CM Himanta Biswa on ADRE Paper Leaked | প্ৰশ্নকাকত ভাইৰেলক লৈ মুখ্যমন্ত্ৰীৰ ব্যংগাত্মক মন্তব্য। N18V

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.พ. 2025

ความคิดเห็น • 310

  • @crdigital9175
    @crdigital9175 4 หลายเดือนก่อน +1

    Re exam hobo lage

  • @joonahmed5741
    @joonahmed5741 4 หลายเดือนก่อน +114

    মূল্য যদি নাই তেন্তে প্ৰশ্নকাকত লগত দি দিয়ক

    • @sumosd64
      @sumosd64 4 หลายเดือนก่อน +3

      Exactly

    • @somirbhaitipstrick6602
      @somirbhaitipstrick6602 4 หลายเดือนก่อน +8

      Next di dibo bli notice dse SLRC a

    • @kapildbasumatary9023
      @kapildbasumatary9023 4 หลายเดือนก่อน +3

      SEBA k toh koisil a Mamai dibo. But SEBAi hei diya nai

    • @fashionhub8257
      @fashionhub8257 4 หลายเดือนก่อน

      ​@@somirbhaitipstrick6602 tetia leak holeo gom napabo

    • @abinashbordoloi4341
      @abinashbordoloi4341 4 หลายเดือนก่อน

      ​@@somirbhaitipstrick6602SLRC e nohoi himanta biswa sharma I koi dise

  • @indianvloggerrahul
    @indianvloggerrahul 4 หลายเดือนก่อน +72

    বালৰ কথা কয় ১বছৰৰ পৰা কষ্ট কৰি পঢ়ি যিসকলে exam দিব গৈছে সিহঁতক হুধক ডাঙৰীয়া only নিজৰ চলি পলিৰ কথা ভাবি মুখ্য মন্ত্ৰী হলে নহব ।। আৰু আপোনাৰ মন্তব্যৰ উপৰত প্ৰশ্ন
    ১/ পৰীক্ষা শেষ হোৱাৰ পাছত কিয় প্ৰশ্ন কাকত নিদিয়ে?( এতিয়া যে ভাইৰেল হল তাৰবাবে এতিয়া প্ৰশ্ন কাকতৰ কাম নাই নেকি)
    ২/ বেলেগ ৰাজ্য বিলাকৰ দৰে আমাৰ কিয় answer key নুলাই?
    ৩/মাৰ্ক চিত কিয় নিদিয়ে subject wise
    (দম নাই নেকি ,নে ১৫০০ টকীয়া বোৰৰ বাবেও post ৰিজাৰ্ভ কৰা আছে)

    • @kangkanjyotibarman9366
      @kangkanjyotibarman9366 4 หลายเดือนก่อน

      r u dumb or what? jonmor prai ene nki.

    • @TCF573
      @TCF573 4 หลายเดือนก่อน +1

      @@indianvloggerrahul hei CM tue sob kotha byonga kori koi.. Heituei tar mania

    • @TCF573
      @TCF573 4 หลายเดือนก่อน +1

      @@indianvloggerrahul hei CM tue sob kotha byonga korie koi heituei tar mania soboke Vorir tolor. buli bhabe

    • @champakrabha1205
      @champakrabha1205 4 หลายเดือนก่อน +2

      আকদম সঁচা কথা

    • @zreducationallive8000
      @zreducationallive8000 4 หลายเดือนก่อน

      Cmk ane ke kobo napai 😂😂😂😂, Mama jui 😂😂😂

  • @Him-l3z
    @Him-l3z 4 หลายเดือนก่อน

    অসমৰ মানুহক joker বনাই আছে ।।

  • @munindraray180
    @munindraray180 4 หลายเดือนก่อน

    যদি সঁচাকৈ পেপাৰ লিক কৰিছে
    তেতিয়া হলে লীক কৰতাজনক
    এনেকা শাস্তি দিব লাগে যাতে আগলৈ এনে কাম কৰিবলৈ 100 বাৰ ভাবিব লাগে। মুখ্যমন্ত্ৰী ক দোষ দি কি লাভ আছে এখন সুস্থ সমাজ গঢ়িবলে প্ৰতি জন নাগৰিক কৰ্তব্য আৰু দায়িত্ব।

  • @asish1096
    @asish1096 4 หลายเดือนก่อน +1

    কথা আছিল প্ৰশ্ন কাকত খনৰ লগত OMR খন জমা লোৱা, যদি প্ৰশ্ন খন centre 1 তাত 2.15 loike আছিলে তেতিয়া OMR খন সেই centre টোত বা বাকী centre বোৰত কেইটা লৈকে আছিলে, কাৰণে omr fillup koribole 5 minute ও নালাগে বাকী ,আমাৰ future সিহঁতৰ হাতত আছে যদি আমাৰ জনাৰো odhikar আছে

  • @bishwajyotigogoi5368
    @bishwajyotigogoi5368 4 หลายเดือนก่อน +7

    আৰু কেইবছৰ মানৰ পাছত ADRE APSC দিয়াত কৈ মুখ্যমন্ত্ৰী MP MLA ৰ বাবে হে প্ৰতিযোগিতা চলাম কিয়নো মোকো ২৫বছৰৰ পাছত ভাৰতীয় সংবিধানে মুখ্যমন্ত্ৰী, সাংসদ, বিধায়ক হবলে যোগ্যতা দিছে গতিকে এইবোৰ ফাকিবাজী পৰীক্ষা দিয়াতকৈ নিবনুৱা বোৰে নিজৰ নিজৰ সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়ায় যাওঁক, কিয়নো বিধায়ক, সাংসদ, মুখ্যমন্ত্ৰী সকলোকে ৰাজ্যপালে নিয়োগ কৰে অৰ্থাৎ Employer Governor and Employees বিধায়ক মুখ্যমন্ত্ৰী নহলে কিহৰ কাৰণে দৰমহা দিয়ে কিহৰ কাৰণে পুৰণি পেঞ্চন নীতি মতে পেঞ্চন পাই!?? এওঁলোকেতো দেশ সেৱা বিনা পাৰিশ্ৰমিকে আগবহাব লাগিছিলে কিন্তু এই ওপৰৰ কাৰ্যবাহী পদ বিলাক স্বাধীনতাৰ সময়ত অশিক্ষিত নিৰক্ষৰ লোক বেছি থকাৰ বাবেই সেই ব্ৰিটিছৰ শোষণ নীতি যি স্বাধীনতাৰ পাছত ভাৰতীয় সকলে বৰ্তমানলৈকে বৰ্তাই ৰাখিছে তাৰ বাহিৰে অন্য একো নাই।

  • @taradoi7957
    @taradoi7957 4 หลายเดือนก่อน +12

    মোৰ প্ৰশ্ন যদি প্ৰশ্ন কাকতৰ পৰীক্ষা হৈ যোৱাৰ পাছত মুল্যই নাই তেন্তে পৰীক্ষাথীক কিয় প্ৰশ্ন কাকত নিদিলে ? ৰহস্য কি ?

  • @AssamTechGunjan
    @AssamTechGunjan 4 หลายเดือนก่อน +4

    Leak হোৱা কাকত খনৰ photo click কৰাৰ time টো আমাক ৰাজহুৱা কৰক, অন্যথা কেতিয়াও মানি নলও.....

  • @jahnobideuri2821
    @jahnobideuri2821 4 หลายเดือนก่อน

    Hoi sr

  • @brothersglobe5706
    @brothersglobe5706 4 หลายเดือนก่อน

    অসমৰ ৰাইজক চুমি বিশাল নামৰ দালাল কেইটাৰ পিছত দৌৰাই এতিয়া অলপ প্ৰশ্ন কাকতৰ পিছত দৌৰাব। তেতিয়াহে মানুহে অসমৰ জ্বলন্ত সমস্যা সমূ্হৰ পৰা আঁতৰি থাকিব। কেন্দ্ৰীয় চৰকাৰৰ অধীনত কত যুগ যুগ ধৰি ডাঙৰ ডাঙৰ পৰীক্ষা হৈ আছিল, তেতিয়াটো কোনো নাৰীয়ে নাৰীৰ মৰ্য্যদা বিসৰ্জন দিবলগীয়া হোৱা নাছিল। এতিয়া নাচ মলুৱা নাচৰ দিন। গতিকে নাচিব লাগিবই।😂😂

  • @Rreview_1
    @Rreview_1 4 หลายเดือนก่อน +7

    নিজৰ দোষ লুকাবলৈ আনৰ গাত দোষ চপাই দিয়া। Good decision 👍

  • @itsmeprof4677
    @itsmeprof4677 4 หลายเดือนก่อน +31

    তেতিয়া হলে মামা আপুনি ১৬ জনক কিয় গ্ৰেপ্তাৰ কৰিলে? আৰু আপুনিও এজন মানুহ হয় আৰু আপোনাৰ নিৰ্দেশ মতে কাম কৰা সকলো মানুহেই হয় গতিকে মানুহ মাত্ৰেই ভুল😊 সঁকীয়াই চালে দোষী ওলাই পৰিব চিন্তা নকৰিব। আমাৰ দৰে দুখীয়া বোৰক এনেও চাকৰি নিদিয়ে কিয়নো আমি ১২ লাখ টকা ঘুচ দিব নোৱাৰোঁ। জয় আই অসম 🙏

  • @enigmatic.grace4
    @enigmatic.grace4 4 หลายเดือนก่อน

    মামা তুমি এটা ধূৰ্ত বেয়া নাপাবা এই বাৰ চাকৰি কোনে কোনে পাব আমি জানো সব বিক্ৰীহৈ গল-

  • @PureReview5
    @PureReview5 4 หลายเดือนก่อน +1

    Dear CM sir, Apuni recruitment babe Compitive exam pata nasil mane Gutai Assam juri dangor Bia ha patisil na, din rati ek kri kosto kri exam diba jua candidate bur biyar atithi asil na, borjatri asil, apuni ane kotha koi candidate burk aru taulkr kosto handhanak tuoso tatislo, krise bhut apaman krise nijor sorkar dukh dakhiboli goi, ai paper leaked case tu ata guwahati high court dara judiciary enquiry ata diboli hakhok kriba parib na, baru

  • @daizee4510
    @daizee4510 4 หลายเดือนก่อน +2

    অহংকাৰী এজনৰ পৰা কি আশা কৰিব ৷ সাংবাদিকৰ ভুল হৈছে , তেওঁৰ পৰা উত্তৰ বিছাৰি ৷ কিমান সময়ত ভাইৰেল হৈছিল কিয় কব নোৱাৰে ? কুচ টো হ্যে , ভাই কুছ টো হ্যে...৷

  • @navajyotisaikia7481
    @navajyotisaikia7481 4 หลายเดือนก่อน

    Mama very good

  • @BoraH932
    @BoraH932 4 หลายเดือนก่อน

    Great work done sir🙏

  • @ice-creams-are-not-real
    @ice-creams-are-not-real 4 หลายเดือนก่อน

    ঐ হিমু থাকিব দে কেলা তই যি নকৱ, মিঞাৰ বংশধৰে দোষ বিছাৰি ওলিয়াবই, হিহঁতৰ কামেই হেটো

  • @kanishka6445
    @kanishka6445 4 หลายเดือนก่อน +28

    Central exam ৰ দৰে Answer key দিয়ক marit list দিয়ক .... কিমান মাৰ্কৰ পৰা cutoff যায়.... ইমান যদি নিকা exam হৈছে.....
    তেতিয়াহে সাধাৰণ মানুহৰ লৰা ছোৱালীয়ে চাকৰি পাব....

  • @sanatdas4046
    @sanatdas4046 4 หลายเดือนก่อน

    Thik koise mama

  • @debenhandique9958
    @debenhandique9958 4 หลายเดือนก่อน +2

    মূখৰ জৱাব ৰাখি কথা কব মহাশয়, বিয়া ৰভাৰ লগত তুলনা নকৰিব।১২লাখ canditor অনলাইনৰ মূনাফা কোনে পাব।

  • @Akash-ok7su
    @Akash-ok7su 4 หลายเดือนก่อน +33

    Misa kotha, ADRE paper leak hoise. We want retest. Bjp go back

    • @BijoyDeka-u5k
      @BijoyDeka-u5k 4 หลายเดือนก่อน

      Toi geda ali

    • @aizen27399
      @aizen27399 4 หลายเดือนก่อน +6

      toi re holeo napao 😂😂😂

    • @maindasaccount
      @maindasaccount 4 หลายเดือนก่อน

      Right 😅😅​@@aizen27399

    • @subarnachetia9560
      @subarnachetia9560 4 หลายเดือนก่อน +1

      Sob bostu perfect nohoi.. Korobat kiba hoboai... Sob sualii u hua ny..lora u kisumanor hoisa... Thakibo aii..kunau vogowan nhoi j sob perfect hobo...janaka pasta angoli homan nhoi tankoi kunau perfect nhoi.. But i appreciate govt...alteast agor sarkarkhonot koi val hoisa... Sobotai vul bisarela akou dinoloi ghure jabo hola... Gom paisa nhoi grade 4 sakori pora APSC loi akol kalangkarii.. So val hobo laha laha ka... Akadinotai Tajmahal bonabo nwaraa..

  • @GreenWorld-wm7ng
    @GreenWorld-wm7ng 4 หลายเดือนก่อน

    Mama is best🎉🎉🎉

  • @sewaliBorphukan
    @sewaliBorphukan 4 หลายเดือนก่อน +1

    Ako exam hobo lage

  • @nabadipraj8204
    @nabadipraj8204 4 หลายเดือนก่อน

    Agta ja qsn paper 2 ndea aje pora dibo buli ja kole aru ami kimn no paisu hei2 amk jnibo ndea kio

  • @PARESH-4
    @PARESH-4 4 หลายเดือนก่อน

    মামা আপোনাৰ পাতি দিয়া বিয়াত কন্যাৰ সন্তান আছিল পাছতে গম পালো।

  • @scout8417
    @scout8417 4 หลายเดือนก่อน

    এয়া আপোনাৰ দুখ নাই স্বীকাৰ কৰকADR pepar lookout hol exam piri।piodagstip

  • @fighterff20-yt
    @fighterff20-yt 4 หลายเดือนก่อน +4

    11 লাখ লৰা কি মহামূৰ্খ নেকি । ঘিউ বোলা বস্তুটো নাই নেকি 11 লাখ

  • @AbjalKhan-mt3wv
    @AbjalKhan-mt3wv 4 หลายเดือนก่อน

    Answer sheet t nam photo kio

  • @lakhikrchintey5693
    @lakhikrchintey5693 4 หลายเดือนก่อน +10

    হিমন্তৰ কথা শুনিলে এনে লাগে যেন তেও এই প্ৰিথিবীত নাই যেন লাগে

  • @babulsaikia462
    @babulsaikia462 4 หลายเดือนก่อน +1

    কথা ক'ব জানিলে মৰণ নাই।

  • @সমুদ্ৰকুমাৰনাথ
    @সমুদ্ৰকুমাৰনাথ 4 หลายเดือนก่อน

    9.30mnt ulal paper. Mama i gomei npai sge? Answer key dia bebostha korok

  • @aparadevisarma5797
    @aparadevisarma5797 4 หลายเดือนก่อน

    You are the.main.culpit

  • @AllinOne-zv8ki
    @AllinOne-zv8ki 4 หลายเดือนก่อน

    Mark diyok exam r.....question paper loge loge diyok

  • @SaddamHussainmazumder
    @SaddamHussainmazumder 4 หลายเดือนก่อน

    Only assam state exam hone k baad question nehi deta hain students ko,but why

  • @PARESH-4
    @PARESH-4 4 หลายเดือนก่อน

    বিয়াৰ আগেয়ে পেণ্ডল উওোৱাৰ কাৰনে viral hunisu আৰু নহ'লে viral hbo neki?

  • @guptasarmah8949
    @guptasarmah8949 4 หลายเดือนก่อน +12

    যদি প্ৰশ্ন কাকতৰ কোনো মূল্য নাই তেন্তে পৰীক্ষাৰ্থী সকলৰ পৰা কাকতখন ৰাখি থোৱাৰ কাৰণ কি? সেই বিষয়টো ৰাইজক বুজাই দিয়াতো ভাল। নিশ্বয় কিবা গোপনীয়তা আছে বাবেই কাকতখন ৰাখি থোৱা হয়। পৰীক্ষাৰ্থীক ঘৰলৈ নিবলৈ নিদিয়া কাকতখন যদি পাছত ফাদিল হয়, তেন্তে পৰীক্ষাৰ আগত যে ফাদিল হোৱা নাই তাৰ কিবা গেৰাণ্টি আছে জানো। প্ৰায়ে দেখা যায় মুখ্যমন্ত্রীয়ে যিকোনো গম্ভীৰ বিষয় এৰাই চলিবলৈ হওক বা দায় সাৰিবলৈ হওক ভেঙুচালি সূচক তৰল মন্তব্য কৰে। তাৰ পৰাই মুখ্যমন্ত্রী হিচাপে দায়বদ্ধতা কিমান প্ৰকাশ পায়।

  • @BkumarRay-ur1oo
    @BkumarRay-ur1oo 4 หลายเดือนก่อน

    যদি প্ৰশ্ন কাকতখনৰ মূল্য নাই তেন্তে ৰাখি থয় কিয় আপোনালোকে,আমাক আনিবলৈ নিদিয়ে কিয়?

  • @pranabozah4917
    @pranabozah4917 4 หลายเดือนก่อน +5

    সুচাৰু ৰূপে পৰীক্ষা সম্পন্ন হৈছে ৷ইমান বৃহৎ সংখ্যক প্ৰাৰ্থী অৱতীৰ্ণ হোৱা নিযুক্তি পৰীক্ষাত বেমেজালি নোহোৱাটোৱে হয়টো দোষ বিচাৰি থকা সকলক হতাশ কৰিলে ৷ইমান ভালো ভাল নহয়, এনে মানসিকতা প্ৰদৰ্শণ কৰি পৰীক্ষা সম্পন্ন হোৱাৰ পিছত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাটোক ঢৌ টোকে ৰৌ কৰা হল ৷সমালোচনা স্বাৰ্থত সমালোচনা নকৰি ভাল কামৰ প্ৰশংসাও কৰিব লাগে ৷

    • @bishwajyotigogoi5368
      @bishwajyotigogoi5368 4 หลายเดือนก่อน +1

      পিছে কিমান নম্বৰ পাই এজন পাৰ্থীয়ে সেইটো দিব নোৱাৰা কেনেকুৱা চৰকাৰ 😅😅 প্ৰশ্ন কাকত ফাফিল হলত কিবা দুৰ্নীতি হৈছে নে নাই নাজানো কিন্তু ইয়াৰ পাছৰ পৰ্যায়ত কি স্বচতা দি চাকৰি দিব কিয় সকলোৰে প্ৰাপ্ত নম্বৰ দিয়াৰ ব্যবস্থা কিয় কৰা নাই😂😂 নে দক্ষিণা দিব লাগিব

  • @dibbagaming25
    @dibbagaming25 4 หลายเดือนก่อน +1

    Dear mama jodi ankai kotha then nxt exam r pra kindly amk question paper khn ghrt niboloi dibo please

  • @AsanurZaman-dt5px
    @AsanurZaman-dt5px 4 หลายเดือนก่อน

    CM ডাঙৰীয়া আপুনি নিজকে মহান বুলি গণ্য কৰে, কথাটো ইমান সহজ নহয়, তেনেহলে প্ৰশ্নকাতত পৰীক্ষাৰ্থীয়ে কিয়‌ লগত লৈ আহিব নোৱাৰে কিয়?

  • @azadhussain8869
    @azadhussain8869 4 หลายเดือนก่อน +1

    Himanta go back

  • @nirojthapa6721
    @nirojthapa6721 4 หลายเดือนก่อน

    Yetiya leak huwar pisot, paper'r mulya nuhuwa hol

  • @pabitrapegu9245
    @pabitrapegu9245 4 หลายเดือนก่อน

    পঢ়া শুনা নকৰাকৈ পৰীক্ষা দি ইয়াত আল-বাল গাই একো লাভ নাই । যোৱা বাৰ adre তো যাক যাক সৰুৰে পৰা পঢ়াত ভাল বুলি জানো তেওলোকেই চাকৰি পাইছিল । গেধা লৰা এজনেও পোৱা বুলি শুনা নাই , মিছা কলে কিডাল হব ।HBS জিন্দাবাদ ।

  • @rupboruah
    @rupboruah 4 หลายเดือนก่อน

    😂😂😂😂 SEBAR KIBA NAHOLA ATA EXAM VALL KA JAI JANU?????????

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka959 4 หลายเดือนก่อน

    Penty aru braa r vitorot hat humuwai chek kora burok ki koribo....Apuni sakori dise thike kintu 60% Garo bure sakori ple..

  • @subarnachetia9560
    @subarnachetia9560 4 หลายเดือนก่อน

    Sob bostu perfect nohoi.. Korobat kiba hoboai... Sob sualii u hua ny..lora u kisumanor hoisa... Thakibo aii..kunau vogowan nhoi j sob perfect hobo...janaka pasta angoli homan nhoi tankoi kunau perfect nhoi.. But i appreciate govt...alteast agor sarkarkhonot koi val hoisa... Sobotai vul bisarela akou dinoloi ghure jabo hola... Gom paisa nhoi grade 4 sakori pora APSC loi akol kalangkarii.. So val hobo laha laha ka... Akadinotai Tajmahal bonabo nwaraa..

  • @abanidas6895
    @abanidas6895 4 หลายเดือนก่อน +1

    বদনাম গায় ফুৰা এটা লবি আছে। কিছুমান প্ৰচাৰ মাধ্যমৰ এই বিলাকে কাম।

  • @birendeka5902
    @birendeka5902 4 หลายเดือนก่อน

    Paper bor candidate k d diba lage

  • @surajboro7942
    @surajboro7942 4 หลายเดือนก่อน

    Diya pasat jadi question aku nai nahole question to candidate question to kio gorai napai kio

  • @arjuntamulpur8639
    @arjuntamulpur8639 4 หลายเดือนก่อน

    ADRE exam OMR sheet exam nelage amak CBT exam lage amak

  • @bitopanbharali905
    @bitopanbharali905 4 หลายเดือนก่อน

    Exactly HBS❤

  • @ViralcLipsVlogS
    @ViralcLipsVlogS 4 หลายเดือนก่อน

    OMR or uporot nam aru photo r kenekua diya hol... Etur uporot comment kora nay CM

  • @JhumiSharma-1234
    @JhumiSharma-1234 4 หลายเดือนก่อน

    LStudent mukh bondo kori ase , atiya 11 lakh students k loi politics soli ase , aru jetiya 11 lakh students a politics korib , tetiya na cong gv hb na bjp na ejp 11 lakhe noba jug armbha korib parib, gotike mama ji korib val korib bhal korar sesta kori ase , jodi viral hoise tetiya hole 11 lakh students a kenekoi mani lab je exam nika buli

  • @TinkuPegu-t7b
    @TinkuPegu-t7b 4 หลายเดือนก่อน

    Kiiya bokobas kaha? Dhukiya hokole 1.2 ml karone kitni besibo lagibo 😢 neki?

  • @pranabjyotijyoti6261
    @pranabjyotijyoti6261 4 หลายเดือนก่อน +9

    আচৰিত জনক কথা দেই মুখ্য মন্ত্ৰী ডাঙৰীয়া

  • @Sun.International
    @Sun.International 4 หลายเดือนก่อน +2

    যিবিলাক ফোটোষ্টেট কৰি লোৱা হৈছে সেইবিলাক কিছুমানৰ পৰীক্ষাৰ্থীৰ বহীৰ উত্তৰবোৰ মিলাই (যিবিলাকৰ সৈতে আলোচনা আছে সিহঁতৰ লগত বহি) অশুদ্ধবোৰ শুদ্ধ কৰি দিয়াৰ চেষ্টা কৰা হৈছে বুলি কিছুমানৰ মুখে মুখে শুনি আছো... বিশ্বাস হোৱা নাই বাৰু... তথাপি এনেকুৱা কথা শুনি থাকিলে মন বেয়া লাগি যায়... ইমান কষ্ট কৰি পৰীক্ষা দিব... ওপৰতে পইচা ভেটি দি ফল কোনোবাই খাব... এনেকুৱা যাতে নহয়... কিবা এটা হলেও গণ্ডগোল হৈয়ে থাকে...এনেকুৱা হোৱাটোও একো ডাঙৰ কথা নহয়...

  • @bksworld4751
    @bksworld4751 4 หลายเดือนก่อน

    11 lakh nhoi 3000 buli ko

  • @hobiburrahman2376
    @hobiburrahman2376 4 หลายเดือนก่อน

    Exam r pisot photo mara buli ki proman ase???? Eman nirapottar majot keneke scan koribo

  • @darshanbasumatary5956
    @darshanbasumatary5956 4 หลายเดือนก่อน

    Kio paper leak hoi exam hole. Assam t mama . Ab ub I V Grade hebur o leak hbo nki paper

  • @jyotirmoykalita5412
    @jyotirmoykalita5412 4 หลายเดือนก่อน

    30%-40% legally pabo sakori...100% dui nmbri kribo nware
    Ji keijne legally pabo sakori xei keijn k loi politics kribo 100% legally hwa buli

  • @sauravbhattacharjee9842
    @sauravbhattacharjee9842 4 หลายเดือนก่อน

    Mama exam aponi thik patise, kintu PWD department or Kam khinit bohut ghapla hoi thoka jen gom pao

  • @Arupkrnath
    @Arupkrnath 4 หลายเดือนก่อน

    Xeitue asol ktha no. "Teuluk dangor dangor manuh eku nhi". Teu ji hoi ase, jenek ase tenekei thakibo. Haha😂

  • @MasumAhmed-ue6kr
    @MasumAhmed-ue6kr 4 หลายเดือนก่อน

    Himu mama tetiya hole amak question tu anibo diya nai kio

  • @JhumiSharma-1234
    @JhumiSharma-1234 4 หลายเดือนก่อน

    Val nalagil suni question paper viral howa kotha, seya agot howk pasot howk , guru karone rul nothaka kam korib pare nki

  • @lakhansimportant
    @lakhansimportant 4 หลายเดือนก่อน

    Paper khon di nopothuwar karon Tu kii

  • @amarjitsandilya1236
    @amarjitsandilya1236 4 หลายเดือนก่อน +1

    সকলোলৈকে অনুৰোধ 11লাখ লৰা ছোৱালীৰ মোৰ নাখাব। 🙏🙏🙏🙏🙏

  • @namasteindia9976
    @namasteindia9976 4 หลายเดือนก่อน

    Right says by CM Sir

  • @pintuislam9158
    @pintuislam9158 4 หลายเดือนก่อน

    C m nohoy b s😂

  • @k.......B...4273
    @k.......B...4273 4 หลายเดือนก่อน +1

    সাংবাদিক সকলে কিয় নুশুধে কোনে কিমান number পাইছে এইটো দিব লাগে বুলি??

  • @dhanjitnath4013
    @dhanjitnath4013 4 หลายเดือนก่อน +20

    আপুনি মহিলাবোৰক কাপোৰখুলি চেকিং কৰিব দিছে নেকি ? 🙏🌹

  • @dSsc121
    @dSsc121 4 หลายเดือนก่อน

    Nam matro porikha sob natok
    Ans. Key diok kio nidiye 😂😂😂😂

  • @mirrahman5657
    @mirrahman5657 4 หลายเดือนก่อน

    Ke dukiya dukiya manuh pabo sakori ...sobeh janeh kuneh pabo sakori..

  • @im-DON-ok
    @im-DON-ok 4 หลายเดือนก่อน

    11lakh

  • @keramatali5692
    @keramatali5692 4 หลายเดือนก่อน

    No goverment job goverment job lose for my country.....
    BJP zindabad.. only private job

  • @manashjd3365
    @manashjd3365 4 หลายเดือนก่อน

    Exam starting hua 30 min agat viral knke hl ru phn nib dia nsil n internet asil aeburor mur lgise .akhete raizor gali khuwar voit ru election r anko krne vul2 lukuab try krise

  • @digantakrrabha9647
    @digantakrrabha9647 4 หลายเดือนก่อน +15

    Mojjjaa mama

  • @24Wouldcolletionvideo
    @24Wouldcolletionvideo 4 หลายเดือนก่อน

    হয় মামা টিক কৈ সে

  • @hemantabhuyanbhuyan2499
    @hemantabhuyanbhuyan2499 4 หลายเดือนก่อน

    Ebar moi MLA hom

  • @saifulsikdar9761
    @saifulsikdar9761 4 หลายเดือนก่อน +14

    ব্যৰ্থতা মানি ল'ব পৰা নাই মামাই। আমি প্ৰশ্ন ফাদিল কৰাৰ সঠিক তদন্ত বিছাৰিছো নহ'লে যিসকল প্ৰাৰ্থীয়ে বহুত কষ্ট কৰি পঢ়া-শুনা কৰি পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই গৈছিল তেখেতসকলৰ কষ্ট এনেই বিফল হব।

    • @BijoyDeka-u5k
      @BijoyDeka-u5k 4 หลายเดือนก่อน

      Rocky r guti duta suhi thak

    • @saifulsikdar9761
      @saifulsikdar9761 4 หลายเดือนก่อน

      @@BijoyDeka-u5k tor aro ki hol, kiman toka disa Questions out korar karone. Tok todonto koribo lagibo..

    • @Njk1255
      @Njk1255 4 หลายเดือนก่อน

      ​@@BijoyDeka-u5keman din a toiu eke guti suhi asili.. 500 toka eta bjp r naam tu loi pua krne hehote hagi dileu khabi toi

    • @BijoyDeka-u5k
      @BijoyDeka-u5k 4 หลายเดือนก่อน

      @@Njk1255 500 toka tur bhoiyeror logot coffee khabo jaute lage hodai, 500 t solibo nuari baba

    • @Njk1255
      @Njk1255 4 หลายเดือนก่อน

      ​@@BijoyDeka-u5k 500 toka tur krne bohut.. lal sah khua manuh tui coffee r lebl dile nasaje. Eman din a bjp k gali para manuh tui kihor krne bjp supporter hoise jana ase. Vul tut maat dibo hikibi.. hagi dilei mukh khn meli nidibi

  • @babulalroy8069
    @babulalroy8069 4 หลายเดือนก่อน

    Sir Lagi Thakok

  • @Mintu.R...
    @Mintu.R... 4 หลายเดือนก่อน

    2.17 judi 9 .59am kenekoi hll in our village group t dia pdf tu 😢😢😢😢

  • @manikrabha9983
    @manikrabha9983 4 หลายเดือนก่อน

    Murot mal nathakile kitapkhonoke dileo noware......agote keita sakori olaise kone nijokti pale bhutoke powa nasil.atia keita post hokoloye jane.horu hura bhul truti thakibo.....atia lora sowaliye govt jobe r hopon dekhibo toh pare.congress govt r dinot dalal bor pia pi di furisil.atia congress,agp,bjp buli kotha nai exam jar bhal hobo sakorir jogyota teorei.horbokalor horbosrestho sorkari sakori nijukti aikhon sorkaror dinot hoise.thanks assam govt.

  • @simplevillageboy7257
    @simplevillageboy7257 4 หลายเดือนก่อน

    Exam khek huar pisot viral hoise judi eku nohoi diya

  • @khagendrabhumij8753
    @khagendrabhumij8753 4 หลายเดือนก่อน

    Mama thike i koise, Moi mama logot

  • @sujeetbaro2087
    @sujeetbaro2087 4 หลายเดือนก่อน

    😂😂already all are set 99 are set 1 percent not set for media to show...demo of poor family 😅

  • @mahatbasumatary1050
    @mahatbasumatary1050 4 หลายเดือนก่อน +2

    Correct ❤

  • @NabinSaikia-m5r
    @NabinSaikia-m5r 4 หลายเดือนก่อน +1

    Kela Rtipua 9.30 te paper leak hoise

  • @Lun12759
    @Lun12759 4 หลายเดือนก่อน

    Exam tu jiman strictness r majere pota hoisil, result tuw ami tenedore bisaru. Answer key + omr sheet copy. Aru qs paper kio anibo nidile heituw bor asorit

  • @Njk1255
    @Njk1255 4 หลายเดือนก่อน

    Last time SI r exam t bedsheet r uporot question paper loi photo disil. . Question paper kintu logt anibou dia nasil. Tothapiu hehote koi thole je exam r pisot heijon student a ques paper khn ghrt loi goisil.. invigilator jon eman murkho asil ne student a ques paper joma nidile okol OMR khn joma loise.. aru photo khn t 1ta pen r mark nasil.. ghrt loi aha ques paper khn 1ta mark nokora ke exam disile.. kiman aru murkho bonabo manuh k.. Eibar u same case tue hol.. sob janiu kunui eku maat matibo nuare

  • @probinkumarkakati6151
    @probinkumarkakati6151 4 หลายเดือนก่อน +1

    ঠিকেই কৈছে ইয়াত ক্ষতি হব অসমৰ পৰীক্ষাথী হে ?

  • @ashimkakoti2456
    @ashimkakoti2456 4 หลายเดือนก่อน

    News reporter keitak xudhisu apuna luke xudhibo lage Marit list kiyo nediye....Paper dm bali aji kiyo koise Karon Bipod tu buji paise mama a... Sb Misa Assam r mnh hyse murkho

  • @krishnajyotiphukon5497
    @krishnajyotiphukon5497 4 หลายเดือนก่อน

    Haha mama ji

  • @Khadija_bgm
    @Khadija_bgm 4 หลายเดือนก่อน

    We need mark sheet this time

  • @pegu3112
    @pegu3112 4 หลายเดือนก่อน

    Kisuman manuh thakei aru kaneke exam ti bodanam koru. Student aru government te bohut kosto kori exam patixe. As a candidate I'm satisfied with the arrangement and process of the exam. We are with you CM sir, carry on your good work

  • @mkr1982-b7p
    @mkr1982-b7p 4 หลายเดือนก่อน

    Right mama

  • @nabajyotichoudhury9260
    @nabajyotichoudhury9260 4 หลายเดือนก่อน

    Mukh khn dhaki ahibi

  • @sultanahmed9410
    @sultanahmed9410 4 หลายเดือนก่อน

    Now our beloved cm will tell all the paper leaks are done by Congress or else miya ppl have done this

  • @sonaiborah3624
    @sonaiborah3624 4 หลายเดือนก่อน

    Of course, From layman Point of Examination is Over in smooth and perfect manner.should n't Critical in every step taken by the government..