পকা চুলি গুৰিৰ পৰা কলা কৰা ঘৰুৱা উপায়|Natural hair dye|চুলিৰ যত্ন|SulirJotno|ছালৰ যত্ন|Hair colour
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- Gitanjali's Creation লৈ সকলোকে স্বাগতম জনালোঁ। 🙏💕
কোনো Indica,মেহেণ্ডি নোহোৱা কৈ কি দৰে ঘৰতে পকা চুলি কলা কৰিব পাৰি ঘৰত থকা মাত্ৰ 2 টা বস্তু ৰ পৰা সেই বিষয়ে দেখুৱালো। ভিডিও টো চাই যদি ভাল পাই Subscribe কৰি দিব বুলি আশা থাকিল।
ধন্যবাদ। 😊
#haircare
#hairgrowth
#haircolor
#homeremedy
#mrinalibarman
#@gitanjaliscreation
#assamese
#অসমীয়া
#পকাচুলিকলাকৰাউপায়
#পকাচুলিকেনেকৈকলাহব
#চুলিসৰাবন্ধহব
#pokasilikenekoikolahob
খুউব সুন্দৰ
অসমীয়াত কথা কলে সকলো কথা অসমীয়াতে কব লাগে ।
Val lagil video2, use kori sam
Very good👍
Very very good
Vary good
এইটো একেবাৰেই মিছা কথা, মই কৰি চাইছো।
কিমান দিনলৈ ৰং টো থাকিব। বনুৱাৰ পদ্ধতি টো ভাল লাগিল ।
❤❤❤অকে
হালধিয়ে কিন্তু চুলি পকাত সহায়হে কৰে। মই পাই থৈছোঁ।
Verygoo
Anekoi logale kiman din solibo?
ভিডিওটি চাই ভাল লাগিল কিন্তু পকা চালিত লগাই দেখুৱাব লাগিছিল তেতিয়া আৰু বেচি ভাল লাগিল হয়
যিকোনো তেল লগোৱা চুলিত কেতিয়াও ৰং নকৰে বা নালাগে, এওঁ আকৌ নাৰিকল তেলেৰেই চুলি ক'লা কৰা ৰং বনালে দেখোন 😮
লগাই চাইছো একেবাৰে মিছা।
আপোনাৰ ভিডিঅ টো মিছা আৰু ফাল্টু বুলি জানিলে নাচালো হয়ে , নাজানিলে যা তা নিদিব ।
Hosake suli poka Val nkore neki halodiye
Xundor sharing val lagil
চুলি পকা হে ঔষধ দিলে দেখোন ৷🎉
আজি প্রথম চাইছো আপোনা ভিদেও ভাল লাগিল
কাম নাই যদি নাকত তেল দি শুই থাকক আল্টো ফাল্টো video নিদিব
Misa tipsbur kiyo diyen haldhi and ges khoros hol
Nice
Vdo 2 sai vl lgil
Thank you 💞
একেবাৰে মিছা
Thanks
kiman bar lagale paka suli kala habo janaboson
Aitu hair dye r dore kam koribo.
মই কৰিছিলো কলা নপৰিল তেওঁক
কলা।হয়।suia 5:08
কিমান দিনৰ পিছত ক'লা হ'ব বগা চুলি আৰু কিমা দিন লগাব লাগিব জনাব চুন ।
এইটো hair dye ৰ দৰে কাম কৰিব।
কলা চুলিত লগাই দেখাইছে, পকা চুলিত লগাই নেদেখাই কিয়। চব মিছা
Thank you 🖤💗
সকলো মিছা
চুলি কলা হবনে?
এনেএ টাইম পাচ কৰি থাকে ।চব মিচা ।কৰি চাইছো
স
ঐ তাঁত এখন লগাই ল
আপুনি চুলি পকাহে ঔষধ দিলে
Kam nohoi moi use koriso.
Result ki hbo
-পুৰুষ মহিলা উভয়ে ব্যৱহাৰ কৰিব পাৰিব নে ?
পাৰিব।
Hosa ke hoi jnu ..
এই ভিডিওটো সচানে
মিছা কথা পকা চুলি ক'লা কৰা উপায় কোনেও দিব নোৱাৰে। এনেৰেই সময় নস্ত হ'ল
Hatere loabo parimne tel xona nisinakoi?
চুলি ক'লা হব ন??
একদম নালাগে এই জনীয়ে মিছাকে কৈছে । কোনেও নলগাব সময় খিনি এনেয়েই যাব ৷
চুলি কলা হবনে সচানে
প্ৰমাণ নাপালোঁ দে বাইদেউ👎👎
Kio apni misa vidio bonai
Aponi masa koisa
মিছা কথা একো কলা নহয়
মিচাকে একদম মিচা ক’লা ৰঙেই নধৰে লগাই চাইছিলো ৷
আপুনি kori saisil nk
বাইদেও দাৰি পকা কমিবনে মোৰ বয়ষ ৩৫। কৱ ছোন।
Mur haldhikhini ane nastor hol logate time nasta hal aaji 1st sai karisilu .😂😂
মিছাকথা। মই try কৰি ঢাইঢিলো।সময় হে নষ্ট হল! ফল নাপালো।
Kam nai Tini bar kari chalo
লণালো কিন্তু লাভ নহ'ল। একে বাৰে মিছা কথা ্
কনা হাহ৺ক পতান দিছে
Bjar haldhi.hobne ba jnanb
ময় কৰি ঢালো একো লাভ নাই চুলিত নালাগে ই,ঢব মিছা
Hacakoi kalahabane
Haldhi lagile son soli pke
Bhut korilu Val nohoi
Lol 🤣 Telor lgt holodhi mix korile suli kola hoi nki kela🤣 falto video dio
মিচা video বনাব নালাগে
Phaltu video di time pas nokaribor
পকা চুলি আগৰ দৰে কলা হৈ পৰিব নে
Hair dye ৰ দৰে কাম কৰিব।
Apuni kio misa vedio dia.
Faltu
Phaltu video
Maibaru parikha Kari sam kathatu hasa nea mesha
Vary good