BIDURBHAI | S01E01: Gutor Meeting | SUV | Rootstock Entertainments

แชร์
ฝัง
  • เผยแพร่เมื่อ 13 ต.ค. 2024

ความคิดเห็น • 3.2K

  • @rootstockentertainments
    @rootstockentertainments  2 ปีที่แล้ว +215

    Thank you everyone for your tremendous love and support. We have reached 1 Million views for our first episode of BIDURBHAI. This is truly unbelievable. Keep watching sharing and encouraging us.

  • @ghanakonch2821
    @ghanakonch2821 2 ปีที่แล้ว +147

    "অ' সোনৌ চাঁ‌ও এখিলে আহ"....নিভাঁজ গাঁ‌ৱলীয়া কথনশৈলী,ভাল লাগিল।

  • @lavitakalita6757
    @lavitakalita6757 2 ปีที่แล้ว +14

    বিদুৰভাই ৰ কথা বহু দিনৰ পৰা শুনি আছিলো । আজি অৱশেষত চালো। সঁচাকৈয়ে অপূর্ব।।।।

  • @dgbora1448
    @dgbora1448 2 หลายเดือนก่อน +21

    Who is here after the film released? ❤

  • @gyanjyoti6911
    @gyanjyoti6911 2 ปีที่แล้ว +362

    ৰং , ৰেণনি আদিত দিয়া serial বোৰত কৈ বহুত উন্নত । Outstanding 👍👍👍

  • @bithikadutta8541
    @bithikadutta8541 2 ปีที่แล้ว +28

    বৰ সুন্দৰ হৈছে।। সকলোৰে অভিনয় কলা কুশলীয়ে পিছৰ খণ্ড কেইটাৰ প্রতি আগ্রহী কৰি তুলিছে।। সোনকালে যেন পিছৰ খিনিও চাবলৈ পাওঁ।।(সকলো লৈকে শেহতীয়া ভাৱে দিপাৱলীৰ বহু শুভকামনা যাচিলোঁ।। )

  • @rubumonibhuyan1064
    @rubumonibhuyan1064 2 ปีที่แล้ว +629

    Gutor meeting was way too real😂😂😂😂😂

    • @romenjit7549
      @romenjit7549 2 ปีที่แล้ว +2

      Good video

    • @m.m2587
      @m.m2587 2 ปีที่แล้ว +2

      😀😀

    • @letsstudy2830
      @letsstudy2830 2 ปีที่แล้ว +16

      I experienced this gutor meeting once in every week ..ru hisap nimilile muk matibo ..ru kajia main ..😂

    • @reekymohanta8791
      @reekymohanta8791 2 ปีที่แล้ว +2

      😃😃

    • @proshenborah7377
      @proshenborah7377 2 ปีที่แล้ว +2

      সুন্দৰ ।।

  • @Pranabkalita838
    @Pranabkalita838 2 ปีที่แล้ว +273

    বৰ ধুনীয়া হৈছে, বিশেষকৈ বন্ধনৰ ছাৰ আহোতে কৃষ্ণৰ সুৰটো ভাল লাগিল 😂

  • @bonyap3268
    @bonyap3268 2 ปีที่แล้ว +25

    'বিদূৰভাই'ৰ কথা ভালেমান দিনৰ পৰা শুনি আছো। আজি অৱশেষত চালো। সঁচাকৈয়ে অপূৰ্ব !👌🏽

  • @himanshugogoi5036
    @himanshugogoi5036 2 ปีที่แล้ว +59

    ইয়াত dekhun golaghat or মানুহ বহত আছে, nitu গোলাঘাট ফৰকাটিং অৰ, বলিন গোলাঘাট ফৰকাটিং অৰ,sumki গোলাঘাট অৰ ।।বাঁহ ।।best of luck ।।all 😍😍🥰🥰

  • @-cinekathaassamese5051
    @-cinekathaassamese5051 2 ปีที่แล้ว +14

    অসমতো এনেধৰণৰ কাম হ'লে গৰ্বীত হওঁ। কিবা এটা নতুন। ভাল লগা। শুভেচ্ছা থাকিল।

  • @jisuhazarika6573
    @jisuhazarika6573 2 ปีที่แล้ว +17

    "বিদুৰভাই" খুবেই ভাল লাগিল ৷ পৰৱৰ্তী season লৈ অপেক্ষা কৰি আছো ৷

  • @junakbisari3056
    @junakbisari3056 2 ปีที่แล้ว +14

    অপূৰ্ব ,,,,,,,নিপুণ আৰু নিখুঁত অভিনয় ,,,,,,প্ৰতিজন অভিনেতা ,,অভিনেত্ৰী লৈ আন্তৰিক অভিনন্দন জনাইছোঁ । বিদুৰ ভাই যুগমীয়া হওঁক ❤️❤️❤️❤️

  • @payalpriyom7789
    @payalpriyom7789 2 ปีที่แล้ว +8

    অধঃপতনে যোৱা চৰিত্ৰ বোৰ ভাল কৈ উদঙাই দিছে,,,। বন্ধনে নাৰী সমাজক উন্নত দিশে লৈ গৈছে,,, ভাল লাগিল ধন্যবাদ।

  • @pinkiboruah9621
    @pinkiboruah9621 6 หลายเดือนก่อน +2

    বহুত বহুত ভাল লাগিল চাই ❤❤

  • @mrinalbasumatari7242
    @mrinalbasumatari7242 2 ปีที่แล้ว +108

    Its really fascinating to witness a show like this, today I am feeling so proud to be an ASSAMESE , the great use of our talented actors and great portrayal of great script writing and screen play , natural acting + fabulous cinematography ,its truly appreciable. and this show set the bar so high up for the upcoming shows by the method acting you are showcasing to us .
    great job , well done ,kudos to the team BIDURBHAI

  • @anirbanbora3218
    @anirbanbora3218 2 ปีที่แล้ว +31

    নামটো আকৰ্ষণীয়, নোচোৱাকৈ থাকিব নোৱাৰিলোঁ। চিৰিজখনৰ লগত জড়িত সকলোলৈকে শুভকামনা জ্ঞাপন কৰিলোঁ।

  • @hitwicket8245
    @hitwicket8245 2 ปีที่แล้ว +28

    First 5 minutes were so lazy...but the moment gutor meeting started it keeps the interest of the viewers and the next 10 minutes were so amazing...and feels like why it ends so quickly....

  • @happyhappy-ek2kb
    @happyhappy-ek2kb 2 ปีที่แล้ว +38

    একদম মজা,, প্ৰথম ৰুম টো চাফা কৰি থাকোতে টিউচন পঢ়াব বুলি ভাবিছিলো,,
    যেতিয়া বটল কিটা উলিয়ালে মিহিকে banana বুলিলো 😂😂😂

  • @pagalmanuhmoi1653
    @pagalmanuhmoi1653 2 ปีที่แล้ว +76

    Bidurbhai is the jumble way of writing sudurvai ,😂😂

  • @bikashdeka2996
    @bikashdeka2996 2 ปีที่แล้ว +9

    গোপী সকলৰ মাজত কৃষ্ণৰ entry মৰা ইষ্টাইলটো 😆🔥🔥

  • @subhitranjan1656
    @subhitranjan1656 2 ปีที่แล้ว +22

    ভাল লাগিল চাই। অভিনয়, পৰিচালনা, কেমেৰা, লাইট, সকলোবোৰ সুন্দৰ লাগিছে। মাত্ৰ ডাবিং টো আৰু অলপ উন্নত হলে আৰু ভাল লাগিব। শুভকামনা।

  • @rajuvai101
    @rajuvai101 2 ปีที่แล้ว +12

    লিখা মানুজনক কিন্ত্ত সলাগিব লাগিব দেই😍😇. বহুতেই ভাল হৈছে। আগোৱাই যোৱা....😘

  • @anjandas8330
    @anjandas8330 2 ปีที่แล้ว +1

    Kiman xundor obhinoi ki kom vakha nai koboloi 😍😍😍😍 #Rang #Ramdhenutvchannel t koi bohut bohut val Webseries (serial)

  • @rimleedutta9770
    @rimleedutta9770 2 ปีที่แล้ว +12

    বহুত ভাল লাগিল দেই। সকলোৰে অভিনয় খুউব ধুনীয়া হৈছে। পাছৰ খণ্ডটিলৈ অপেক্ষা কৰিছো।
    শুভকামনা থাকিল।

  • @raagjyotish3751
    @raagjyotish3751 2 ปีที่แล้ว +7

    কলি যুগৰ কৃষ্ণই হাতত সুদৰ্শন চক্ৰ লৈ বৃন্দাবনত কৰা প্ৰৱেশ অপূৰ্ব।
    গোপিনীৰ মাজত কৃষ্ণ কলীয়া।
    বহুত হাঁহিলো 😊😊😊
    ধুনীয়া হৈছে, আগলৈ ও হাঁহি থাকিব পাৰিম বুলি আশা ৰাখিলো।

  • @diptiborah413
    @diptiborah413 ปีที่แล้ว +1

    সুন্দৰ হৈছে ,মই বৰ দেৰিকৈ চাব পালো কিন্তু বৰ আমোদ পাইছো সুন্দৰ অভিনয় সকলোলৈ আন্তৰিক অভিন্দন জনালো

  • @HARSHITASSAM
    @HARSHITASSAM 2 ปีที่แล้ว +14

    অসমীয়া গাৱঁৰ সমাজৰ সচৰাচৰ ঘটি থকা পৰিবেশ ৰ সুন্দৰ উপস্থাপন👌👌। পুৱাতে চালো হাঁহি ৰখাব পৰা নাই 😄😄🤣🤣 সুন্দৰ হৈছে দেই👍👍।

  • @prantahazarika869
    @prantahazarika869 2 ปีที่แล้ว +68

    মা কচম 😂😂, বন্ধনত কাম কৰা দিনকেইটা মনত পৰি গৈছ🤣🤣

  • @nitushreesaikiagogoi7320
    @nitushreesaikiagogoi7320 2 ปีที่แล้ว +2

    গোটৰ মিটিংখন কিন্তু বৰ ধুনীয়া হৈছে.... 👌👌

  • @bipulsen478
    @bipulsen478 2 ปีที่แล้ว +13

    For the first time Im watching assamese web series, outstanding, lots of love.

  • @parakhmonigogoi5851
    @parakhmonigogoi5851 2 ปีที่แล้ว +6

    Mojja mojja akdom real life't g hoi ase taakei dekhuwaisa mojja even editing and camera angel mojja hoise keep up nxt ep karone wait kori asu

  • @ekhindu303
    @ekhindu303 2 ปีที่แล้ว +1

    Method acting 1st time dekhilu assamese t....thank you team bidurbhai....eiya aromvoni houk

  • @Sunshine-lg7qm
    @Sunshine-lg7qm 2 ปีที่แล้ว +50

    I watched all the episodes at one sitting. First time I am loving an Assamese web series. So relatable ❤️❤️😭

  • @albertamitabhbora4894
    @albertamitabhbora4894 2 ปีที่แล้ว +7

    গ্লেমাৰ বিহিন অতি উন্নত মানৰ অভিনয়েৰে এখনি উৎকৃষ্ট ৱেব চিৰিজ । সকলোলৈ শুভ কামনা থাকিল ।

  • @binitadeka1808
    @binitadeka1808 2 ปีที่แล้ว +39

    Bor bhal hoise. Haven't seen anything better than this series just at the close of the year. Eagerly waiting for the next season. Sending good wishes from UK

  • @panchurikasaikia9221
    @panchurikasaikia9221 2 ปีที่แล้ว +11

    কাহিনী, অভিনয় বাস্তৱ আৰু অপূৰ্ব । অভিনন্দন সকলোলৈকে।

  • @sukhalatataid1717
    @sukhalatataid1717 2 ปีที่แล้ว +5

    প্রত্যেকৰে অভিনয় খুব সুন্দৰ হৈছে।সকলোলৈকে সুভেচ্ছা থাকিল। অহা খণ্ডটো চাবলৈ ৰৈ আছো।

  • @rodaliburagohain1154
    @rodaliburagohain1154 2 ปีที่แล้ว +1

    Mojjaaaa. Aji porikhya hekh hoise. Ahi logalog suwa aromvo korisu. Porikhya hekh hualehe baat sai asilu ru.... 😁😁

  • @hiranmoytalukdar4293
    @hiranmoytalukdar4293 2 ปีที่แล้ว +7

    মেনেজাৰ ছাৰে কোৱাৰ দৰে ভিডিঅ'টো অপূৰ্ব হৈছে😍

  • @kushalenterprise5780
    @kushalenterprise5780 2 ปีที่แล้ว +5

    সুন্দৰ অভিনয় Nitu, ভাল লাগিল চাই

  • @ajaygogoi7729
    @ajaygogoi7729 2 ปีที่แล้ว +6

    প্ৰথমবাৰ অসমীয়া serial চাই ভাল লাগিছে।

  • @dishakonwar6320
    @dishakonwar6320 2 ปีที่แล้ว +5

    বাস্তৱিক ঘটনাৰ বৰ সুন্দৰ উপস্থাপন। অভিনয়কে ধৰি অন্য কাৰিকৰী দিশ সমূহো উন্নত মানৰ।অভিনন্দন থাকিল।❤❤

  • @manujyotisingh1626
    @manujyotisingh1626 2 ปีที่แล้ว +5

    ভাল লাগিল, মানে অপূৰ্ব।
    আগ বাঢ়ক এনেদৰে ৰাইজে নিশ্চয় সহাঁৰি জনাব, সহাঁৰি মানে আপোনালোকৰ কাম দেখি অনুমান হয় ৰাইজৰ বিপুল সঁহাৰি আৰু জনপ্ৰিয়তা লাভ কৰিব।

  • @trishnabaruah2538
    @trishnabaruah2538 2 ปีที่แล้ว +2

    সুন্দৰ উপস্থাপন কৰা হৈছে

  • @milanjyotisaikia7388
    @milanjyotisaikia7388 2 ปีที่แล้ว +7

    ভাল লাগিল। বাৰ্থডে'পাৰ্টিটোলৈ অপেক্ষা কৰি আছো।

  • @imu3924
    @imu3924 2 ปีที่แล้ว +14

    কাহিনী টো আকৰ্ষণীয় ❤️ আগন্তুক খণ্ড কেইটালৈ অপেক্ষা থাকিল

  • @chayanikagogoi7726
    @chayanikagogoi7726 ปีที่แล้ว +1

    কাহিনীৰ লিখনি আৰু উপস্থাপন কিন্তু অপূৰ্ব সোৱাদ লগা হৈছে ❤😊

  • @hirokjyotisaikia6419
    @hirokjyotisaikia6419 2 ปีที่แล้ว +13

    অপূৰ্ব 😉... মাত্ৰ মেনেজাৰ চাৰৰ মাতটো দুবাৰ কৈ আহিছে...বাকী সকলোৰে অভিনয় সুন্দৰ হৈছে, সকলো অভিজ্ঞ মানুহ ,,, পৰবৰ্তী খণ্ডলৈ আগ্ৰহেৰে ৰ'লো ❤️❤️

    • @pranjal1124
      @pranjal1124 2 ปีที่แล้ว

      তাতো এটা পইন্ট আচিল কাৰন ফেনৰ বেচি ওচৰত কথা কলে মাততো echo হয়

  • @maamlee
    @maamlee 2 ปีที่แล้ว +7

    Superhitttttttt.. বহুত বেছি ভাল লাগিল আপোন মানুহবোৰ🍃.. Eagerly waiting for the next!💙✨

  • @ezazahmed8118
    @ezazahmed8118 2 ปีที่แล้ว +12

    Oh bhai..Script,Acting dialogue everything is at par with nami dami hyped webseries but This funny thing is so relatable,Bhat Pani khai uthi going to binge watch all episodes at one go...🙏

  • @rupankarboruahofficial5868
    @rupankarboruahofficial5868 2 ปีที่แล้ว +11

    নিতু ভাইটি ভাল হৈছে৷ আমাৰ গোলাঘাট জিন্দাবাদ Good tam work.

  • @madhujyaborah9609
    @madhujyaborah9609 2 ปีที่แล้ว +10

    One of the best assamese short film I ever watched...... Next episode hunkale lage❤️❤️

  • @kundalhazarika3371
    @kundalhazarika3371 2 ปีที่แล้ว +8

    After hiya diya niya and junbai u r there. Without a doubt, u guys did it. We will wait for the second season.

  • @avipriom1559
    @avipriom1559 2 ปีที่แล้ว +11

    কাহিনীটো যথেষ্ট সুন্দৰ। reel নহয় real যেনেই লাগিল। ।

    • @dhyanam6460
      @dhyanam6460 2 ปีที่แล้ว

      th-cam.com/video/wjFNEIv57Wo/w-d-xo.html

  • @sidharthagogoi2072
    @sidharthagogoi2072 2 ปีที่แล้ว +6

    Hunkale 2 nd episode lage ..mojaa lagil akdom hosa kahini dore lagi gol🔥🔥

  • @upasanasandilya2212
    @upasanasandilya2212 2 ปีที่แล้ว +2

    Gutei keita episode akeloge sai dilu..eman hundor lagil..hokolu khini e bohut dhunia hoise..pura natural lagise..acting cinematography direction everything.congratulations to the team

  • @Anshumankaushik
    @Anshumankaushik 2 ปีที่แล้ว +16

    Suvrat daa & team tur direction, cinematography, editing tu vl lge.🔥 Aru Eman Borhiya content loi ahise directly TH-cam.. Bohut vl lgil saii ..baki episode keita sbo excited hoi asu ..thank you ❤

  • @trishnaborgohain9128
    @trishnaborgohain9128 2 ปีที่แล้ว +7

    কাহিনী চিত্ৰনাট্য আৰু সংলাপ খুব সুন্দৰ হৈছে। বৰ্তমান সমাজৰ জীয়া ঘটনাৰ উপস্থাপন কৰিছে। চাই খুবেই আপ্লুত হ'লো লগতে নিয়মীয়া দৰ্শক হ'লো।👍👍

  • @Mr.mrigankadas
    @Mr.mrigankadas 2 ปีที่แล้ว +1

    fan খনৰ শব্দটো মজা লাগিছে । গোটৰ মিটিংখন আক' আমাৰ গাওঁৰেই পেহীহঁতে পতা মিটিংখন যেনেই লাগিছিল ।

  • @hengulia3203
    @hengulia3203 2 ปีที่แล้ว +6

    মই নিজেই এজন গোটৰ মেনেজাৰ হিছাপে কৈছো অপূৰ্ব সুন্দৰ হৈছে।

  • @luci336rism
    @luci336rism 2 ปีที่แล้ว +46

    Quality Content ♥️💯 Direction, Cinematography, Editing everything top notch. And most importantly the acting. Totally natural & first scene2t jetia table safa kori luxury uliyai dile kelaaa hahi bagori goisu 🤣🔥 keep going guys ♥️ Love from Pathsala.

  • @rms5393
    @rms5393 2 ปีที่แล้ว +2

    বাস্তৱ নিদৰ্শন। অপ্ৰিয় হ'লেও কিছুমান কথা সত্য।সঁচাকৈয়ে বহুত ধুনীয়া

  • @MegaDevajit
    @MegaDevajit 2 ปีที่แล้ว +5

    The entry of the manager sir...🤣🤣🤣🤣

  • @DevottomAxom
    @DevottomAxom 2 ปีที่แล้ว +15

    Bhal lagil 👍🏻

  • @bandishaudiolab1102
    @bandishaudiolab1102 2 ปีที่แล้ว +1

    খুবেই সুন্দৰ আৰু হাঁহিৰ ভঁৰালৰে ভৰপুৰ... বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো....

  • @banditakalita7211
    @banditakalita7211 2 ปีที่แล้ว +9

    সুন্দৰ ❤..... অহা খণ্ডটি সোনকালে দিব বুলি আশা থাকিল 😊

  • @abhihitbora5414
    @abhihitbora5414 2 ปีที่แล้ว +23

    Perfect presentation.... Weldone producer and director 🙏

  • @bhaigyapratimdutta2523
    @bhaigyapratimdutta2523 2 ปีที่แล้ว +1

    Moja lagila 💕

  • @lakshyajits
    @lakshyajits 2 ปีที่แล้ว +18

    Borhia hoisey.....acting, tempo, script , cinematography, everything is so nicely done.. As in hollywood...

  • @aparajita6641
    @aparajita6641 2 ปีที่แล้ว +18

    Story, Acting ...everything perfect 👌

  • @rinkumanikalita886
    @rinkumanikalita886 2 ปีที่แล้ว +2

    এ বে বন্ধনত কাম কৰা দিনকেইটিলে মনত পৰি গল..... একদম perfect...🙏🙏

  • @Cutie-yh1th
    @Cutie-yh1th 2 ปีที่แล้ว +11

    Perfect.... Portrayed the reality in rural areas... Superb acting 👌👌👌

  • @Nabajyoti10
    @Nabajyoti10 2 ปีที่แล้ว +5

    ভাল হৈছে৷ কাহিনীত জোৰ আছে৷ অভিনয়ো সুন্দৰ৷ কেৱল শব্দ-সম্পাদনাত অলপ কাম কৰিব লাগিব বুলি ভাবো৷ আটাইলৈ শুভেচ্ছা যাচিলোঁ৷ 😊

  • @jaanbora5275
    @jaanbora5275 2 ปีที่แล้ว +2

    moja

  • @chandrikadutta806
    @chandrikadutta806 2 ปีที่แล้ว +6

    Assamese film industry r growth dekhi Val lagise👍☺️ keep it up

  • @learnwithpari2263
    @learnwithpari2263 2 ปีที่แล้ว +6

    100 step ahead from Assamese movie, acting of all actor and actress has reality.

  • @madhurjyaborah255
    @madhurjyaborah255 2 ปีที่แล้ว +1

    ভাল হৈছে । একেবাৰে গাঁৱত ঘটি থকা কাহিনী দেখি ভাল লাগিছে

  • @dhirajdeka111
    @dhirajdeka111 2 ปีที่แล้ว +5

    যথেষ্ট ভাল লাগিল,, অভিনয় আৰু কাহিনী সুন্দৰ।।

  • @User360iskon
    @User360iskon 2 ปีที่แล้ว +15

    Borhia lagise. Great acting and real life situation. All the best

  • @manashborah7690
    @manashborah7690 2 ปีที่แล้ว +1

    Sam Sam buli . Aji aromvo disu. Like atao di disung bapekke

  • @bickysaikia2487
    @bickysaikia2487 2 ปีที่แล้ว +21

    Production team did a good job in this episode. Also the actors.

  • @sigmafire3565
    @sigmafire3565 2 ปีที่แล้ว +11

    Gutor meeting was so epic🔥😅

  • @bishalsah307
    @bishalsah307 2 ปีที่แล้ว +1

    Amaar petrol tuh main nahai nah sagaliye main ❣️

  • @amlanbaruah3629
    @amlanbaruah3629 2 ปีที่แล้ว +14

    Nice work.
    100% realistic acting and loved so much.
    Waiting for the next episode eagerly.

  • @sibaprasadsaikia1966
    @sibaprasadsaikia1966 2 ปีที่แล้ว +4

    ভাল লাগিল, সুন্দৰ অভিনয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ আশা ৰ'ল ।

  • @JNM-v4j
    @JNM-v4j 2 ปีที่แล้ว +1

    বহুত শুনিছিলো...আজি চালো... মন পুলকিত হৈ গ'ল...Keep it up😊

  • @mouprangayan4522
    @mouprangayan4522 2 ปีที่แล้ว +9

    Xundor hoise. Khali kisuman xobdo jene xexor pinor "khojoti" tu sposto hua nai. Audio output olopmn bhal hole aru xundor hbo. Godspeed to the series.

    • @rootstockentertainments
      @rootstockentertainments  2 ปีที่แล้ว +1

      Thank you for your advice. We will surely try to improve ourselves and will come with a more improvised version next time.. keep supporting and advising us.

  • @jaan-rr4vc
    @jaan-rr4vc 2 ปีที่แล้ว +3

    "Sir saah korisil, ooooo sirole"🤣🤣

  • @lakhisaikia7981
    @lakhisaikia7981 2 ปีที่แล้ว +1

    বন্ধন ছাৰ entry বেলেগ জুই দেই 🤣🤣🤣🤣🤣🤣🤣

  • @gouranganath3038
    @gouranganath3038 2 ปีที่แล้ว +4

    Borhiya hoise. Waiting for the next episode. Best wishes to team Bidurbhai. Fan khon j kor pora bisari paale😁😁

  • @S.Dutta24
    @S.Dutta24 2 ปีที่แล้ว +9

    Manager sir 'r entry 😂😂🔥

  • @debasishbharati1265
    @debasishbharati1265 2 ปีที่แล้ว +1

    বৰ ভাল লাগিছে, কি অপূৰ্ব ♥️♥️♥️

  • @sumanta171
    @sumanta171 2 ปีที่แล้ว +11

    Outstanding actors and fabulous series. Lots of Love from Jorhat.

  • @rubiskitchenlifestyle9536
    @rubiskitchenlifestyle9536 2 ปีที่แล้ว +32

    Eagerly waiting for the next episode 😍
    Outstanding performance 👏
    Best wishes guys, keep going

  • @monjurikagogoi1406
    @monjurikagogoi1406 3 หลายเดือนก่อน +1

    ভাল লাগিল। আগ বাঢ়ি যাওঁক বি+দূৰ=বিদূৰ ভাই ভনী সকল❤🎉

  • @suprana24
    @suprana24 2 ปีที่แล้ว +15

    Bht val lagil sai "Gutor meeting"
    Hokoluei bohut hundor Acting karise😍 Realistic story👌👌
    Congratulations everyone 💐
    Golaghat Rocks ☺️keep shinning 🌸🌸🌸🌸🌸🌸🌸🌸🌸

  • @sidds22
    @sidds22 2 ปีที่แล้ว +15

    Congratulations to all of you #Bidurbhai family... This was amazing.... Waiting for next episode.....

  • @parthajyotinath8086
    @parthajyotinath8086 2 ปีที่แล้ว +1

    অপূৰ্ব❣️

  • @dadulkalita1580
    @dadulkalita1580 2 ปีที่แล้ว +4

    Bohut vaal lagil.... waiting for the next episode