হাঁহিলে তুমি... ৰূপজ্যোতি কুৰ্মীৰ হাঁহিৰ সংক্ৰান্তত কি প্ৰতিক্ৰিয়া পত্নীৰ?
ฝัง
- เผยแพร่เมื่อ 2 พ.ย. 2021
- হাঁহিলে তুমি... ৰূপজ্যোতি কুৰ্মীৰ হাঁহিৰ সংক্ৰান্তত কি প্ৰতিক্ৰিয়া পত্নীৰ?
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
এনেকুৱা হাহি মই চিড়িয়া খানাত দেখিছিলো,,,এটা মষ্ট চিম্পাজীৰ বেকা ওঠত
Voterk hahise ....burbok kun...neta ne raij
Right
Bhal jomala dei
Right ✔️
এজন MLAৰ এনেদৰে হহাঁটো অশোভনীয় ৷কিবা মূৰৰ বিকৃতি থকাৰ নিচিনা লাগিল৷
Right
একদম সচা কথা।
মূৰৰ বিকৃতি নঘটিলে এজন বিধায়কে এনেদৰে পাগলৰ দৰে নাহাঁহে। এনেকুৱা কিছুমান অপদাৰ্থ বিধায়কৰ হাততেই আমাৰ ভৱিষ্যত।
@@dhantimedhi2021 takei... Raijor vobishot nijei gorhibo.... aapuni / moi ki koribo parim.... boga vaat .... kauri😄 😁😁🤪😛
হে প্ৰভু আমাৰ অসমখনক বচাবা 🙏🏻
পাতলীয়া, উপলুঙা মানুহেহে এনে ছাগলী হাঁহি মাৰে।
অসুৰে যি দৰে ভগৱানৰ অাশিৱাদ পাই ৰংত হাঁহিছিল সেই দৰে তেওঁ হাঁহিছে
অসুৰৰ আশীৰ্বাদ পুষ্ট হৈ ৰণত জিকি এনেদৰে ভেঙুচালিৰে হাহি তাৰ কুৎসিৎ মনৰ পৰিচয়হে দিছে ।মানুহটো কুৎসিৎ হলেও হাহিটো কুৎসিৎ হব নালাগে ।সি সদায় ৰণত জিকিব নেকি ?অসুৰ টোৱেহে এনেদৰে হাহিব লাগিছিল ।ঘৈণীয়েকে লেকাম ধৰিব লাগে ।গনতন্ত্ৰত হৰাজিকা থাকেই ।অসুৰ বোৰে উবুৰি খাই পৰি জিকালে ।তাৰ হে কুৎসিৎ হাহিটো চা ।
বেছি দিন নাই। ৰাইজেই ৰজা গমকে পোৱা নাই ই বেতাই
বাদদে এনেকুৱা হাহিত মানুহৰ ব্যক্তিত্ব নাথাকে
শিয়ালে হোৱা দিয়া যেন লাগে ।
শনি লাগিলে তেনেকৈ হাঁহে নেকি! তাবিচ ছাবিচ কিবা পিন্ধাওক চোৱা চিতা কৰি।
Poggl
Right 😆😆
শণিৰ সুদৃষ্টি পৰিলে ভিক্ষাৰীও ৰজা হয়। জয় শ্ৰী ৰাম
এইটো ঘোঁৰা হাঁহি । মানুহৰ নহয় ।
পগলা কুকুৰে কামৰিছিল নেকি আগতে???
এইটো কিবা হাহি হল নেকি এজন উদন্দ স্বভাবৰ মানুহ যেন অনুভৱ হৈছে
এনেকুৱা জনপ্ৰতিনিধি কেই আমি নিৰ্বাচিত কৰি পঠিয়াও ।ইমান পাতল ।আচৰিত এইটো তেওঁৰ কিহৰ হাহি। এওঁক বাৰু কিহৰ শাৰীত ৰাখিম ।
পাগলৰ শাৰীত
ছাগলীৰ নিচিনা হাহিছে🤣🤣🤣🤣🤣🤣🤣🤭🤭🤭🤭🤭🤭🤭🤭🤭
ছাগলীয়ো হাহে নাকি?
অ আই ইমান ধুনীয়া হাহি, ছোৱালী বোৰে ইমান ধুনীয়া হাহে news নোলাই , এই হাহিক লৈ ইমান প্ৰশ্ন
Hoy kintu
২০২৬ ত ৰূপ জ্যোতিয়ে একেদৰে কান্দিব লাগিব।
Toi hahibi neki
এতিয়াই কান্দাব নোৱাৰিলি আৰু ২০২৬ত আশা কৰিছা বোপাই।
Aku daal nakandibo....toi ki koribi
Hahile nahobo raijor kam koribo lagibo,
চেৰা বলিয়া
সকলোৰে ফাটি গৈছে যেন পাইছোঁ 😀😀😀😀😀
Bah eman dhuniya patni amar kurmi dangoriyar 👌👌🤗
কৃত্ৰিম হাঁহিটো অকণো ভাল নালাগিল।
চিঞৰ মাৰা যেনহে লাগিল।
Tezprur jabo sir apuni..next time ohonkare potonr mul.
অহংকাৰী হাঁহি বুলি কয় ,
Right baideo.
দলাৰ বগৰি
বাইদেউ ৰাতি দাদাক দেখাত অসুবিধা নহৈ নে বাৰু
এইটো তোমাৰ confidance ইয়াৰ জবনিকা অতি সোন কালে পৰিব বাইদেউ ।
Nijor hubidha bisari BJP t ahise. Congress thaki 15 --20yrs aku Val Kam karib nuwarile nki ??? . atiya BJP t thakihe 💯 Val Kam krib alp2 laz pab lage 🤧🤧🤧🤧🤧
Kihor confidence... Ohongkari..... Hahi... Hoi
Congress r pora khuwa hol atiya B.J.P r khab parib
ৰাইজৰ প্ৰতিনিধিৰ সেই হাহিটো শুৱনি হোৱা নাই।
আমি ছোৱালী বোৰে ইমান ধুনীয়া কৈ হাহি থাকো news live ত নেদেখায় কিয়
Ki Mojaaaaaa pagol kela
পাগল বোৰে এনেকৈ হাঁহে
Tur to pokor joliboye nohoy jaanu😂😀.
Bangladeshi Bangladeshi Bangladeshi Bangladeshi Bangladeshi
@@mamu1469 kon
Hosa koisa .
Right
Pagolor hahi
Ghura hahi hy
Fotua hahi
এইটো উপলুঙা কৰা হাঁহি গাধৰ হাঁহি
তোমাৰ ঘৰত কেঁচুৱা আছে যদি plz এনে হাঁহি নামাৰিবা হা বহুত ভয় খাৱ।
Murkhor hahi
গৰু কেলা এইটো হাহি মাৰিছি
Very made of my assam
ভাল নালাগিল দেই । হাঁহিটো ভাল নালাগিল ।
অধ্পটনে য়াৱি
হাহিঁটো কিন্ত্ত ৰহস্যকৰ!
Pagol hol
কেনেকে হাহিলে। এইবাৰ প্ৰথম। মই তেখতক আগতে বহুত বাৰ পাইছো। হয়, বাইদেউ। আপোনি কোৱাৰ দৰে। সছা
ধন্যবাদ💐💐🍁
Anedal hahi marile o,hatie siora nisinake,, ajon jonopotinidhie aidal hahi marile nuxuwai. Nije okno buji pabo lage 😁😁😁
Soytan hahi 😂😂
শিয়ালে হোৱা দিছে
Pagol
ৰূপজ্যোতিৰ পত্নী অসমীয়া ছোৱালী নেকি ......
Pagl
Really pagol
হাহেঁ হাহে 😁😁😆😆😆
Axom khon etia ki hobo!!
হাহিটো অন্তৰ খোলা হাহি যেন নালাগিল। কিবা নিৰূপায় হৈ জোৰ কৰি মৰা হাহি যেন লাগিছে।
এই জনী ছোৱালী হাহী কেলা
Vl kam kari hahib lage
Confidence haahi... Moiu maari saisilu.... Dupaat diboloi he bisarisil
Mamor eman gamvirjyota ase....kiman laz paise sage manuhjoni a...dinok dine rupjyoti kiba pagol typ hoi goise...eman ohonkar....
Potibrota nari !!! Xundor reply
Public representative should restrain himself from such activities in public place.It should not encourage by anyone.
সময় কাৰো বাবে ৰৈ নাথাকে
এনেকৈ অসুৰে হাহে।
val
Hahi nhoi aitu upolunga
এইটো শিয়াল হাঁহি ।😂😂
Pagol manushe teneke sase
কোনোবা অসুৰৰ হাঁহি । অসুৰৰ ৰাজত্ব ছলিছেনেকি অসমত ? চিন্তনীয় বিষয় ।
Pogola hol rupjyoti kurmi
Ai hahi / confidence aaru besi dinor nohobo.. Jodihy teu r natur anedory e thaky
Pagol hoi 100 percent
Sahitu bohut val lage
Rupjyoti sir you are LION
Hobo hobo 😭😭😭😭😭😂😂😂
It is support from wife
Pagolor hahi 😅😆
Hahile beya dekhi he😁
Sagol hahy aidary
Aitu hahi nohoi paglami
Eijone ako Hahi pelai celibrity hobo bisarise
Asomiya suwali ne aadibashi o...?
আঃ ক থুঃ
😂😂😂😂
Hahahah.laz lagibo lsgisil apunaru
BJP jb HBS jb
🤣🤣🤣🤣🤣🤣
Manuhor hahi nhoi eitu dei
Ba is grt kobo jane good
Bjp stamp tu nuhuwa hoi katyau nijite pogolatu
Sagoliye nakhay ki pagole nokore ki 😂😂😂😂😂
Ooo
ফটোৱা যেন লাগিছে
Giriekok oloman hahibo komabo kobo...fotua ekebare dei
Ai hahi2 hoise ata fal2.insail kora kthai houk ba jiye nahouk.ai hahi 2ye atai khusai ata akebare ata fal2.tak aru kobloi vakha nai.aguai jaok aku problem nai.kin2 gahin Gambhir akue nai.
Olop besi hol neki rupjyoti dagoria
Hahi tu toh ulabo a nohoi janu jihetu atiya kelengkari buror pora jey Mukti pale 😂Amar morom kurmi Daa
Kam napale apuniu Bow
Fotuwa manuhor sin
😁😁😁😁😁
Jokar and smart person of Assam politics
Falls hahi
E Brain Defect hoi Rupjoti.