Kajoli | Official Music Video | Zubeen Garg | Rekibul | Palash Gogoi | MJ Production | 2022

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ก.พ. 2025

ความคิดเห็น • 1.6K

  • @mj.production700
    @mj.production700  2 ปีที่แล้ว +547

    Thank you everyone for all the love. Hope you guys will continue the love for us in future. Stay tuned for our upcoming songs.❤️

  • @surajitkhatowal8087
    @surajitkhatowal8087 2 ปีที่แล้ว +221

    জুবিন দা আপুনি এটা জীৱন ।যাৰ ছাঁত বহুজনে ভাগি যোৱা হৃদয় লৈ গীতবোৰত শান্তনালভি জী উঠে ।। সকলো সুন্দৰভাৱে চলো গীতটোয়ে স্মৃতি বোৰ ৰোমন্হন কৰি বুকুত মোকেই নহয় বহুজনক সেমেকাই চকুলোৰে নিভুতকোণত চুই গৈছে‌ বাঃ কি অনুপম ।জুবিন দাক অসমৰ যি যি ডাঙৰ বঁটা দিবলৈ আছে দিয়া উচিত লগতে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ।

  • @StudioAnuvab
    @StudioAnuvab 2 ปีที่แล้ว +233

    বাহ.... কি শব্দ...! কি সুৰ.....! কি গায়কী...!! জুবিনদা সদায় সুস্থ থাকক। আচলতে এনে গানতে অতীজৰ জুবিনদাক বিচাৰি পাওঁ।

  • @juhinborah2630
    @juhinborah2630 2 ปีที่แล้ว +431

    মধ্যবিত্ত জীৱনৰ অসফল প্ৰেম কাহিনী, অন্তুৰ চুই গ'ল। ❤️

  • @lokeshhk4757
    @lokeshhk4757 2 ปีที่แล้ว +923

    I am from Karnataka and do not understand Assamese. I recently visited Assam and my taxi driver had this caller tune. On my first call itself, I fell in love with this tune. I searched TH-cam and found this melodious gem. This song has stolen my heart...

    • @jupitasaikia8282
      @jupitasaikia8282 ปีที่แล้ว +40

      Not all people are same mentality, zubeen da our proud , thanks for your lovely comments about zubeen Garg da and Assam 😊

    • @palashsaikia427
      @palashsaikia427 ปีที่แล้ว +3

      ❤️❤️❤️

    • @helloworld2054
      @helloworld2054 ปีที่แล้ว

      Racist

    • @Kutumvillagefood
      @Kutumvillagefood ปีที่แล้ว +13

      Welcome to Assam once more do visit 💚 we love south indian brother and sister 💚

    • @nzrulislam4345
      @nzrulislam4345 ปีที่แล้ว +3

      That is zubeen da bro😄❤️

  • @dipankarbaruah8059
    @dipankarbaruah8059 2 ปีที่แล้ว +114

    আপোনাক বেয়া বুলি কওঁ কেনেকৈ।। জীৱনৰ জটিল সময় বোৰত আপোনাৰ মাত শুনি a শান্তি লাভ কৰি আহিছোঁ❤️‍🩹🥺👑🙏

  • @hello90s76
    @hello90s76 2 ปีที่แล้ว +63

    বহুত আহিব বহুত যাব কিন্তু ! জুবিন দা সদায় আমাৰ সকলোৰে বাবে প্রিয় হৈ থাকিব❤️❤️🙏👌

  • @tilokcharukia8144
    @tilokcharukia8144 2 ปีที่แล้ว +34

    গাওঁৰ পটভূমিত সচাঁ প্ৰেমৰ অনুভৱৰ সুন্দৰ প্ৰকাশ video টোৰ যোগেদি,ভাল লাগিল কাহিনী-অভিনয়,,বিশেষকৈ সৰলতাৰে ভৰা গাওঁৰ যুৱকজনৰ অসহায় বেদনাহীক্ত শেষৰ চাৱনিটো,,জুবিনদা সচাঁই অনুপম,কি কম ভাষাহীন

  • @bidyutsaikia9206
    @bidyutsaikia9206 2 ปีที่แล้ว +202

    অসফল প্ৰেমীক হৈ জীয়াই থাকিবলৈ আপোনাৰ গানে যথেষ্ট ❣️

  • @Manujkumar69.
    @Manujkumar69. 2 ปีที่แล้ว +143

    এক প্ৰক্ষীয় প্ৰেমৰ একৰ সুন্দৰ অভিনয় বহুত দুখ লাগে যেতিয়া কাৰোবাক মনৰ ভিতৰতে ভাল পাই থকা যায় আৰু কথা বোৰ খুলি আগতে তাই বা সি আনৰ হৈ যায় মনৰ কথা মনতে থাকে যায়😔মোৰ ক্ষেত্ৰত হৈছে , 😔😔😔😔😓 this is one side love 😓😓😓😓 so thank you so much This song all family gift for you heart touching a beautiful song beautiful song.❤️❤️

    • @rikirajdeka9846
      @rikirajdeka9846 2 ปีที่แล้ว +2

      Right 😭

    • @dhrubajyotiborah8559
      @dhrubajyotiborah8559 2 ปีที่แล้ว +3

      Same muru tumr dora same condition

    • @bidyutdas5074
      @bidyutdas5074 2 ปีที่แล้ว +2

      Kthatu enekeua keu vabi sabo pari lrajne mnte val pable lua agtei tai an karubar hoi thakibo pare mne prane. 😍🥰

    • @bijusonar9419
      @bijusonar9419 2 ปีที่แล้ว +2

      Same yr mur logo2 hoise.. Kom kom koi thaki gol aji ti oin karubar hol goi

    • @dhrubajyotiborah8559
      @dhrubajyotiborah8559 2 ปีที่แล้ว +1

      @@bijusonar9419 same oo

  • @sittakalita6131
    @sittakalita6131 2 ปีที่แล้ว +3

    সকলো টকাৰ খেল ....এনে অনুভৱ টো মোৰো হৈছিল ভাল লগা অনুভৱ। কল্পনাৰ জগতত উতি ভাঁহি ও ভাল লাগে ....

  • @chandansaikia5060
    @chandansaikia5060 2 ปีที่แล้ว +52

    কি সুন্দৰ কন্ঠ জুবিনদাৰ!!! গলি গলি শেষ হৈ যাম যেন..

  • @tutumoni1958
    @tutumoni1958 2 ปีที่แล้ว +18

    সঁচাকৈ ককাই আপোনাৰ যে সকলো গান ইমান অৰ্থপূর্ণ কি ক'ম ইমান যে গভীৰ আৰু অতুলনীয় কণ্ঠ আপোনাৰ ....... কিনো সৃষ্টি কৰিলে নেদেখা জনে❤

  • @borshasaikia2264
    @borshasaikia2264 2 ปีที่แล้ว +22

    উফফ,❤️ কি গান,কি সুৰ
    বৰষুণৰ বতৰ নবেম্বৰ ‌মাহৰএই মাজ ৰাতি প্ৰিয় জনৰ কথা ভাবি এই গান শুনা উফফ,, বেলেগ আমেষ❤️ কি মাত অঅঅ,, জুবিন দা, হৃদয় চুই যায়

  • @jimpydutta8631
    @jimpydutta8631 2 ปีที่แล้ว +28

    কি ধুনীয়া!! ক'বলৈ ভাষা নাই। আকৌ এবাৰ জুবিনদাৰ কণ্ঠই হৃদয় চুই গ'ল। ❤️

  • @richachetryhere4006
    @richachetryhere4006 2 ปีที่แล้ว +765

    Hokolue gaan tut morom dibo buli axa thakil 😇🥰

    • @melophile30
      @melophile30 2 ปีที่แล้ว +4

      Loved it ❤️

    • @monjai2327
      @monjai2327 2 ปีที่แล้ว +6

      Lots of love Baa...So beautiful to watch with a perfect song 🙏 Bolin da'r ending 2 Mon Sui gol !!

    • @kanishkadas4935
      @kanishkadas4935 2 ปีที่แล้ว +3

      😍😍

    • @jayantaboruah3069
      @jayantaboruah3069 2 ปีที่แล้ว +3

      Hosakoiye bohut vaal lagil gaanor kotha hur aaru ovinoy khubei hundor hoise..Zubeen da Rock👍👍

    • @unsmart926
      @unsmart926 2 ปีที่แล้ว +4

      বাইদেউ আপুনি হে বিয়া হৈ গল, 💔
      💚💚💚 বহুত ভাল লাগিছে

  • @XubarnaMoran
    @XubarnaMoran 2 ปีที่แล้ว +23

    ভগৱান ককাইৰ এবাৰ ভৰিখন চুৱ পালেও চাগে... মই সুখী ❤🙂🛐

  • @nurarmaan2173
    @nurarmaan2173 2 ปีที่แล้ว +18

    Khundor Gaan khundor ovinoire Gaan tu onotor sui goise khundor kaam korise MJ Production dhunia Zubeen Garg old version❤❤❤

  • @chittaranjan2024
    @chittaranjan2024 2 ปีที่แล้ว +169

    "যেন বাঁহীৰ সুৰহে" জুবিনদাৰ কন্ঠ ❤

  • @ddhemali2.040
    @ddhemali2.040 2 ปีที่แล้ว +19

    গানটোৰ শেষত কাজলী তোমাৰ... চকুৰে সেই দৃশ্যটোৱে হৃদয় চুই গ'ল 🥺🥲

  • @zillmahanta3550
    @zillmahanta3550 2 ปีที่แล้ว +10

    ‘Monok bujai kidore thou, tumi nubujiba' - how he sang that part.... Really zubeen da you are something different. 🙏

  • @aarya123
    @aarya123 ปีที่แล้ว +43

    I am a maharashtrian who randomly heard this song on wynk and I literally fell in love with this song..I don't understand a single word but yet the music and voice is damn good!! This song is so melodious.❤️

  • @nabajyotinath-tl9vy
    @nabajyotinath-tl9vy 3 หลายเดือนก่อน +1

    ইমানেই সুন্দৰ হৈছে , কবলৈ ভাষা নাই। জুবিন দাদাক ভগৱানে দীৰ্ঘায়ু কৰক। অভিনয় ইমান সুন্দৰ, দৃশ্যগ্ৰহণো অতি সুন্দৰ, কিমানবাৰযে শুনিছো কিমানবাৰযে চাইছো হিচাপ নাই। কলিজাৰ কোনোবা এটা কোণত বিষাই যায়। জুবিনদাদাৰ চৰণযুগলত শতকোটি প্ৰণাম জনালোঁ।

  • @ridipneog1285
    @ridipneog1285 2 ปีที่แล้ว +27

    জয় জুবিন দা। গানটো ইমানে গভীৰ , শুনিলে শুনি থাকিবৰ মন যায়।

  • @Jibonbatorlogori07
    @Jibonbatorlogori07 2 ปีที่แล้ว +2

    Bohut val lagil

  • @Kaushikeditzshorts
    @Kaushikeditzshorts 2 ปีที่แล้ว +109

    #জুবিনপাগলাআমি জুবিন দাক যোনে যোনে ভাল পোৱা ❣️❣️❣️ video song to
    তেন্তে Share কৰিবাচোন 🙏🙏🙏
    জয় জুবিন দা

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว +1

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @bhaskarjyotigogoi7957
    @bhaskarjyotigogoi7957 2 ปีที่แล้ว +25

    Combination of Bidurbhai + Beharbari.. তাতে আকৌ জুবিন দাৰ কণ্ঠ।। একদম অপূৰ্ব ❤️❤️❤️

  • @dhantipatar1621
    @dhantipatar1621 2 ปีที่แล้ว +22

    একো ভাষা নাই জুবিনদা বিষয়ে কবলৈ। তেওঁৰ প্ৰতিতো গানেই হৃদয় চুই যাই

  • @Abhijitdas-ew1pt
    @Abhijitdas-ew1pt ปีที่แล้ว +15

    জুবিন দা আপোনাৰ কন্ঠ শুনিলেই হৃদয় চুই যাই❤❤
    সচাঁ ই বহুত ভাল পাওঁ আপোনাক❤❤

  • @kabitathakurya5212
    @kabitathakurya5212 2 ปีที่แล้ว +39

    জুবিন দাক ভাল পোৱা সকলে ৰাইক কৰক সচাই জুবিন দাৰ গান সমুহ বহুত ধুনীয়া লাগে মই নাজানো জুবিন দাৰ গান ইমান কিয় ভাল পাওঁ

  • @anupgogoi5314
    @anupgogoi5314 2 ปีที่แล้ว +1

    Hundor git....hundor video....Zubin da r jenekoi agor gaan bur hunile huni thakibo mon jai thik tenekua a hur hoise❤️❤️

  • @lipikaranigogoi6865
    @lipikaranigogoi6865 2 ปีที่แล้ว +33

    "মনক বুজাই কিদৰে থওঁ ,তুমি নুবুজিবা"❤️❤️❤️❤️

  • @vikashneog8906
    @vikashneog8906 2 ปีที่แล้ว +11

    সচাঁ প্ৰেমবোৰ সদায় যুগমীয়া হৈ ৰওক! ইমান আবেগিক গানটি ! জুবিন দাৰ কথা নকলেও হব! মই কিন্তুু সচা প্ৰেমৰ অপেক্ষাত হে আছো ! ❤️🙂

  • @akashdeepkalita6455
    @akashdeepkalita6455 2 ปีที่แล้ว +6

    Finally roi roi plu ge gaan tu❤❤...zubeen dar kotha ki kom ru kobole bhakha nai...hundor hoise❤❤

  • @OitijyoAxom
    @OitijyoAxom 2 ปีที่แล้ว +31

    গানটো দিনত ১০ বাৰ শুনু । কথাখিনি হৃদয় চুই যোৱা মন পৰশা জুবিনদা❤️

  • @parthainspiration
    @parthainspiration 2 ปีที่แล้ว +13

    গানটো মোৰ জীৱনৰ লগত যথেষ্ট মিল আছে। ভাল লাগিল 👌👌🥺💝

  • @rituparnabaruab4750
    @rituparnabaruab4750 หลายเดือนก่อน +2

    মৌ যেন হৈ সৰিছে জুবিনদাৰ মাত। কাহিনী অভিনয় কি ধুনীয়া। ❤❤ হৃদয়খন মোছৰ খাই গ'ল শেষৰ দৃশ্যটোত। 😢😢😢

  • @sabanayasmin2327
    @sabanayasmin2327 2 ปีที่แล้ว +9

    Gaan tu mon sui gol 😌bohut vl lagil❤️

  • @gaurabdutta7479
    @gaurabdutta7479 2 ปีที่แล้ว +2

    শব্দ, সুৰ, কণ্ঠ, সংগীত, ছবি, অভিনয় সকলো অনন্য। এখন সুন্দৰ পূৰ্ণাংগ কথাছবি

  • @nilaymandal3914
    @nilaymandal3914 2 ปีที่แล้ว +7

    Hundor 🎧😌🎧

  • @dibakar6907
    @dibakar6907 2 ปีที่แล้ว +2

    Ki kom zubeen daa.....bohut val lagise ...❤️❤️❤️❤️❤️....story , acting, xokoluburei val lagise... ❤️❤️❤️

  • @bikramfitness7976
    @bikramfitness7976 2 ปีที่แล้ว +7

    Val lgil sai👌

  • @sahidulalamkhan6368
    @sahidulalamkhan6368 2 ปีที่แล้ว +9

    জুবিন গাৰ্গ - যাৰ গানেই সাহস, প্ৰেৰণা যোগায়! ❤️

  • @ashifahmed7601
    @ashifahmed7601 2 ปีที่แล้ว +11

    বৰ ভাল লাগিল শুনি আৰু নালাগিবনো কিয় জুবিন দায়ে গাইছে যেতিয়া ❤️ অভিনয় ও খুব সুন্দৰ হৈছে ❤️মন চুই গ'ল ❤️🤘

  • @udaysarmahlifestyle5461
    @udaysarmahlifestyle5461 2 ปีที่แล้ว +10

    এই গান টো যিমান শুনিলেও শুনিব মন গৈ থাকে । Beautiful song and video zubeen Da

  • @diiimpul3044
    @diiimpul3044 2 ปีที่แล้ว +20

    গীতটো এবাৰ শুনিলে শুনি থাকিবৰ মন যায় গীতটো আগবঢ়োৱাৰ বাবে বহুত বহুত ধন্যবাদ 🥰🥰

  • @rimikalita4306
    @rimikalita4306 2 ปีที่แล้ว +16

    ভাষা নাই, বুকুত লগা গান❤️ হৃদয়ৰ গান

  • @paporiphukan7543
    @paporiphukan7543 2 ปีที่แล้ว +3

    Emn dhunia gan..... Heart touching❤

  • @ramac2477
    @ramac2477 2 ปีที่แล้ว +9

    বলীন ভাইৰ কাৰণে গানটো চালো, বহুত ভাল লাগিল গানটো plus বলীন ভাইৰ acting,,,

  • @abhisarma6476
    @abhisarma6476 2 ปีที่แล้ว +17

    সুন্দৰ অভিনয় আৰু সুন্দৰ গান ❤️

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @trinayansankarsarma9387
    @trinayansankarsarma9387 2 ปีที่แล้ว

    Ufff ki gaise Dadai , Bhale thakok Zubeen Da apuni

  • @jitendeuri441
    @jitendeuri441 2 ปีที่แล้ว +19

    Singing with melodious voice.....legend......

  • @BubulGogoi-tl8vk
    @BubulGogoi-tl8vk หลายเดือนก่อน +2

    বৰষুণ ধাৰাবাহিকৰ লাচিত দাৰ অভিনয় বোৰ বৰ ভাল লাগে । আৰু আগুৱাই যোৱা লাচিত দা।

  • @pranabjyotikonwar4565
    @pranabjyotikonwar4565 2 ปีที่แล้ว +6

    অহ জুবিন দা সঁচাকৈ কিন্তু কলিজা মন চুই গল,,,তোমাৰ আসন সেইবাবেই সুকীয়া

  • @pagalwalabetanumber1...274
    @pagalwalabetanumber1...274 2 ปีที่แล้ว +11

    গানৰ কথা নকওঁ য়ে শুনিলেই শুনি থাকিব মন যায়।অভিনয় মজা হৈছে।বলীন জুই

  • @wazirmahammad8399
    @wazirmahammad8399 2 ปีที่แล้ว +5

    Borhiya 🌹

  • @hello90s76
    @hello90s76 2 ปีที่แล้ว +29

    অসমীয়া হিচাপে আমি সচাকৈ গৌৰৱ কৰোঁ কাৰণ আমাৰ জুবিন গাৰ্গ আছে❤️

  • @smarttrick7008
    @smarttrick7008 2 ปีที่แล้ว +4

    সুমধুৰ সুৰ,সংগীতে এটি অপূৰ্ব গানৰ উপহাৰ দিলে জুবিন দা আপুনি♥️

  • @SillverMountainFilms
    @SillverMountainFilms 2 ปีที่แล้ว +1

    Bohut dhunia gaan. Hats off to the makers. Gaat lage suniley plus bor dhunia videography 👍👍.

  • @assamsports111
    @assamsports111 2 ปีที่แล้ว +6

    Mojja❤

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @okfinedone539
    @okfinedone539 2 ปีที่แล้ว

    Oh zubeen da.. Gaon r scene. Eman dhunia story. Eman dhunia acting... Bohut dhunia hoise

  • @-pojaaghar6190
    @-pojaaghar6190 2 ปีที่แล้ว +10

    এইটো superhit, লিখি থোৱা।

  • @jitulthakuria5021
    @jitulthakuria5021 2 ปีที่แล้ว +2

    সুন্দৰ লাগিচে গানটি জুবিন দা আৰু ভাল লগা গান ৰাইজক উপহাৰ দিব বুলি আশা ৰাখিলে। শেষত দাদালে 😍😍😍

  • @TOP5-c2g6n
    @TOP5-c2g6n 2 ปีที่แล้ว +11

    Bolin Bora ..has a great future ahead. His acting is superb .

  • @apurbastatus6877
    @apurbastatus6877 2 ปีที่แล้ว +5

    সৰুৰ পৰা জুবিন দাৰ গান শুনি শুনি আজি এইখিনি পালোঁ ।
    আৰু ভগৱানৰ ওচৰত এটাই প্ৰাথনা কৰো যেন জুবিন দা সদায় ভালে থাকে আৰু ভাল ভাল কাম কৰি যায় তাৰে কামনা কৰিলো ।♥️💚🤞🏻😘
    ✊জয় আই অসম ✊
    Love you forever forever forever forever forever......Zubeen Da ♥️💚🥰😘🤞🏻

  • @Jintu555
    @Jintu555 2 ปีที่แล้ว +4

    Dhunia hoise 💕💕

  • @sammisinghsuperstar
    @sammisinghsuperstar 8 หลายเดือนก่อน +2

    Beautiful Compostion, and Heart touching video.

  • @ojaantrikjajabor2399
    @ojaantrikjajabor2399 2 ปีที่แล้ว +59

    Zubeen da always gives a different emotions to his songs ❤️love u Demigod❤️

  • @trimegh
    @trimegh 2 ปีที่แล้ว +9

    সঁচাকৈ হৃদয় চুই গৈছে ❤️❤️

  • @nasrinkhanam489
    @nasrinkhanam489 2 ปีที่แล้ว +14

    Bohut val lagise gaan2.zubeen da best singer.MJ production pora aru val gaan xunibo Pam buli axa korilu 🤩🤩🤩🤩

    • @mj.production700
      @mj.production700  2 ปีที่แล้ว +1

      নিশ্চয় পাব । আপোনালোকৰ মৰম আৰু আশীৰ্বাদ সদায় এনেকৈ পাম বুলি আশাবাদী আমি ।

  • @ankuranmudoi1309
    @ankuranmudoi1309 2 ปีที่แล้ว +5

    কবলৈ বহুত কথা আছিলে কিন্তু জুবিন দা কথা কলে শেষ নহব কাৰণে কবলৈ টান হৈছে 💕🤭। যি কি নহওঁক জুবিন দা এই গান টোৰ হৃদয় চুই গল 💗😚

  • @kanishkadas4935
    @kanishkadas4935 2 ปีที่แล้ว +7

    উপস্থাপন সুন্দৰ 🔥

  • @Arjunmedhi181
    @Arjunmedhi181 หลายเดือนก่อน +1

    Hidoy sui juwa song dei 😊😊😊

  • @him_kishan_das01
    @him_kishan_das01 2 ปีที่แล้ว +202

    Bohu dinor murot zubeen daar eti mon sui juwa geet

    • @singerrimlysharmabora7
      @singerrimlysharmabora7 2 ปีที่แล้ว +5

      Apuni tumar xubaxh lagi lagi tu try koribo pare

    • @debasish1553
      @debasish1553 2 ปีที่แล้ว +5

      exactly same to you bro...moi o bohut din miss kori asilu

    • @rishabmorom6374
      @rishabmorom6374 2 ปีที่แล้ว +1

      @@singerrimlysharmabora7 ki gaan

    • @Ojanto226
      @Ojanto226 2 ปีที่แล้ว

      Lyricist jone bhal bonaise- rekibul

    • @দিব্য12346
      @দিব্য12346 2 ปีที่แล้ว

      হৃদয়ৰ কুঁৱলি ফালি বুলিও এটা আছে।

  • @bakdulhoque3009
    @bakdulhoque3009 2 ปีที่แล้ว +1

    So touchy. Great zubin da..awesome....keep it up

  • @habibgoldie3758
    @habibgoldie3758 2 ปีที่แล้ว +13

    Wow...
    what a voice!!!! what a lyrics...... love it.....

  • @Se-Mima
    @Se-Mima 2 ปีที่แล้ว +5

    অসমীয়া গান মানেই জুবিন দা বহুত ভাল পাও ইমানেই কম প্ৰিয় মানুহজনক কুশলে ৰাখক ভগৱানে❤️❤️🤗

  • @parvishraja7344
    @parvishraja7344 2 ปีที่แล้ว +8

    Finally the wait is over
    Mon sui jua eti geet

  • @arunv8061
    @arunv8061 2 ปีที่แล้ว +9

    বহুদিনৰ মূৰত জুবিন দাৰ কণ্ঠত এটি ধুনীয়া গীত শুনিলোঁ ❤❤❤

  • @buzztinder6908
    @buzztinder6908 2 ปีที่แล้ว +5

    Ooo bhaiii sahab 🔥🔥🔥🔥🔥🔥🔥💙

  • @teach5433
    @teach5433 2 ปีที่แล้ว +22

    জুবিন দাৰ সকলো গীত এ হৃদয় চুই যায় ❤️🌼

  • @samir-k3d6f
    @samir-k3d6f 2 ปีที่แล้ว +9

    Concept, Acting, lyrics Perfect...💫

  • @rahulkalita9949
    @rahulkalita9949 2 ปีที่แล้ว +2

    Hayeeee 😍😍zubben da mon kahri Nile apuni ❤
    Thanks M.J Production for this giving song 🎵

  • @indrajitrabha2283
    @indrajitrabha2283 2 ปีที่แล้ว +11

    ইমান গভীৰ গান বাৰে বাৰে চালে ও আমনি নকৰে, 😍😍❣️❣️❣️❣️💞💞💞💓💓❤️❤️শেষ ৰ পৰ্যায়ত বহুত দুখ লাগে,,, ধন্যবাদ সকলোকে 🙏🙏🙏🙏❤️💓❣️

  • @bitumoniburagohain732
    @bitumoniburagohain732 2 ปีที่แล้ว

    Uff ki dhuniya acting..aru gan tu...lyrics+tune +acting nd mostly ZG r voice...ufff perfect combination 😘🥰❤️👌

  • @msdancestudio1
    @msdancestudio1 2 ปีที่แล้ว +5

    ভাল লাগিল, কিন্তু সামৰণি বহুতেই ভাল লাগিল । মন চুই গল কিবা এটা । চকুৰ মণি তিতি গল অলপকে । সুন্দৰ বলীন

    • @raagjyotish3751
      @raagjyotish3751 2 ปีที่แล้ว

      চকু জীপাল কৰিলে মোৰ ও

  • @joydeori8026
    @joydeori8026 2 ปีที่แล้ว +38

    Zubeen da your voice is amazing it can brings relaxation to everyone life's those were suffering from different phases you are heartbeat of Assamese people dada wishing you a happy and healthy life ahead so that we can get to hear more melodious songs from your voice in future dada ❣️❣️❣️

  • @ridipraj25
    @ridipraj25 2 ปีที่แล้ว +14

    Masterpiece 😍😍😍Zubeen da🔥🔥

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว +1

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @dipikagogoi6764
    @dipikagogoi6764 2 ปีที่แล้ว

    Wow ki hundor geet ,,,, bhut bhut val lagil,,,,hridoy porokhi gol❤️❤️❤️❤️❤️Zubeen da aru hundor hundor geet rosi jua ,,,

  • @Champakphukanofficial1
    @Champakphukanofficial1 2 ปีที่แล้ว +7

    Emn dhuniya 😟❤️🥲🥲🥲

  • @DEBAJIT.PATHAK
    @DEBAJIT.PATHAK 4 หลายเดือนก่อน

    মন পথাৰৰ আলিয়েদিতোমাৰে অহা যোৱা,
    খোজে খোজে সৰি পৰে এমুঠি ভালপোৱা ।
    শব্দবোৰ যে চুই যোৱা ❤ সেই শব্দত জুবিন দাই আকৌ প্ৰাণঢালি কণ্ঠ নিগৰাই সকলোকে মুগ্ধ কৰি পেলায় ।।❤
    আমাৰ মৰমৰ জুবিন দা ।।।।

  • @THUNDERSTORM_Music
    @THUNDERSTORM_Music 2 ปีที่แล้ว +9

    3:12 This tune 🥵🥵🥵❤️❤️❤️

  • @joyzubeenda4756
    @joyzubeenda4756 2 ปีที่แล้ว +1

    Nice song Val lagil bohut ....... My love zubeen da and king 👑👑💖

  • @monjai2327
    @monjai2327 2 ปีที่แล้ว +4

    What a masterpiece!! Bolin da e last't gom pale Tai married Mon Sui gol !

  • @somiulhaque6036
    @somiulhaque6036 2 ปีที่แล้ว +2

    Dhuniya lagila sai Zubeen or geet ti 🥰🥰

  • @mr.saikia8158
    @mr.saikia8158 2 ปีที่แล้ว +4

    বাঘৰ Voice. Uffffffff🥰

  • @barbiepunnag2524
    @barbiepunnag2524 ปีที่แล้ว

    জুবিনৰ গানৰ কথা কিনো ক'ম...সদায়েই অনন্য ! গানৰ কথা, সুৰ, অভিনেতা দুগৰাকীৰ সুন্দৰ অভিনয়,এই গোটেইবোৰ মিলি গীতটোত সোণত সুৱগা চৰাইছে... অন্তৰ চুই গ'ল।

  • @krishnakantgogoi1996
    @krishnakantgogoi1996 2 ปีที่แล้ว +4

    Dil se❤️❤️❤️ Dil tak❤️❤️❤️❤️ my passion the one of the greatest "Zubeen"

  • @ankitamahanta8074
    @ankitamahanta8074 2 ปีที่แล้ว

    Xundar gan 1ta bohut dinar pisot khub dhunia lagil. Mon sui jua gan,.. love you zubeen da

  • @bipuldas3195
    @bipuldas3195 2 ปีที่แล้ว +12

    হৃদয় চুই যোৱা গীত ❤️❤️👉👍