Thikei koiche, hokolu nijor kamot byasta hoi thakute aibur pahoribo ba monot thakileo ki koribo. Gotike Govt. e kiba rule ba ain nischoi bonabo lagibo aru hei ain ba rule manuhe nijor dayitta hichape koriboi lagibo.
চাপৰ গছৰ কাম নাই ওখ জাতীয় oak Teak মেহগনী চতিয়ানা , চাম নাহৰ কদম জাতীয় গছ বৃদ্ধি হলে আৰু এই জাতীয় গছ কটাত চৰকাৰৰ বাধা থকা উচিৎ | CMয়ে ৰুব দিয়া ঘোৰানীম বগৰী এই বোৰ গছৰ কাম নাই।
Gaont current nathke AC nai ..Sohort AC ase current thke ..gaont goromt joli jabo .ahi sabo pre aamr gaoloi adin thkile gom pabo gaont thkibo ne sohort
Eku nohoi adha manuh moribo aru adha kosto bhugibo, ami developed hoisu nohoi prokriti dhongkho kori. Amar tension nai kosto kori thakim. Khetiok manuh tu. Ac t thoka kaita age futibo.Happy summer time enjoy.
বৃক্ষ,ৰোপন কৰক, অত্যন্ত জৰুৰী নহ'লে ব্যক্তিগত বাহনবিলাক চলোৱাটো কম কৰক,বম,আতচবাজী পৰিত্যাগ কৰক
বহুত দেৰি হৈছে।
Government has already cut down all old trees in the name of development, what else you expect than 😢, save nature please 🙏
ঠাণ্ডা দিন আহিলেই সকলো পাহৰি যাব মানুহে
Thikei koiche, hokolu nijor kamot byasta hoi thakute aibur pahoribo ba monot thakileo ki koribo. Gotike Govt. e kiba rule ba ain nischoi bonabo lagibo aru hei ain ba rule manuhe nijor dayitta hichape koriboi lagibo.
চৰকাৰে জনসংখ্যা বৃদ্বি ৰোধ নোৱাৰিলে এতিয়া প্ৰকৃতিয়ে কৰিব ।
Pinki can I take U out on a DATE???
Ac use korile aru gorom bahibo .
বূক্ষ ৰোপণ কৰি জীয়াই থকাৰ বাবে সাজু হ'ব লাগিব
তুমি ও পলুৱা সোনকালে, গাঁৱলীয়া লৰা এটা লগত বিয়া হৈ যোৱা 😢😢😢
Gaon tu beya gorom
Gaot gorom holeu khanti ase
😂😂
@@northeasternboy bal hantit asu koti fata gorom
গছ পুলি ৰোওক -ভোটৰ আশাত ঠানি ৰোৱা আচনি নিদিবলৈ চৰকাৰক কওক !😂
😂😂
গছ ৰোপণ কৰক । চহৰে বন্দৰে,গাৱে ভুয়ে যিমান পাৰে গছ ৰোপণ কৰক । দ্ৰুত বৰ্ধন হোৱা গছ ৰোপণ কৰক। নহ'লে মানুহৰ অস্তিত্ব নিশ্চিহ্ন হ'ব।
আই গাধ
প্ৰকৃতিৰ ওপৰত যিমানেই অত্যাচাৰ কৰিব সিমানেই পৃথিৱীত গৰমৰ প্ৰকোপ বাঢ়িব ।
Government a Pollution r namt Tax loi আছে কিন্তু Pollution ৰোধ কৰিবলৈ aku ব্যৱস্থা লোৱা নাই
চৰকাৰে গছ পুলি ৰোৱাৰ নামত কিমান কোটি খৰছ কৰিলে,কত ৰোলে ,কিমান ৰোলে ,কিমান গছ পুলি জীয়াই আছে কোনোবাই হিচাপ লৈছে নে । ৰাষ্ট্ৰীয় ঘাইপথৰ কাষে কাষে কিয় গছ ৰোৱা নাই ।
@@RupkantaPathori-sk3ru গছ ৰোৱাৰ নামত ভোট বিচৰা আঁচনি
PUC নামত টকা ঘটাৰ উপায়। সেই টকাৰে বায়ুপ্ৰদুষণ ৰোধৰ বাবে কি কামকৰে? একো নকৰে। গতিকে টকা দিলেই ডিগ্ৰী, চাকৰী পোৱাৰ দৰে PUCৰ বাবে টকা দিলেই প্ৰদুষণ ৰোধ নহয়। চৰকাৰৰ হাতত বৈজ্ঞানিক ব্যৱস্থা বা গৱেষণা কৰাৰ মন নাই। অৱশ্য আমি মৰিলে সিহঁতবোৰ ও মৰিব। একে পানীৰ হে মাছ।
বৰষুণ দিলে কৃত্রিম বানপানী হলে সেইহে চৰকাৰক গালি পাৰে মানুহে ৰদ দিলে গৰম বাঢ়ে তেতিয়া কাক গালি পাৰিব? সেই কাৰণে চৰকাৰে গছ কাটি বৰষুণ বন্ধ কৰি ৰদকে দিয়ক কমচেকম জনসাধাৰণৰ গালি নাখাও। সেই উদ্দেশ্যেৰে চাগে প্ৰশাসনে গুৱাহাটী জধেমধে গছবোৰ কাটিছে ।
আমাৰ গাঁৱত এবাৰ আহি চাই যোৱা নিয়ৰ পৰিছেনে নাই গম পাবা।।। বহুত নিয়ৰ পৰি আছে।
সঁচা কথা নিয়ৰ কেৱল tv চেনেল ত হে পৰা নাই আমাৰ ইয়াত পৰি আছে কি সুন্দৰ পৰিবেশ
চাপৰ গছৰ কাম নাই ওখ জাতীয় oak Teak মেহগনী চতিয়ানা , চাম নাহৰ কদম জাতীয় গছ বৃদ্ধি হলে আৰু এই জাতীয় গছ কটাত চৰকাৰৰ বাধা থকা উচিৎ | CMয়ে ৰুব দিয়া ঘোৰানীম বগৰী এই বোৰ গছৰ কাম নাই।
টাউন লৈ যাম বুলি ভাবিছিোলং..... এতিয়া অাৰু েনযাং .... গাও বিলাকেই ভাল বুইছ কনপিতৌ ৰ মাক
এইবোৰ প্ৰকৃতিৰ নিয়ম আমি কৈ লাভ নাই । ভাল বেয়া বোৰ আমি কেনেকৈ নিয়ন্তন কৰিৱ পাৰো সেইবোৰত মনোনিবেশ কৰক ।
জনসাধাৰণৰ মাজত বৃক্ষৰোপণ ৰ সজাগতা আনিব লাগিব। প্ৰকৃতিক ৰক্ষণাবেক্ষণ সকলো নাগৰিকে দিব লাগিব।
Kela Ac roomot lecture di thak,goch ru jiai thakibole jodi icha ase
ৰজা , প্ৰজা সকলো অদূৰ দৰ্শী ।
মুছলমানক হাৰাশাস্তি কৰা বুজ এইবাৰ সকলোৱে একেলগে মৰিম😅
গীতা ভাগৱতত লিখা কথা বিলাকহে আখৰে আখৰে ফলিয়াই গৈ আছে ইয়াত নৰমনিসে কৰিব লগা বা কৰিব পৰা একো উপায় নাই
সেই কাৰণে মানুহে বেছি দেখুৱাব নালাগে মই ৰজা তই প্ৰজা বুলি ভাবিব নালাগে প্ৰকৃতিয়ে কি কৰিব নোৱাৰে
আৰামী জীৱন বিলাসিতাই পৃথিৱীখন বাসপোযোগৰ বাবে অনুপযোগী কৰি তুলিছে |
I agree with your comment. In the name of technology development , in the name of economic growth, we are damaging the gifts of nature.
,মানুৰ এতিয়াও অংহকাৰ.কমানাই
পৃথিৱী সোনকালে khtm hoi gole thik ase
চহৰ মানে গাওঁ। নগৰ মানে টাউন।
নগৰ-চহৰ।
নদীৰ পানী কমি যোৱাটোও এটা প্ৰধান কাৰণ
আপুনি বাতৰি পৰিৱেশন কৰিলে গৰম নামে, আপোনালোকে চৰকাৰক হেঁচা দিয়ক , পাহাৰ কাটি শেষ কৰিলে, ৰাস্তা বনোৱাৰ নামত গছ কাটে ,ঘৰ বনোৱাৰ নামত গছ কাটে,নৈ বিল সকলো নাইকিয়া হৈ আহিছে
আমি সৰ্বসাধাৰণৰ ৰাইজে বিলাসী জীৱন নিৰ্বাহ কৰিবলৈ নকৰীৱলগীয় কাম সমূহেই কৰি আছো।
গছগছনী ৰোৱাৰ প্ৰতি, আপদাল, প্ৰতিপালনৰ বাবে মানুহে চিন্তা কৰিব লাগিব অতি জৰুৰী ভাবে। নহ'লে বতৰৰ ভাৰসাম্য সম্পূৰ্ণ হেৰাই যাব। বিজ্ঞানীসকলে এইবিলাক কথা এনেয়ে কোৱা নাই।
আমি হিন্দু মুছলিম কৰি থাকিম । বাদ দিয়া হে
অমৃত বৃক্ষ ৰোপন ,
গাঁওৰ মানুহ চহৰৰ সপোনদেখে।দেখি দেখিচহৰৰপৰিসীমাবঢ়াই দিলে ।চহৰৰ পৰিসীমা বাঢ়োতে বাঢ়োতে কেতিয়াযে পাৰা পাৰ হৈ গল তাকভাবিবই নোৱাৰিলে। এতিয়াহে ছাগেগাওলৈ ঢাপলি মেলিব!!!
Guwahati smart city ক গাঁও সমূহক convert কৰক তেতিয়া city থাকিব কিন্তু মানুহ আৰু পশু পক্ষী পোৱা নাযাব।
কৰ্মৰ দোষত ভুগিব লাগিবই ।
প্ৰথমে তহঁতৰ নিউজ পৰ্টেল চেনেল বোৰৰ নাৰদ ৰূপি বোৰ শেষ হলে বেছি ভাল হব,, নহলে তহঁতে একেটা কথাকে পাগুলীয়াই পাগুলীয়াই কাজিয়া লগাই থাক,,,
মালথাচিয়ান থিয়ৰী অব পপুলেচন টো মনত আছেনে নাই জানো! 😂😂😂
Imagination theory holo kisiman dikhot mani lobo lagibo j teu misa nasil.
চিঞৰি থাকিলেই নহব সকলৱে গছ গছনি কটা বন্ধ কৰিব লাগিব
অৰ্থনৈতিক লাভালাভৰ কথা নাভাবি যিমান পাৰে গছ ৰোপন কৰক।
গৰমৰ তাপ নিয়ন্ত্ৰণ একমাত্ৰ উপায় বৃক্ষ ৰোপন ,গছ থাকিলেহে মানুহ থাকিব চিৰ সত্য।
ইয়াৰ মুল কাৰণ গছগছনী কতা ৰজাই এই গৰমৰ বাবে দুষি
একো নহয়, আমাৰ ইয়াত আম্বানি, আদানি, মোদী আছে নহয় আমি বাছি যাম, পাহাৰ বিলাক কাটি দিয়ক, ডাঙৰ ডাঙৰ বিল্ডিং বনাওক, নদী ভেটি dam বনাওক, তেতিয়া ঠাণ্ডা পৰিব নহলে অসমৰ মাটি বিলাক ৰিনিকি মামিক দিওক, কিবা এটা হব পাৰে 😂
500% সঁচা।
হিমন্তই গছ কাতি ফ্লাই অভাৰ বনোৱা বাবেই হৈছে । আৰু গাওঁত গছকতা মেচিন আৰু মিল বন্ধ কৰক
গছ পুলি ৰোপণৰ নামত সম পৰিমাণৰ বা ততোধিক ডাঙৰ ডাঙৰ গছ কাটি গছৰ ডাল ৰুই বিশ্ব অভিলেখ কৰা আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমাৰ অভিভাৱক😁😁😁
গছ ৰোব লাগে,গছ ৰোৱা নামত টকা খৰছ কৰিব নালাগে,গছ কাঢ়িবলৈ বন্ধ কৰিলেই কেইবছৰমান ভিতৰত ভাললৈ আহিব।
প্ৰকৃতিৰ নিয়ম মতে আমি চলিব লাগিব
মানুহৰ নিয়ম মতে প্ৰকৃতি নচলে।
Marai val
প্ৰতি দিনে কিমান লিটাৰ ডিজেল প্ৰেট্ৰল পোৰা হৈছে খবৰ আছেনে ।
যিবিলাকে গোলকীয় উষ্ণতা কথা কয় প্ৰদূষণৰ কথা কয় সেই বিলাকে বেছি প্ৰদুষণ কৰে l
Really bohut gorom ahise pithivit....... Sorkare strong act akhon anib lage
Practical কথা নকৈ মানুহক ভীতি গ্ৰস্থ কৰাটোৱেই এই চেনেলটোৰ উদ্দেশ্য হৈ পৰিছে।
ডীম বইল কৰি খাবলৈ মজা হব
🤑🤑🤑
মানুহৰ বাহিৰে পৃথিৱীৰ সকলো জীৱ প্ৰকৃতিৰ হৈ জীয়াই থাকে। Get ready to pay the mother nature..
গছ পুলি লগা লাগিব
Ji hoise bhale hoise...sob joli Sai hoi juwa tuye bhal
আমি হাদাবাতট আছো ৰাটি কাপো থাকো আৰু আজি ৰাতি বৰযন বহুত হছে
কোনো উপায় দেখা নাপাব উপায় জানে একমাত্ৰ নেদেখা জনে কাৰণ মনুষ্য বহুত তললৈ বেয়ৰ ফালে গৈছে এয়া কলি যুগৰ আৰম্ভণি
ভালেই হ'ব দিয়ক ।
বৃক্ষ ৰোপন কৰক আৰু জনসংখ্যা নিয়ন্ত্ৰণ কৰক। এনেই চিঞৰি থাকি লাভ নাই, নিজে কেই জোপা গছ ৰোপণ কৰিছে জনাব।।
মিঞাক জনখসা বৃদ্ধি কৰিব দিয়ক
কি হব হব য়ে লাগে মানুহৰ বহুত অহংকাৰ বেছি
Gaont current nathke AC nai ..Sohort AC ase current thke ..gaont goromt joli jabo .ahi sabo pre aamr gaoloi adin thkile gom pabo gaont thkibo ne sohort
Very good.... 💪💪 Goram zindabad 🙏🙏
Ami.kintu.gangolod.asso.aru.tfhakim
Proti hoptat ata din like Sunday gari sola bondho koribo Lage. Emergency vehicles or bahire hokolu gari ata din soluwa bondho koribo Lage.
Rapid afforestations essential to reduce heatwaves. Plantation in huge quantities ought to be made. Our earth is green and us make it ever green .
তোমাক আজি-কালি বুঢ়ী-বুঢ়ী দেখাই অ'আইটী তুমি বাতৰি পঢ়িবলৈ বাদ দিয়া😅😅😅😅😊😊😊
Retirement lobo hl o aijoni... Sokuk dukh diye sale😂
এক দশমিক ডেৰ ?
ডেৰ বা এক দশমিক পাঁচ নহব নে ?
গছ কটিহে আছে
গছ পুলি ৰুৱাৰ বাহিৰে অন্য উপায় নাই ।
গাঁওত গৰম নাই বাদেও বহুত ভাল
Lengta hoi naas
Industry or poribahan yearly one month close rule necessary
Apuni aji loike kiman gos rule
Bangalore goi sa gutei bosor normal temperature
Ac room t thaki soori ase
Tree plantation, remove AC, lessening mobility from place to place by vehicle ancient style of leaving ,
আমি সকলোৱে কাম বাদ দি গছ ৰোব লাগিব
Himanta mama is sleeping under the AC 😴
Saplings Plantation must be everyone
Aji kuwali porise ratipuwa
Safe 🌳🌳🌳🌳🌳🌴🌴🌴🌴Safe Life❤❤❤❤
বৰ্তমান গাৱতো একেই
News room buror pora acbur atorabo lage😂
Manuhe prati muhuttate bipodor kotha bhabibo lagibo aru byabastha lobo lagibo
Desh ki tarakki karo,, bina nature ko harm kiye,,nei to ye gola khatam
AC room t bohi coot pindhi goromor honglap,ai Assam mulukot😅
Aya Uparwalar kaher,Manuh namor prani to Atyasar badhi goise.....
Gash rupan karib diyak pratik baktiya 10 Jupa gash (tree) lagab diyak nohale upai ni
Gaon t Thanda neki .
Judha r karoneu effect porise climate t.
Eku nohoi adha manuh moribo aru adha kosto bhugibo, ami developed hoisu nohoi prokriti dhongkho kori. Amar tension nai kosto kori thakim. Khetiok manuh tu. Ac t thoka kaita age futibo.Happy summer time enjoy.
Tohote acr tolot bohi blazer pindhi goromor kotha kobo nalage..
Heat dome created due to GHG emission....
মনুহ জীয়াই থাকি কৰিব কি
Right
Apuni kuwat koi tini goon bisi gorom hobo,aru vl hobo
Good news 👍
Moja😂
Hey, Prabhu........ki. hobo, Prithibit pap. barhise, manuhe. Esorok pahori nijoke bhogowan bhabe gotike. Aie bur hoboi.
Sohoror manuh gawaloi ahiboloi nidibo 😂😂😂😂
Rain is coming soon dont worry🇮🇳👍
🌲Kati ses karise atia moja paise.
Kiyamotor aagjanoni
Rasta bur boholai lav nai gos bur Kati ..Aibar rastar Bohol huar namot kiman j gos katise hisab nai