কোম্পানীৰ জেনেৰেল মেনেজাৰ চাকৰি তেওঁ আৰম্ভ কৰিলে কম্পজিত ফাৰ্ম

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ส.ค. 2022
  • কোম্পানীৰ জেনেৰেল মেনেজাৰ চাকৰি তেওঁ আৰম্ভ কৰিলে কম্পজিত ফাৰ্ম
    uparjan:9101735372
    ডোবাই বিখ্যাত বুজ খালিফা নিৰ্মাণৰতো কাম কৰিছিল তেওঁ ৷
    তেওঁ একাধিক নিৰ্মাণ কোম্পানীৰ জেনেৰেল মেনেজাৰ হিচাবে কাম কৰিছিল বহু কেইখন দেশত ৷
    কিন্তু এদিন নিজৰ ঠাইতে ব্যৱসায় কৰাৰ সপোন লৈ চাৰি তিনিলাখ টকাৰ দৰ্মহা পোৱা চাকৰি এৰি অসমলৈ ঘূৰি আহিল ৷
    uparjan.in

ความคิดเห็น • 35

  • @kirangogoi4748
    @kirangogoi4748 ปีที่แล้ว

    ভাল লাগিল।

  • @rajbaba2432
    @rajbaba2432 ปีที่แล้ว

    Khub bhal lagil

  • @niranjanchetia9740
    @niranjanchetia9740 ปีที่แล้ว +9

    প্ৰথম আৰম্ভ কৰা কামত নিজৰ মূল্যবান সময় নিদিলে লোকছান হোৱাতো নিশ্চিত বুলি মোৰ অনুভৱ ।

  • @hrajr7246
    @hrajr7246 ปีที่แล้ว

    Video to Sai val lagile

  • @explorewithpartha
    @explorewithpartha ปีที่แล้ว +3

    বহুত ভাল লাগিল video টো চায় ......... দাদাই যিটো বিল culture কৰি local মাছসমূহ সংৰক্ষণ কৰাৰ কথা কৈছে সেইটো জানি ভাল লাগিল

  • @rupombora9203
    @rupombora9203 ปีที่แล้ว +1

    এনেকুৱা ভিদিঅ’বোৰে বহুত উৎসাহ যোগাই

  • @digantadeka7201
    @digantadeka7201 ปีที่แล้ว

    মজা।
    এনেকুৱা ভিডিও সমূহে অলপ হলেও সাহস দিয়ে আমাৰ শিক্ষিত নিবনুৱা সকলক ।

  • @bhaskarboruah1946
    @bhaskarboruah1946 ปีที่แล้ว +1

    আশাকৰোঁ উপাৰ্জনৰ মাধ্যমেৰে আমাৰ অসমৰ নতুন প্ৰজন্মৰ মনত স্বনিৰ্ভৰ হ'বলৈ প্ৰেৰণা যোগাই আছে আৰু ইয়াৰ ফলত এদিন সোণৰ অসমখন আকৌ জিলিকি পৰক তাৰেই কামনাৰে ‌🙏

  • @jdutta2498
    @jdutta2498 ปีที่แล้ว +1

    আপোনাৰ দৰে মানুহ আমাৰ প্ৰেৰণা আৰু আগবাঢ়ি যাওক ,

  • @montichutia2008
    @montichutia2008 ปีที่แล้ว

    সুন্দৰ নৱপ্ৰজন্মক প্ৰেৰণা দিব পৰা এটি দিশ ।

  • @indiafirst5821
    @indiafirst5821 ปีที่แล้ว +2

    Apunar video bur Sai xosai baht besi inspiration pw......👌

  • @phuleswarrzbnc8003
    @phuleswarrzbnc8003 ปีที่แล้ว +2

    সুন্দৰ

  • @sankarchhetri2230
    @sankarchhetri2230 ปีที่แล้ว

    মনত বহুত ভাল লাগে এনেবোৰ ভিডিও চাই....

  • @PJentertainment1212
    @PJentertainment1212 ปีที่แล้ว +2

    Xuni val lagil amor gawonre

  • @monzubbenlife8080
    @monzubbenlife8080 ปีที่แล้ว +1

    অসম'ত কিন্তু ফ্লপ মাৰিব ।।। ৭০% মানুহেই বেয়া

  • @dhanakantamudoi9924
    @dhanakantamudoi9924 ปีที่แล้ว +1

    I know rahehja, ramky and mytus. Good job. Keep it up.

  • @pranjalchangmai9035
    @pranjalchangmai9035 ปีที่แล้ว

    val lgil motivational video,,

  • @NIRSAIKIA1
    @NIRSAIKIA1 ปีที่แล้ว +1

    Bhal lagil.. ❤️❤️❤️

  • @probhatdutta7710
    @probhatdutta7710 ปีที่แล้ว

    Nice Bora Daa. Best wishes

  • @kongkansaikia4821
    @kongkansaikia4821 ปีที่แล้ว +1

    agte teur nijr lyf tu set kri loise sakori kori tar pisot he baki arombho krise ..
    Val lgese aguai jaok dada

  • @akhilpathak6181
    @akhilpathak6181 ปีที่แล้ว

    Nice. Good initiative.

  • @pankajkakati8799
    @pankajkakati8799 ปีที่แล้ว +1

    Supernatural man ✌

  • @biswajyotisharma9158
    @biswajyotisharma9158 ปีที่แล้ว

    Xundor baba da 🔥🔥

  • @dhrubagohain6489
    @dhrubagohain6489 ปีที่แล้ว

    Digboi IOCL kormoroto Deep Gogoi e zokai ru arunachal ot big farm kri ase video bonabo pare

  • @dosmantachutia4402
    @dosmantachutia4402 ปีที่แล้ว

    👍

  • @surajtamang2254
    @surajtamang2254 ปีที่แล้ว

    Dada wholesale dukan detail tur video banauk na

  • @samimeusuf7130
    @samimeusuf7130 ปีที่แล้ว +3

    Teo agte toka income kri loise..tar pixt farming t lagise.. val ktha success hoise ..kintu apunalkr aibr video sai hadharn jubk ajne josh kam krile ..borbad hbo.. motivation dile nhbo..gote khini khuli kb lgibo.okl success dekhale nhbo 80% unsuccessful story o dekhabo lagibo.

  • @tridipdoley5902
    @tridipdoley5902 ปีที่แล้ว

    🙏🏻🙏🏻🙏🏻❤❤❤🤞🤞🤞

  • @pramdas9243
    @pramdas9243 ปีที่แล้ว

    kokoidie manisu dai

  • @subhajitsaikia4865
    @subhajitsaikia4865 ปีที่แล้ว

    Nagaon r kot ase?

  • @hemantakalita1413
    @hemantakalita1413 ปีที่แล้ว

    এজোপা কলত দুই তিনি ঠোককৈ লাগে নেকি

    • @santanusaikia9236
      @santanusaikia9236 ปีที่แล้ว

      Ha Ha Ha

    • @jdutta2498
      @jdutta2498 ปีที่แล้ว +1

      কথাষাৰ ভালকৈ বুজি নোলোৱাকৈ মুণ্ডবিহিন যধামুৰ্খ মানুহহে এনে মন্তব্যটো দিয়ে ।