অসম সাহিত্য সভাৰ মান মৰ্যাদা এই বেপাৰী সাহিত্যিক সকলে শেষ কৰিলে।তেওঁলোকৰ কোনো সাহিত্য তথা কিতাপ পত্ৰ আজিলৈকে দেখাও নাই বা পঢ়িবলৈও পোৱা নাই। গতিকে অসমৰ ৰাইজ তথা সাহিত্যসেৱী,অসম সাহিত্য সভাক মনে প্ৰাণে ভাল পোৱা ব্যক্তি সকলে অসমীয়াৰ হিয়াৰআমঠু জাতীয় অনুষ্ঠান টোক জীয়াই ৰাখিবলৈ আহ্বান জনালোঁ।
যি কম সঁচা কম ।---------------+ সাহিত্যিক কাক কয়, কবি কাক কয় ? সাহিত্য চচা' কৰিলেই সাহিত্যিক নহয়, ড্ৰয়িং ৰূমত বহি কবিতা লিখিলেই কবি নহয় হৃদয়ত যদি কবিত্ব ভাৱ নেথাকে বা হৃদয় খন কোমল নহয় তেনে লোকক সাহিত্যিক বা কবি নকয় , সাহিত্যিক হবলৈ হলে বহু গুনৰ অধিকাৰী হব লাগিব এওলোকৰ কিন্তু এজনৰো নাই ।
Asom Sahitya Sabha has lost all its glory.Instead of contributing for the very cause of Assamese language & culture it is becoming a platform for personal profit & power.Very shameful act to witness the assault on a member.
Axom khahitra khobhat ji khakal bhondami aase khokoluke out koribo Lage . Axom khahittra khobha mane aaji Kali dui nombar dalal bhondami kisuman khumai aase . Akhomoit ear nam Nisan Nisan naikia hoi jaba jodihe Ane projaiot thake .
অসম সাহিত্য সভাৰ মান মৰ্যাদা এই বেপাৰী সাহিত্যিক সকলে শেষ কৰিলে।তেওঁলোকৰ কোনো সাহিত্য তথা কিতাপ পত্ৰ আজিলৈকে দেখাও নাই বা পঢ়িবলৈও পোৱা নাই। গতিকে অসমৰ ৰাইজ তথা সাহিত্যসেৱী,অসম সাহিত্য সভাক মনে প্ৰাণে ভাল পোৱা ব্যক্তি সকলে অসমীয়াৰ হিয়াৰআমঠু জাতীয় অনুষ্ঠান টোক জীয়াই ৰাখিবলৈ আহ্বান জনালোঁ।
বেছ্ বেছ্ খুউব ভাল কথা , দেশ প্ৰগতিৰ পথত হেনো, তাৰেই নমুনা এইবোৰ বুলি বয়োজেস্থ সকলে ক'ব বিছাৰে
যি কম সঁচা কম ।---------------+
সাহিত্যিক কাক কয়, কবি কাক কয় ? সাহিত্য চচা' কৰিলেই সাহিত্যিক নহয়, ড্ৰয়িং ৰূমত বহি কবিতা লিখিলেই কবি নহয় হৃদয়ত যদি কবিত্ব ভাৱ নেথাকে বা হৃদয় খন কোমল নহয় তেনে লোকক সাহিত্যিক বা কবি নকয় , সাহিত্যিক হবলৈ হলে বহু গুনৰ অধিকাৰী হব লাগিব এওলোকৰ কিন্তু এজনৰো নাই ।
পৰমানন্দ ৰাজবংশীৰ দিনৰ পৰাই সাহিত্য সভাৰ মান নিম্মগামী হৈ আহিছে।
@mukulchetia 5609. Moi Apunar hoite ekmot. You Have tightly said, iJatkoi Lozzajonok kotha aru ki thakibo pare ?
সুন্দৰ
অসম সাহিত্য সভাৰ দুইজন ব্যক্তি ৰাজনীতি কৰক ।
মাৰ পিত কৰিব পৰা মানে পৰবৰ্তি MLA
Asom Sahitya Sabha has lost all its glory.Instead of contributing for the very cause of Assamese language & culture it is becoming a platform for personal profit & power.Very shameful act to witness the assault on a member.
এজন চাকৰিয়াল হৈ সাহিত্য সভাৰ সভাপতি,সম্পাদক হৱ পাৰে নিকি ?
Asom Sahitya s
অসম সাহিত্য সভা সাহিত্য হৈ আছেনে?
Laj lage ane hole
অসম খাব এই গালে 😂😂😂😂
Sahitya Sabhat jodi mar pit hoi tente Sahitya kot??? 😊😊😊
Rajnoitik pourar side effects
bar beya lagise
Anekua dekhile sahityik buli koboloi ghin lage. Sih sih
Thik asomia manuh nohoi....... Ene koi jowa nai.
Sb jagate sarmah dli ses 😂😂😂
Sahitya sabhar pratidinda nai
Si: si:si: nirlojjo,nikristo.....eihokol mudha futa hahittik..bhakha tu to bikri korili...jati tuku hekh korili.....
Aji Kali Assam t Brahmin r dadagiri solise....