স্বাস্থ্য পৰামৰ্শদাতা ভবিষ্যতৰ আটাইতকৈ উজ্জ্বল কেৰিয়াৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.พ. 2025
  • ২০৫০ চনত আয়ুৰ্বেদিক সামগ্ৰীৰ বিশ্ব বজাৰখন প্ৰায় ৪১৭,০০,০০ কোটি হব বুলি অৰ্থনীতিবিদ সকলে অনুমান কৰিছে। ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ৰোগ যেনে কেন্সাৰ, হৃদযন্ত্ৰৰ ৰোগ, হাওঁফাওঁৰ সমস্যা, যকৃতৰ সমস্যা, নাৰ্ভৰ সমস্যাৰ, নিদ্ৰাহীনতা, ডায়েবেটিছ আদিৰ পৰা বাচিবলৈ সুখাদ্যৰ ব্যৱহাৰৰ লগতে স্বাস্থ্যসন্মত জীৱনশৈলী হৈছে একমাত্ৰ সমাধান। এইকথা ৫০০০ ত কৈয়ো অধিক বছৰ আগতে ভাৰতীয় আয়ুৰ্বেদত উল্লেখ আছে।
    বৰ্তমান সময়ত আয়ুৰ্বেদিৰ সঠিক পৰামৰ্শ দাতাৰ অভাৱৰ বাবে মানুহে ইয়াৰ ফলাফল লাভ কৰাত অসমৰ্থ হৈছে। ৮০% অধিক মানুহক সুস্বাস্থ্যৰ বাবে সঠিক পৰামৰ্শৰ প্ৰয়োজন।
    যুবক যুবতী সকলে নিজকে স্বাস্থ্য পৰামৰ্শদাতা হিচাপে প্ৰশিক্ষণ লৈ আটাইতকৈ উজ্জ্বল ভৱিষ্যত গঢ় দিব পাৰে।

ความคิดเห็น • 4

  • @anamalsingha9539
    @anamalsingha9539 8 หลายเดือนก่อน

    ভাল লাগিল, আপোনাৰ যোগাযোগ নম্বৰ টো দি দিব।

  • @baruah.tikendra
    @baruah.tikendra 9 หลายเดือนก่อน

    Dr.Nature's welness programe ৰ অংশীদাৰ হবলৈ নিম্নতম কিমান মুল্যৰ ঔষধীয় দ্ৰব্য কিনিব লাগিব বা পঞ্জীয়ন খৰচ হব ?

  • @ranjitkalita6255
    @ranjitkalita6255 7 หลายเดือนก่อน

    Sir moi join HBO bisaru

  • @bbscorner5278
    @bbscorner5278 9 หลายเดือนก่อน

    কোনো registration খৰচ নাই। আপুনি যিকোনো product কিনি ইয়াত join কৰিব পাৰিব