Hai Dina moi teuk sivasagar dollor mukhot ai geet tu gai ai saport negera kubuwa dekhisilu aru geet aikaitai gaisil bohut deri hunilu bohut val lagil.❤️🙏
Wow... Salute to him. The chid is so priti..... They play so nice instrunets its realy those who are singer they are good but the real heros are those.....salute,✨🎎
Sir,duringfourteenth and half yrs in Nl during the time enjoyed I have seen to day Blind nagaragara man life straggles you Tube, You Tuber Many thanks God Bless You?
এনে বোৰ ব্যক্তিক মঞ্চত নিমন্ত্ৰণ কৰিব লাগে । কমছেকম দুবেলা দুমুঠি সুখেৰে খাব পাৰিব।🙏🏻
এয়াই হৈছে আচল প্ৰতিভা 🙏 বহুত সুন্দৰ
🙏🏾🙏🏾🙏🏾 এখেত সকলকহে এখন সুন্দৰ মঞ্চ দিব লাগে। পাবত গজা কিছু সংখ্যক গায়কতকৈ সুন্দৰ গাইছে
🙏🏾🙏🏾
অতি সুন্দৰ। চৰকাৰী তথা বেচৰকাৰী সংস্থাসমুহে এনে শিল্পীসকলক অলপ হ'লেও অাৰ্থিক অনুদান আগবঢ়াব লাগে।
Iiiitt
Hy moi apunr lgt ak mat
@@hhi3259 Dhannyabad
@@kalinath6811 7 in hi í
অসমত আজিকালি হঠাৎ পাবত গজা গায়ক গায়িকাতকৈ বহু গুনে ভাল কৈ নিজে বজায় আৰু গায় ভাল পৰিবেশন কৰিছে। নমস্কাৰ জনাইছো
Amar gaor jubok ❤❤
অতুলনীয় কণ্ঠৰ আপোনাৰ ভগবানে যাতে শ শ বছৰ জীয়াই ৰাখে আপোনাক তাৰে কামনা🙏🙏🙏🙏
অতুলনীয় আৰু হ্ৰৃদয়স্পষ্ৰী... 🙏
এইবাৰৰ বহাগী বিহু Function বোৰত তেখেতৰ প্ৰতিভা বোৰ মন্ষত ৰাইজৰ আগত দেখুৱাৰ সুবিধা প্ৰদান কৰিব লাগে. যাতে সকলোৱে অলপ চাওক আৰু বুজক এই প্ৰতিভাৱান দুখীয়া ব্যক্তিজনক.🙏🙏🙏
অতুলনীয় আৰু আদৰণীয় ।সশ্ৰদ্ধ প্ৰণাম ।আমি সচাকৈয়ে এক জঠৰ মূৰ্খ আৰু অজ্ঞানী মানব।
❤️
9ö
Ji hu
সঁচাকৈ বহুত ❤️সুন্দৰ লাগিল,এইয়াও হৈছে মানুহৰ এক জীৱন সংগ্ৰাম।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতক যাতে আৰু আগুৱাই লৈ যায় 🙏🙏🙏।
বহুজন গায়কতকৈ বহুত সুন্দৰ পৰিবেশন । কণমানিৰ তাল বাদন বহুত প্ৰশংসনীয়। ভগৱন্তই কুশলে ৰাখক সদা।
বহুত বহুত ভাল লাগিছে ককাইদেউ আৰু ভাইটি
🤬😡😠😠😠😠😠🤬🤬🤬🤬
Dhuniya bojaise lora tui
@@iamfootballplayerilikefoot6118 l
ইমান সুন্দৰ বজাইছে । তাতে আকৌ গান গাইছে । বহুত ভাল লাগিল ।
প্ৰকৃত শিল্পী ।সুন্দৰ তাল বজাইছে ।এনেকৈ তাল বজাবলৈ বহুত সাধনা লাগিব ।এই শিল্পী দুজনক কত লগ পাব পাৰিম বাৰু ,সাধ্য অনুসৰি সামান্য এটা সহায়ৰ হাত আগবঢ়াৱ বিছাৰিছো ।
এই সকলৰ বাবে বিশেষ আচনিৰ প্ৰয়োজন এই সময়ত। ভগৱানে ভালে ৰাখক।
কি সুন্দৰ প্ৰতিভা । ভগৱানে কৃপা কৰে যেন
🙏🙏🙏 অতুলনীয় প্ৰতিভা। গীত পৰিৱেশন ৰ লগতে বাদ্য যন্ত্ৰ ও সংগত কৰা শিল্পী জনলৈ সশ্ৰদ্ধা প্ৰণাম জনাইছোঁ।
ভগৱানে দুয়োজনকে কুশলে ৰাখক ।
🙏 সঁচায় অতুলনীয় 🙏ল'ৰা জনক যদি কোনো সংগীত বিদ্যালয়ৰ নাই বা চৰকাৰৰ ফালৰ পৰা বিনা মুলিয়া পাঠ দান দিয়াৰ বাবে প্ৰাথ'না জনালোঁ !
🙏 ধন্যবাদ 🙏
বৰ সুন্দৰ হৈছে৷ কণমানিয়ে সুন্দৰ তাল বজাইছে
সঁচাকৈ মনিব লাগিব । অতি সুন্দৰ। প্ৰণাম জনাইছোঁ আপোনাক দুৰৰ পৰাই ।আপোনাক অতি সোনকালে লগ কৰিম🙏🙏🙏
সচাকৈয়ে অতি সুন্দৰ গীত বাজানা হিযা চুই গল ❤❤❤
অতি সুন্দৰ পদক্ষেপ ৷এওঁলোকক চৰকাৰে কিবা এটা সুবিধা কৰি দিব লাগে
ক'বলৈ ভাষা নাই । Outstanding...❤️
ধুনীয়া হৈছে সৰু লৰা হৈও ইমান ধুনীয়াকৈ তাল বজাইছে তবলাও ভালদৰে বজাব পাৰিব।
দুয়োৰে প্ৰতিভা সুন্দৰ তথা প্ৰশংসনীয়।কণমানিটোক যদি কোনোবা সাম্যৰ্থবান লোকে সহায় কৰে অন্য বাদ্য যন্ত্ৰও ভাল বজাব
বহুত সুন্দৰকৈ বজাইছে । ভগৱানে দোয়োকে কোশলে ৰাখক।
ভগৱানে মঙ্গল কৰক🙏❤️
তেওঁলোক আমাৰ আপুৰুগীয়া ক'লা সংস্কৃতিৰ সম্পদৰ হয়।তেওঁলোকৰ ক'লা কৌশলী সংগ্রহ কৰাৰ আমাৰ প্ৰয়োজন।তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল।
সঁচাকৈয়ে শিল্পী, জীৱন যাপনৰ ব্যৱস্থা কৰি দিব লাগে চৰকাৰৰ পৰা ।
বহুত ধুনীয়া ❤️❤️
বহুত বেছি ভাল গাইছে সঁচাকৈয়ে। কণমানি ল'ৰাটোৱেও ভাল বজাইছে। ভগৱানে মংগল কৰক
ভগবানে আপোনাক বহু বছৰ জীয়াই ৰাখক,বহুত ভাল লাগিল
মাত্ৰ এটা কথাহে কওঁ, এওঁলোক দুজনৰ কেৱল চকুজুৰিহে নাই বাকী সকলো আছে কিন্তু আমাৰ কেৱল চকুজুৰিহে আছে বাকী একো নাই । ভগৱানে এওঁলোকৰ মংগল আৰু দী'ঘায়ু কৰক এয়ে প্ৰাথ'না ...ভিডিঅ' কৰোঁতা জনলৈকো মৰম জাঁছিলো... ধন্যবাদ ।।।
তোৰ কথা শুনি মোৰ 😂😂😂 আহিছে তোৰ নাক কাণ কনি এইবোৰ নাই নেকি
সুন্দৰ প্ৰতিভা।ভগৱানে শক্তি দিয়ক।
অতি সুন্দৰ । চৰকাৰে এনে লোকক সহায় কৰিব লাগে ।
Waah very good music nicely superb excellent outstanding mindblowing fantastic performance musical performance
অতি সুন্দৰ হৈছে।🙏🙏🙏 ভগৱানে ভালে কুশলে ৰাখক ।
Hii
Baba pegu
Matibo lagisil, rangiat
এইয়াই সত্য । শাৰীৰিক অক্ষম হৈও ঈশ্বৰৰ ভক্ত । আনহাতে আমি
শিবদ'লৰ আগত প্ৰায় বহে , সুন্দৰ ।
Hai Dina moi teuk sivasagar dollor mukhot ai geet tu gai ai saport negera kubuwa dekhisilu aru geet aikaitai gaisil bohut deri hunilu bohut val lagil.❤️🙏
উফ্ সুন্দৰ প্ৰতিভা 💕
,অতি সুন্দৰ । ভগবানে মংগল কৰক
Ba very nice video bro bal lagil dei
Horu lora tu bht vl bojaise dei.. bht talented hoi
Wow.Super singing and he is real Tallent.Assam government help to him.
Wow... Salute to him. The chid is so priti..... They play so nice instrunets its realy those who are singer they are good but the real heros are those.....salute,✨🎎
Nice singing god bless you brother.
Bajna mojja bajaise kintu🙏🙏🙏
শব্দবিহীন মই 😴
দুয়োকে ভগৱানে কুশলে ৰাখক🙏
Mood fresh hy gol real talent.....tikli tu mojaa bjaise
নেদেখা জনৰ আশীৰ্বাদ আছে শুভেচ্ছা জনাইছোঁ
Euluk agote amr ghorr usorte asile etiya kot gol gomei napaw 🥲 bhut vl bojai ❤️
বহুত ভাল লাগিল video tu sai ..ভগৱানে এওঁলোকক মঙ্গল কৰক 💚 জীৱন চলাবলৈ কিমান কষ্টকৰ নহইজানো😔
সচাকৈ বহুত ধুনিয়া
Aitui koy real talent ,bohut vl lagil rula diya yrr
বৰ ভাল লাগিল চৰকাৰে অলপ সহায় কৰে যেন
মন পৰশা ।
দুয়োজনলৈ শুভকামনা জনালোঁ ।
ভগৱানে আপোনাক মঙ্গল কৰিব
মজা❤❤
এখন মঞ্চ পালে আৰু কিমান ভাল কৰিব এওঁলোকে.... বৰ ভাল লাগিল🙏
এওঁলোকৰ শিল্পী Satra অভূতপূৰ্ব।।।
Shiva bless you and your family ❤🕉
Har har Mahadev 🕉🙏🏻
May God Bless You. So sweet performance.
Super..geeni tal chhota ustad ka.Thanks. God bless both.jaya Jagannath.
Bohut dhuniya gai.sibsagarr hoi.station chariali markett moi prai log pau.val lage...lora tuloi beya lage...
Nhy Lakhimpur Bihpuria r hy
Absolutely amazing.the way the small boy is playing on the taal is amazing
Trr
Really the small boy amazing
অতি সুন্দৰ❤️🥀আপোনাক ঈশ্বৰে কৃপা কৰক🙏❤️
Real talent 🙏
এইতু ভিডিও যিজোনে দিছে তেওক ধন্যবাদ দিছো 🙏
এনেকুৱা প্ৰতিভাই আমি ভাল পাও⭐⭐⭐
আমিয়েই কৰিছিলোঁ ভিডিও তো,চাই থাকিব আমাৰ চেনেলটো
Hundor dada. Moina tal hundor bojaise
বৰ ভাল লাগিল। বৰ সুন্দৰ।।
Nice performence.
God bless them.🙏💐
Best singing in assam.i salute to you ❤❤❤❤❤❤❤
bhut dhuniya lgise kintu dei imn val gaise ❤️❤️🥰
বহুত সুন্দৰকৈ পৰিবেশন কৰিছে৷
সচাকৈয়ে অতুলনীয়৷🙏
সছাকৈ মনৰ পৰা ভাল লাগিছে আচৰিত প্ৰতিভা
Maa xopot akhetor protiba dekhi mon bhal lagi goll🥺❤
বঢ়িয়া লাগিছে সুন্দৰ
Sir,duringfourteenth and half yrs in Nl during the time enjoyed I have seen to day Blind nagaragara man life straggles you Tube, You Tuber Many thanks God Bless You?
অতি সুন্দৰ কণ্ঠ 🙏🙏🙏
Bahut val lagise dada apuni jate aru aguwai jay asirbad karilo
Bohut dhuniya lagise konmani tur tall bojowa khini?
অতি সুন্দৰ,😍
Bahut bhal lagiche .oti sundar
Hundor,,, Konmani jonor Taal badon besi hundor❤️❤️❤️❤️
God bless you ❤❤❤ Bhogobane Xukhere Rakhok
👍👍👍👍👌👌👌bohut bhal hoise
Bhut dhuniya badi marea 😍😘😘😘
অতি সুন্দৰ❤️❤️❤️❤️❤️
Dhunia lagise dada 👌👌👌👌
Bohut bohut bval lagil duiore protiva dekhi vogobane mongol korok🙏🙏
অতি সুন্দৰ প্ৰতিভা
Bahut vl lagese jadi konoba xelpi jagatar dada baideye ai vedioto saise aok olp xubedha dele vl hoi
Bhut bhut dhuniya dada 💞💞
ভাল লাগিল ❤❤❤❤❤❤❤❤❤❤
🙏🙏🙏 অতি সুন্দৰ
Toooooooo Good... ❤️
Love it ❤️❤️❤️❤️❤️
Talented kin2 deiii.....😮😮😮😮😮
অতি সুন্দৰ প্ৰতিভা 😍
Hosai bhut mojaaa lagilse
Proud of this man 💕