Aaji dint ulua bht gaan xunibole mn njai kintu utube khulia dekhilu je nilotpal dar gaan ahise bluetooth speaker connect kori ha xunisu ❤ .. Thank you Nilo da
Bikash dr Video পৰা ahisu ... ❤ বহুত ভাল লাগিল .. বিহু গীতটি ভেকুলীয়ে বৰ ধূনীয়া বিহু মাৰিলে দেই ... 😊❤ June jne Bikash dr Video pra Ahisa Like👍 এটা কৰি jaba ...
Biraat bhal lagil. Kobo lagibo the bhekulis stole the show. Eibar bhekuli gitau bihur monsot lagibo dei. Olop roi roi dhemali monot pori gol. Eibar akou "bihu song of the year"🎉
বৰ্তমান ৰ অসমত আপোনাৰ বিহুত হে আচল মজাটো পোৱা যায়। বহুত বহুত ধন্যবাদ অসমীয়াক প্ৰতি বছৰে এনে বিহু গান উপহাৰ দিয়াৰ বাবে।অসমৰ হৈ আৰু গৌৰৱ বুটলি আনক আৰু আগুৱাই যাওক।
আৰু লগতে ভিদিও ৰ ক্ষেত্ৰ টো নতুন ধাৰণা দেখা গৈছে।ভেকুলীৰ teddy কেইটাই আজিৰ প্ৰজন্মৰ শিশু সকলক আকৰ্ষিত কৰিব ।
Hosa kotha kintu
Xundar comments ata dise apuni.. ❤
Litu m maak😅😅😅😅😊😊😊😅😊y4e😢😅6😅tuui778i uu 887 hb j67😊jm😅5t😅😅r😅😅5 try
@@PriyadarshineeGogoi-f2t⁰
Íⁿò 4:18 TN
জোনবাইৰ music টোৰে নেত্ৰকাই আৰু মাধুৰিমাবাৰ সংযোজনটো খুবেই ভাল লাগিল । ভেকুলীৰ বিহু superhit
গীতটি শুনি বৰ ভাল লাগিল, নিলোৎপল দাৰ বিহু গীতৰ সোৱাদেই সুকীয়া। Love from Jorhat ❤️
জুবিন দা কৃষ্ণমণি চুতীয়া আৰু নিলোৎপল দাৰ bihubur সঁচাই সুকীয়া।।
এইবোৰ হে বিহু।।
Up late
লগতে বিপিন চাউদাঙ
আজিৰ দিনত নিভাঁজ সোণ বুলি যদি কিবা সৃষ্টি হৈছে,তেন্তে এই বিহু গীতটি অন্যতম❤
যিয়ে নহওঁক, নিলোৎপল দাৰ বিহুকেইটাৰ সোৱাদ সুকীয়া ❤️ ভেকুলীয়ে বৰ ধূনীয়া বিহু মাৰিলে 🎉
Af 5:28
হয় দেই
Aaji dint ulua bht gaan xunibole mn njai kintu utube khulia dekhilu je nilotpal dar gaan ahise bluetooth speaker connect kori ha xunisu ❤ .. Thank you Nilo da
আপোনাক প্ৰণাম । ঢৌত উটি অহা শিল্পী আপুনি নহয় । নিভাঁজ বিহু গীত । ধন্যবাদ জনালো ।
এইবোৰ হে বিহু শব্দৰ অলংকাৰ ইমানেই ধুনীয়া শুনিলে শুনি থাকিব মন যায় গে।।।❤❤❤
ন ৰূপত এইবাৰ আকৌ বিহুলৈ ওলালে ভেকুলীৰ বিহু । সুন্দৰ উপস্থাপন । সুন্দৰ কাহিনী। আৰু নিলোৎপল দা লৈ শুভ কামনা থাকিল।
Bikash dr Video পৰা ahisu ... ❤ বহুত ভাল লাগিল .. বিহু গীতটি ভেকুলীয়ে বৰ ধূনীয়া বিহু মাৰিলে দেই ... 😊❤
June jne Bikash dr Video pra Ahisa Like👍 এটা কৰি jaba ...
❤
Moi u ahisu ❤
Vekuli rocked , we shocked
😂
😂😂
😂😂
True 😂
😂🔥
বহুত দিনৰ পিছত এনেকুৱা বিহু শুনিবলৈ পালোঁ বহুত বহুত ধন্যবাদ নিলোৎপল দা....
দারুন , অপূর্ব সুন্দর লাগলো। 🎉
ধুনীয়া হৈছে দাদা 😍 আমাৰ অকণমানি জনীয়ে ভেকুলী গান হে চাই এতিয়া😂
😂
❤❤❤❤❤
আটাইতকৈ মৰম লগা বিহু আছিল এইটো❤❤❤
Val lagil..purona bihu r gan bilak xuni jitu moja lagisl..tnekua feel ata paisu.. notunotto anila anekua notunotto lage.. ❤❤❤
কাম কৰাৰ সুন্দৰ অভিজ্ঞতা। শুভেচ্ছা জনালোঁ।
আজি কালি ভেকুলীয়ে ও বিহু মাৰে, মজা হৈছে 👍
বাৰিষাৰ বতৰত খালে ডোঙেযে ভেকুলীয়ে চিঞৰি থাকে সিহতি হেনো এটা বাক্যই আওৰাই থাকে , "কেট কুট কেট কুট জাতিভেদ নট্ গুড "
কথাটো কৈছিল আমাৰ ঘৰতে থাকি ডাঙৰ দীঘল হোৱা বিৰ্চা নামৰ চাহ জনজাতিৰ লৰা এজনে ৷
কথাটো অতঃকৰণেৰে সমৰ্থন কৰো ৷
Good one Nil ❤
বৰ্ত্তমান সময়ত বিহু মানে নিলোৎপল দা । জুবিন দা পাছতে আপোনাৰ বিহু প্ৰিয় ❤
Yes❤
বৰ সুন্দৰ creation ❤ বৰ ভাল পালো 🎉🎉
Kokai hundor❤ Val lagise bohut ❤️❤️❤️a mojah bulu😍😍
Nilutpal daa and Shanku daa will gonna rule this BOHAG❤
Animal planet wants to know your location
এবাৰ চেকচেকি পৰুৱা এবাৰ ভেকুলী।
Just kidding dada..
Best Bihu of 2024..
Big fan dada
Biraat bhal lagil. Kobo lagibo the bhekulis stole the show. Eibar bhekuli gitau bihur monsot lagibo dei. Olop roi roi dhemali monot pori gol. Eibar akou "bihu song of the year"🎉
আপোনাৰ সৃষ্টিশীল চিৰদিন চিৰকাল অতুলনীয় ।❤❤❤ lots of love form Tinsukia 💕
That জোনবাই background music 🎶 ❤
5:43
Was not yet over Sekseki Porua and Nilutpol daa dropped this Banger !!
wow mojah
Bhekulir Bihu upohar diya babe Nilotpal loi oxex dhanyabaad..Stay blessed.
Always favourite nilutpal da 💗
Anekuwa bihu moi bht besi Val paw 💝
Loads of loveeeeee ❤️❤️❤️❤️❤️❤️❤️
Nilotpal Bora Zindabad ….
Bor borhia hoise.. Proud of you…
Bhaiti.. you Rock.. full of energy.. birat bhaaal laagil hoooni👌👏👏👏👏
Unique presentation আপোনাৰ বিহুবোৰ প্ৰিয়
বৰ সাংঘাটিক ভেকুলী দেই 😮 সুন্দৰ ❤❤
Bohut সুন্দৰ হৈছে ❤❤❤
ধুনীয়া হৈছে। আমাৰ বিহু।
আগৰ দিনৰ বিহুৰ দৰেই বৰ ভাল বিহু, ইমান সুন্দৰ গীতৰ কথা ❤❤❤
Bihu without synthetic touch. সুন্দৰ বিহু গীত, ককাই। 👍👌
Next level jei ho ❤❤
Awesome assam ❤
Bor dhunia lagil huni
বিহু বিহু লাগি গ'ল ককাই। মাজুলীৰ পৰা বহুত মৰম❤
বৰ সুন্দৰ হৈছে গীতটো ❤❤❤ ভাল লাগিল শুণি।
❤♥️💔💗💟💘🤍🖤🤎💙💌❣️❤️🔥💖💞❤️
Vekuli bar dhuniya❤❤❤❤❤❤
Bohut val lagile ❤❤❤
Wow bhekulibor bor dhuniyaa daii❤❤
Hundor
ইমান ধুনীয়া মিঠা সুৰীয়া বিহুগীত উপহাৰ দিলে উৎপল ভাইয়ে । বহুত বহুত ধন্যবাদ উৎপল ভাই ।আগলৈ যাতে বহু উপৰলৈ আগুৱাই যাব পাৰে ইয়াকে কামনা কৰিলোঁ । ধন্যবাদ উৎপল ভাই ।
Bihu tune mane Borah
Excellent level of music
video r concept tu hosai dhunia, mr 2 yr bhagin e sai khub val pale
আমি অসমীয়া আৰু বিহুৱেই আমাৰ পৰিচয়। বহুত ধুনীয়া হৈছে❤
Ekdom pure bihu ❤❤❤.......ajikali enekua bihu xunibole napai eeee....
Ratipuwai huni mja lgi gl❤
aagatikoi bohag bihur huvesya jonalu aapunaloi,eman moja lagil kabole bakha naai..
সঁচাই প্ৰসংশনীয় দাদা🎉..... কেঁচা গীত এইবোৰ । আগুৱাই যাওক
Wow
ধুনীয়া বিহু।ভাল লাগিছে।
Wow ❤ nice song
ধন্যবাদ এটি ধুনীয়া বিহু গীত আগবঢ়োৱা babe❤
বেলেগতকৈ বেলেগ ক্রীয়েটিভিতি ❤ ভাল লাগিল,,, love From Dhemaji
আপোনাৰ বিহু সুকীয়া আৰু সুন্দৰ ৷খুব ভাল লাগিল👌👌👌❤️❤️
নিলুতপল দা আৰু নিৰঞ্জন দাই সঁচাকৈ বৰ সুন্দৰ গীত প্ৰভূত কৰিছে ❤️🔥✨
সুন্দৰ..... নিভাজ... হিট গান
Aaijoi bor dhuniya 🥰❤️
Khub dhuniya lagise bihutu... Aibar gawr bihu funsnt aitute apak nasi dim jen lagi gol❤
A very unique bihu with very unique words. Nice
অপূর্ব ভেকুলী বিহু❤
Bohut besi bhal lagil bihuti. Xokolu loike bohut xubheissa aaru morom thakil. ❤❤❤❤all team
বিকাশ দাৰ চেনেলৰ পৰা আহিছোঁ। next level family❤❤ next level songs
বাহ্ কি সুন্দৰ নিভাজ বিহু। ❤❤❤
ধুনীয়া বিহুগীত নীলোৎপল দা ❤️
বঢ়িয়া 🎉❤
Excellent singing and videography👍👍 bohut dinor murot khati oxomiya bihu gan xunilu...❤❤ Like the concept most.👍👍
Nilotpal Creative mind 🔥🔥👏
borhiyaaaaaa
Very nice Dada
বহুত দিনৰ মূৰত বিহু হুঁচৰি শুনিবলৈ পালোঁ দেই। বহুত ধুনীয়া হৈছে। বহুত বহুত শুভেচ্ছা জনালোঁ ককাই।❤❤❤❤❤❤❤
আপোনাৰ গীতৰ অনুভবেই সুকীয়া 🥹❤️
Moja lagala
nasu nasu lagi gol.. kudos to the entire team
বঢ়িয়া দেই। আপোনাৰ বিহু শুনি বেছি ভাল লাগে।
সুন্দৰ হৈছে ।
সুন্দৰ বিহু গীত..❤❤❤
সুন্দৰ হৈছে ।
Concept টো বৰ ভাল লাগিল। মজা।
Borhiya !!
বৰ সুন্দৰ হৈছে গীতটো।শুনি ভাল লাগিল।
A Jai a Jai jai❤
Really like to listen to authentic bihu music. Congratulations Nilotpal
So Beautiful Song ❤️❤️😍🎉
Extraordinary content..... Nice song and video
Nilotpal Bora r bihu mane I know it's gonna be unique yet having the pure essence of authentic bihu.
So nuxunakei like tu mari disu.
bohut bhal lagise gaan to...everything
bhut hundor mama 😊
Roi roi dhamali, sekseki poruar lgt a aru ata vl loga bihu geet hboloi goi ase nilotpal dada 💥❤
Nilotpal darling bihu rock..bhekuli keita shock