Joymola - Shankuraj Konwar | Niranjan Goswami | Diganggana Bora | Harpal Saikia | Aniruddha Barua

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.พ. 2025

ความคิดเห็น • 568

  • @gogoiaxomia1426
    @gogoiaxomia1426 10 หลายเดือนก่อน +39

    এনেকুৱা লাগিছে জোনবাই, জানমণি দিনবোৰ যেন ক্ষন্তেকৰ বাবে উভতি আহিল❤

  • @anujgogoi8666
    @anujgogoi8666 11 หลายเดือนก่อน +239

    বহুত বছৰৰ মূৰত মাটিৰ গোন্ধ থকা বিহু দেখোন এইটো!! অৰ্থহীন বাদ্যযন্ত্ৰবোৰ নথকা বাবে তাহানিৰ দিনলৈ মনত পৰি গৈছে। গীতটিৰ আঁৰৰ সকলোলৈ ধন্যবাদ।

  • @jimidas7050
    @jimidas7050 10 หลายเดือนก่อน +15

    এয়াই আপোন আপোন, প্ৰকৃত অসমীয়া, নিজস্বতাত উমলি থকা এখিনিমান আবেগ। এই গীতবোৰ জী থাকক বহুযুগলৈ। পুৰণি পুৰণি ভাৱ এটাৰে সৈতে বৰ ধুনীয়া বিহুগীত❤️ ,
    বাকী দিগাংগনা জুই❤️

  • @Julushreegogoi4645
    @Julushreegogoi4645 11 หลายเดือนก่อน +41

    আপোনাৰ প্ৰতিটো গীতৰে একোটা সুকীয়া মাদকতা আছে। তাতে আপোনাৰ এই জয়মালা গীতটিয়ে চিনাকি মাটিৰ গোন্ধ এটা বিয়পাই পেলালে। হেৰুৱা সুবাস এটা বিচাৰি পালোঁ গীতৰ সমগ্ৰ পৰিকল্পনাৰ মাজত। উভতি গʼলো পুৰণি দিনলৈ। ৰোমাঞ্চকৰ হৈ উঠিল ৰ্মূহুতবোৰ। এনে এটি গীত কথাৰে অসমবাসীক পুনৰুজ্বীৱিত কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ

  • @ambeswargogoi8
    @ambeswargogoi8 11 หลายเดือนก่อน +48

    লিষ্ট ওপৰত লিষ্ট ওলাই থকাৰ পৰত খাটি বিহু অকন শুনিলোঁ। ৰক্ গোৱা শংকুৰ মাতত বিহু অপূৰ্ব হৈছে। অপূৰ্ব ❤❤।

  • @njyotithangta999
    @njyotithangta999 5 วันที่ผ่านมา +1

    Aku Abar Hunilu , Khati Asomiya , Outstanding Performance 👏🔥❤️‍🔥👍 ...

  • @rajivdas9937
    @rajivdas9937 11 หลายเดือนก่อน +37

    Shakuraj aru iman dhunia Bihu ,,, Can't believe 😂 Mojja hoise...❤

  • @GargJBikash
    @GargJBikash 11 หลายเดือนก่อน +20

    বহুত দিনৰ মূৰত এনে কোৱা এটা নিভাজ বিহু গীত শুনিবলৈ পায় বহুত সুখী হ'লেও । বহুত বহুত শুভেচ্ছা জনালোঁ।

  • @jeetsaikia-ff8qg
    @jeetsaikia-ff8qg 11 หลายเดือนก่อน +10

    আপ্লুত হৈছোঁ । বিহু বিহু তীব্ৰ অনুভৱটোৱে মনটো ৰঙাই পেলালে। বৰ ধুনীয়া হৈছে । গোটেই দলটোকে মৰম আৰু অভিননন্দন জনালোঁ ।

  • @gauravgoswami4429
    @gauravgoswami4429 11 หลายเดือนก่อน +16

    Akdom khati oxomiya pure bihu gaan...ajir generation or hoiu je aeuluke bihur morjoda tu bojai rakhise...xeitu ki gaan aru ki music duyuta falerei...bohut bohut bohut bohut val lagise ❤❤❤ Joy Aai Axom❤

  • @abhinavborgohain3525
    @abhinavborgohain3525 11 หลายเดือนก่อน +47

    When Shankuraj meets Bihu, a combination you can't skip definitely, that too ft. Savage King ❤️🔥

  • @jimlydas6841
    @jimlydas6841 10 หลายเดือนก่อน +43

    আজিৰ প্ৰজন্মই পাহৰি পেলাইছিল আমাৰ বিহুৰ নিজৰ সুকীয়া ৰং আছে। আপোনাৰ কামে সেই সপোন বাস্তব কৰিলে যে এই যুগতো সেই পুৰণি বিহুৰ সুবাস পাব পাৰি.... আপোনাৰ কামক লৈ বহুত গৰ্বিত অনুভৱ কৰোঁ অসমীয়া হিচাপে❤️

  • @wolverine0
    @wolverine0 11 หลายเดือนก่อน +3

    বহুত দিনৰ মূৰত খাটি বিহু শুনি খুব ভাল লাগিল।❤
    নহলে আজিকালি টো বিহুত বিহুৱেই নাথাকে, আধুনিক কৰাত ইমানেই লগে যে আচল বিহুটোয়েই নাইকীয়া কৰি দিয়ে,😢 বহুত বহুত ধন্যবাদ🙏

  • @হালোৱাৰপুতেকমই
    @হালোৱাৰপুতেকমই 10 หลายเดือนก่อน +9

    শংকুৰাজৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ ৷ যোৱাকালি নগাঁওতে বৰ ভাল প্ৰগেম এটা কৰিলে ৷ জুবিন পাপনৰ পিছতে শংকুৰাজক অসমৰ ৰাইজে আকোঁৱালি ল’ব বুলি মোৰ দৃঢ় বিশ্বাস ৷ শংকুৰাজ তুমি অসমৰ মাটিৰ গোন্ধ থকা চিত্ৰনাট্য আৰু কাহিনী লৈ ভিডিঅ’ বোৰ কৰিবা ৷ অসমৰ মানুহে তোমাক মৰম দিব ৷ বৰ ভাল বিহু বনাইছা ৷ মৰম থাকিল তোমালৈ ৷ মই নগাঁৱৰ পৰা কৈছোঁ ৷

    • @SangeetaHazarika-j2e
      @SangeetaHazarika-j2e 10 หลายเดือนก่อน

      ,পাছত বুলি কলে বেয়া হব। শংকুৰাজ ৰ এক সুকীয়া স্থান আছে

  • @pallabimorang7757
    @pallabimorang7757 11 หลายเดือนก่อน +34

    নিষ্পাপ,কলুষতাবিহীন পুৰণি পৃথিৱীখনলৈ লৈ যোৱাৰ বাবে অশেষ ধন্যবাদ৷❤❤

  • @biswajitkhaund9501
    @biswajitkhaund9501 9 หลายเดือนก่อน +2

    Mind blowing bihu song. Thanks to Shanku for the melodious, shrill & pure Authentic bihu with beautiful lyrics. Shanku, glad to see you as a great bihu dancer. Your steps , pause & Gestures are perfect. Shanku, Waiting eagerly to visualise another album with your voice & dance.
    God Bless you.

  • @axomiyatumanjit
    @axomiyatumanjit 11 หลายเดือนก่อน +3

    সচাই কবলৈ নাই ভাষা
    কিমান ধুনীয়া,
    বিহু বিহু লাগিছে গাত, বিহু (জয়মালা) হুচুৰি (puspa parijat) দুয়োটাই ভাল লাগিছে ❤।
    Love from Udalguri. TANGLA ❤

  • @antaripgogoi4874
    @antaripgogoi4874 11 หลายเดือนก่อน +5

    Always wondered how Shankuraj dar Bihu lyrics would sound ✨.. after getting this song.. just satisfied with the whole vibe ..the lyrics got the power with the essence of orginal bihu geets of Assam 🙇🙇
    Want more like this Shankuraj da❤

  • @exotic_youtuber
    @exotic_youtuber 11 หลายเดือนก่อน +18

    ফাট বিহু আৱেগ আমাৰ গৌৰৱ ❤️

  • @rantugogoi6486
    @rantugogoi6486 11 หลายเดือนก่อน +3

    বহুত দিনৰ মূৰত মনে বিচৰা ধৰনৰ এটি বিহুগীত পালোঁ ।
    শুভেচ্ছা জনালোঁ।💐💐💐

  • @Deepbubu
    @Deepbubu 11 หลายเดือนก่อน +7

    আজৈঐ নেৰিবা বিহু বিহু লাগিলেই গাত ।বহুত বহুত ভাল লাগিল। এইটো এইবাৰ বহুত বাজিব।

  • @rinjukalita7175
    @rinjukalita7175 11 หลายเดือนก่อน +1

    ❤🤗 waah হুঁচৰি practice কৰাৰ time ত কৰা অভিমান মৰম খিনি, আকৌ বাছত বহি ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ঘূৰি কৰি ফুৰা competition, চোতাল বিহু মনত পৰি গল। তেতিয়া অনুভবে হোৱা নাছিল যে সেই সময় খিনি কিমান 😭 ধুনীয়া আছিল

  • @BikashSaikia-y3m
    @BikashSaikia-y3m 10 หลายเดือนก่อน +1

    দাদা বিহু জুই হৈছে ডিব্ৰুগড় দিকম ইকৰাটলি পৰা বহুত মৰম দিলোঁ ❤❤❤❤

  • @kashmirideka8900
    @kashmirideka8900 10 หลายเดือนก่อน +3

    The front yard of the house is so clean...... beautiful Assamese village home

  • @BhirobKoch-i3n
    @BhirobKoch-i3n 22 วันที่ผ่านมา

    বৰ সুন্দৰ হৈছে দে❤👍👈

  • @kangkanborah6556
    @kangkanborah6556 11 หลายเดือนก่อน +10

    He proved that RAW bihu songs still can make earthquakes in assam❤

  • @Bornali17
    @Bornali17 11 หลายเดือนก่อน

    Bhout dinor murot ATA hundor gaan hunilu .... Adhunikotar dinot hokolu singar atak Ari antu uporr gaan gaise kin2 puronik pahori goise ... Sankuraj da akhyk dhanyabad emn dhunia ATA gaan upohar dwa babe ❤❤

  • @rupamoniboruah8799
    @rupamoniboruah8799 11 หลายเดือนก่อน +6

    Khati oxomiya bihu..birat bhal lagil👌

  • @baishalikonwar6135
    @baishalikonwar6135 10 หลายเดือนก่อน

    Bohut bohut dhanyabad Shankuraj daa. Bohu bosor pasot ata bhal bihu gaan hunibo palu. Anekoi apuni aguwai juok. ❤️❤️❤️❤️❤️❤️

  • @biswajitthengal1783
    @biswajitthengal1783 11 หลายเดือนก่อน +4

    আশ্চৰ্যকৰ দাদা ❤❤❤❤ বৰ সুখী হলোঁ

  • @KaSiYali
    @KaSiYali 11 หลายเดือนก่อน +1

    বিহুক 'বিহু' হিচাপেই উপস্থাপন কৰা বাবে ভাললাগিল।ৰুচিশীল চিন্তাৰ বহিঃপ্ৰকাশক শলাগ নলৈ নোৱাৰিলোঁ।শুভেচ্ছা থাকিল।ভাল হওক সকলো।

  • @sborah4561
    @sborah4561 11 หลายเดือนก่อน +3

    কি সুন্দৰ লাগিল ঔ, বিহু গাত লাগি ৰ'ব নোৱাৰা হ'লো আৰু🥰🥰

  • @geetashrinath1200
    @geetashrinath1200 11 หลายเดือนก่อน +9

    আপোনাৰ গীতসমূহ মোৰ খুব প্ৰিয় ❤️ মাজুলীৰ পৰা শুভেচ্ছা আৰু মৰম যাচিলো 💙

  • @narasimhulunosina7632
    @narasimhulunosina7632 6 หลายเดือนก่อน +5

    I don't understand the lyrics but I like this melodious music and Shankuraj sir's voice ❤❤❤❤ from Andhra Pradesh

  • @mitaligogoi7605
    @mitaligogoi7605 10 หลายเดือนก่อน

    কথাখিনি বৰ সুন্দৰ ৷ ধন্যবাদ শংকুৰাজ কোঁৱৰলৈ ৷বহুবছৰৰ মূৰত এনে এটি বিহুগীত শুনিলোঁ৷

  • @hiranyadeka111
    @hiranyadeka111 11 หลายเดือนก่อน +221

    Ekmatro Shankuraj Daar krne ahilu.... Gaantu nuxunarr agote LIKE disuuu ❤

    • @jintusaikia5935
      @jintusaikia5935 11 หลายเดือนก่อน +10

      Like dise vl kotha. Kintu andho bhokto huwatu vl kotha nohoi

    • @satyagame123-y7x
      @satyagame123-y7x 11 หลายเดือนก่อน +10

      শংকুদাৰ গীত সদায়েই শীর্ষত। চকু মুদি লাইক কৰিব পাৰি দাদা

    • @dipjoyti_das_ooo1
      @dipjoyti_das_ooo1 11 หลายเดือนก่อน

      MOI DIGANGGANA BAA R KARONE SAISU NOHOLE BAKI KEITAK TU SINI NAPAU
      DIGU❤❤

    • @achyutgogoi4398
      @achyutgogoi4398 11 หลายเดือนก่อน +1

      Ondho bhokto nohoba baba

    • @wyrdo_21
      @wyrdo_21 11 หลายเดือนก่อน +5

      অন্ধ ভকতিৰ কি কথা আছে!? খাটি বিহুগীত এইটো। পুৰণি ফকৰা আৰু বিহুকলিৰে পূৰ্ণ।❤ এনেকুৱা composition আজি কালি পাবলৈয়ে টান। জগতৰ পেনপেনিয়া lyricsৰে গান বনাই!😢

  • @snigdhasaikia5737
    @snigdhasaikia5737 11 หลายเดือนก่อน

    Got goosebumps. Korobat bhitoror oxomiyakhini abegik hoi uthil. Bihur khati roop tu dangi dhorar babe bohut bhal lagil.

  • @ujjaljyotigautam4915
    @ujjaljyotigautam4915 10 หลายเดือนก่อน

    School'or bihu naam monot pelai dili bhai Shanku.....mojja....the same old vibe😍🎉

  • @Cheeku786
    @Cheeku786 9 หลายเดือนก่อน

    ইমান নিভাঁজ... এনেকুৱা দুই এটা মাজে সময়ে দি থাকিব বুলি আশা ৰাখিলোঁ দাদা ❤

  • @Rhino-Boy-06
    @Rhino-Boy-06 9 หลายเดือนก่อน +3

    বিহু আধুনিক হ'ল আগৰ দৰে সকলোৰে ঘৰত দেখা নাপায় এতিয়া বিহু বেপাৰ হৈ পৰিছে মঞ্চত আৰু ধনী মানুহৰ ঘৰত হে দেখা যায় পিছপৰা মানুহৰ সেইকন সুখ নাই আৰু 🥺🥺🙏🏻🙏🏻

  • @debasishdutta425
    @debasishdutta425 11 หลายเดือนก่อน +1

    Xub hundor hoise geet tu .. bohut dinor murot enekua eta raw bihu hunisu ...

  • @maina8366
    @maina8366 11 หลายเดือนก่อน

    বিহু বিহু লাগিছে গাত❤️
    শংকু দা বহুত বেছি ধন্যবাদ এনে এটা গীত দিয়াৰ বাবে❤️

  • @anamikahaloi1068
    @anamikahaloi1068 10 หลายเดือนก่อน

    Bohut val lagil. Duitai mur favorite. Best wishes to you all..

  • @munmibaruah3705
    @munmibaruah3705 10 หลายเดือนก่อน

    গীত টো শুনি সুখতে মন তু ভৰি আহিছে ।
    বহুত দিনৰ পাছত নিজৰ বিহু শুনা যেন লাগিছে ।❤

  • @subhashisdutta9571
    @subhashisdutta9571 11 หลายเดือนก่อน +3

    Apunar Voice t bihu geet ata hunibo akha asil.....aji puron hol....aibar bihu program hilibo🔥🔥

  • @atozwq
    @atozwq 11 หลายเดือนก่อน

    অতি সুন্দৰ হৈছে ককাইদেউ আৰু লগতে 🎉❤️👍

  • @54.gayatritamuli47
    @54.gayatritamuli47 10 หลายเดือนก่อน

    Hunile huniye thkibo mn jai ...ki moza moza gaan bonaise dada❤❤❤❤❤

  • @jitulgogoi4809
    @jitulgogoi4809 11 หลายเดือนก่อน +1

    খুৱই সুন্দৰ হৈছে বিহু ,Harpal দা মজা ❤

  • @kanishkadas4935
    @kanishkadas4935 11 หลายเดือนก่อน +7

    Beautiful videography❤❤

  • @Deboo256
    @Deboo256 23 วันที่ผ่านมา

    পাপন দাৰ পিছতে প্ৰিয়জন❤️😌

  • @leenahandique4285
    @leenahandique4285 11 หลายเดือนก่อน +1

    অতি সুন্দৰ । বহুত ভাল লাগিল।

  • @mouchumimedhi
    @mouchumimedhi 10 หลายเดือนก่อน

    ৰাইজে বহুত ভাল পাইছে ।এনেকৈ আৰু খাতিক অসময়ীয়া বিহু গীত পাম বুলি আশা থাকিল আপোনালৈ।❤

  • @himangshugoswami1670
    @himangshugoswami1670 10 หลายเดือนก่อน

    Bhut bhut bhut bhut moja...xosai asorit ooo bhut xundar

  • @mrgogoi04
    @mrgogoi04 11 หลายเดือนก่อน

    ভাল লাগিল বহুদিনৰ পাছত এনেকুৱা বিহু এটা শুনি ❣️

  • @astronumb001
    @astronumb001 11 หลายเดือนก่อน

    Electrifying❤❤❤... Prothom hunisu de tumar mukhot bihu.. Officially.. Moja hoise😊😊😊👌👌👌👌

  • @ankumoni1060
    @ankumoni1060 24 วันที่ผ่านมา

    Bahut dhunia lagil dada

  • @devoleenanath490
    @devoleenanath490 11 หลายเดือนก่อน

    বিহুৰ সমান ধুনীয়া একো নাই....❤️❤️

  • @changfittnessnature2557
    @changfittnessnature2557 10 หลายเดือนก่อน

    Xundor….purona bihur feel dise…eibaar husori gaai vaal laagibo ❤

  • @prachujyasaikia7285
    @prachujyasaikia7285 11 หลายเดือนก่อน

    Mind-blowing, outstanding, brilliant ❤❤❤❤😍 goosebump ❤next akou bihu gaan lage ❤❤

  • @ramanandyt5021
    @ramanandyt5021 10 หลายเดือนก่อน

    Ufff aibar bihu gorom ... Shankuraj Vibes is always on..❤

  • @খাটিঅসমীয়া১.০
    @খাটিঅসমীয়া১.০ 11 หลายเดือนก่อน

    Excellent sankhuraj kokai....❤
    ইমান সুন্দৰ বিহু গীত ❤

  • @sangitachetia8519
    @sangitachetia8519 10 หลายเดือนก่อน

    Aiya he asol bihu....khub hundor ❤

  • @mainuphukandowarah
    @mainuphukandowarah 10 หลายเดือนก่อน

    Bihu ganot papaon dar dore lage dei matkhar❤dhunia hoise ✨👌

  • @pikachugaming3026
    @pikachugaming3026 11 หลายเดือนก่อน

    বিহু বিহু লাগিছে গাত ❤
    মজা হৈছে শংকুৰাজ দাদা

  • @ranjangogoi583
    @ranjangogoi583 11 หลายเดือนก่อน +1

    Bohut dinor murot pure dhulor matere mzaa bihu eta hunilu 💥💥💥💥

  • @parthapratimborah1135
    @parthapratimborah1135 11 หลายเดือนก่อน +1

    Shankuraj xodai favourite.bcz jiyei kaam kore..khub xundor hoi..love u SK

  • @KIRA-lf7mo
    @KIRA-lf7mo 10 หลายเดือนก่อน

    Bohut dinor murot asol bihu geet xunilu dhonyobaad shankuraj da❤️

  • @ImranGogoi-k7i
    @ImranGogoi-k7i 10 หลายเดือนก่อน +2

    আগন্তুক ৰঙালী বিহু শুভেচ্ছা জনালোঁ ❤🙏

  • @palashgogoi8773
    @palashgogoi8773 9 หลายเดือนก่อน

    Assamese culture tu Iman dhunia koi highlight korise ❤😘

  • @angshubora1982
    @angshubora1982 9 หลายเดือนก่อน +1

    Bohut val hoise ❤

  • @diptyabhashgagoi5727
    @diptyabhashgagoi5727 11 หลายเดือนก่อน +32

    আধুনিক বিহু গায়কবোৰে এইটো শুনাৰ পিছত নিশ্চয় জ্বলা জুইত জাঁ‌প দি মৰাৰ চিন্তা কৰিব।

    • @samarjyoti312
      @samarjyoti312 11 หลายเดือนก่อน +3

      😂 একদম

    • @diptyabhashgagoi5727
      @diptyabhashgagoi5727 11 หลายเดือนก่อน

      ​@@samarjyoti312"পাপৰ" বোলাটোৰ fusion বিহু শুনিলে যে দুচেও দিবলৈহে ইচ্ছা হয়।

    • @gaurabgogoi
      @gaurabgogoi 11 หลายเดือนก่อน +1

      Moja desa bro

    • @diptyabhashgagoi5727
      @diptyabhashgagoi5727 11 หลายเดือนก่อน +2

      @@gaurabgogoi জাতিটোৰ খহনীয়া দেখিলে বহুত খং উঠে। "পাপৰ" বোলাটোৱে যে Remix বিহু আৰু Remix লোকসংগীতসোপা গায়, মোৰ যে চিটিকনি এচাৰিডাললৈ হে মনত পৰে।
      "মামা" বোলাটোৱে আকৌ এইবোৰ নেদেখে।

    • @j.r213
      @j.r213 11 หลายเดือนก่อน +1

      Ekdom

  • @BudheswarBoruah-m8o
    @BudheswarBoruah-m8o 9 หลายเดือนก่อน

    Tamam lagise ekebare mon 2 vl lagi goise ❤❤❤

  • @MixTogether10
    @MixTogether10 9 หลายเดือนก่อน

    বহুদিনৰ মূৰত এনেকুৱা বিহুঁৰ আমেজ ল'লো দেই। ভাল লাগিল ❤ হয়নে বাৰু ৰাইজ...

  • @HirakjuotiDeka-zy2rg
    @HirakjuotiDeka-zy2rg 10 หลายเดือนก่อน

    Bhut vall lagill dada aru lage

  • @Gohaindayoutub
    @Gohaindayoutub 10 หลายเดือนก่อน

    Bohut dhunia gan bonaisa dei ❤🎉ami horute husorit gaisilu,aji kli aibur naikia a hol😢btw mjha lagil ❤❤❤

  • @Musictraveller.
    @Musictraveller. 11 หลายเดือนก่อน +1

    আগৰ সেই বিহুৰ সোৱাদ পালোঁ দিয়ক Shanku da💚💚💚💚💚💚

  • @Thenextlevelsong
    @Thenextlevelsong 24 วันที่ผ่านมา

    Bimal bora choreography bur dekhile gom pai....sob ekei jen lage....Val nalage kisumn ....
    Enei gaan tu jui❤❤

  • @jishnubora5285
    @jishnubora5285 หลายเดือนก่อน

    মজ্জা দেই 👌👌👌

  • @debasisdihingia2578
    @debasisdihingia2578 11 หลายเดือนก่อน

    বৰ সুন্দৰ গীত। নিভাঁজ বিহু গীত ❤️ আৰু আগৰ লৈকে পাম বুলি আশা কৰিলো কোঁৱৰ দা ❤

  • @TheKA81Rider
    @TheKA81Rider 11 หลายเดือนก่อน

    Aiiiiisssshhhhhhh Dada akdom Juiii♥️❤️💕💞🫰❣️😍✨💥💥🔥🔥🔥🔥bht bht morom karbi Anglong pora♥️🙏

  • @PaplengRabha418
    @PaplengRabha418 22 วันที่ผ่านมา

    এয়াই খাটি বিহু গীত গা নোম সিয়ৰি উঠে ❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @simantarajbongshi4208
    @simantarajbongshi4208 11 หลายเดือนก่อน

    Bahot val lagil..baho basor pasot khoniba palo anekoya bihu..

  • @Rontuchutia
    @Rontuchutia 11 หลายเดือนก่อน +1

    Dhuniya da 🎉❤

  • @wyrdo_21
    @wyrdo_21 11 หลายเดือนก่อน

    Praiseworthy and matured composition...💞💐👍🏼Truly Loved It🥰।

  • @biswajitkonwar73
    @biswajitkonwar73 10 หลายเดือนก่อน

    Hundor composition ❤

  • @bkochchem1989
    @bkochchem1989 11 หลายเดือนก่อน +1

    জোনবাইৰ শৰতৰ ধুনীয়াৰ পাছত শংকুৰাজৰ জয়মলা : বিহুনামৰ ক্ষেত্ৰখনত মান (benchmark) নিৰ্ণায়ক নতুন সংযোজন ❤

  • @chitrajitkonwar5476
    @chitrajitkonwar5476 11 หลายเดือนก่อน +1

    king you drop this masterpiece just before the BIHU . love to hear at this time ❤

  • @pznmixture9630
    @pznmixture9630 11 หลายเดือนก่อน

    Hundor agbahi jawok ❤❤

  • @burgmanstreetrider5289
    @burgmanstreetrider5289 11 หลายเดือนก่อน

    Wahhhh ❤❤❤❤Sankuraj Daa ❤❤❤

  • @SM_entertainment-t
    @SM_entertainment-t 10 หลายเดือนก่อน

    Bihu aru shankhus daar kontho..ma ksm bohut bohut bohut mja lgile vibe e blg ...aitu gaan to millon par hobo lge❤

  • @rikumonidowari1810
    @rikumonidowari1810 11 หลายเดือนก่อน

    ধুনীয়া হৈছে গানটো। শুনি মন ভাল লাগি গল❤️❤️অপূৰ্ব

  • @SagArBora02
    @SagArBora02 11 หลายเดือนก่อน

    Bor Dhunia Hoise Deii ❤️‍🔥

  • @anupamkalita3737
    @anupamkalita3737 10 หลายเดือนก่อน

    Waah dhuniya... Aru lage enekua Bihu❤

  • @NandiniLumphoipatuwary
    @NandiniLumphoipatuwary 10 หลายเดือนก่อน

    Moja lagile dei aibar he bihu bihu lagilb ❤❤❤

  • @pratimpartha5149
    @pratimpartha5149 11 หลายเดือนก่อน

    অন্যান্য এটা সুকীয়া অনুভৱ পালোঁ sonkhu দাৰ কণ্ঠত।।।

  • @kuhiborah816
    @kuhiborah816 11 หลายเดือนก่อน +4

    Second bar hunilu aru Second bar comment korisu gan bonale enekua hobo lage jate ebar huni next ako ebar mon zai like zubeen da nisina moza lagi gol.......dada

  • @hiiirakh0.9
    @hiiirakh0.9 11 หลายเดือนก่อน

    Bor dhuniya lagile dei.... Love from dhemaji

  • @purobeegogoi1343
    @purobeegogoi1343 11 หลายเดือนก่อน +1

    Bhal lagil❤❤

  • @DimpolDeka-tk3ot
    @DimpolDeka-tk3ot 10 หลายเดือนก่อน +1

    Hapal da , sankuraj da , diggangana baa ekdom pure song aru acting xeikarone ahilu xub dhuniya

  • @bishalsharma9238
    @bishalsharma9238 11 หลายเดือนก่อน

    Mojjja hoise ❤❤❤