মাত্ৰ দুটি বস্তুৱে তৈয়াৰ কৰা চক্ চকীয়া নাৰিকলৰ লাৰু, বৰ্ফি | Coconut ladoo,Barfi | two ingredients
ฝัง
- เผยแพร่เมื่อ 28 ส.ค. 2019
- #Taruphukan
নন্দিনী অসমীয়া মাহেকীয়া আলোচনীত প্ৰতিটো মাহত
তৰু চেতিয়া ফুকনৰ ৰেচিপি পঢ়ে ।উপকৃত হৈছো বুলি
ব্যক্তিগত ভাৱে বহুতে ফোন কৰে । মন ভৰি উঠে ।
থলুৱা বা অসমীয়া খাদ্য সম্ভাৰৰ লেখিকা হিচাপে মই পৰিচিত ।ভাৱিলো যদি Practically কৰি দেখুৱাও
তেন্তে সকলোৱে বুজাত সহায় হয় ।সেয়েহে TH-cam CHANNELটো খুলিলো ।
#মই ভবামতে সঁহাৰি /মৰম সকলোৱে পাইছো মোৰ মৰমৰ FB FRIENDS পৰা……ধন্যবাদ ও মৰম সদায় আছে । fbত আকোঁৱালি লোৱা দৰে ইয়াতো লোৱা বাবে
…………আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#অসমৰ ৰাইজ তথা TH-cam lovers লৈ মোৰ বহুত বহুত ধন্যবাদ তেওঁলোকে মোক পূৰ্ণ সহযোগ আগবঢ়োৱা বাবে …আৰু উৎসাহ জনাওক like/comment/share/Subscribe কৰি ।
#কথা দিলো কেতিয়াও নিৰাশ নকৰো ।কোনো কাট্ কুট নকৰাকৈ আপোনালোকৰ মাজত বিলাই যাম নিজে জনাখিনি আৰু বুটলিম আপোনালোকৰ মৰম চেনেহ /এয়াই মোৰ আৰ্শীবাদ স্বৰূপ ।
মানৱ জীৱন খন্তেকীয়া ।ভাৰতীয় উপনিষদত আছে যি জানা শিকাই যোৱা নিস্বাৰ্থ ভাৱে ।
Baa Apunar Hat Dukhant Bhagobane Sage Jadu Di Pothaise.Sosakoi Apunar Hatere Bonowa Sakalobor Khowa Bostu a Dekhiboloi Akebare Nimoj aru atuloniya Sondorjayre Bhori Pora hy
তোমাৰ কমেণ্টটোৱে বৰ উৎসাহিত কৰিলে। নিজে অকলশৰে video কৰো বাবে জানিও ভালদৰে video দিব নোৱৰা হৈ পৰো। দৰ্শকৰ মন্তৱ্যৰ বাবে সুখী হওঁ বাবে কষ্ট কৰিয়ে video আপলোড কৰো ।বহুত ধন্যবাদ তোমালৈ ❤
Very naic
Varynaic
@@TaruPhukan is no
বহুত সুন্দৰ হৈছে প্ৰণালী প্ৰক্ৰিয়া।
Very nice laddu recipe so thank you so much সুন্দৰ ভাৱে লাৰু তৈয়াৰ কৰিলে বাইদেউ
আপোনাৰ হাতত যাদু আছে 👍👍..
আপোনাৰ ভিডিঅ'ৰ পৰা বহুত শিকিছো। সকলো বোৰ ইমান ধুনীয়াকৈ শিকাই দিয়ে
সুন্দৰ হৈছে 👌👍
ভাল লাগিল আপুনাৰ ভিডিঅটো ।
আপুনি ইমান ধুনীয়া কৈ বুজাই দিয়ে। আমাৰ দৰে নতুনকৈ শিকা সকলৰ বাবে খুউব সৰলকৈ আপুনি দেখুৱাই দিয়ে 🤗
সুন্দৰ হৈছে
Video to sai bor dhoniya lagil
🙏🏻🙏🏻Bahut val lagesey eman essay tarika apuni khikaesy ebar try korim
Bor Xundor hoise
Bohut bhal lagise baideu
খুৱ সুন্দৰ
বহুত ধন্যবাদ ও স্বাগতম 💟
ইমান ধুনীয়াকৈ দেখুৱাই দিলে ভাল লাগিল।
মৰম দিলো
Ow ba Iman hundor bonaise
বৰ সুন্দৰ 👍👍👍
Wow ❗️👍🏼👍🏼, so white. Nice 🙏🏼
Bahot bahot val lagil ba
Bhout dhuniya hoise
খুব ভাল লাগিল ।
Val lagil
ধন্যবাদ 💟
Cool
ধন্যবাদ 💟
অতি সুন্দৰ ।।।।চাই বহুত ভাল লাগিছে।।।😘
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
Eman sudar vabe dekhaise baido.
Bohut val lagile sai
চাই ভাল লাগিল
বাইদেউ্্আপোনৰ্ গাত মাঅন্নপ্ৰণাৰ আশিবাদ আছে ইমান সুন্দৰ ৰন্ধন প্ৰণালি
বহুতো মৰম দিলো বিহুলৈ বুলি ❤️আজি এটা সুন্দৰ নাৰিকলৰ লাৰু ৰেচিপি দিছো …চাবাছোন
Bor bhal lagil .
Bor dhunia hoisa
Thanks
Sai Val lagise ba
Sundar..baidau..eman sahaj bhabe dhuniakoi apuni recipe bilak dekhuae..bhal lage
Val hoise
ভাল লাগিল
Baideu bar val lagil
Val lagise Diya ba.
Emn dhuniya bonai dekhaise. Thank you so much ba
😋😋👌👌khabole mn goise ...ketiya nu kham apuner hator ...pora...😋😋👌
❤❤❤❤
Hosai luvonio hoise....dekhie khau khau lgse..eneu mur narikolor bostu bht priyo
হয় নেকি? মোৰো প্ৰিয় ।আন্তৰিক ধন্যবাদ জনালো ❤
Bah Eman mosti
ধন্যবাদ ❤
Moja lagil ,👌👌👌
Mojja
বৰ ধুনীয়া হৈছে বাইদেউ
Bohut dhunia hoise
bohut val lagil
আন্তৰিকতাৰে ধন্যবাদ জনালো 💟❤
Bht vl lgise baidew
Moja Baa val laga 😍
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
Bohut val lagile Baideu
ধন্যবাদ ❤
Emn Dhuniya aru Hundr hoise😍
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
বহুত ধুনীয়া হৈছে বাইদেউ। খাবলৈ মন গৈছে।
Thanks
Bhut lagise 🙏😊 Thenk you 🙏 baido
ধন্যবাদ আৰু স্বাগতম 💟
ভাল লাগিল আপোনাৰ ভিডিঅ
Apunar kam bur iman perfect. Sai bhal lage
Oti xundor baidew . Lakshmi poojar axekh xubheshya thakil🙏🙏🙏🙏
Bohut val lagil baidew
আন্তৰিকতাৰে ধন্যবাদ জনালো 💟❤
অতি সুন্দৰকৈ দেখু্ৱাই দিয়ে আপুনি ,🙏
তোমালোকৰ মৰমবোৰে মোৰ সাহস
আপু অনেক সুন্দর পরিবেশন ভালো লাগলো বোন। তোমার তিনটা ভিডিও দেখলাম সবগুলাই সুন্দর লাগলো♥♥♥
Video to sai vl lagile...
আন্তৰিকতাৰে ধন্যবাদ জনালো 💟❤
Very nice .
Very lovely coconut laddu. Loved it. Look at what I am making in my kitchen.
My pleasure ... thanks
Khub xundar hoise😍
Thanks...&..... welcome 💖🌹
Emn dhunia
Vl lgila
Thank you ☺️
Thanks baa Amar babe aibor kra babe
Dhuniya
ধন্যবাদ লগতে ভোগালী বিহুৰ ওলগ যাঁচিলো ❤️💚
Super se bhut bhut bhut upar , val lagill Apunar video tu Sai //
WELCOME bro...
Thank u so much🌸
Baidew ati sundar magh bihu r ulag janalu krishna
বাইদেউ বহুত ভাল লাগিছে মই বনাই চালো।
কেনে হ'ল…
Mojaa hoise ba
Thanks
Bohut val lagil baa .thanks a lot.
❤️
Bohut mazaa
Very nice 👍👏🥰
Bhut val lagise baidew......
Khub bhal lagile apunar ai recipe tu
Thanks... welcome ♥️
Dhuniya Lagise
ধন্যবাদ ও স্বাগতম ♥️
বহুত সুন্দৰ ৷
আজিটো চোৱা আৰু ভাল পাবা… link 👇
th-cam.com/video/sdQxopQMzJM/w-d-xo.html
Bhut dhuniya lgil sai
Thank u... welcome 💐
ভাল লাগিল নাৰিকল ৰেচিপিটো।
ধন্যবাদ
Baideu apunar bostukhini bonaboloi hikua methodtu logote apunar hikonitu moi bor vaal palu ekdom hohoj horol bhakhat 👌👌
Bohut bohut dhonyobad
Very nice
সুন্দৰ
Nice mam
Namaskar,apunar pora khub xundar pitha aru laru r logote anyanya jutir prakaran xomuh pai khub bhal lagise,apuni eman xundar koi xikua babe dhanyabad
Moja
bahut dhunia hoice baido.
তোমাৰ লগতে তোমাৰ পৰিয়ালটিলৈও ৰঙালী বিহুৰ ওলগ যাঁচিলো
ধন্যবাদ !
aapunar kotha khinio iman shondor baa.shokolo Kame shondor
ধন্যবাদ লগতে ভোগালী বিহুৰ ওলগ যাঁচিলো ❤️💚
বৰ ভাল লাগিল দেখি।
Bohut val lagil baa
ইমান সুন্দৰ হৈছে।
দেৰিকৈ হ'লেও ধন্যবাদ ♥️
ভাল লাগিল video2 sai
♥️ধন্যবাদ
Bohut val lagil baido moiu bonau tanakoi
Hoi
Mozza,
Thanks
Val lagil mam
দেৰিকৈ হ'লেও মৰম ও ধন্যবাদ ♥️💞
খুব সুন্দৰ,,,, এইবাৰ বিহুত বনাবলৈ চেষ্টা কৰিম ♥️
Wao, superb...
Thanks a lot❤
Thank you ba nice technic white coconut laddo❤😘
Welcome ♥️
Bohut bhal lagil unti.. thx 4 the video
Thanks... welcome❤💟
Thank you ba..bhut val lagile say..
দেৰিকৈ হ'লেও ধন্যবাদ ও স্বাগতম 💖
Bht vl lagil baidaw
Thanks a lot
NiCE Video
ধন্যবাদ ❤
Mja Baideo
Thanks... welcome❤
Thank you sooo much to teach us so easy and beautiful technic .Now it's easy for me to make coconut ladoo.
Bhut val lagil