@@Tea_Gardening nisssoi.. urea fartilizer use korilu.. apuni kuwar dore foliyar spray kiman dinar murot koribo parim.. aji 6 din hol urea dia.. boroxun di ase
Moi Kaibabasarar pora Tea Garden karim karim ke karibo pora nai athana Khahok gutabo pora nai kianu moi Sakori khutra bahirat thaku Mur 20 Bigha Mati asee. Logaboloi Kiman Kharas ahibo Per Bigha Jonabo!
Dada moi kali Bagaanot haar dilu Kin2 aji juwa nikha bohut dangor k borokhun ahile aru ratipuwa leke di ase Kaam kribo neh Jonabochun 12 ghnta time ple kin2
Q1. Dada apuni j HAAR diyar 15 din agorpora 20-25 din pasorloike foliar spray koribo mana korise , eyat ki HAAROR kotha koise baru . hrlopeltis ba redspider adi HAAROR kotha koise neki ? Olop bujai dibo please ? Q2. 15 din agor pora aru 20 -25 din pasorloike patu singibo nuari niki Q3. Jodi pari haar diyar kiman din pasot paat xingibo pari
Dada moi machine ata anilu lithium battery hoi ..aru mane aji pat kota mur 25 din man hol baganot pat oha nai ..ke korile val hobo muk jonabo pls ..moi medicine u korilu..pat singa manuh nai karone machine ata ani loisu..baganot pat a noha hol..aji 1 mah a hobo atia
আপুনি কি কলম দিছে, পাত কেনেকৈ চিঙিছে সেইবোৰ নেদেখিলে কোৱা টান ৷ চাহ খেতিয়কৰ এটা ফেচবুক গ্ৰুপ আছে। তাত কেইবাজনো চাহ বিশেষজ্ঞও আছে। তাতে join হৈ লৈ ফটো সহ প’ষ্ট এটা দিবচোন, নিশ্চয় সহায় কৰিব ৷ facebook.com/groups/1146054072404848/
Unprone ase alp man aru ms kating ase..logot a D's ase ,,machine a kotu ty pat Tu uthai pine kota hoise,moi neje katisu..korobad korobad pukha ata duta ahise ...ke korile Val hobo ,,ke vitamin marim apuni muk Val dore bujai diok pls 🙏🙏
Thank you ..
Bohut bohut dhnyobad. Moi new farmar hoi.. apunar pora xiki asu. Specially thank you. Atia apuni kuar dorei foliyar spray korim buli vabisu.. atialoike foliyar spray kora nai.. kewal dukanot puwa vitamin he di asilu..
আপোনাৰ মন্তব্যত আনন্দিত হলোঁ ৷ এতিয়া সাৰ দিবৰ সময় হ’ল ৷ আপোনাৰ ঠাই ডোখৰত যদি ভালদৰে বৰষুণ দিছে তেন্তে সাৰ দিয়াৰ (Urea, MOP, SSP) ব্যৱস্থা কৰক ।
গজিবলৈ লোৱা ঘাঁহ বন বোৰ গুচাই লওক প্ৰথমে, আৰু Helopeltis, Looper, Thrips, Green Fly, Red Spider আদি বেমাৰবোৰ লাগিছে নেকি সেয়া সুক্ষ্মভাৱে নিৰীক্ষণ কৰক আৰু প্ৰয়োজন মতে দৰৱ স্প্ৰে কৰক ।
যদি সাৰ দিব পৰা নাই তেন্তে ফলিয়াৰ স্প্ৰে কৰি থাকিব ।
@@Tea_Gardening nisssoi.. urea fartilizer use korilu.. apuni kuwar dore foliyar spray kiman dinar murot koribo parim.. aji 6 din hol urea dia.. boroxun di ase
25-30 দিনৰ পাছত ৷ এই বিষয়ে ভিডিঅত ভালদৰে কোৱা হৈছে ৷ এবা সম্পূৰ্ণকৈ চাই ল’ব চোন
Apuni guri ছপাই কলি কুলাই কাটিলে
দাদা মই নতুন ফাৰ্মাৰ মই পুলি ৰোৱা 2বছৰৰ হল আজি 2 3মাহ হৈছে পুলি বিলাক পাত বিলাগ পকী খৰি গৈছে লগতে গছ বুৰ খুকাই mori goise
Bhal lagil
thanks
Thank you bhut bhal lagile
you are most welcome
Video to say bhal labile dhonybad
মন্তব্যৰ বাবে ধন্যবাদ জনালোঁ ।
❤❤
Thank you
🎉
💐
Chemical use koriboloi suggest nokoribo
@darkyt2531 পৰামৰ্শৰ বাবে ধন্যবাদ । কেমিকেল আৰু বেন্দ কেমিকেল, এই দুটাৰ মাজত বহুত পাৰ্থক্য আছে । অনুগ্ৰহ কৰি প্ৰথমে এই বিষয়ে বুজি ল'বচোন । আৰু এই বেন্দ কেমিকেল ব্যৱহাৰ নকৰিবলৈ মই নিজেই বহু বছৰৰ পৰা চাহ খেতিয়কৰ মাজত প্ৰচাৰ চলাই আছোঁ ।
Bohut bhal dhanyabad
Thank you so much
Val lagil Thnk You
Thank you so much
Dada Mur Baga pator Koli bohut kintu dangor hua nai ki ki spray korim baru details jonabo
urea, mop, zinc, marok.
বহুত ভাল পালো।
মতামতৰ বাবে অশেষ ধন্যবাদ
আপোনাৰ পৰামৰ্শ মতে ঔষধ প্ৰয়োগ কৰি আগতকৈ বহুত ভাল ফলাফল পাইছো। বহুত ধন্যবাদ।
কিছুমান চাহগছত কিছুমান অসুবিধা পাইছো, আপোনাৰ পৰা সজ পৰামৰ্শ পাম বুলি আশাবাদী। অনুগ্ৰহ কৰি আপোনাৰ ফোন নম্বৰটো দিবচোন🙏
ব্যস্ততাৰ বাবে ৰিপ্লাই দিয়াত পলম হ’ল ৷ তাৰ বাবে দুঃখিত ৷ ভিডিঅ’টো চাই কিছু উপকৃত হ’ল বুলি জানি অতি আনন্দিত হ’লোঁ।
চাহ গছ সমূহত এশ এবুৰি বেমাৰ লাগে ৷ গতিকে নিজে নেদেখালৈকে কিবা পৰামৰ্শ দিয়াটো অত্যন্ত জতিল ৷ আন নহ’লেও স্পষ্ট ফটো এখন পালে কিবা এটা বুজিব পাৰি ৷
পাৰিলে এটা কাম কৰিব ৷ চাহ খেতিয়কৰ এটা ফেচবুক গ্ৰুপ আছে। তাত কেইবাজনো অভিজ্ঞ চাহ বিশেষজ্ঞও আছে। তাতে join হৈ লৈ প্ৰশ্নবোৰ শুধিলে সোনকালে উত্তৰ পাব ৷ তলৰ লিংকটোত ক্লিক কৰি সেই গ্ৰুপটোত জইন হ’ব পাৰিব : facebook.com/groups/1146054072404848/
Very good
Thanks to you...
Okl foliar spray kribo ru ne aru ase name
ভিডিঅ’ত কোৱা কেইটা স্প্ৰে কৰিলেই হ’ব (Urea, mop, zinc, boron, আদি) লগত আঠা বা spreader দিব পাৰে ৷
দাদা মই নতুন ফাৰ্মাৰ হৈ পুলি ৰোৱা 2bosor হল কিন্তু আজি 2 3 মাহ হৈছে পুলিবিলাকৰ পাত বোৰ পকী খৰি গৈছে তাৰ পাছত পুলি বোৰ মৰি গৈছে কী কৰিলে ভাল হব আৰু কি মেদিচাইন দিব লাগিব জনালে বহুত কিতৰ্থ হম
ব্যস্ততাৰ বাবে reply দিয়াত পলম হ’ল, তাৰ বাবে দুঃখিত ৷ আপোনাৰ পুলিবোৰ কি কাৰণে তেনে হৈছে এনেকৈ কোৱা টান। স্পষ্টকৈ ফটো এখন পোৱা হ’লে ভাল আছিল ৷ এইয়া পানী জমা হোৱাৰ বাবেও হ’ব পাৰে, নাইবা বেমাৰৰ বাবেও হ’ব পাৰে ৷
কি কাৰণে হৈছে এনেকৈ ক’বলৈ দিগদাৰ ৷ ফটো এখন পোৱা হ’লে ভাল আছিল ৷
এটা কাম কৰিব ৷ চাহ খেতিয়কৰ এটা ফেচবুক গ্ৰুপ আছে। তাত কেইবাজনো চাহ বিশেষজ্ঞও আছে। তাতে join হৈ লৈ প্ৰশ্নবোৰ শুধিলে সোনকালে উত্তৰ পাব ৷ তলৰ লিংকটোত ক্লিক কৰি সেই গ্ৰুপটোত জইন হ’ব পাৰিব : facebook.com/groups/1146054072404848/
Good. 👍
Thank you
বহুত ভাল লাগিল নজনা কথা জানিলো।
শুনি মোৰো ভাল লাগিল ।
বহুত ভাল লাগিল
অশেষভাৱে ধন্যবাদ মন্তব্যৰ বাবে
Moi Kaibabasarar pora Tea Garden karim karim ke karibo pora nai athana Khahok gutabo pora nai kianu moi Sakori khutra bahirat thaku Mur 20 Bigha Mati asee. Logaboloi Kiman Kharas ahibo Per Bigha Jonabo!
আমাৰ পুলি লগোৱা কামবোৰ বহু আগতেই হ’ল, সেয়ে তথ্যবোৰ পাহৰিয়ে গৈছোঁ ৷ তথাপি, এবিঘা মাটিত প্ৰায় 2000 পুলি লাগে ৷ এটা পুলিৰ দাম 4 টকাকৈ 8000, transportation 2000, পুলি ৰোৱাৰ খৰচ হয়টো Rs. 3 টকা (per sapling) (so 6000), 2 bags SSP- 1000, Organic manure/cow dung- 3000, আৰু তলী চাফা কৰা বা হাল বো্ৱাত খৰচ প্ৰায় 4000 টকা ৷ গতিকে এবিঘা মাটিত প্ৰায় 24-25 হাজাৰ মান খৰচ হ’ব পাৰে ৷ এয়া এটা অনুমানিক হিচাপহে ৷
আপুনি গোটেই বোৰ মাটি একে বছৰে ৰোব নালাগে ৷ প্ৰথম বছৰ 2 ৰ পৰা 5 বিঘামান ৰোৱক, পাছৰ বছৰত আকৌ সিমান ৰোৱ ৷
আমি dada west bengal থেকে
Weather 30৹-40৹
Ki দেওয়া jay
Abhi app DAP, Urea, MOP ya phir Urea, MOP, Zinc, Boron use kar sakte hai. Do not use DAP and Zinc together.
Dada moi kali Bagaanot haar dilu
Kin2 aji juwa nikha bohut dangor k borokhun ahile aru ratipuwa leke di ase
Kaam kribo neh
Jonabochun
12 ghnta time ple kin2
80% মান কাম দিব লাগে ৷
Ako aibr di dim buli bhabhisu uporot
Dada beya hbo ni
এতিয়া দিব নালাগে, 80% কাম কৰিলেও হ’ব ৷ প্ৰয়োজন হ’লে 45-50 দিনৰ পাছত দিব পাৰে ৷ কিন্তু ওপৰত ভুলতো নিদিব ৷ চাহ খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতি ৷ গতিকে দেখাক দেখি কিছুমান কাম নকৰিব plz. 🙏
❤@@Tea_Gardening
Moi dada dap uriya mop vitamin spre korilu kintu pisdana chah gos poka floor dore halodhia hoi se voi lagi se kiba upai dyok
আপুনি নিশ্চয় সাৰৰ পৰিমানতো বেছিকৈ দিলে নাইবা বহুত ৰ’দত স্প্ৰে কৰিলে ৷ এইকেইদিন বতৰ বহুত গৰম ৷ পাতবোৰ যদি ক’লা পৰি গৈছে তেন্তে তাত কৰিবলগীয়া একোৱেই নাই ৷ সেইবোৰ পাত সৰি যাব ৷ অৱশ্যে ভেঁকুৰৰ সংক্ৰমন ৰোধৰ বাবে Blitox বা আন যিকোনো ভাল COC স্প্ৰে কৰি দিব পাৰে ৷
Moi chah gosot uriya mop dap vitamin spre korilu kintu pisdinakhon gosbur poka floor dore halodhia hoise kiba upai dyok
আপুনি নিশ্চয় সাৰৰ পৰিমানতো বেছিকৈ দিলে নাইবা বহুত ৰ’দত স্প্ৰে কৰিলে ৷ এইকেইদিন বতৰ বহুত গৰম ৷ পাতবোৰ যদি ক’লা পৰি গৈছে তেন্তে তাত কৰিবলগীয়া একোৱেই নাই ৷ সেইবোৰ পাত সৰি যাব ৷ অৱশ্যে ভেঁকুৰৰ সংক্ৰমন ৰোধৰ বাবে Blitox বা আন যিকোনো ভাল COC স্প্ৰে কৰি দিব পাৰে ৷
Magnesium logot zinc milale fatib neki baru
নাফাটে, জিংক আৰু ইউৰিয়া মিলালেহে ফাটে ।
Zink aru urea mix koribo parine
Q1. Dada apuni j HAAR diyar 15 din agorpora 20-25 din pasorloike foliar spray koribo mana korise , eyat ki HAAROR kotha koise baru . hrlopeltis ba redspider adi HAAROR kotha koise neki ? Olop bujai dibo please ?
Q2. 15 din agor pora aru 20 -25 din pasorloike patu singibo nuari niki
Q3. Jodi pari haar diyar kiman din pasot paat xingibo pari
1. সাৰ (HAAR) মানে ইউৰিয়া (Urea), পটাছ বা MOP, চুপাৰ ফচফেট বা SSP, DAP আদিৰ কথা কৈছোঁ । মই কব খুজিছোঁ যে যেতিয়া মাটিত আমি এই সাৰবোৰ দিম, তেতিয়া 10-15 দিনৰ আগৰ পৰা 20-25 দিনলৈ গছৰ ওপৰত ফলিয়াৰ মাৰিব নালাগে ।
2 , 3. যেতিয়াই সাৰ দিলেও সময় মতে পাত চিঙি থাকিব পাৰিব । কিন্তু যদিহে পাত চিঙিব পৰা হৈ আছে তেন্তে পাতবোৰ চিঙি লৈ সাৰ দিলে ভাল ।
Àgoloi aru vall vall video dibo..
Thank you for your comment.
Sah gosor pukha ulabor babe ki vitamin use koribo lage.
ভিটামিনৰ নামত অজথা পইচা খৰচ কৰাতকৈ এই ভিডিঅত কোৱা ফলিয়াৰ টো ব্যৱহাৰ কৰিলেই ভালদৰে গজালি আহিব ৷
গৰম বেছিকৈ পৰিছে। ১০০ লিটাৰ পানীত ইউৰিয়া,mop,DAP। কিমানকৈ দিব লাগিব জনাব
এতিয়া নালাগে, চেপ্টেম্বৰ মাহৰ পৰা ৰদ কমি আহিলে ভিডিঅত কোৱাৰ দৰে স্প্ৰে কৰিব ।
Dp .urea .mop .Borun .spry koribo parim niki Dada
Video tut valkoi kuwa hoise, ebar sai lobo sun
Lp কলম কৰা গছবোৰ পোখা ভালদৰে নোলোৱা বাবে আপুনি উল্লেখ কৰা ফলিয়া ব্যৱহাৰ কৰিব পৰা হবনে।
পাৰিব, কিন্তু ইয়াৰ সকলোবোৰ দ্ৰব্য দিয়াৰ প্ৰয়োজন নাই । কিন্তু এই সময়ত Lp কলম কৰা বাগানৰ পৰা কীত-পতঙ্গ সমূহহে আঁতৰাই ৰাখিব লাগে । ক্ষুদ্ৰ লোপাৰৰ আক্ৰমনৰ বাবেও LP বা DS কলম কটা চাহ বাগান দৰাৰ গজালিবোৰ সময়মতে নোলাব পাৰে। এই ভিডিঅটো চাবচোন পাৰিলেঃ th-cam.com/video/ioCc5kXmmNY/w-d-xo.html
Juwakali moi baganot urea palisilu kinto aji borukun ahil Kam dibo na ni plz jonabsun?????kunubai Jana jodi
Kam Dibo, don't worry 🙂
Zin আৰু Dap যদি একেলগে মাৰিব নালাগে কেনেকৈ মাৰিম জনাব নেকি
সলনা সলনিকৈ মাৰিব । যি ৰাউণ্ডত Zinc দিব সেইবাৰ DAP নিদিব আৰু যি বাৰ DAP দিব সেইবাৰ Zinc নিদিব
Atha nidiya koi spray korile kam nkore neki bro
কৰে, কিন্তু কমকৈ কৰে ৷ তাৰ কাৰণটো এই ভিডিঅ’টো সম্পূৰ্ণকৈ চালেই বুজি পাব : th-cam.com/video/FwpA_KwrFBQ/w-d-xo.html
Bhai tumar kotha ta buzhe te osubidha hoi
Tumi bangali te kotha bolo video banao
Because I am not from Bengal.
Epic reply 😂😂@@Tea_Gardening
Baganot horu horu pukha ahise ,bortomn spry koribo pora jabo nai .
Har (সাৰ) diya kiman din hol?
1 month hol,,folia spray koribo parim nai aru baganot Sahi lagise ..folia spray korile jabo nai ..Grom Tu bese porise Joli jabo niki jonabo
Atiya foliar spray koribo pare. Kintu ratipwa naiba aabeli spray koribo. Sahir babe beleg koi dorob maribo lagibo.
Mop dile gos bur joli najabo tu
Video ot kuwar dore dile nojole. besi porimane nidibo aru besi rodot spray nokoribo. Parile pasbela foliar spray koribo lage.
@@Tea_Gardening thank you bro
najai
Dada moi machine ata anilu lithium battery hoi ..aru mane aji pat kota mur 25 din man hol baganot pat oha nai ..ke korile val hobo muk jonabo pls ..moi medicine u korilu..pat singa manuh nai karone machine ata ani loisu..baganot pat a noha hol..aji 1 mah a hobo atia
আপুনি কি কলম দিছে, পাত কেনেকৈ চিঙিছে সেইবোৰ নেদেখিলে কোৱা টান ৷ চাহ খেতিয়কৰ এটা ফেচবুক গ্ৰুপ আছে। তাত কেইবাজনো চাহ বিশেষজ্ঞও আছে। তাতে join হৈ লৈ ফটো সহ প’ষ্ট এটা দিবচোন, নিশ্চয় সহায় কৰিব ৷ facebook.com/groups/1146054072404848/
Unprone ase alp man aru ms kating ase..logot a D's ase ,,machine a kotu ty pat Tu uthai pine kota hoise,moi neje katisu..korobad korobad pukha ata duta ahise ...ke korile Val hobo ,,ke vitamin marim apuni muk Val dore bujai diok pls 🙏🙏
কোনটো মেছিন, বেটাৰীটো নে পেট্ৰলত চলাটো ? মেছিন টো এই সময়ত আনপ্ৰুন বাগানতহে ব্যৱহাৰ কৰিব ৷ ds, ms অত নকৰিব ৷ টেবুল খন সমান হোৱাৰ পাছত মানে হয়টো দুমাহ মানৰ পাছত ms অত কাটিব পাৰিব ৷
আনপ্ৰুন বাগানতো বৰ সাৱধানে ব্যৱহাৰ কৰিব লাগে ৷ জোখতকৈ অলপমান তললৈ বহি গ’লেই কিন্তু পাত অহাত দেৰি হৈ যাব পাৰে ৷
আৰু এই কেইদিন প্ৰায়বোৰ বাগানতে ভালকৈ পাত অহা নাই বতৰটো প্ৰতিকুল হোৱাৰ বাবে, সেয়ে আৰু দুদিনমান অপেক্ষা কৰক, পাত আহিব ৷ সময় মতে সাৰ দৰৱ দিয়ক, কীটনাশক প্ৰয়োগ কৰক, সাৰ নাই দিয়া যদি ফলিয়াৰ স্প্ৰে কৰক দুই ৰাউণ্ড মান ৷ বেলেগ একো ভিটামিন মাৰিব নালাগে ৷ ফলিয়াৰৰ বাবে ভিডিঅটো চাই ল’ব: th-cam.com/video/J2Jq3u9O0nA/w-d-xo.html
Dhoinabad ,Val koi bujai dia babe 🙏🙏 ,,moi apunar chenal Tu subscribe Kori desu ,,aru Val Val Kotha janibo paru jate
Koboloi pahoriselu ,moi battery a Kota machine Tu use korisu
Your content is informative but , I wish you could choose Hindi or Bengali language.
পাত ছিঙা কিমান দিনৰ ভিতৰত ফলিয়াৰ ব্যৱহাৰ কৰিলে ভাল হয়।
পাত ছিঙাৰ দুদিনৰ পাছতে ফলিয়াৰ স্প্ৰে কৰিব লাগে
@@Tea_Gardening ধন্যবাদ
Vitamin kuntu mahor pora maribo lagibo
চাহৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্য সমূহ ফলিয়াৰ হিচাবে প্ৰয়োগ কৰাৰ সময়বোৰ এই ভিডিঅ’টোত ভালদৰে বুজাই কোৱা হৈছে।
কথাখিনি জানিব পাৰি উপকৃত হম।
*_ধন্যবাদ_*
Dada bhal lagile apuni kotha khini khuli kole
Apunr what's app number 2 paamni
Thanks...
@@Tea_Gardening thnks 2 apunk kobo laage apuni emn khini info diaar baabe
Contact number tu pam nki
Wat, app number tu dibo sun
okay