Bijni MLA CUP T20 Cricket Tournament 2025
ฝัง
- เผยแพร่เมื่อ 6 ก.พ. 2025
- আৰম্ভ হ'ল বহু প্ৰত্যাষিত বিজনী বিধায়ক কাপ T20 ক্ৰিকেট টুৰ্ণামেণ্ট।আজি সন্ধিয়া আনোৱাৰ একাদশ বনাম ৰাইনো'লেণ্ড গুৱাহাটীৰ মাজত অনুষ্ঠিত হয় উদ্বোধনী খেল।
চিৰাং জিলাৰ বিজনীত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ সংখ্যক বিজনী বিধায়ক কাপ টি-২০ ন'ক আউট নৈশ টুৰ্ণামেণ্ট।বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা উক্ত ক্ৰীকেট টুৰ্ণামেণ্ট খন বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।মিনি IPL খ্যাত তথা অতি আৰম্বৰপূৰ্ণ খেল খনিৰ আজিৰ উদ্বোধনী খেলত আনোৱাৰ একাদশ বনাম ৰাইনো'লেণ্ড গুৱাহাটীৰ মাজত অনুষ্ঠিত হয়। ৰাজ্যৰ আৰু ৰাজ্যৰ বাহিৰৰ মুঠ আঠটাকৈ দলে অংশগ্ৰহণ কৰিব লগীয়া প্ৰতিযোগিতা খনিত বিজয়ী দলক ট্ৰফীসহ নগদ ধন ১ লাখ ২১ হেজাৰ টকা আৰু বিজিত দলক ট্ৰফীসহ ৮১ হেজাৰ টকা প্ৰদান কৰিব।
#sports #cricketfans #bijni #cricketfans #sportnews #BodoNews #risingbodoland
Follow on Facebook : / bodolandrising
Subscribe: www.youtube.co... बड'लेण्ड @rising bodoland?sub_confirmation=1