DAYAR THAKUR - Gayatri Mahanta
ฝัง
- เผยแพร่เมื่อ 17 พ.ย. 2021
- ♬ AUDIO CREDITS ♬
Singer :
Gayatri Mahanta
Vidyasagar
Music :
Vidyasagar
Mix & Mastering :
Jintu Bordoloi
▣ VIDEO CREDITS ▣
Choreography :
Pankaj Ingti
Cinematography :
Pradip Doimary
Editor & DI Colorist :
Ashim Sarmah
Featuring :
Nityacharjya Jatin Goswami
Satriya Dance Director :
Ramkrishna Talukdar
Gunakor Deba Goswami
VFX :
Dipankar Sahariah
Art Designer :
Jyoti Sankar Bhattacharyya
Drone :
Riyan Saikia
Production Manager :
Nayan Rajbongshi
Post - Production :
Xtreme DI Workstation, Guwahati
Satriya Dancers :
Antarika Das
Yahana Yesmin
Chandamita Barman
Lakhipriya Gogoi
Mushmita Deka
Kasturi Saloi
Mitali Haloi
Priyakshree Pujari
Himakshi Das
Leena Sharma
Dikshita Kalita
Anursha Mandal
Ananya Das
Neha Rani Das
Mridusmita Das
Gargee Bordoloi
Nishita Das
Angelika Das
Gayan Bayan :
Pallab Bora
Ranjan Hazarika
Prasanta Pachani
Sanjay Borah
Debit Dutta
Asstt. Choreographer :
Deep Rohang
Rakesh Ingti
Asstt. Set Designer :
Pradip, Ranjit, Bhola
Hari, Arup, Mukesh
Makeup :
Abhijit Bhuyan
Asstt. Make Up Artist :
Rajib Gogoi
Ajoy Roy
Dev Dutta Borah
Camera Caretaker :
Sirajul
Cook :
Sana, Gogoi, Dhurba
Spot Boy :
Sankar, Janmoni
Transport :
Jayanta, Nitul, Debu Chetia, Biju
Light Boy :
Monuj, Sankar, Jadav, Uttam, Bhogo
#SrimantaSankardev
#SriSriMadhavdev
#Borgeet
#GayatriMahanta
#SatriyaDance
#AssameseMusic
#AssameseSong
#Culture
#Majuli
#Traditional
#Vaishnavite
#Assam
MUSIC LABEL - DHWANI RECORDS
© 2021 DHWANI RECORDS
◆ FOR MORE UPDATES ◆
► LIKE OUR FACEBOOK PAGE - / dhwanirecordsofficial
► FRIENDSHIP WITH US ON FACEBOOK - / dhwani.rec
► FOLLOW US ON INSTAGRAM - / dhwanirecords
► FOLLOW US ON TWITTER - / dhwanirecords
► SUBSCRIBE OUR TH-cam CHANNEL - / dhwanirecords - เพลง
কৃষ্ণ।। গুৰুদুজনাৰ অমৰ সৃষ্টি মাধৱদেৱ বিৰচিত এইয়া আমাৰ স্বাভিমান ।। উত্তম বুলি কৈ ধৃষ্টতা নকৰোঁ,সেয়া অল্পমতীয়ো মোৰ নাই,তেৰাই মোক সেই মতি দান কৰক । অপূৰ্ব নিদৰ্শন গায়ত্ৰী বা । আপোনাৰ সত্ৰীয়া নৃত্য পৰিবেশন দেখিছিলোঁ কিন্তু কণ্ঠৰ কথা শুনিছিলোঁ হে আজি সাক্ষাৎ সেয়া শুনাৰ সৌভাগ্য হ'ল , কি মনপৰশা কন্ঠ আপোনাৰ । আমাৰ সংস্কৃতিক ধৰি ৰখাৰ আৰু প্ৰচাৰ কৰাৰ উত্তম প্ৰয়াসক সেৱা জনাইছোঁ ।
"নৃত্যাচাৰ্য" গুৰু যতীন্দ্র দেৱগোস্বামী আৰু ৰামকৃষ্ণ দেৱক দেখি আপ্লুত হলোঁ, আজীৱন থাকক আমাৰ মাজত সম্পদ হৈ তেখেত । সেইদিনা গায়ত্ৰী বাক হঠাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত লগ পাইছিলোঁ বৰ ভাল লাগিছিল । যুগমীয়া হৈ থাকক উত্তৰোত্তৰ কাললৈ আমাৰ সম্পাদবোৰ এনেদৰে আমাৰ মাজত ।। 🙏❤❤🙏🌼🌼🙏🙏
ইমান দিনে আপোনাৰ অভিনয় হে দেখি আহিছো কিন্তু আপোনাৰ কণ্ঠত গান শুনি বহুত বেছিয়েই ভাল লাগিল বা
খুব আশা কৰিছিলোঁ আপোনাৰ কণ্ঠত গীত এটি।❤️ ভাল লাগিল
গায়ত্ৰী মহন্তৰ সুমধুৰ সংগীত আৰু নৃত্যৰে সুন্দৰ পৰিৱেশন কৰিছে । কৃষ্ণ । জয় গুৰু শঙ্কৰ ।
সকলো দিশৰ পৰাই বৰ ভাল লাগিল। সুন্দৰ বৰগীত ভাগিৰ বাবে গায়ত্ৰী বাৰ লগতে সকলো কলা কুশলীলৈ অভিনন্দন।
বহুত ধুনীয়া হ'ল কামটো । আশাশুধীয়া প্ৰচেষ্টাৰে কৰা মহৎ কামটোৱে জনমানসত যুগমীয়া কীৰ্তি স্বৰূপে স্থান পাবলৈ সক্ষম হ'ব।
Khoob xundar😍😍 ei video tir logot jorito protyek goraki kola-kushaliloi obhinondon aru aantorik xubhessa gyapon korisu🙏🙏💐💐
Always my favorite,জীৱনত এবাৰ তোমাক লগ পাবলৈ সচাই মন আছে গায়ত্ৰী বা।
বহুত ভাল লাগিল 👌। এইবোৰহে আমাৰ সংস্কৃতি।
অপূৰ্ব 💕।এনে ধৰণৰ কামেহে প্ৰকৃত অসমীয়া সংস্কৃতিৰ বিকাশত অৰিহণা যোগায়।
Iman sundr hoise, bohut vl lagil, krishna
ভক্তি গীতৰ সুন্দৰ অনুস্থান ।👌👌👌
সুন্দৰ ।আপোনাৰ লগতে আপোনাৰ কাম বোৰো ব্যতিক্ৰমী বাবেই আপুনি সদায় প্ৰিয় ♥️
জয় গুৰু শংকৰ
কৌটি কৌটি প্ৰণাম জনালো ❤❤
অতি সুন্দৰ ❤️❤️❤️👌👌👌
অতি সুন্দৰ । আৰু আশা কৰিলোঁ।
মাৰ্ঘেৰিটাৰ পৰা বহুত মৰম যাচিলোঁ ভিদিও টো চাই ভাল লাগিল
100% dhunia lagise
সচাকৈ বহুত ভাল লাগিল ।সকলো দিশৰ পৰা উৎকৃষ্ট প্ৰদৰ্শন । অসমীয়া সম্পদ সচাকৈ বহুত চহকী ।
বহুত ভাল লাগিল বা সুন্দৰ কণ্ঠ 💕 আপোনাৰ
লগতে নৃত্য অতি সুন্দৰ
Bahut bhal lagil.god bless you.
Hundar kantha ba
Oti-Sundor 🙏🙏
Extraordinary video concept... Divine composing... And soothing voice... And all in all a goosebump giving artistic, classic video!!
😅
কণ্ঠ সুন্দৰ দেখোন
গায়ত্ৰী বাৰ কণ্ঠত সুন্দৰ নৃত্যৰ সৈতে গোটেইখিনি বহুত ভাল লাগিল । আগলৈও এনেকুৱা বৰগীত আপোনাৰ কণ্ঠত পাম বুলি আশা থাকিল।
Morom loga gayatri baa jni emn mrom lgixe 💕💕💕
Bohut duniya lagise
Bor xundor hoise..
সুন্দৰ, বৰ ভাল লাগিল।
সুন্দৰ ভাৱে গাইছে
❤️❤️❤️ birat dhunia hoise
Val lagil . Gayatri ba
বহুত ধুনীয়া লাগিছে
খুব সুন্দৰ গালে দেই
বৰ ধুনীয়া হৈছে ।
Apurba ba
bor val lagil dei❣❤
গায়ত্ৰী বা বৰ ভাল পালোঁ ।শুভেচ্ছা জনালো ।
অতি সুন্দৰ৷
বহুত বহুত ভাল লাগিছে বাইদেউ । কথা, সুৰ, কণ্ঠ,অভিনয় বৰ সুন্দৰ হৈছে । আগলৈ এনেকুৱা আৰু পোৱাৰ আশা কৰিলোঁ ।
খুবেই সুন্দৰ বাইদেউ।
সুন্দৰ কণ্ঠ বৰ ভাল লাগিছে বৰগীতটো গীত বাদ্যৰে সুন্দৰ সম্পাদন কৰিছে, নৃত্য ভাগিও ভাল লাগিছে। সেৱা জনালো🙏🙏
Really a nice contribution to Assamese Culture.
Nice recording. Waiting for more.
I loved the borgeet.also a big applause for mentioning the name of each and every person involved in its creation and made it a success.
Gayatri Ba, bohut dhunia concept especially you did a great job featuring Padmashree Sir Jatin Goswami 🙏
Now this video will remain everygreen ❤
Bhut bhut vl lgil huni.....,,💐💐💐
Bhut dhuniaa lagil 👌
Moja 👌👌🙏🙏🙏
অতুলনীয় ।
খুব সুন্দৰ বা ❤️
Beautiful Concept!!!
ঠাকুৰৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম।।
জয়গুৰু।
খুব ভাল লাগিল শুনি ❤️
Great , thanks baidau, এইটো মোৰ প্রিয় বৰগীত
Bor Sundar geet
বৰ ভাল লাগিল
Hundor hoise bou we want more from u
APUNAR AVINOY SAI BAHUT BHAL LAGE BA AJI GITTU KHUNIU BAHU BHAL LAGIL
Eeman dhuniya vocal expression 🥰🥰🥰🥰🥰
ভাল লাগিছে সুন্দৰ গাইছে
Goddess with all excellence! ❤️❤️❤️
Very nice song
Dhuniya hoise 👍👍👍👍
❤❤❤
বহুত ভাল লাগিল
Voice is so good baa😍😍
Dhunia lagise
So sweet your voice ❤❤❤
সুন্দৰ
অতি সুন্দৰ গায়ত্ৰী
সুন্দৰ কন্ঠ
বহুত ভাল লাগিল .....
খুবেই সুন্দৰ কন্ঠ নিগৰাইছে ।
গুৰুজনাৰ চৰণত কোটি কোটি প্ৰণাম
🙏🙏 কৃষ্ণ 🙏🙏
Beautifull
Baa very nice song
Bahut dhunia lagil ba gan to khuni aponar
কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম
Xundor
Wow ! amazing borgeet ,amazing voice
Bohut dhuniya gaisa baa aru aguai jua tumi
জগুৰু ঠাকুৰৰ চৰনত প্রনাম জনালো
Ow jatin brdauta 🙏
Bohut dhunia hoise baa ❤❤🙏bohut dinr Pist tumk dekhi vl lgise hosai.... Anekuwa vedio saihe vl lge hosai 🙏❤
Val lagisa 👍🏿👍🏿👍🏿👍🏿👍🏿👍🏿👍🏿
Krishna... Khub val hoise
Very nice
Beautiful ❤️
বৰ সুন্দৰ গীত...
🙏😍
Bohut dhuni hoise baa
Gayatri ba 😍
সুন্দৰ কণ্ঠ
Maaza
Val hoise gayatri.
👌👌👌👌👌
খুব সুন্দৰ উপস্থাপন । 🙏
মন ভৰি গ'ল অ বা