দাবাদ । বিহু কমিটিৰ সদস্য হোৱাৰ নামত চুলাইৰ আড্ডা।

  • @pranobchawrok3607
    @pranobchawrok3607 2 ปีที่แล้ว +10

    অসমীয়াৰ শতৰু হৈছে অসমীয়া। আন নহয়।

  • @ramen9289
    @ramen9289 2 ปีที่แล้ว +18

    কমিটিৰ মানুহ বোৰ পাগল হল নিকি ।।

  • @sikhatalukdar8735
    @sikhatalukdar8735 2 ปีที่แล้ว +3

    বৰ দুখ লাগিল ....must be punish koribo lge....

  • @bidyadhardasvlogsgod5867
    @bidyadhardasvlogsgod5867 2 ปีที่แล้ว +3

    Committee manuh kaitak 35 yrs jail dib lage:Govt of India, Govt of Assam,AP,BJ Mahanta, Ashok Kumar Barman, Pallab Gopal Jha, Biswajit Pegu, Ramnath Kovind, Narendra Modi,All India people, All Assam people

  • @nityamorang2665
    @nityamorang2665 2 ปีที่แล้ว +2

    কমিটি সম্পুন দায়ী,,উচিত তদন্ত হব লাগে,,

  • @bolindas7418
    @bolindas7418 2 ปีที่แล้ว +2

    শিল্গীক সন্মান কৰিব নাজানিলে অসন্মানো কৰিব নাপায়।

  • @ujjalkumarborah9337
    @ujjalkumarborah9337 2 ปีที่แล้ว +2

    Need to taken action against stupid committee

  • @aminulhoque5762
    @aminulhoque5762 2 ปีที่แล้ว +13

    কমিটিৰ কটিত জলা ভাঙিব লাগে

  • @nipulchandraghorphalia8836
    @nipulchandraghorphalia8836 2 ปีที่แล้ว +3

    কমিটিৰ বাকী অংশীদাৰ সকলৰ মতামত কি বা।।।নে দুজনীয়া কমিটি।

  • @manashdutta1093
    @manashdutta1093 2 ปีที่แล้ว +7

    Bihu committee manuh kaijorn r oport ati hunkle bisar hbo lge

  • @DipDas-rd1rs
    @DipDas-rd1rs 2 ปีที่แล้ว +4

    আপুনি অতি সোনকালেই প্ৰশাসনৰ ব্যৱস্থা লক ?

  • @raghavsvlogs6604
    @raghavsvlogs6604 2 ปีที่แล้ว +1

    এই বিহু কমিটিৰ মানুহ বিলাকে ব্যৱহাৰ থকা বস্তু টোৱে নাজানে। এনেকুৱা বিহু কমিটিক🤮

  • @birajvlogs9433
    @birajvlogs9433 2 ปีที่แล้ว +2

    ৪২০ মানুহ এইবিলাক।পইছাৰ কাৰণেহে বিহু পাতিছে ।

  • @saytanathtamuli9975
    @saytanathtamuli9975 2 ปีที่แล้ว +10

    তদন্ত হব লাগে

  • @bodonortheast
    @bodonortheast 2 ปีที่แล้ว

    vai Never Give Up..... ekdin Komiti Apunar bhori Subo

  • @shivanandasingha7795
    @shivanandasingha7795 2 ปีที่แล้ว +5

    Sop and rules should be laid for bihu commitee and fir should be given

  • @uniquevedio3290
    @uniquevedio3290 2 ปีที่แล้ว +3

    এই ল'ৰা জনক ভালকে ভাবিবলে দিয়ক তেওঁৰ নিজৰ জেগাৰ বিহ্ন প্ৰাঙ্গ্নত এখনত তেওঁৰ বিশয় কোনে। এনে ধৰনৰ ।শৰজনত ৰচিব। পাৰে/ ???¿???

    • @juntisarmah513
      @juntisarmah513 2 ปีที่แล้ว

      সঁচা কথা কৈছে কিন্তু শব্দবোৰ বোজিবলৈ কঠিন হৈছে ।

  • @Tridib2012
    @Tridib2012 2 ปีที่แล้ว +8

    Guwal gali pari labh nai. Naam loi byakti r birudhe case duyok. Mur biswas bartoman sarkar aru prasasone byobostha loboi. Muth rbuporot ami asomiya bur dwansa mukhi jati.

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 2 ปีที่แล้ว +6

    This is not the first incident. I have also suffered from one of our Bihu committee of Guwahati. Some members of Guwahati's Bihu committee's every year doing this with artists . Inside behavior of those rascals are unbelievably bad. Now in the name Bihu every year artists are humiliated by some Bihu committees member's. Now all these should be over with big protest and the name of those people should be come out to public n publicly they should be punished. Drink is essential for them in Bihu. Government should take some serious action with them. In pub Guwahati (Chandmari) Bihu committee also one person is there who with heavy drinking conditions insult every artists specifically female artists. And if you complain to other committee members than they says don't mind please. Ignore him .

  • @nivagogoi9859
    @nivagogoi9859 2 ปีที่แล้ว +2

    কমিতিৰ মানুহ বোৰৰ নাম বোৰ কৈ দিয়ক

  • @himangshudas544
    @himangshudas544 2 ปีที่แล้ว +9

    এজাহাৰ দিয়ক

  • @rosiloutha2351
    @rosiloutha2351 2 ปีที่แล้ว

    Good job

  • @dipudas1526
    @dipudas1526 2 ปีที่แล้ว +4

    Very Sad

  • @paraggogoi3437
    @paraggogoi3437 2 ปีที่แล้ว +2

    থানাত কেছ দিয়া

  • @rupanengti1884
    @rupanengti1884 2 ปีที่แล้ว +3

    বিহু কমিটীৰ মানুহখিনি মমাথথা finally golei neki ?

  • @rastyahind3749
    @rastyahind3749 2 ปีที่แล้ว +1

    Joy i axom

  • @rajibgogoi3768
    @rajibgogoi3768 2 ปีที่แล้ว

    napai dei tenakua kribo

  • @BD-cr9lj
    @BD-cr9lj 2 ปีที่แล้ว +1

    Legal action oti xnkle lwk dada...bihu cometi k fir dyk...aru gundagiri kora kaitak arest krk....gundagiri kora kaitak rahai nidibo kunu krnt.......

  • @india1157
    @india1157 2 ปีที่แล้ว

    We demand JUSTICE with these victims immediately ,, Also we BOYCOTT SILPUKHURI BIHU ground Untill the Culprits get punish and send them to JAIL and fully JUSTICE with the victim singer and to his team ,, 🙏

  • @bhupendas3078
    @bhupendas3078 2 ปีที่แล้ว +10

    আইনৰ কাষ চপাই ভাল । বিহু central comitee সহ আলোচনা কৰক ।

  • @pronobgogoi347
    @pronobgogoi347 2 ปีที่แล้ว +11

    Komitit thoka maksudu sudurvai kitak lengta kori pitibo lage

  • @gautamdas1457
    @gautamdas1457 2 ปีที่แล้ว +1

    jun sarma aru biraj sarma ok areast koribo lajy oti sonkaly...nigoky kotha beya hobo..

  • @arabindasaikia9788
    @arabindasaikia9788 2 ปีที่แล้ว +8

    Ane murkho Bihu komitir uporat action lok police pokhakhone""" Jate papistho keita hari nejai"""

  • @pranabdas9008
    @pranabdas9008 2 ปีที่แล้ว +8

    Xomiter presedent sectery uport case dyok

  • @Sourav_shorts2345
    @Sourav_shorts2345 2 ปีที่แล้ว +4

    আপুনি যদি লোকেল হয় সেই পাখনদ বামুন কেইটাক পিতিব নোৱাৰিলে সোনক আজী যুগত আপুনি বেলেগকৈ বচাব বুলি বাট চাই নাথাকিব নহ'লে নীল আকাচৰ নিচিনা হ'ব চক দাদা মই আকৈ মহাত্মা গান্ধী নহয় এখন গালত চৰ মাৰিলে আন সিখন গালত পাতি দিম মোক যদি এচৰ লগাই মই দোঘোচা লগাম

    • @sumanart2641
      @sumanart2641 2 ปีที่แล้ว

      আপুনি প্ৰথমতে অসমীয়া বানান বোৰ শুদ্ধ কৈ লিখক। বামুণ শব্দটো কিয় ব্যবহাৰ কৰিলে।

  • @chandannath2566
    @chandannath2566 2 ปีที่แล้ว +2

    Unfortunate incident.

  • @mithurajentertainment4295
    @mithurajentertainment4295 2 ปีที่แล้ว

    Dada prokhakhon nasil nki khei khomoyat bahut beya lagise dada anekuwa bihu komitir uporot action loi jate prokhakhone.

  • @jitendranathsaikia9341
    @jitendranathsaikia9341 2 ปีที่แล้ว +1

    Please lodge a FIR against the committee

  • @MusicBeats_
    @MusicBeats_ 2 ปีที่แล้ว +5

    কমিটিৰ মানুহ কেইটাক গৰু পিটন দিব লাগে কেলা

  • @momigoswami7748
    @momigoswami7748 2 ปีที่แล้ว

    Very very sad news
    With D.Sharma
    Nagaon

  • @hritzz62
    @hritzz62 2 ปีที่แล้ว +9

    Heikarone ghoror usorot bihu gabo nalage.. Ijjat nathake

  • @pranabjyotigogoi720
    @pranabjyotigogoi720 2 ปีที่แล้ว

    Police a ki korise hoi
    Eman dukhor kotha
    Police Action lowk

  • @ankurzubeen1158
    @ankurzubeen1158 2 ปีที่แล้ว +1

    উচিত তদন্ত হব লাগে

  • @dilipgogoi3009
    @dilipgogoi3009 2 ปีที่แล้ว

    কিবা কাৰণ নাথাকিলে এনে ব্যৱস্থা নহয় ৷

  • @DrMdRoFiqUe
    @DrMdRoFiqUe 2 ปีที่แล้ว +3

    Police case kele nokora

  • @arupbasumatary1541
    @arupbasumatary1541 2 ปีที่แล้ว

    Hosakoi dukh loga poresthete mor honea tej otole ahese besi homoi nokoreba ote honkale ai kometer kokorketak prokhakhonr usorot gotaok bhoi nakhabo ami aponar logot uso

  • @mainaantariksh7821
    @mainaantariksh7821 2 ปีที่แล้ว

    Moiu silpukhurir hunkale axn luwa.bohut besi hoise.

  • @dhurbadas8886
    @dhurbadas8886 2 ปีที่แล้ว

    Very sad 😪

  • @habiburrahman6518
    @habiburrahman6518 2 ปีที่แล้ว

    Ajehar diok... Cort cas kori diok dada... Sob sidha hoi jab...

  • @Gamingzone-nt2hb
    @Gamingzone-nt2hb 2 ปีที่แล้ว +1

    Police t de hihatak.... axomiya r hotru axomiya... heikarone bahirar bure chance loi...amar axomiya bur poisa pale...nijor jatiku besibo pora manuh..eiburok police t de

  • @nilkamalburagohainburagoha9656
    @nilkamalburagohainburagoha9656 2 ปีที่แล้ว

    কিযে হব