জইণ্ট এডিটৰ শোণিত কুমাৰ ভূঞাৰ সৈতে 'আপোনাৰ সন্মুখত পৰেশ বৰুৱা' FULL EPISODE

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ต.ค. 2024

ความคิดเห็น • 181

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 4 หลายเดือนก่อน +1

    কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যজনক উলিয়াই দিয়ক

  • @KrishnaDas-u7o
    @KrishnaDas-u7o 8 หลายเดือนก่อน

    জয় আই অসম মোৰ এটা অনুৰুধ পৰেশ বৰুৱা মহাশয় লৈ অসমীয়া বুলি মানসক ৰেহাই দিয়ক🙏

  • @imdadali9519
    @imdadali9519 9 หลายเดือนก่อน +1

    কথা খিনিৰ গুৰুত্ব আছে।

  • @DilipkumarDas-n9l
    @DilipkumarDas-n9l 8 หลายเดือนก่อน

    এনেকৈ থাকিলে অসম তথাঅসমীয়া জাতি শেয হৈ যাৱ
    অসমবাসী সাজূ হৱলৈ হল

  • @Rebatbaruah-u1b
    @Rebatbaruah-u1b 9 หลายเดือนก่อน

    Thanks

  • @bhubandas9883
    @bhubandas9883 9 หลายเดือนก่อน +1

    পৰেশ বৰুৱা মহাশয়ে মূল সুঁতিৰ সম্পৰ্কত শুদ্ধ মন্তব্য আগবঢ়াইছে।অসমীয়া গংগা,যমুনাৰ সুঁতিত বাস কৰা নহয়,ব্ৰহ্মপুত্ৰৰ সুঁতিৰ বিষয়ত আলোচনা হ'ব লাগে ।

  • @nayanjyotibaishya8483
    @nayanjyotibaishya8483 ปีที่แล้ว +32

    পৰেশ বৰুৱা ৰ চিন্তা/অভিজ্ঞতা ক প্রণাম জনাইছো🙏🙏🙏সংগ্রাম কেনেকৈ কৰে তাক বুজায় দিলে 🙏🙏🙏

  • @abdulchowdhury611
    @abdulchowdhury611 9 หลายเดือนก่อน

    Dhanyavaad Pares Baruah

  • @absrontu4094
    @absrontu4094 ปีที่แล้ว +26

    আমি আগৰে পৰা স্বাধীন আছিলো..
    স্বাধীনতা আমাৰ জন্ম স্বত্ব অধিকাৰ....
    ই আমাৰ প্ৰাপ্য....
    সোণৰ অসম আমি মাটিৰেই সজাম..
    মোৰ মা সদায় জয় হওঁক....
    জয় আই অসম
    আলোচনা হওঁক গণ ভোট হওঁক..
    গণতান্ত্ৰিক দেশত আলোচনা ৰ মাধ্যমেৰে সমস্যা সমাধানৰ পথ প্ৰশস্ত হৱ... 🤗

  • @DIGENNATH-u4l
    @DIGENNATH-u4l 10 หลายเดือนก่อน

    ❤❤

  • @asomiaasom6008
    @asomiaasom6008 ปีที่แล้ว +44

    অখণ্ডতাৰ নামত শপত খোৱা সুবিধাবাদী ভণ্ড চৰকাৰ নেতা মন্ত্ৰীয়ে অসমৰ মাটি বাংলাদেশক দিব পাৰে সংবিধান উলংঘা নহয় আলফাৰ লগত সাৰ্বভৌমত্বৰ বিষয়ে আলোচনা কৰিব নোৱাৰে সংবিধান শপত উলংঘা হয় এয়া ভণ্ডামীহে ।অনন্ত কাললৈ অসম অসমীয়াক তিল তিলকৈ নিঃশেষ কৰি অসমৰ সম্পদ সমুহ শোষণ লুণ্ঠন কৰি থাকিবলৈ উজুহাত দেখুৱাই আলোচনাৰ পৰা আতৰি আছে শোষণকাৰী লুণ্ঠনকাৰী চৰকাৰে ।

  • @BikramDas-xd3hl
    @BikramDas-xd3hl 9 หลายเดือนก่อน

    Good 👍

  • @JogeswrCowdori
    @JogeswrCowdori 9 หลายเดือนก่อน

    Good

  • @niponnath2113
    @niponnath2113 ปีที่แล้ว +5

    এনেকুৱা নিজৰ জাতিক ভাল পোৱা মানুহ বহুত কম আছে আৰু ভবিশ্বটৰ কথা বহুত আগতে ভাবিছে পিছৰ প্ৰজন্মই যেন ভুগিব লগা নহয় । সদায় সুস্থ হৈ থাকক তাৰে কামনা কৰিলো ।।

  • @SoniyaDoley-n4s
    @SoniyaDoley-n4s 10 หลายเดือนก่อน

    🎉

  • @GubardhonBordoloi
    @GubardhonBordoloi หลายเดือนก่อน

    মই আলফাক সন্মতি প্ৰদান কৰিছো

  • @sanjoyroy9287
    @sanjoyroy9287 9 หลายเดือนก่อน +1

    I am always with Assam swadhin.

  • @tunudad1495
    @tunudad1495 ปีที่แล้ว +26

    Sadhin Assam lageboi ULFA I zindabad

  • @Rebatbaruah-u1b
    @Rebatbaruah-u1b 9 หลายเดือนก่อน

    Thanks sir

  • @kalponakirankashyap5037
    @kalponakirankashyap5037 ปีที่แล้ว +7

    থলগিৰী লোকৰ আৰু অসমত অনন্ত কাললৈ জাতি বৰ্ণ-ধৰ্ম-ভাষা-নিৰ্বিশেষে শান্তিৰ স্বাৰ্থত আলোচনা হোৱাটো অত্যন্ত আবশ্যক আছে কিয়নো ৰাজনীতিকৈও উদ্ধত নিজৰ থলুৱা জাতিৰ সুৰক্ষা প্ৰদান কৰাত প্ৰথম কৰ্ম। ৰাজনৈতিক দল আহিব ৰাজনৈতিক দল যাব,নেতাৰ নেতৃত্ব আহিব আৰু যাব যিকোনো ৰাজনীতিত ৰাজনৈতিক দল দীৰ্ঘকালীন নহয়। কিন্তু বাস্তৱত জাতি আৰু জাতীয় জীৱন সদায়েই অক্ষুণ্ণতা থাকি যাব। গতিকে সকলো দিশৰ পৰা প্ৰৰ্য্যাৱেশন কৰি এই বিষয়ে গুৰুত্বসহকাৰে গ্ৰহণ কৰিব লাগিব দুয়োপক্ষৰ মাজত বিশেষভাবে চৰকাৰৰ দ্বাৰা সদ ইচ্ছাৰ একান্তয়েই প্ৰয়োজনীয়তা আছে। আশা কৰিলোঁ এই দীৰ্ঘদিনীয়া সংগ্ৰামখনে এটা সুফল লাভ কৰে, জয় আই অসম 🙏

  • @PutulkalitaPutulkalita-r5p
    @PutulkalitaPutulkalita-r5p 10 หลายเดือนก่อน +2

    অসমীয়া জাতি স্বাধীনতা বিচাৰোঁ। বৰ্তমান পৰাধীন হৈ অশান্তিয়ে জুৰুলা কৰিছে। গতিকে জাতি স্বাধীনতা পালে হে বাচি থাকিৱ।জয় আই অসম।

  • @dipankargogoi5606
    @dipankargogoi5606 ปีที่แล้ว +26

    পৰেশ বৰুবা ককাইদেউ আপোনি সদাই সুস্থ হৈ থাকক..এনেদৰে সদাই positive হৈ থাকক.🙏❤️

  • @dipankargogoi5606
    @dipankargogoi5606 ปีที่แล้ว +27

    আগ্ৰহেৰে আকৌ বাত চাই ৰলো ককাইদেউৰ talk show লৈ.. তেখেত সদাই সুস্থ হৈ থাকক.. ভগবানে তেখেতক ভালে ৰাখক..🙏

  • @CrimeBranch-d2c
    @CrimeBranch-d2c 8 หลายเดือนก่อน

    Sadhin asomar karane Ulfai songram karise hasa moi maniso kin2 asamor karane ulfai ki karise aji moi ajan pangu jiban loi jiai aso mok hahai nalage asomar manuhar karane sinta karak .thanks

  • @tunudad1495
    @tunudad1495 ปีที่แล้ว +15

    Paresh barua SAR zindabad

  • @dipankargogoi5606
    @dipankargogoi5606 ปีที่แล้ว +8

    অসমৰ জাতিয় সংগঠন সমূহৰ বৰ্তমানৰ স্থিতি কেৱল গাদি আৰু ক্ষমতাৰ লোভত.. অসমৰ জ্ৱলন্ত সমস্যা সমূহৰ ওপৰত কাৰো কানসাৰ নাই.. আই মাতৃক শুহি শুহি কেনেদৰে পকেত গৰম কৰিব পাৰি কেনেকৈ নেতা হব পাৰি সেইয়াই তেওলোকৰ সপোন.. ককাইদেউ আপোনিয়েই জতি ৰক্ষা কৰিব পাৰিব. শেখ ভৰষা.. সদায় এনেদৰে positive ভাবে থাকক.. জয় আই অসম.🙏

  • @Rebatbaruah-u1b
    @Rebatbaruah-u1b 9 หลายเดือนก่อน

    Parim Sir

  • @dharanikumar3550
    @dharanikumar3550 9 หลายเดือนก่อน

    সাৰ্বভোমত্তৰ ওপৰত আলোচনা হলেহে ইয়াৰ সমাধান উলাব।

  • @PulakDulakakhari
    @PulakDulakakhari 9 หลายเดือนก่อน

    পৰেশ ডা অসমীয়া জাতি কিবা লাভ হবনে? শান্তি প্ৰক্ৰিয়া আলোচনা তো অতল হৈ থাকিবনে?

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน

      Bharat e kusokro kriboi....axomor hompod burot soku porise bharotor

  • @sondas3630
    @sondas3630 9 หลายเดือนก่อน

    সংগঠনৰ নামত এচামে অংগ দশ‍ʼন হে দেখাইছে ।আলোচনা উপযুক্ত যদি হয় সেয়া সদায় নিজ মাটিতহে সম্ভৱ।

  • @bot.R55
    @bot.R55 ปีที่แล้ว +9

    মাননীয় , পৰেশ বৰুৱা ডাঙৰীয়া দা থলগিবি হিচাপে ডেৰকৌটিয়ে সঠিক । আৰু ডেৰ কৌটিৰ বাবেহে উন্নয়ন আৰু সংৰক্ষণ ৰ আইন হব লাগে । লগতে অসমৰ দল সংগঠন সকলেও বেপাৰ মুখি নহৈ এখন সচা অসম , নিৰিবিলি অসম , হজা সৰল থলুৱা খাৰখোৱা অসমীয়াৰ অসম , আৰু বিদেশলৈ অন্তত নিজাকে কিছুসংখক যোগাযোগ এই ডেৰ কৌটি খাৰখোৱা অসমীয়াই কৰিব পৰা কৈ কিছু চিৰযুগমিয়া আইন বলবত কৰাৰ চিন্তা কৰিলেই অসমৰ থলুৱাই যিকোনো অভাৱ অনুভৱ নকৰিব । এই খিনি কৰোতে আমাক মিয়া নেলাগে ডাঙৰীয়া , আমাক বিষেশকৈ ( নামনি আৰু মধ্য অসমক ) আৰু মিয়াৰ (চউৰা) সোৱাদ নেলাগে । ভাবিছিলো , মাননীয় , প্ৰফুল্ল মহন্ত ডাঙৰীয়াই এই সকলৰ পৰা আমাক মুক্ত কৰিব কিন্তু নকৰিলে । ওলোতা হে কৰিলে । গতিকে , এতিয়া আপুনি আমাৰ শেষৰ জন দিশ নিৰ্ধাৰণ কৰোতা হিচাপে এই অঞ্চলৰ থলুৱাক কোন দিশে নিব তাকে বাদ চাই আছো । বেয়া নেপাব দাদা । শেষত সকলোকে এবাৰ নমস্কাৰ । দেবা ৰাজবংশী৯৪৩৫১২৪২৮৩ , বৰপেটা , সৰভোগ , দুৰামাৰী ।

  • @dilipgogoi3682
    @dilipgogoi3682 ปีที่แล้ว +9

    চৰকাৰে সংবিধানৰ ভিতৰত থাকি যিহেতু আলোচনা কৰিব গতিকে আলোচনা কৰি সাৰবভৌমৱ্তৰ বিকল্প অধিকাৰৰ ওপৰত দাবী সাৱস্ত কৰক আলফাৰ তৰফৰ পৰা।

    • @सौरभ-त4ध
      @सौरभ-त4ध ปีที่แล้ว

      অসমৰ জাতি, মাটি, ভেটিৰ ৰক্ষা কৰাৰ একমাত্ৰ উপায় স্বাধীন অসম । য়াৰ বাহিৰে আৰু বেলেগ উপাই নাই ।

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน

      @@सौरभ-त4ध কিন্তু এইয়া সম্ভৱ নে।ইমান এটা ডাঙৰ শক্তিশালী ভাৰতীয় সেনাৰ লগত যুঁজ দি কেনেকে স্বাধীন হম।কোনে সহায় কৰিব আমাক স্বাধীন হবলে

  • @RitulDeka-u3z
    @RitulDeka-u3z 9 หลายเดือนก่อน +1

    জয় আই অসম

  • @BipulBipul-wl1ud
    @BipulBipul-wl1ud 9 หลายเดือนก่อน +1

    Bal

  • @pranjalsaikia7163
    @pranjalsaikia7163 ปีที่แล้ว +8

    Paresh Barua Sir bohut knowledge ase ♥️♥️♥️

  • @AnjanAsom
    @AnjanAsom 5 หลายเดือนก่อน

    ভাৰত নামৰ চৰকাৰখনে আজিৰ এই সময়লৈকে যি কাণ্ড কৰিলে তাৰ পৰা সময়ে ভালদৰে প্ৰমাণ কৰে যে সিহঁত আলোচনাৰ যোগ্য নহয়। মাথোঁ মহা ভণ্ড , লুণ্ঠনকাৰী এখন দেশ + গুণীৰ গুণ বুজা লোকৰ লগত সদায় আলোচনা কৰা হয় । এতেকে আলোচনাই সমাধান আনিব নোৱাৰে । গণ্য মান্য সকলৰ মুখত এটা শব্দ শুনা গ'ল "এৰা ধৰা" ,মই তেখেত সকলক জনাম এটা কথা ভালদৰে মনত ৰাখিব জাতীয় এই যুদ্ধ ল'ৰালি খেলা ধূলা নহয় , অগণন বৰ অসমৰ ৰাইজৰ হত্যাকাৰী এখন দেশৰ লগত "এৰা ধৰা "শব্দ বাদ দি ধৰিব লাগিব।

  • @Hoppygaming93
    @Hoppygaming93 9 หลายเดือนก่อน

    Valdare discus kora we all assameise

  • @hirakkalita8283
    @hirakkalita8283 ปีที่แล้ว +5

    জয় আই অসম

  • @MilanBoroUlubariNaokataBaksa.
    @MilanBoroUlubariNaokataBaksa. 9 หลายเดือนก่อน +1

    BPF Long Live. UPPL go back. Promod Boro is a Black Sheep. We like NDFB and ULFA and more rest.

  • @dipokbaruah1566
    @dipokbaruah1566 ปีที่แล้ว +4

    নামটো শুদ্ধকৈ কব লাগে পৰেশ অসম হে পৰেশ বৰুৱা নহয

  • @LAWRENCE-f5t
    @LAWRENCE-f5t ปีที่แล้ว +8

    জয় আই অসম🔥🔥

  • @rijumapegu6002
    @rijumapegu6002 9 หลายเดือนก่อน

    ❤welcome 🙏 Assam fores da

  • @monjitg
    @monjitg ปีที่แล้ว +6

    Mr Poresh boruah is most experienced man

  • @mthuborgohain1956
    @mthuborgohain1956 9 หลายเดือนก่อน

    Boruah dangoriya r jatiyatabaad strong bht.. buji puwa goise

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน

      Notun projonmo turu jodi jatiyotabadi hol hoi val asil....kintu teu luke nijok oti bharotio dekhabole jai aru axomor ktha pahori jai

  • @phanindradevagoswami4635
    @phanindradevagoswami4635 ปีที่แล้ว +4

    মাননীয় পৰেশ ডাঙৰীয়া দীৰ্ঘদিনীীয়া সংগ্ৰামী সত্বাৰ লগত ফেপেৰি পতা, বহুজন শিক্ষকৰ আত্মহণন,আন বহুজনৰ জীৱনলৈ মৃদু সংকটবহনকাৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ মৰ্যদাক প্ৰথমবাৰলৈ গৰিহণাৰ পাত্ৰ কৰা হিমন্তক লক্ষ্যাধিক ভোটত জিকি থকাৰ ৰাজনীতি প্ৰতিৰোধ কৰাৰ আৱশ্যক হৈছে।

  • @PRASANTACHUTIA-ij2gq
    @PRASANTACHUTIA-ij2gq ปีที่แล้ว +6

    Ulfa sahdhin jindabad

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 ปีที่แล้ว +18

    স্বাধীন অসমৰ বিকল্প নাই

  • @nirengogoi4665
    @nirengogoi4665 ปีที่แล้ว +4

    জয় আই অসম,ইয়াণ্ডাবু চুক্তিৰ চিন্তন মন্থন হওক ,।একেবাৰে গুৰিত ধৰক , মৌলিক প্ৰয্যায়ত , Base তেতিয়াহে সহজে সমাধান সূত্ৰ ওলাব।

  • @shashikantenath1414
    @shashikantenath1414 10 หลายเดือนก่อน

    আপোনাৰ নাম কামাৰুল জামান ৰ সলনি পৰেশ বৰুৱা নাম লৱে কিয় ?

  • @mvmanab3268
    @mvmanab3268 ปีที่แล้ว +5

    থʼলগিৰি অসমীয়াৰ এতিয়াও গাত চেতনা নাই। কিমান আৰু বহিৰাগতৰ হাতত প্ৰতাৰণা হৈ থাকিব ?? নিজৰ কথাই অকল ভাবি থাকিব নে ?? নে অসমীয়া থলগিৰি জনগনৰ হৈ অলপ ভাবিব ? অসমীয়া থলগিৰি মানুহখিনিক চেপি আনা হৈছে অতি কৌশলেৰে, যাতে অলপো নিজৰ কথা বাদ দি জাতিতোৰ কথা ভাবিব সময় নাপায়। বৰুৱা মহাশয়ে জাতিতোৰ হৈ ইমানখিনি ত্যাগ কৰিও মাতৃভূমিৰ আতৰি থাকিব লাগিয়া হৈছে। আমি অসমীয়াই সময় অলপ ওলিয়াই এইবোৰ অনুধাৱন কৰিছোনে ?? এক হ'বৰ হʼল আমি অসমীয়াই। জই আই অসম 🙏🏽

  • @DuduDutta-ls2us
    @DuduDutta-ls2us 10 หลายเดือนก่อน

    By 😢the w weep 😮

  • @bot.R55
    @bot.R55 ปีที่แล้ว +3

    আমি সৰুতে শিকিছিলো , সন্ধ্যীয়াৰ ভাগতে ডবা বাজে ডুডুম ডুম । আজিকালি ওলোটা , দিনে ৰাতিয়ে মাইক বাজে আল্লাহ হু আগবৰ । আৰু শিকিছিলো , সাউদৰ পুতেকে নাও মেলি যায় । আজিকালি ওলোটা , চউৰাৰ ( আপোনালোকে কয় মিয়া ) পুতেকে নাও মেলি যায় । ( TV ) ত বহা কেইজনে মধ্য আৰু নামনি অসম ভালকে ঘুৰি পকি চাই ভাবি চাব কথাটো ।

  • @JyotiGogoi-us8hy
    @JyotiGogoi-us8hy 4 หลายเดือนก่อน

    Baruadeb tumak a.ntra.karanare hukhi haisu thanks

  • @LakhiRay-kv4xv
    @LakhiRay-kv4xv ปีที่แล้ว +1

    Jai Aai Assam

  • @tiktokmusic116
    @tiktokmusic116 ปีที่แล้ว +6

    Swadhin axom lgibo nhole surender nkoribo poresh da . Ulfa jindabad

  • @bkumarbkumar8611
    @bkumarbkumar8611 ปีที่แล้ว +2

    Jai Aai Axom

  • @malakaburagohain119
    @malakaburagohain119 ปีที่แล้ว +6

    Joi aai axom,,sadhin

  • @ParthaSen-vy2fe
    @ParthaSen-vy2fe 10 หลายเดือนก่อน

    Very nice, Paresh boruah sir

    • @Kumar00199
      @Kumar00199 5 หลายเดือนก่อน

      What nice here you are non Assamese they are taking about eradicate you.🤦🤦

  • @holeswrthengal6039
    @holeswrthengal6039 ปีที่แล้ว +1

    অসমক, ভাৰতৰ লগত, চামিলকৰাবুৰজী, পচাৰকৰক

  • @CrimeBranch-d2c
    @CrimeBranch-d2c 8 หลายเดือนก่อน

    AJI ULFAR SONG BIDHAN AJI KIO DUMUKHIA HAL SASTI AJI SONGBIDHAN BADALI GAL NEKI

  • @dhrubasaikia7880
    @dhrubasaikia7880 ปีที่แล้ว +7

    আলফা zindbaa

  • @dipenkutum6301
    @dipenkutum6301 10 หลายเดือนก่อน +1

    Hosa kota porehs sar

  • @banikantamoran3567
    @banikantamoran3567 ปีที่แล้ว +7

    Shadhin asom dibo parile Val pam kintu jodio shadhin asom dibo nuwarileo hanti alusonaloi ahatu bohut val lagise

  • @chaoprakhantaburagohain
    @chaoprakhantaburagohain ปีที่แล้ว +6

    ULFA aase buli hai Akhomiya aase

  • @tunudad1495
    @tunudad1495 ปีที่แล้ว +3

    Amak sadhin Assam lageboi ULFA I zindabad Paresh barua SAR zindabad
    Assu Go back faltu assu

  • @gamerxx7696
    @gamerxx7696 ปีที่แล้ว +3

    এদিন স্বাধীন অসমৰ সপোন পূৰণ হব এই ।। খাটাং

    • @HG-tn7de
      @HG-tn7de ปีที่แล้ว

      সপোন দেখিয়েই থাকি যাবি। পুৰণ কেতিয়াও নহয়

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว +2

      ​​@@HG-tn7deস্বাধীনতা অসমীয়াৰ অধিকাৰ হয় এদিন পাবই । ইতিহাসত অসমীয়া খুব কম সময়ৰ কাৰণে পৰাধীন আছিল । তেনে স্থলত বেলেগ দ্বাৰা পৰাধীন হয় থকাটো মানি নলয় ।।

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน

      @@CSGOGAMER-eg7qj ami beleg dekhor hohay lua tu ussit.....okole juji nuaru swadhinota anibo....ami 3rd party r hohai loboi lgbo jeneke british k khedibole france aru japan r hohay loisile

  • @thesun1482
    @thesun1482 ปีที่แล้ว +4

    আলফা -চৰকাৰৰ সংঘাত অচিৰেই সমাধান হোৱাটো বিচাৰো,;,,,,,,,এটা কথা মনত ৰখাটো ভাল,,,থলোৱাৰ জাতি মাটি ভেঁটি উচন ৰোধ কৰিবলৈ মানুহ কৰ্মমুখি হব লাগিব। কৰ্মহীন কোনো জাতিয়ে মুৰ দাঙি জীয়াই থাকিব নোৱাৰে।

  • @TonyDas-wz8im
    @TonyDas-wz8im 9 หลายเดือนก่อน

    Murga Mantrimandal Dandiya Ashok Nagar

  • @jayantachungkrang5100
    @jayantachungkrang5100 ปีที่แล้ว +5

    Ulfa zindabad

  • @geetanjolimusicstudio6656
    @geetanjolimusicstudio6656 ปีที่แล้ว +1

    Good step.

  • @pranjitঅসম
    @pranjitঅসম ปีที่แล้ว +13

    জয় আই অসম❤

  • @Rebatbaruah-u1b
    @Rebatbaruah-u1b 9 หลายเดือนก่อน

    Ati Honkle

  • @amibora539
    @amibora539 9 หลายเดือนก่อน

    Pa
    .

  • @bhaskarjyotidutta4155
    @bhaskarjyotidutta4155 ปีที่แล้ว +1

    Joy Aai Axom ✊️✊️✊️✊️✊️✊️

  • @monjitgohain9000
    @monjitgohain9000 ปีที่แล้ว +7

    Kokai nahibi oi
    Toi aaso buli hee mur dangi aasu

  • @Rebatbaruah-u1b
    @Rebatbaruah-u1b 9 หลายเดือนก่อน

    Sir Manu Jiay Thakute Paba Lagina

  • @TonyDas-wz8im
    @TonyDas-wz8im 9 หลายเดือนก่อน

    Hindi medium

  • @tilokhandique124
    @tilokhandique124 ปีที่แล้ว +1

    বিকল্পৰ বিষয়ে ক'বলৈ হলে ক'ব লাগিব 371 A, F আটাইতকৈ সুবিধজনক হ'ব বুলি ভাবো ।

  • @TonyDas-wz8im
    @TonyDas-wz8im 9 หลายเดือนก่อน

    Media media to media

  • @JyotiGogoi-us8hy
    @JyotiGogoi-us8hy 4 หลายเดือนก่อน

    Phone nombertu diyak akha karilu

  • @rsaikia6841
    @rsaikia6841 10 หลายเดือนก่อน

    স্বাধীন অসম আলফা/অসমৰ জনগনে বিচৰাৰ দৰে চৰকাৰেও এই বিষয়টোৰ ওপৰত অৰ্থাৎ সাৰ্ব্বভৌমত্বৰ ওপৰত আলোচনাত বহাৰ দুৱাৰ মুকলি কৰিব লাগে ।সাৰ্ব্বভৌমত্ব পোৱা নোপোৱা সেইটো সংবিধানে বিচাৰ কৰিব।আলোচনাত বিষয়টোৱে ঠাই পাব নোৱাৰাৰ কাৰণ কি?নাগালেণ্ডৰ ক্ষেত্ৰত সাৰ্ব্বভৌমত্বক আলোচনাৰ বিষয়ৰ আওতাত অন্তভূক্ত কৰা হ'ল কিয় ?

  • @kochentertainment2129
    @kochentertainment2129 ปีที่แล้ว +1

    Article 371-A,F,J,B dile homogro oxomor bhumi aru logote Oxomor tholuwa manuh hongrokhito hobo,

  • @tarasinghthapa9254
    @tarasinghthapa9254 9 หลายเดือนก่อน

    0😊😊

  • @07Mech
    @07Mech 9 หลายเดือนก่อน +14

    We're all Indians and we must always respect our national integrity and constitution of our nation. Jai Hind 🇮🇳

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน +1

      Then tell u india to treat assam as a part of india not as a colony

    • @07Mech
      @07Mech 9 หลายเดือนก่อน

      @@asmitgogoi8739 Calm down brother because you're a nobody. You should respect your nation first, I hope you got my point.

    • @07Mech
      @07Mech 9 หลายเดือนก่อน

      @@asmitgogoi8739 You're nobody + you don't have any legal authority to call out any indian bonafide citizen a bangladeshi immigrant. It's just one of your so called political propaganda to fool the normal day to day life hardworking innocent public. To remain in political power, by creating an atmosphere of doubt, polarizing the citizens among each other, quite helpful for reaping vote banks. What an irony? An outsider is complaining about another outsider. The legal system will decide regarding the no. of bangladeshi illegal immigrants and take humanitarian actions as per law. And I trust and respect the judicial system of our nation. I hope, you also trust our judicial system.

    • @07Mech
      @07Mech 9 หลายเดือนก่อน

      @@asmitgogoi8739 @asmitgogoi8739
      You're nobody + you don't have any legal authority to call out a bonafide indian citizen as a bangladeshi immigrant. What an irony brother! An outsider is pointing his finger towards another outsider. Why? Because to create an atmosphere where they can fulfill their political propaganda, to fool innocent hardworking citizens, create polarization among them, create a seed of doubt within them so that the so called crooks can reap their political vote banks. The judicial system of our nation will decide the no. of bangladeshi illegal immigrants residing within our state. It will take an appropriate humanitarian actions regarding it as per law. And I trust, respect and have faith towards the judicial system of my nation. I hope, you also trust our judicial system.

    • @07Mech
      @07Mech 9 หลายเดือนก่อน

      @@asmitgogoi8739
      You're nobody + you don't have any legal authority to call out a bonafide indian citizen as a bangladeshi immigrant. What an irony brother! An outsider is pointing his finger towards another outsider. Why? Because to create an atmosphere where they can fulfill their political propaganda, to fool innocent hardworking citizens, create polarization among them, create a seed of doubt within them so that the so called crooks can reap their political vote banks. The judicial system of our nation will decide the no. of bangladeshi illegal immigrants residing within our state. It will take an appropriate humanitarian actions regarding it as per law. And I trust, respect and have faith towards the judicial system of my nation.

  • @arundeori8142
    @arundeori8142 ปีที่แล้ว +1

    Jai aai Assam

    • @দুলু-ণ৭গ
      @দুলু-ণ৭গ ปีที่แล้ว +1

      সংগ্ৰাম আগবঢ়াব লাগিব। উৎপাদন কাম কাজ বোৰ হাতে কামে আগবঢ়াই নিব লাগিব।অসম আন্দোলনৰ দৰে আলোচনা চুক্তি, ৰাজনীতি দলৰ দৰে হোৱাতো নিবিচাৰোঁ।

    • @CSGOGAMER-eg7qj
      @CSGOGAMER-eg7qj ปีที่แล้ว

      ​@@দুলু-ণ৭গসঁচা কথা কৈছে , এইবোৰ কৰিবলৈ বিজ্ঞান - পযুক্তি , শিক্ষা দীক্ষা আদিৰ প্ৰতি মনোযোগ বৃদ্ধি কৰি , চাৰিওফালৰ পৰা শক্তিশালী হৈ সংগ্ৰাম আৰম্ভ কৰিলেহে ফলপ্ৰসূ হোৱা দেখা যাব ।

  • @prodippayeng2615
    @prodippayeng2615 9 หลายเดือนก่อน

    Prodin Tim's,k moi kobha kuji jnm rabhar kess to ki holl????

    • @asmitgogoi8739
      @asmitgogoi8739 9 หลายเดือนก่อน

      Sarkar e jorito ase hei case tut hei krne case dismiss kri dile

  • @ranjitdeka4002
    @ranjitdeka4002 ปีที่แล้ว +2

    Long live the flage of assam sun rise ,and the wild life of assamese and all hills friends by heart of north east ,we were known the all citizen ,they dont try to understand us our problems ,but they business with us from chicken nock and come our land ,

  • @RupamMajuli
    @RupamMajuli 9 หลายเดือนก่อน

    Mising jatio hongoton nai je

  • @prodippayeng2615
    @prodippayeng2615 9 หลายเดือนก่อน +1

    Jata dangaria aase,unak jnm rabha,r bikoie ki hiddanta lole sarkare?????

  • @pronobbora2102
    @pronobbora2102 ปีที่แล้ว +2

    Gon vote houk

  • @someswarphukan7419
    @someswarphukan7419 ปีที่แล้ว +4

    💚💚💚💚💚

  • @TonyDas-wz8im
    @TonyDas-wz8im 9 หลายเดือนก่อน

    Bua Kotha

  • @DipNath-d5r
    @DipNath-d5r 10 หลายเดือนก่อน

    Joy,,,, Ai,,,,, Assam,,, Ami,, bhummi,,, putray,,, sadhin, assam

  • @langkesarborolangkesarboro1127
    @langkesarborolangkesarboro1127 10 หลายเดือนก่อน

    Borofwra khwna songna la suktini thakai swr akhi hwgwn suktikhw

  • @manashborah6253
    @manashborah6253 ปีที่แล้ว +3

    Paresh sir e xasa kitha koise bt apunaluke nuxune

  • @dhaneswartisso4476
    @dhaneswartisso4476 ปีที่แล้ว +1

    Bahiror Manuhe Ahomot ahi Mati Bari loi, sole bole kauhole dokhol kori Ami Bhai Bhai hisabe thakim buli kuwatu ki jukti ase? Eituwei Shanti neki? Paresh Baruah Jindabaad, karon teo Ahomiya Manuh. Dhanyavad.

  • @brojenkhargharia15
    @brojenkhargharia15 ปีที่แล้ว +2

    Good job X y z

  • @TonyDas-wz8im
    @TonyDas-wz8im 9 หลายเดือนก่อน

    Akhomiya gane Morigaon Paro

  • @ThaneswarBaruah-o6c
    @ThaneswarBaruah-o6c 9 หลายเดือนก่อน

    Buhi. Sakol.gyata.sakolo.asom.bakhioa. Paise. Jidare. 1983.t.salani.hoisiil.rajniti.thik.tenedare.salanihoise.mukti.bahini.1971.r.para.1978.t.a

  • @Kumar00199
    @Kumar00199 5 หลายเดือนก่อน

    Mukhor dol 🧠🤦🤦😡😡