ইচ্ ৰাম | বেয়া মাতটো ওলাই গ'ল | Prastuti Parashar | Abahan Theatre | Mulagabharu | Excuse Me

แชร์
ฝัง
  • เผยแพร่เมื่อ 21 ก.พ. 2020
  • Published on : 23 February, 2020
    ----------------------------------------------------------
    About the Video : টিম মূলাগাভৰু আৰু Excuse Me। প্ৰস্তুতি পৰাশৰ, যোগেশ কাশ্যপ, অৰুণ বৰুা আদি আৱাহনৰ অভিনেতা-অভিনেত্ৰী তথা কলা-কুশলীসকলৰ সৈতে Excuse Me ৰ কথা-বতৰা।
    ----------------------------------------------------------
    About the Show
    * Anchor : PAPU KALITA
    * Concept & Direction : PAPU KALITA
    * Covered Location : All over India & Some Other Country
    * Maximum Covered Location : Guwahati, Assam
    * Based on : Riddles & Phrase & Idioms
    * Special Entertaining : Tongue Twister
    * Language of Show : Assamese
    * Covered People : Common People, Pedestrian & Celebrities.
    * Started on :
    * On Air Published on : Assam Talks
    * Published on Digital Platform : TH-cam
    * Published on Social Media : Facebook
    ----------------------------------------------------------
    About the Channel :
    "EXCUSE ME" breaks the monotony of daily life by asking some forgotten ‘paradox’ of our olden days. It makes people laugh and presented instant rewards for the winners. Through quizzing style, it occupies peoples’ heart as it makes people cry & laugh. It becomes a blue eyed show for every Assamese and north-eastern people. It breaks the bounds and telecast our excuse me from international and national precincts such a Dubai, Bangalore, Delhi, Nagaland etc. The Excuse Me imparts cultural hybridity and fragrance of soil to each and every household of north eastern states.
    ----------------------------------------------------------
    Links:
    Follow us on : / excuseme.assamtalks
    Subscribe on : / @excusemeofficial7091
    ----------------------------------------------------------
    Most viewed (Top 10)
    1. • EXCUSE ME | PAPU KALIT...
    2. • Excuse Me | Papu Kalit...
    3. • Excuse Me | Papu Kalit...
    4. • বৰষাৰাণী বিষয়াই ডিঙিৰ ...
    5. • Excuse Me | Papu Kalit...
    6. • #EXCUSE_ME_BIHU_HUSORI...
    7. • EXCUSE ME | PAPU KALIT...
    8. • #EXCUSE_ME_BIHU_SPECIA...
    9. • Excuse Me | Papu Kalit...
    10. • EXCUSE ME || PAPU KALI...
    ----------------------------------------------------------
    About the Show in Assamese
    আঁতধৰোতা - পাপু কলিতা
    পৰিকল্পনা আৰু পৰিচালনা - পাপু কলিতা
    পৰিসৰ - সমগ্ৰ ভাৰতবৰ্ষ আৰু অন্যান্য ৰাষ্ট্ৰ
    সৰ্বাধিক শ্বুটিং স্থল - গুৱাহাটী, অসম
    অনুষ্ঠানটিৰ মূল - অসমীয়া ভাষাৰ সাঁথৰ, ফকৰা যোজনা
    বিশেষ মনোৰঞ্জন - জিভা কেকুঁৰি
    অনুষ্ঠানটিৰ মৌলিক ভাষা - অসমীয়া
    সাঙুৰি লোৱা জনগণ - সাধাৰণ জনগণ, পদযাত্ৰী আৰু জনপ্ৰিয় তাৰকা
    অনুষ্ঠানটিৰ আৰম্ভণিৰ তাৰিখ -
    সম্প্ৰচাৰিত বৈদ্যুতিন মাধ্যম - আছাম টকচ্
    ডিজিটেল মিডিয়া - ইউটিউব
    ছ'ছিয়েল মিডিয়া - ফেচবুক
    ----------------------------------------------------------
    About the Channel in Assamese :
    Excuse Me য়ে আমাৰ দৈনন্দিন জীৱনৰ জঠঁৰতা ভাঙিবলৈ পদপথলৈ ওলাই গৈ সোধে অসমীয়া ভাষাৰ সম্পদস্বৰূপ সাঁথৰ আৰু ফকৰা-যোজনা। ইয়াৰ জৰিয়তে লগ পোৱা প্ৰতিগৰাকী জনগণৰ মাজত হাঁহি বিলায় আৰু শুদ্ধ উত্তৰ দিব পৰাজনক প্ৰদান কৰে উপহাৰ। Excuse Me হৈ পৰিছে প্ৰতিগৰাকী লোকৰ জীৱনৰ বিশেষ মূহুৰ্ত্তৰ লগৰীয়া। য'ত জীৱনটোক সুকীয়া দৃষ্টিৰে চাব পাৰি। প্ৰতিগৰাকী অসমীয়া আৰু উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বাবে এই অনুষ্ঠান হৈ পৰিছে নয়নৰ মণি। সীমাৰ পৰিধি ভাঙি এই অনুষ্ঠান ডুবাই, বাঙ্গালুৰুকে ধৰি আন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্থানলৈও গতি কৰিছে। Excuse Me য়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত এক সাংস্কৃতিক বাতাবৰণ তথা প্ৰকৃত মাটিৰ সুবাস বিয়পাই আহিছে।
    #Excuse_Me
    #Prastuti_Parashar
    #Abahan_Theatre
  • บันเทิง

ความคิดเห็น • 120