""বৃন্দাবনে যায় হে"" ৰাসৰ গীত'''কণ্ঠ--মুনমী বৰা

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2025
  • আপোনালোকৰ মৰম আৰু আৰ্শীবাদ কামনা কৰি ৰাসৰ এটি গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো
    আশাকৰো সকলোৱে মৰমেৰে আদৰি ল'ব 🙏
    বৃন্দাবনে যায় হে
    কণ্ঠ--মুনমী বৰা
    সংগীত--অংকুৰ জ্যোতি বৰা
    শব্দ-সংমিশ্ৰন--শংকৰ জে বৰুৱা
    ভায়লীন--দীপেন্দ্ৰ শৰ্মা
    খোল--সমুদ্ৰ হাজৰীকা
    বাঁহী--দাদু ৰাজখোৱা
    তাল--নিৰঞ্জন শইকীয়া বৰবায়ন
    প্ৰযোজক--ৰত্নেশ্বৰ বৰা
    ভিডিঅ'--ধূৰ্ব শৰ্মা
    ষ্টুডিঅ'--সাৰেঙ্গ মাজুলী
    বিশেষ কৃতজ্ঞতা--মা, দেউতা,ৰাজা,মাইনী,মুনু

ความคิดเห็น • 169

  • @Samujjal413
    @Samujjal413 2 หลายเดือนก่อน +1

    Kio njnu dei...... Emn xuni asu amoni loga nai .. release dia dina khnor pora prai hazar baror uprt xunilu kintu amoni nalage xuni thkile ....♥️♥️

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ🙏❤️🙏

  • @dulumonihazarika7388
    @dulumonihazarika7388 2 หลายเดือนก่อน +1

    Sundor voice.

  • @PrabhatGogoi-o7b
    @PrabhatGogoi-o7b 2 หลายเดือนก่อน +5

    শ্ৰৱণে মুক্তি সাধকম ... কৃষ্ণ কৃষ্ণ সূললিত কণ্ঠ আইগৰাকীৰ গুৰুৱে কৃপা কৰক..

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏❤️🙏

  • @DipenkrGogoi-ln3ng
    @DipenkrGogoi-ln3ng 2 หลายเดือนก่อน +1

    আই গৰাকীক গুৰুজনাই ‌কৃপা কৰক আগুৱাই যোৱা ,শুভ কামনা থাকিল।

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏❤️🙏

  • @sidhantahazarika4607
    @sidhantahazarika4607 2 หลายเดือนก่อน +1

    Superb ❤🎉 incredible 🎉🎉🎉🎉🎉🎉🎉🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @SaratDas-rm5nf
    @SaratDas-rm5nf 2 หลายเดือนก่อน +1

    Love from north Lakhimpur gan to bohut dhunia hoise ❤

  • @AbhaBuragohain
    @AbhaBuragohain 2 หลายเดือนก่อน +1

    Bor hundor kantha tumar Aai. May almighty God bless you to keep it with great success in your life. Krishna

  • @nikhilflute210
    @nikhilflute210 2 หลายเดือนก่อน +3

    Mojja samudra da🔥🙌

    • @skwarrioryt
      @skwarrioryt 2 หลายเดือนก่อน +1

      God❤❤😋😬😎

  • @PrakashPawe-s8o
    @PrakashPawe-s8o 2 หลายเดือนก่อน +1

    বৰ ভাল হৈছে,গাঁৱৰ ৰাসলৈ মনত পৰিছে৷

  • @RajuDutta-b2v
    @RajuDutta-b2v 3 หลายเดือนก่อน +5

    Dhuniya hoise❤❤❤

  • @Gobinchandrabora-y8k
    @Gobinchandrabora-y8k 2 หลายเดือนก่อน +1

    বহুত ভাল লাগিছে।কৃষ্ণ।

  • @KrishamkeshSaharia
    @KrishamkeshSaharia 3 หลายเดือนก่อน +3

    Bhut dhunia hoise ❤

  • @arupgogoi1146
    @arupgogoi1146 2 หลายเดือนก่อน +1

    Sundar sadhana. Best wishes.

  • @KangkonaMahanta-uz4mq
    @KangkonaMahanta-uz4mq 2 หลายเดือนก่อน +1

    অতি সুন্দৰ ❤

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏❤️🙏

  • @chittranjandutta516
    @chittranjandutta516 3 หลายเดือนก่อน +3

    Bohut dhuniya ❤❤❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 หลายเดือนก่อน +2

    সুন্দৰ গাইছা দেই।

  • @santanaborah4262
    @santanaborah4262 3 หลายเดือนก่อน +2

    অতি সুন্দৰ কন্ঠৰ গৰাকী তুমি মুনমী ভাল লাগিল দেই শুনি ❤

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ🙏❤️🙏

  • @nagaranaam.lakogeet
    @nagaranaam.lakogeet 3 หลายเดือนก่อน +2

    সুন্দৰ❤❤❤

  • @dambarudhardas8628
    @dambarudhardas8628 2 หลายเดือนก่อน +1

    সোছাকৈ।। আজিৰ ছোৱালী বোৰ।। কৃষ্ণৰ গিত গায়।। ইমানেই কৃষ্ণৰ বাবে পগল।।হৈছে।। গোপী।নি।। বিলাকৰ।।দৰে।। এনেদৰে আগুৱাই।গায়।। যোৱা ভাল লাগিছে।।

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  หลายเดือนก่อน

      অশেষ ধন্যবাদ🙏❤️🙏

  • @krishnamanideka3101
    @krishnamanideka3101 2 หลายเดือนก่อน +1

    বহুত ধুনীয়া হৈছে বা ❤❤❤

  • @RinkuBorah-m8y
    @RinkuBorah-m8y 2 หลายเดือนก่อน +1

    Bor hundr kontho☺️

  • @Hengul
    @Hengul 3 หลายเดือนก่อน +2

    🥺🥰❤❤ mur favorite raas r geet tu

  • @mbmunmiborahmajuli48
    @mbmunmiborahmajuli48  3 หลายเดือนก่อน +9

    আপোনালোকৰ মৰম আৰু আৰ্শীবাদ কামনা কৰি মোৰ কণ্ঠত ৰাসৰ এটি সুন্দৰ গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিলো!! আশাকৰো সকলোৱে মৰমেৰে আদৰি ল'ব 😊 আৰু সকলোৱে কেনে পালে জনাবলৈ কিন্ত নাপাহৰিব দেই🙏❤️🙏

    • @parthapratimsaikia8524
      @parthapratimsaikia8524 3 หลายเดือนก่อน +1

      ❤❤❤❤❤ভাল হৈছে ❤❤❤❤

  • @PradeepsaikiaPraeepsaiki-fd3sn
    @PradeepsaikiaPraeepsaiki-fd3sn 2 หลายเดือนก่อน

    Too Sweet to describe. Proud of jorhat dist,, xx

  • @hazarikasamudra
    @hazarikasamudra 3 หลายเดือนก่อน +2

    সুন্দৰ হৈছে

    • @Krishnopanyang
      @Krishnopanyang 3 หลายเดือนก่อน +1

      Bohu dinor pora অপেক্ষা কৰি আছিলো suniboloi❤🙏👌hundor hoise ba aru agoloi aru hundor hundor geet gaijen❤❤❤

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน +1

      আন্তৰিক ধন্যবাদ❤❤️🙏

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน +1

      ​@Krishnopanyang বহুত বহুত ধন্যবাদ🙏❤️🙏

  • @bipulsaikai1038
    @bipulsaikai1038 2 หลายเดือนก่อน

    সুন্দৰ হৈছে ।

  • @oleeborah765
    @oleeborah765 3 หลายเดือนก่อน +1

    Xundar kontho tomar...vonti🥰

  • @rajkumardas3390
    @rajkumardas3390 2 หลายเดือนก่อน +13

    Apuna lukor ghr ami bonai asu jorhat guhai tekela gawot apunr deutarai koisil mr xoru jni suwaliye bor git gai buli so mr ghr majuli hoi moi eyat km kori asu vl lagil git 2 xuni 🙏

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  2 หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ দাদা🙏❤️🙏

  • @Traditional.649dancing--Hub
    @Traditional.649dancing--Hub 3 หลายเดือนก่อน +1

    Bht dhuniya ❤

  • @majulirananya48
    @majulirananya48 3 หลายเดือนก่อน +1

    সুন্দৰ মুনমী বা👌👌 ভাল লাগিল।।

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ❤

  • @pompikalita4752
    @pompikalita4752 3 หลายเดือนก่อน +1

    Bht dhuniyaa

  • @JimishreeSaikia
    @JimishreeSaikia 3 หลายเดือนก่อน +1

    বহুত সুন্দৰ হৈছে ❤❤

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ🙏❤️🙏

  • @itsaloneboy...8980
    @itsaloneboy...8980 3 หลายเดือนก่อน +1

    অতি সুন্দৰ🎉.

  • @ParthaSaikia-uh6wy
    @ParthaSaikia-uh6wy 3 หลายเดือนก่อน +1

    Moza 🙏🙏🙏

  • @monishadutta6833
    @monishadutta6833 2 หลายเดือนก่อน +1

    Super

  • @pranjaldutta1529
    @pranjaldutta1529 3 หลายเดือนก่อน +1

    বৰ ধুনীয়া হৈছে

  • @binudkakoti8936
    @binudkakoti8936 3 หลายเดือนก่อน +1

    Moja munmi ba❤😊

  • @MunindraBoruah-sw9dx
    @MunindraBoruah-sw9dx 3 หลายเดือนก่อน +1

    Dhuniya hoise munmi❤️❤️❤️❤️

  • @tunborah4690
    @tunborah4690 3 หลายเดือนก่อน +1

    সুন্দৰ মুনমী আমাৰ মৰমৰ ছোৱালী জনী

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      বহুত বহুত ধন্যবাদ

  • @latudutta1527
    @latudutta1527 3 หลายเดือนก่อน +1

    সুন্দৰ কণ্ঠ 👌👌

  • @nikumonisonowal5680
    @nikumonisonowal5680 3 หลายเดือนก่อน +1

    Oti xundar ❤❤❤❤👌👌👌👌👌

  • @ajoyvlogs7
    @ajoyvlogs7 3 หลายเดือนก่อน +1

    সুন্দৰ ❤️🌸

  • @PranjalShorts-z5p
    @PranjalShorts-z5p 3 หลายเดือนก่อน +1

    Xundar🎉🎉

  • @kajallatamohan2585
    @kajallatamohan2585 3 หลายเดือนก่อน +1

    সুন্দৰ

  • @basantasaikia
    @basantasaikia 3 หลายเดือนก่อน +1

    বৰ ভাল গাইছ,,,,,,,music❤️

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      ধন্যবাদ বসন্ত দা❤❤️🙏

  • @MonmohanMorang
    @MonmohanMorang 3 หลายเดือนก่อน +1

    আগুৱাই যাওক ।

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ❤

  • @arupgogoi1146
    @arupgogoi1146 2 หลายเดือนก่อน +1

    Recording studio bahut bhal. Always record there. No need to come to Guwahati.

  • @ranakakoti8668
    @ranakakoti8668 2 หลายเดือนก่อน

    Moja Munni ba ❤❤

  • @ashimkumardas2437
    @ashimkumardas2437 3 หลายเดือนก่อน +1

    ৰাস ৰ সকলোত কৈ
    ❤❤❤
    প্ৰিয় গীত
    ❤❤❤
    টো

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ🙏

  • @rimikalita4306
    @rimikalita4306 3 หลายเดือนก่อน +1

    বৰ ভাল লাগিল,,, শুভকামনা জনালোঁ 🥰

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ❤

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ❤

  • @anantanath2347
    @anantanath2347 3 หลายเดือนก่อน +1

    Moja

  • @ajayboruah256
    @ajayboruah256 3 หลายเดือนก่อน +1

    Nice song

  • @darkhunterofficial4937
    @darkhunterofficial4937 3 หลายเดือนก่อน +1

    Nice ❤

  • @bhaikonmajuliofficial1454
    @bhaikonmajuliofficial1454 3 หลายเดือนก่อน +1

    Nice voice❤❤❤

  • @SimantaHazorika
    @SimantaHazorika 3 หลายเดือนก่อน

    সুন্দৰ কন্ঠ ❤

  • @HackGaming_54
    @HackGaming_54 3 หลายเดือนก่อน

    Dhuniya ❤❤

  • @ratulborah921
    @ratulborah921 3 หลายเดือนก่อน +1

    Dhuniya gaisa mummi.dadu bahi moja hoise

  • @sanjibsaikia9618
    @sanjibsaikia9618 3 หลายเดือนก่อน +1

    Nice

  • @msaikia-wl5qo
    @msaikia-wl5qo 3 หลายเดือนก่อน +1

    ❤❤❤❤❤❤

  • @Samiranvlogs_54
    @Samiranvlogs_54 3 หลายเดือนก่อน +1

    nice

  • @jyotikhanikarmoon5359
    @jyotikhanikarmoon5359 3 หลายเดือนก่อน

    ধুনীয়া হৈছে ভনী

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  3 หลายเดือนก่อน

      আন্তৰিক ধন্যবাদ❤

  • @skwarrioryt
    @skwarrioryt 2 หลายเดือนก่อน +2

    god😝😕🤪❤😢😝😌😝🤨

  • @arobindanath925
    @arobindanath925 3 หลายเดือนก่อน +1

  • @pankajborah6713
    @pankajborah6713 3 หลายเดือนก่อน +1

    ❤❤❤

  • @souravjyotitamuly7537
    @souravjyotitamuly7537 3 หลายเดือนก่อน +1

    🙏🙏🙏❤❤❤

  • @bibekanath8987
    @bibekanath8987 3 หลายเดือนก่อน +1

    ❤🎉❤

  • @user-ej9xk7hu5g
    @user-ej9xk7hu5g 3 หลายเดือนก่อน +2

    𝑴𝒐𝒋𝒂 ❤

  • @gayaprasadsarmah4740
    @gayaprasadsarmah4740 หลายเดือนก่อน

    শ্ৰী মতী মুনমী বৰা, ইউটিউব যোগে আপোনাৰ "ৰাসৰ গীত" শীৰ্ষক লোক (?) গীত ভাগ উপভোগ কৰাৰ সৌভাগ্য হ'ল। আপোনাৰ গীত কন্ঠ অতিশয় শুৱলা গীত ভাগীও সুৰীয়া আৰু কৃষ্ণ ভক্তিৰে সিক্ত মনপৰশা হৈছে, শলাগিছো। এইখিনিতে আমাৰ হব পৰা দোষ-ক্ৰুটিৰ বাবে আগতিয়াকৈ ক্ষমা বিচাৰি কেইটামান বিষয়ে আপোনাৰ লগতে সংশ্লিষ্ট শিল্পী সকলৰ দৃষ্টি আকৰ্ষণ কৰিব খুজিছো।
    বৰ্তমানে ধ্ৰুপদী কলাশিল্পৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য ভাষা সংলাপ আৰু আছূতীয়া পৰিবেশন শৈলী খিনিহে বুজোৱা হৈছিল। আজিকালি ৰাসক্ৰীয়াৰ লগত ৰাসৰ আগৰ শিশুলীলা, কালীয়দমন আৰু পাছৰ কংস-বধ খণ্ডও যোগ দিয়া হ'ল। হ'লেও ৰাসক্ৰীয়া ভাগেই মূল। বৰ্তমান সময়ত মহাপুৰুষ জনাৰ ৰচনাৰ নহয় এনেকুৱা বহুতো গীতৰ, কেৱল মনোৰঞ্জনৰ বাবে, ৰচনা চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে, আনকি অন্য ভাষাৰো বেলেগ গীত সোমাইছেহি। এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মক শিকোৱা হৈছে, শিকিছেও। বিহু সুৰীয়া বুলি নামাকৰণ কৰা গীতবিধৰ দৰে এই নতুন নতুন ৰাসগীত সমূহ ৰাস-সুৰীয়া গীত বুলিওতো চলাই দিব পাৰিলেহেতেন। নৃত্যৰ ক্ষেত্ৰতো দেখা গৈছে দাণ্ডিয়া আদি নৃত্যৰ অংশ।আকৌ মহাপুৰুষ জনাৰ ৰাসক্ৰীয়া নাটভাগৰে বিভিন্ন সংস্কৰণ প্ৰচলিত হৈছে। এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী পৰিবৰ্তন পৰিবৰ্দ্ধন কৰা হৈছেই। কেৱল মনোৰঞ্জনৰ বাবে যদি এনে কৰা হৈছে তেন্তে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ বাবে, ৰাসক্ৰীয়াৰ বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি নিজৰ অ-মহাপুৰুষীয়া অ-সত্ৰীয়া শৈলীৰে উপস্থাপন কৰিবলৈ ধৰে তেন্তে কোনে কিহৰ ভিত্তিত এয়া মহাপুৰুষজনাৰ ৰাস নহয়, অশুদ্ধ হৈছে বুলি বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে হেজাৰ বাধা- সংকট নেওচি নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত ৰাসক্ৰীয়াৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ পৰা চকুৰ পচাৰতে পশু-পক্ষী, পশু-পক্ষীৰ পৰা মানুহ কৰি দিয়া যাদুৰ ভিডিঅ' প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখাশিল্প চাবলৈ কোনোবা আহিবনে ? বৰ্তমানৰ বিভিন্ন ধৰণৰ পৰিবেশন বিলাকৰ পৰা বাছনি কৰি কাৰ ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া গীত নাট অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱাব?? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য সংলাপ অভিনয়েৰে ৰাসক্ৰীয়া নাট ভাগ উপস্থাপন কৰি, সুন্দৰৰ পৰা সুন্দৰ কৰি জগতক প্ৰদৰ্শন আপোনালোকৰ দৰে শিল্পীসমাজেই নিশ্চয় কৰিব পাৰিব । অসমীয়াখিনিয়ে অহৰহ কৈয়ে থাকে বোলে অসমীয়াক ভাষা-সাহিত্য-সংস্কৃতিৰে সুসভ্য জাতি কৰি গঢ় দিওঁতা জগতৰ অদ্বিতীয় শ্ৰীমন্ত শঙ্কৰদেৱক জগত সভাত এদিন উজ্জ্বলাই তুলিব । সাম্প্ৰতিক অসমত এক সাংস্কৃতিক আন্দোলনৰ ৰূপ লোৱা ৰাসক্ৰীয়া আৰু ভাওনা উপস্থাপনেই ইয়াৰ বাবে সুবৰ্ণ সুযোগ হৈ উঠা যেন কৃষ্ণ-শঙ্কৰ ভক্তিপ্ৰাণ ৰাইজে অনুভৱ নকৰে জানো! বৰ্তমানৰ গীত ভাগী মহাপুৰুষ জনাৰ বিৰচিত হয় নে নহয়, ৰাসৰ গীত হয়নে নহয় জ্ঞানীজনে কব। কিন্তু আপোনাৰ কন্ঠ যে মিঠা সকলোৱে স্বীকাৰ কৰিছো।আপোনাৰ লগতে সংশ্লিষ্ট শিল্পী সকলৰ সকলোৰে উত্তৰোত্তৰ উন্নতি কামনা কৰিলো --- ডা.গয়া প্ৰসাদ শৰ্মা, গৌৰীসাগৰ।

    • @mbmunmiborahmajuli48
      @mbmunmiborahmajuli48  หลายเดือนก่อน

      আপোনাৰ বহুমুলীয়া পৰামৰ্শৰ বাবে অশেষ ধন্যবাদ লগতে আপোনাৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিম🙏🙏

  • @SimantaNagaria
    @SimantaNagaria 2 หลายเดือนก่อน

    ♥️💐😻🥰🌙👆

  • @dikshiboraofficial7292
    @dikshiboraofficial7292 3 หลายเดือนก่อน +1

    Mur 2nd Channel t dib parim ni video tu

  • @amlandip
    @amlandip 2 หลายเดือนก่อน +1

    সুন্দৰ কণ্ঠ❤

  • @Lakhyajitkalita-ld1eo
    @Lakhyajitkalita-ld1eo 2 หลายเดือนก่อน +1

    সুন্দৰ ❤

  • @jayantaboruah5648
    @jayantaboruah5648 2 หลายเดือนก่อน +1

    সুন্দৰ

  • @dibyajyoti586
    @dibyajyoti586 3 หลายเดือนก่อน +1

    Dhuniya hoise ❤

  • @toraliborah6203
    @toraliborah6203 2 หลายเดือนก่อน +1

    ❤🎉

  • @monimasaikiamedhi6946
    @monimasaikiamedhi6946 3 หลายเดือนก่อน +1

    ❤❤❤❤

  • @Simpi_Borah__01
    @Simpi_Borah__01 3 หลายเดือนก่อน +1

  • @pravatdas4481
    @pravatdas4481 3 หลายเดือนก่อน +1

    ❤❤❤

  • @baruahaxom4670
    @baruahaxom4670 หลายเดือนก่อน

  • @PapuSaikia-en7kx
    @PapuSaikia-en7kx 3 หลายเดือนก่อน +1

    ❤❤❤

  • @parinitadekaraja
    @parinitadekaraja 2 หลายเดือนก่อน +1

    ❤❤

  • @aparajitaboruah9997
    @aparajitaboruah9997 2 หลายเดือนก่อน +1

    ❤❤❤