ভাটৌ চৰাইৰ সুন্দৰ সুন্দৰ কথা শুনক 🦜🦜 ||

แชร์
ฝัง
  • เผยแพร่เมื่อ 7 ก.ย. 2021
  • Assamese conversation
    নমস্কাৰ 🙏
    মই কাজুয়ে আপোনালোক সকলোকে BaDAm's WorLd লৈ স্বাগতম জনালো । মই অসমৰ এখন শস্য শ্যামলা গাওঁৰ লৰা । মোৰ নাটকেই 🎭 জীৱন । মোৰ জীৱনৰ কিছুমান ভাল লগা মূহুর্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম লগতে অভিনয়, নৃত্য,গীত, আদি । সহজ অৰ্থত মাথো কলাৰ 🎭🪕🕺🎨🏍🍛 সমাহাৰ । ❤ মোৰ এই নতুন চেনেলটোক মৰম আৰু আশীর্বাদ 🕉 দিব বুলি আশা থাকিল 👍 আৰু সকলোৰে সহায় সহযোগিতা আশা কৰিলো ।। 🙏🙏
    যদিহে আপুনি মোৰ চেনেলটো চাই আছে তেনেহলে প্লিজ চেনেলটো চাবচক্ৰাইব কৰি দিব । তেতিয়াহে আপুনি মোৰ সৈতে সংযুক্ত হৈ থাকিব পাৰিব । ধন্যবাদ
    Hello everyone , it's me kaju BaDAm, I Wellcome you all to this beautiful vlogger channel ❤🌱💚 Kaju BaDAm's WorLd . . If you like my videos do subscribe 👍 Thank you. .❤
  • ตลก

ความคิดเห็น • 10