DY365 Bihurani Season-13, DY বিহুৰাণী ১৩ || Winner- Sangita Rabha

แชร์
ฝัง
  • เผยแพร่เมื่อ 24 พ.ย. 2024

ความคิดเห็น • 142

  • @abhijit142
    @abhijit142 2 ปีที่แล้ว +41

    মুনুকণ বা আকৌ আহিবা অহাবাৰ । তুমি যোগ্য নাচনী এইখন মঞ্চৰ। বাকী সংগীতা বাক অভিনন্দন জনালোঁ।

  • @Mitashri_Khaund
    @Mitashri_Khaund 2 ปีที่แล้ว +21

    মুনুকন তুমি আকৌ আহিবা তুমি এগৰাকী যোগ্য নাচনী হয় । নিশ্চয় সফল হবা । সংগীতা লৈ অভিনন্দন ।

  • @Naantu123
    @Naantu123 2 ปีที่แล้ว +10

    মেট্ৰিক, হায়াৰ ছেকেণ্ডাৰীয়েই হওক বা DY বিহুৰাণী, চাৰ্টিফিকেটখন এবাৰতে পালেহে কিবা এটা ভাল লাগে। আৰু নো কি ক'ম সকলোলৈকে শুভকামনা জনালো ।

  • @jimduwarah8433
    @jimduwarah8433 2 ปีที่แล้ว +9

    Munukon Tumi jughya asila Aha bosor ako ahiba aru dy bihu Rani hoi he jaba.. 😘

  • @ankurjyotibarua7294
    @ankurjyotibarua7294 2 ปีที่แล้ว +6

    অভিনন্দন জনালোঁ 😍🌺💐

  • @amritmixed515
    @amritmixed515 2 ปีที่แล้ว +14

    একেবাৰে শেষত দুগৰাকী ৰাখি অসমৰ ৰাইজক ভোটদান কৰি জিকাব দিব লাগে!

  • @rikuchangmai5852
    @rikuchangmai5852 2 ปีที่แล้ว +14

    Munukon o hbo lgisil ❤️

  • @kalyanchangmaicreation4205
    @kalyanchangmaicreation4205 2 ปีที่แล้ว +9

    মুনুকন বা পাব লাগিছিল❤😢

  • @junaliborarj3231
    @junaliborarj3231 2 ปีที่แล้ว +7

    ইমান এটা ভাল নালাগিল DYবিহুৰাণী গৰাকীৰ নাচ💔 বাকী সকলো লৈকে শুভেচ্ছা থাকিল 👍

    • @ranimarak9579
      @ranimarak9579 2 ปีที่แล้ว +2

      Baideu gharar bisona khonot khui khui cmnt koribo bht hohoj.....kintu kosto kora joniye He gom pai....

    • @junaliborarj3231
      @junaliborarj3231 2 ปีที่แล้ว +2

      Asomiya hisape bihu upovug amiu krbo jnu... Lage bisonar porai houk lage sokir porai houk... Apuni vlke lakhya krbo baidew dy Bihurani gorakie tololoi mur kori nasise.... Apuni jihetu agoraki bisarok... Muthote mur vl nalagil tew bihu... Tewtke hiya, munukan, trisharani r bihu khnei besi vl lgl

  • @nabajitkakoti128
    @nabajitkakoti128 2 ปีที่แล้ว +12

    Munukon....pabo lagisil😪

  • @poranjyotidutta849
    @poranjyotidutta849 2 ปีที่แล้ว +4

    সকলোকে অভিন্দন জনালোঁ।।

  • @yasashrinath2628
    @yasashrinath2628 2 ปีที่แล้ว +13

    Nasoni goraki posond nohol

  • @jeepalkrishiudyog6883
    @jeepalkrishiudyog6883 2 ปีที่แล้ว +9

    এইবাৰৰ দৰে প্ৰতিযোগিতাত আগত গম নাপাইছিল যে খিতাপ কোনে পাব,,,,,, হাৰিও জিকিল আনকেইগৰাকী প্ৰতিযোগী। বহু অঁকোৱা পকোৱা ৰিজাল্ট এইবাৰ। বিচাৰকৰ নম্বৰ যোগ হোৱাৰ আগতেই খামত কাৰোবাৰ নাম। গুৰুৱে শিষ্যক দিয়া নম্বৰ, কোন কাৰ বোৱাৰী হ'ব,কাৰ লগত বিয়া হ'ব, কোন কাৰ সখী, কোনে বিচাৰকক অনা নিয়া কৰিছে, আনকি,,,সান্তনা দিবলৈ অনা চাৰো বেলেগ, এটা ৰাউণ্ডত পাৰ কৰিবলৈ কেই হাজাৰ 🙏🙏🙏🙏
    প্ৰায় কেইগৰাকী প্ৰতিযোগীয়ে জানেই দেখোন। ৰাজহুৱা কৰিবলৈ অনুৰোধ জনালোঁ। আমি তাৰ প্ৰতিযোগীৰ মুখেৰে শুনি হতবাক😭😭😭🤦🤦🤦🤦
    পাহাৰ আঁতৰৰ পৰাহে ধূনীয়া

    • @namisharanikasyap14
      @namisharanikasyap14 2 ปีที่แล้ว +1

      😯😯😯 আঁৰত বহুত কথা আছে দেখোন। ইমান ডাঙৰ এটা অনুষ্ঠান। এইবোৰেই চলে প্ৰায়বোৰ ঠাইত। আচলতে বহু বছৰ জড়িত হৈ থকাৰ বাবেই চাগৈ এইবাৰৰ ভূলবোৰ ডাঙি নধৰাকৈয়ে বিদায় দিলে আৰু।
      আচলতে এইবোৰ প্ৰতিযোগিতাত এবাৰহে সুবিধা দিব লাগে। নহ'লে গোটেই টীমটো ঘৰুৱা নিচিনা হ'লে সমস্যা সৃষ্টি হয়🤗🤗মিলামিলি কৰিবও সুবিধা পাই।

  • @runajunhazarika3126
    @runajunhazarika3126 2 ปีที่แล้ว +7

    মুঠতে পাবলগীয়াই নাপালে

  • @ganeshmahilary5254
    @ganeshmahilary5254 2 ปีที่แล้ว +1

    Best of luck songita tumaloi bhot morom thakil..moi tumake Basi thoiselu..moi vobatu hol val lagil🙏🙏🙏🙏🙏

  • @lukugogoi1492
    @lukugogoi1492 2 ปีที่แล้ว +9

    মুনুকন হে যোগ্য আছিল নেকি

  • @ranaaxom
    @ranaaxom 2 ปีที่แล้ว +24

    শুভ কামনা গোটেই কেইগৰাকী অংশ গ্ৰহণ কৰা প্ৰতিযোগীলৈকে জনালোঁ।
    কিন্তু আমি সূখী নহয় DY বিহুৰাণীৰ প্ৰযোজকৰ লগতে সকলো বিচাৰক মণ্ডলী আৰু লগতে সহযোগী কৰ্মকৰ্তাক লৈ। এইবাৰ মোৰ এগৰাকী প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছিল। আঁতৰৰ পৰা চাবলৈ বৰ ভাল লাগে কিন্তু কিছুমান লোকৰ নেপথ্যত চলা বহু কথাই বহুত আঘাত দিয়ে। ভাল ভাল লোকৰ কিছুমান আজৱ কাণ্ড থাকে ।
    সকলো ৰেকৰ্ডিং হয় একো কথা নাই , কিন্তু প্ৰচাৰ কৰোতে ভিডিঅ'বোৰ প্ৰতিটোৱেই ফালৰিকতা কিয় কৰে ? প্ৰায় প্ৰতিযোগীৰ হৈ চলা বিষয়বস্তু বোৰ কৰ্তন কৰি নিদিষ্ট প্ৰতিযোগীগৰাকীৰ ওপৰতহে বেছি গুৰুত্ব দিয়া হৈছিল প্ৰথমৰপৰাই কিয় ? কিবা চুক্তি আগৰপৰাই হৈছিল নেকি ? বিচাৰকৰ ভূল হ'ব পাৰে কিন্তু বিচাৰকৰ ভূলৰ বাবে তৃষাৰাণী কিয় ওলাব লগীয়া হৈছিল আৰু প্ৰচাৰ কৰোঁতে কিয় বিষয় সলনি কৰিলে ? আনফালে যিকোনো এগৰাকী বিচাৰকে কিয় স্হান নোপোৱা কেইবাগৰাকী প্ৰতিযোগীক আকৌ সেইখন মঞ্চলৈ যাবলৈ মানা কৰিছে ? কি আছে তাৰ কাৰণ ?? কেনেকৈ প্ৰথম ৰাউণ্ডতে বিহু ৰাণী কোন হ'ব গম পাইছিল জুবলি বা য়ে ? সকলোকে জোৰ কৰি ক'বলৈ বাধ্য কৰোৱাইছিল যে, "মোৰ বাদ দি সংগীতা ৰাভাই হ'ব বিহুৰাণী"।
    বিচাৰক(.......) বাইদেউৰ শিষ্য কোন কোন আছিল,,,,?, সেই শিষ্য সকলে বাইদেৱে য'তেই বিচাৰ কৰে নম্বৰ কিমান কিমান পাই ? ( উদাহৰণ স্বৰুপে লটাশিলত ) মই লিখা কথা নহয় এইখন মঞ্চৰ কোনো বিশেষ ব্যক্তিয়ে কোৱা কথা। এনে যদি হয় কি আশা কৰি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আগলৈ।
    বাকী পৰাজয়ী প্ৰতিযোগী কেইগৰাকীক ৰাস্তাৰ খৰছ এটাও দিব নোৱাৰিলে নে এনেকুৱা এটা অনুস্হানে। অভিভাৱক এজনেও চাহ একাপ যোগান ধৰিব নোৱাৰা এটা গ্ৰুপ। ব্যৱসায় বাদ দি আন একো অনুভৱ নকৰিলোঁ 🙏🙏🙏 ধন্যবাদ আগলৈ শুধৰাবলৈ চেষ্টা কৰে যেন 🙏🙏🙏 বহুত আছে সুবিধা পালেই জনাম।

    • @poranjyotidutta849
      @poranjyotidutta849 2 ปีที่แล้ว +4

      এনেকুৱা ও চলে নেকি।।।

    • @ranaaxom
      @ranaaxom 2 ปีที่แล้ว +5

      সুবিধা পালে জনাম সকলো। কিন্তু এনে অনুষ্ঠানত যোগ হোৱাৰ আগত সকলো জানি ল'ব লাগে।

    • @poranjyotidutta849
      @poranjyotidutta849 2 ปีที่แล้ว +8

      ইমান এটা ডাঙৰ অনুষ্ঠান তেনেকুৱা হ'ব নালাগিছিল।।। সাম্প্ৰতিক সময়ত যোগ্য জনে পোৱাটো দেখা নগ'ল।।।

    • @poranjyotidutta849
      @poranjyotidutta849 2 ปีที่แล้ว +6

      বৰ্তমান সময়ত বিহুক কিছুমান অনুষ্ঠানে বেপাৰ হিছাপে লোৱা দেখা গৈছে।।। মনৰ কথাবোৰহে কৈছো।। কোনেও গাত পাতি লব নালাগে।।।

    • @pranjalsharmaxxx999
      @pranjalsharmaxxx999 2 ปีที่แล้ว +4

      Aeibur aku akuta bihu bepari, kosta kri khabo nuare anor parodokhitak jolanjoli di nijor swartho pur kore, si laj lage vabile

  • @HOKIKOT799
    @HOKIKOT799 2 ปีที่แล้ว

    সংগীতা ৰাভা লৈ শুভেচ্ছা জনালোঁ,নেম ৰাছং

  • @binamonigogoi4719
    @binamonigogoi4719 2 ปีที่แล้ว +13

    মুনুকন যোগ্য আছিল।

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว +2

    অভিনন্দন জনালোঁ ❤️🙏

  • @pranabjyotibailungpjb2416
    @pranabjyotibailungpjb2416 2 ปีที่แล้ว +13

    মুনুকন যোগ্য আছিল

  • @pritamrajbongshi7409
    @pritamrajbongshi7409 2 ปีที่แล้ว +1

    Munukan tumk ahabar ako dekha pam buli akha thakil tumio agaraki jogya nsany ahabar tumi nisay bihurani hba aibar bdy congratulations sangita

  • @pinakpanibarthakur881
    @pinakpanibarthakur881 2 ปีที่แล้ว +3

    Khub xundor naas poribexon Sangeeta Rabha r.. Eigoraaki naasonir Bihu Xomragyi huwaar jugyotaa aase.. Very nice selection by the Hon'ble Judges.. Congratulations Sangeeta Rabha.. Try Bihu Xomragyi next year.. Congratulations 👏 🎊 💐 and All the Very Best for your future..🎊🎉👍

  • @bobitagayan7629
    @bobitagayan7629 2 ปีที่แล้ว +2

    Munukon ba ako ahiba tumi tumiu hoba adin bihu rani 😍

  • @gargiff4091
    @gargiff4091 2 ปีที่แล้ว +1

    সঁচাকৈ শেষৰ সময় কণ বৰ দুখৰ!অভিনন্দন থাকিল

  • @nirurabha2813
    @nirurabha2813 2 ปีที่แล้ว

    Congratulations Sangita Rabha💖

  • @exampreparation1498
    @exampreparation1498 2 ปีที่แล้ว +7

    Munukon hbo vbisilu

  • @ritamonibhuyan1116
    @ritamonibhuyan1116 2 ปีที่แล้ว +1

    Sundor songita .

  • @lifebreakstories2492
    @lifebreakstories2492 2 ปีที่แล้ว

    sangita bohut bosoro pora dy bihu rani ahisa kintu potiya bosoro beleg tropfy loi jai ,tai potiri bosoro aha kostoro fol aiboro metha hol .Congraluation sangita❤️

  • @chempirabha1194
    @chempirabha1194 2 ปีที่แล้ว

    congratulatuons sangita 💐💐💐

  • @UjitKumarPegu
    @UjitKumarPegu 8 หลายเดือนก่อน

    Sangita bohut uni vall lagise,

  • @GopalChutia-yj7xh
    @GopalChutia-yj7xh 2 ปีที่แล้ว +3

    Ghos khale hokoluye

  • @surabhirabha9613
    @surabhirabha9613 2 ปีที่แล้ว +1

    Congratulation 😍😘

  • @ranjitdas1978
    @ranjitdas1978 2 ปีที่แล้ว

    Bohut bohut abhinandan

  • @rajibgogoi2215
    @rajibgogoi2215 2 ปีที่แล้ว +1

    Congratulations Sangita

  • @cdcreation8342
    @cdcreation8342 2 ปีที่แล้ว +1

    vl lagesa huni

  • @kumkumdas5944
    @kumkumdas5944 2 ปีที่แล้ว

    Mur moromor baa joni tumi Hodai aguai goi thka❤️😚

  • @amisharabha9661
    @amisharabha9661 2 ปีที่แล้ว +1

    😍😍♥️♥️🥳

  • @rahulrabha6845
    @rahulrabha6845 2 ปีที่แล้ว +1

    Congratulations Sangita Rabha 🎉may god bless you ❤️

  • @GopalChutia-yj7xh
    @GopalChutia-yj7xh 2 ปีที่แล้ว +8

    Tait koi 2joni nasoniye eman hondorke gaise nasise.

    • @ranimarak9579
      @ranimarak9579 2 ปีที่แล้ว

      Dada Akol nasilei nohobo......qsn bur or o answer dibo paribo lagibo

    • @mamantalukdar8295
      @mamantalukdar8295 2 ปีที่แล้ว

      @@ranimarak9579 ummm right...

    • @milandutta7351
      @milandutta7351 2 ปีที่แล้ว +1

      Konthot munu konhe pabo lagisil.

    • @rkvlogs7370
      @rkvlogs7370 2 ปีที่แล้ว

      থিকেই কৈছে,,,, নাচ বা কণ্ঠই যদি ভাল নহয় উত্তৰৰ কি কাম,,, ভিতৰুৱা খবৰবোৰ লৈ ল'লে আৰু ভালকৈ জানিবও পাৰিব জনাবও পাৰি। যি কি নহওঁক গোটেইকেইগৰাকীক শুভেচ্ছা জনালোঁ 🙏

  • @narayanchilakala22
    @narayanchilakala22 2 ปีที่แล้ว +4

    Congratulation 👍👍👍

  • @jyotinath4040
    @jyotinath4040 2 ปีที่แล้ว +3

    Congratulations sangita ba😘😘

  • @dilipdas9924
    @dilipdas9924 2 ปีที่แล้ว

    মজা

  • @lalitanath8966
    @lalitanath8966 2 ปีที่แล้ว +1

    Congratulations👏

  • @rajenrabha1914
    @rajenrabha1914 2 ปีที่แล้ว +2

    Congratulations to Sangeeta Rabha.

  • @dibikadibika4438
    @dibikadibika4438 ปีที่แล้ว

    Congratulations baa

  • @minakshiborah2925
    @minakshiborah2925 2 ปีที่แล้ว

    Programe to dibosun sai bohut val lage

  • @mukheshearkoch3534
    @mukheshearkoch3534 2 ปีที่แล้ว

    Congratilation

  • @ponkhihatimuria9201
    @ponkhihatimuria9201 2 ปีที่แล้ว +9

    Kokal a navange ,, munukan ba pab lagisil

  • @ranjitdas1978
    @ranjitdas1978 2 ปีที่แล้ว

    Jen aro bihu somragi loi jen akha thakil

  • @chumichetia9198
    @chumichetia9198 2 ปีที่แล้ว

    Congratulations

  • @abhikharabha7859
    @abhikharabha7859 2 ปีที่แล้ว

    nice 👍👍

  • @atomsampari8646
    @atomsampari8646 2 ปีที่แล้ว

    Congratulations ba

  • @srabha507
    @srabha507 2 ปีที่แล้ว

    🎉🎉💥Congratulation baaa🎉🎉🎉 ✨👌👌👌

  • @namisharanikasyap14
    @namisharanikasyap14 2 ปีที่แล้ว

    সিদ্ধান্তৰ খামটো কেতিয়া কোনে ভৰালে🤣🤣🤣🤣 ANY CASES 🤗🤗🤗

  • @ranimarak9579
    @ranimarak9579 2 ปีที่แล้ว +3

    Aibar He jugyo nasoniye jugyo sonman paise....val Lagil sangeeta Rabhar nas sai

  • @poranjyotidutta849
    @poranjyotidutta849 2 ปีที่แล้ว +2

    নাছনীৰ নাছ নেদেখিলোয়েই ছোন।।।

  • @mintudas7354
    @mintudas7354 2 ปีที่แล้ว

    সংগীআ ভাল লাগিল খবৰ টো পাই । প্ৰচেষ্টা দেখি আছিলোঁ।খুব ভাল কৰিছা অহা বছৰ বিহু সম্ৰাগ্ৰি ৰূপে দেখা পাম বুলি আশা কৰিলোঁ।

  • @rajprotimborgohain7982
    @rajprotimborgohain7982 2 ปีที่แล้ว +3

    মুনুকনে পাব লাগিছিল।ভাল নালাগিল। চাৰিবাৰ অহা কাৰণে পালে কিজানি

  • @madhusmitadutta5476
    @madhusmitadutta5476 2 ปีที่แล้ว

    Episode 2 diok sun

  • @bandulifestyles4743
    @bandulifestyles4743 2 ปีที่แล้ว

    ❣️

  • @loveless1233w
    @loveless1233w 2 ปีที่แล้ว

    Sangitaa ❤️

  • @poleeboruah875
    @poleeboruah875 2 ปีที่แล้ว +2

    Congratulations🎉🎉

  • @mayasheedas4275
    @mayasheedas4275 2 ปีที่แล้ว

    Congratulations🎉🥳👏👏🎉🥳

  • @ranjitdas1978
    @ranjitdas1978 2 ปีที่แล้ว

    Verry nice sangita rava baaa

  • @rabinarabha6842
    @rabinarabha6842 2 ปีที่แล้ว

    Rabha💪👈🤘😘😘😘

  • @trishnabora8087
    @trishnabora8087 2 ปีที่แล้ว +6

    Mumnu kon vl lgzisla

  • @GopalChutia-yj7xh
    @GopalChutia-yj7xh 2 ปีที่แล้ว +2

    Lotahil khel potharot bihu homragi joniye mein bihuyoti

  • @ttaralinath9257
    @ttaralinath9257 2 ปีที่แล้ว

    Full episode dibo.... Snnn

  • @prodipdas5646
    @prodipdas5646 2 ปีที่แล้ว

    Pompi akou ahiba tumi.. ohabar tumi huwatu bisarisu ami..

  • @BismitaDas.
    @BismitaDas. 2 ปีที่แล้ว

    Full episode ketia dibo ??

  • @mintuchutiamathematicsands7979
    @mintuchutiamathematicsands7979 2 ปีที่แล้ว

    Final episode lage..

  • @lakhimitrunjoi
    @lakhimitrunjoi 2 ปีที่แล้ว +1

    Munukone vl nasil ...ty oharbaroloi pboi Jodi ako ahe aikhin monsot..

  • @santanukoushiksonowal8688
    @santanukoushiksonowal8688 2 ปีที่แล้ว

    Congratulations ❤️❤️ sangita..

  • @kirongogoi2562
    @kirongogoi2562 2 ปีที่แล้ว +3

    Congratulations Sangeeta baa 🥳👍❤️ baki ai amr local bisarok burr comment bur gurutto ndiba 😊😊

    • @sangitavloge160
      @sangitavloge160 2 ปีที่แล้ว +1

      Thnk u imane jdi Jane bisarokor akhonot bohilei hoi yar pra iman cmnt pas kri lav nay no manuh kisuman thake aru apaole juwa hoi tru Luke val pale heten 😂😂

  • @daschitraranjan31
    @daschitraranjan31 2 ปีที่แล้ว +5

    Val laga nai...sarita basar ohar babe dile nki

  • @manashboruah1279
    @manashboruah1279 2 ปีที่แล้ว

    অংক কৰিব জানিলা।

  • @yasashrinath2628
    @yasashrinath2628 2 ปีที่แล้ว +7

    Munokon posond asil

  • @lakhimitrunjoi
    @lakhimitrunjoi 2 ปีที่แล้ว

    Munukone pabo buli vabi asilu

  • @jurirabha4163
    @jurirabha4163 2 ปีที่แล้ว

    Congratulations sangita...

  • @mintudhemaji6686
    @mintudhemaji6686 2 ปีที่แล้ว +3

    Munukan pabo lagisil...val napalu.anekuwa kora pora

  • @bikashsonowalofficial9105
    @bikashsonowalofficial9105 2 ปีที่แล้ว +5

    Unsubscribe korisu😡😡😡😡munukone pabo lageseley

  • @sameswarrabha2835
    @sameswarrabha2835 2 ปีที่แล้ว

    Congratulation Sangita ba

  • @polotakarcreation
    @polotakarcreation 2 ปีที่แล้ว

    Congratulations ,❤️💘💘

  • @nagengogoi9135
    @nagengogoi9135 2 ปีที่แล้ว +1

    Congratulations Sangita💐💐💐

  • @sangitadutta2613
    @sangitadutta2613 ปีที่แล้ว

    Eku val loga nai... 1/2 bar t pale val lage... Emn k aha pasot pale kiba doya kora jen he lage
    .. Baki amr munukan main♥..
    Munukan r mat t kune u jur dibo nuwaribo...

  • @jipsisaharia486
    @jipsisaharia486 2 ปีที่แล้ว

    Full episod kio nidie baru bht akha kri asilo sb

  • @nirmalgogoi5051
    @nirmalgogoi5051 ปีที่แล้ว

    L

  • @SanjibDas-tu2ft
    @SanjibDas-tu2ft 2 ปีที่แล้ว

    O

  • @gitalihazarika9219
    @gitalihazarika9219 2 ปีที่แล้ว +4

    Eman dadohi kokal navage knkoi j pale oi

  • @mamantalukdar8295
    @mamantalukdar8295 2 ปีที่แล้ว

    Sangeeta rabha is best nasoni season 13 .......bihu somragi r babe try koriba ....

  • @puranpragyanofficial7649
    @puranpragyanofficial7649 2 ปีที่แล้ว

    Sangita I sobot k val nasisil in season 13.She deserve it

  • @dimpipriya3755
    @dimpipriya3755 2 ปีที่แล้ว +1

    Sangita ba keba baru ahixe....lastot winner hll💐💐💐

  • @sikhamonipegu4408
    @sikhamonipegu4408 2 ปีที่แล้ว +4

    Munu kon baa pabo lagisil val nalagil 😡😡

  • @swastikaayanvlogs7570
    @swastikaayanvlogs7570 2 ปีที่แล้ว +1

    Munukon a pabo lgisila ki faltu hl🤣

  • @sikhamonipegu4408
    @sikhamonipegu4408 2 ปีที่แล้ว +5

    Unsubscribe korisu ajir pora nasao😭

    • @amritmixed515
      @amritmixed515 2 ปีที่แล้ว

      Kiyo ba

    • @sikhamonipegu4408
      @sikhamonipegu4408 2 ปีที่แล้ว +2

      @@amritmixed515 Amar moromor val loga nasoni goraki nepale😭😭

    • @amritmixed515
      @amritmixed515 2 ปีที่แล้ว

      @@sikhamonipegu4408 মুনুকনৰ কথা কৈছে ন

    • @sikhamonipegu4408
      @sikhamonipegu4408 2 ปีที่แล้ว

      @@amritmixed515 hoi

    • @amritmixed515
      @amritmixed515 2 ปีที่แล้ว

      @@sikhamonipegu4408 ❤️❤️

  • @poranjyotidutta849
    @poranjyotidutta849 2 ปีที่แล้ว +1

    সকলোকে অভিন্দন জনালোঁ।।

  • @prafullarabha9617
    @prafullarabha9617 2 ปีที่แล้ว

    Congratulation .

  • @junmonikalita322
    @junmonikalita322 2 ปีที่แล้ว

    Congratulations

  • @merajulhussain4319
    @merajulhussain4319 2 ปีที่แล้ว +1

    Congratulations sangita