Assamese Vauna//Hita Hoyombor Bhargob porajoi//শিশু ভাওঁনা//"সীতাৰ সয়ম্বৰ ভাৰ্গৱ পৰাজয়॥

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 ก.พ. 2025
  • ॥ ওঁ নমো ভগৱতে বাসুদেৱায়॥
    শ্ৰী শ্ৰী কৃষ্ণায় নমো নমঃ
    মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ তম্ জন্মজয়ন্তী উদ্ যাপন
    স্থান: পুৰণি কৈৱৰ্ত গাঁও ৰাজহুৱা নামঘৰ।
    ভাওনা মঞ্চ উদ্বোধন।
    শ্ৰীযুত তৰংগ গগৈ, বিধায়ক, নাহৰকটীয়াৰ বিধান সভা সমষ্টি।
    কণ -কণ শিশু সকলৰ দ্বাৰা।
    #সীতাৰ সয়ম্বৰ ভাৰ্গৱ পৰাজয়
    #assames vauna
    #sanjib babu official
    আপোনালোকৰ যিকোনো সাংস্কৃতিক অনুষ্ঠান প্ৰচাৰৰ বাবে যোগাযোগ কৰক:৮০১১০৬৫৭০৭
    নাট পৰিচালক: শ্ৰীযুত হেমন্ত গগৈ, দেওৰজা, শিৱসাগৰ আমশুৰি।
    সহযোগী:
    শ্ৰীযুত হৰেণ দাস ও সংগীবৃন্দ।

ความคิดเห็น •