Toie bukur apun | Lakhi Chandra | Deepjyoti | Kailyani | ApuRaj | Deepshikha Bora | Rex Boro

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • :🎼Song : Toie Bukur Apun
    🎙Vocal : Lakhi Chandra
    🎙Femal Vocal : Deepshikha Bora
    🎶Composition : Lakhi Chandra
    🎶 Lyrics : Lakhi Chandra, Rakesh Gogoi
    🎶Music/Mix/Mastered : Rex Boro
    BG Score : Rex Boro
    🎶 Flute : Anjan Medhi
    Contact for Live shows- 8472096623
    6001948577
    For Instagram Reels : / audio. .
    ● Music Distribution Partner : Stereo Music
    ● Stream the song on- 👇
    ●Jio Saavn
    www.jiosaavn.c....
    ●Spotify
    open.spotify.c....
    ●Amazon Music
    coming soon
    ● Apple Music
    itunes.apple.co....
    ● iTunes
    itunes.apple.co....
    Video Credits :
    Direction,Story,Cinematography & Editing : Apuraj Gogoi
    Starring : Deepjyoti Mahanta & Kailyani Bharali
    Supporting casr : Lakhi Chandra, Koustav
    Ad : Lashit, Madhujya,Thomas
    Photography : Koustav Phukan
    Make-Up : Jaan Saikia
    Coustume Designer : Diplu Hazarika, Pallavi Talukdar
    Poster Design : Rituparna Bora
    Special Thanks : Rishi Boruah, Kostwav Moni Phukan, Simanta Chetia, Kanu Boruah, Alin Mahanta, Hemangi Bora, Deep, Rahul, Purba, Vadra, Dhiraj, nitul Dadhara. Anuran,
    ❤️ তইয়ে বুকুৰ আপোন ❤️
    শয়নে সপোনে জনমে জনমে ৰাখিমে
    তোকে হিয়াৰে মাজতে
    জীৱনে মৰণে সচিতে সপোনে থাকিমে
    তোৰে হিয়াৰে উমতে
    অ ' মৰম দুটি মন দুয়োৰে
    অ' মৰম এটি হৈ ৰ'বনে
    অ ' মৰম তইয়ে মই আমি হ'ম মৰম
    জনম জনমলে
    তইয়ে বুকুৰ আপোন জাননে
    তইয়ে মনৰ সপোন বুজনে....
    প্ৰতি পুৱা আবেলি দুপৰীয়া গধূলি
    ভাবো তোকে জাননে অ' মৰমী
    তইয়ে মোৰেই সপোনত
    তইয়ে মোৰে দিঠকত
    থাক জান ওমলি অ' মৰমী
    অ ' মৰম দুটি মন দুয়োৰে
    অ' মৰম এটি হৈ ৰ'বনে
    অ ' মৰম তইয়ে মই আমি হ'ম মৰম
    জনম জনমলে
    তইয়ে বুকুৰ আপোন জাননে
    তইয়ে মনৰ সপোন বুজনে....
    বুকুৱে বুকুতে মৰমক মৰমে
    ল'বিনে সাৱতি দুবাহুৰে মাজতে
    হিয়াৰে কোণতে মৰমৰ উমেৰে
    ওমলি জামলি থাকিবিনে কাষতে
    অ' মৰম ৰাখিমে সুখতে
    অ' মৰম দুখৰে দিনতে
    ল'বি জিৰণি বুকুতে
    অ' মৰম থাকি মোৰ কাষতে
    তইয়ে বুকুৰ আপোন জাননে
    তইয়ে মনৰ সপোন বুজনে....
    #ToieBukurApun
    #Lakhi_Chandra
    #Deepshikha
    #ApuRaj_Deepjyoti_Kalyani
    #RexBoro

ความคิดเห็น • 2.1K

  • @lakhichandraofficial
    @lakhichandraofficial  2 ปีที่แล้ว +1192

    বহু আপেক্ষাৰ অন্তত মোৰ এটি মৰমৰ গীত "তইয়ে বুকুৰ আপোন" ৰ ভিডিঅ' টি আপোনালোকলৈ আগবঢ়ালো মৰম দিব বুলি আশা কৰিলো আৰু ভিডিঅ' টি যিমান পাৰে share কৰিব আৰু ভিডিঅ' টি কেনেকুৱা হৈছে comment কৰি জনাব .. 💖

    • @udiptapranmusical
      @udiptapranmusical 2 ปีที่แล้ว +28

      Dada💕

    • @anupcreation5613
      @anupcreation5613 2 ปีที่แล้ว +14

      Hosai bhut Dhuniya lagise video tu..😭😭

    • @artbrsdrawing6679
      @artbrsdrawing6679 2 ปีที่แล้ว +8

      bohut bohut val lagil gaan tu moi video ti nidiya aagot hodai huni aasilu aaji video ti pai aru val lagil

    • @Ratulsonowal367
      @Ratulsonowal367 2 ปีที่แล้ว +7

      Bohut bohut Val lgsy💓💓💓

    • @bitupongogoiflute6206
      @bitupongogoiflute6206 2 ปีที่แล้ว +6

      Bohhut dhunia hoise lokhi.... Bohut dur aguai jua... All the best💜💜💜👍👍👍

  • @gogoiversion111
    @gogoiversion111 2 ปีที่แล้ว +1309

    লৰা লগত থাকিলে ছোৱালী নাথাকে আৰু যদি দুয়ো থাকিব খোজে ঘৰৰ মানুহে নিদিয়ে আৰু ঘৰৰ মানুহে দিলে কেতিয়াবা ভগৱানে নিদিয়ে...... প্ৰেম মানে কি আজিও নুবোজিলোঁ বাকী সুন্দৰ 💞✌️🥲

    • @dipalidas2844
      @dipalidas2844 2 ปีที่แล้ว +14

      Right

    • @RahulSk-dn8fd
      @RahulSk-dn8fd 2 ปีที่แล้ว +13

      Shabbaish beta 🙋‍♂️

    • @tongkeswarboro9439
      @tongkeswarboro9439 2 ปีที่แล้ว +13

      তুমি হচা ক ই চা

    • @nkgaming1661
      @nkgaming1661 2 ปีที่แล้ว +4

      Aaaaieeet pagol ..bor ustadi mari dialogue marise sa ...ustadi namaribi ...tikakaran kori dim ako

    • @kajaldey7119
      @kajaldey7119 2 ปีที่แล้ว +7

      Xosa

  • @nayankakati4143
    @nayankakati4143 2 ปีที่แล้ว +121

    কৰ্ম শুত্ৰে মই দেশৰ বাহিৰ ত থাকো ,এই বিলাক গান শুনিলে গাওঁ খন অসমখন লৈ গুচি যাব মন যাই, সচাকে দেশৰ বাহিৰত টকা আছে মনৰ শান্তি ওলপ ও নাই,সকলো বিজি মানুহ মোৰ সোণৰ অসম খন বহু গুনে ভাল

  • @sahidulhaque3742
    @sahidulhaque3742 ปีที่แล้ว +12

    Uffff literally goosebumps🥺❤️ Song tu agote xunisilo video tu nulaute bht vl lgsil kintu Deepjyoti daar acting e song tu ako bht bsi dhunia korise❤️ excellent❤️❤️

  • @asbcreation7716
    @asbcreation7716 2 ปีที่แล้ว +125

    মনৰ পৰা বিচৰা জনক কাষত পোৱা হলে জীৱনটো বহুত সুখী হল'হেতেন, মনে বিচৰা জনক পাবলে ভাগ্য লাগিব, যিটো সকলোৰে কপালত নাথাকে 😭

  • @lizaranigogoi2400
    @lizaranigogoi2400 2 ปีที่แล้ว +213

    তোমাৰ মাতষাৰে বুকুত শেল মৰাদি মাৰে😇 বাস্তৱৰ লগত সংগতি থকা কাহিনী....সকলোবোৰ বহুত বেছিয়ে ধুনীয়া লাগিল💗💗💗💗💗💗💗

    • @lakhichandraofficial
      @lakhichandraofficial  2 ปีที่แล้ว +12

      Thnk u so much ❤️❤️

    • @ttty9643
      @ttty9643 2 ปีที่แล้ว

      Gggggggggggkgkgkgkkgkkggggggkggggggggggggggkgggggggggggggggggggggggggggggkggggggggggggggggggggkgggggggkgggkggggggggggggkgggggkgggggggggggggggggggggggggggggggggggggggkgggggggggkggggggkggkgggkgggkggkggkggggkggggggggggggkgggggggggkgggggkgggggggggggkggkkggggkggkgggggggggkkggggggggggggkgggggkgggggggggggggggggkgggggggkg
      MBC k. GK.

    • @munu10211
      @munu10211 ปีที่แล้ว

      Ummm xosa kea dai real life r logot

    • @alladdinali2164
      @alladdinali2164 ปีที่แล้ว

      Hii

    • @alladdinali2164
      @alladdinali2164 ปีที่แล้ว

      Kikoryasa

  • @Dhoudigitalmedia22
    @Dhoudigitalmedia22 2 ปีที่แล้ว +176

    বহুত মৰমেৰে কৰা এটি গান বহু আশাৰে আপোনালোকলৈ বুলি আগবঢাই দিছো। আশা কৰিছো আমাৰ মৰমক মৰমেৰে আদৰি ল’ব❤️

    • @anupcreation5613
      @anupcreation5613 2 ปีที่แล้ว +7

      Hosai bhut mojaaa lagilse 😭

    • @janmoni-sani4879
      @janmoni-sani4879 2 ปีที่แล้ว +8

      Kandi dilu o dada tumar lgt aru ki km bhut dhuniya hoise 😢

    • @lakhichandraofficial
      @lakhichandraofficial  2 ปีที่แล้ว +16

      সকলোৱে শুনিব আৰু ভালপোৱা সকলে share কৰি দিব..... Love you all...

    • @geetashreebora1922
      @geetashreebora1922 2 ปีที่แล้ว +4

      Bohut dhunia hoise dada ❤️

    • @ahirbhoirab1509
      @ahirbhoirab1509 2 ปีที่แล้ว +3

      বহুত ধুনীয়া হৈছে দাদা,অপুহঁতৰ ঘৰত লগ পাই ছিলো

  • @jhondas4864
    @jhondas4864 2 ปีที่แล้ว +4

    Uffff. Skour pani ulai gol. Love❤️❤️❤️

  • @MAHAKALVAKT_
    @MAHAKALVAKT_ 2 ปีที่แล้ว +10

    Heart touching song...❤️❤️❤️
    সচাঁকৈ ক্ষন্তেকীয়া জীৱনৰ কোনো ভৰষা নাই...😢❤️❤️

  • @jibeswarrabha2888
    @jibeswarrabha2888 2 ปีที่แล้ว +6

    ধুনীয়া গানটো শুনাই নাছিলোঁ মই। বহুত ভাল লাগিল গানটো শুনি। এইটো গান আৰু সপোনৰ ৰাণী গানটো আকে।। 💕💕👌

  • @ashasmitasarmah
    @ashasmitasarmah 2 ปีที่แล้ว +37

    ইমান দুখ লগা কান্দি গ'লো 🙂 তোমাৰ মাতটো সচাঁই বহুত বেছিয়ে ধুনীয়া ☺💝

  • @BitupanBoruah-u9i
    @BitupanBoruah-u9i ปีที่แล้ว +25

    লক্ষী দা আপোনাৰ গান বোৰ শুনিলে মনটো বহুত শান্তি লাগে❤

  • @Plj_vlogs
    @Plj_vlogs 2 ปีที่แล้ว +4

    😘😘😘😘😘.......ontor sui goll...
    uffff ki voic....

  • @ABCDEFGHIJK-j1s
    @ABCDEFGHIJK-j1s 2 ปีที่แล้ว +16

    Uff literally !! হৃদয় চুই গৈছে 🥺❤️ !!
    তেজপুৰৰ পৰা বহুত,বহুত মৰম যাচিলো সকলোকে 🙏🏼😘❤️ !!

  • @abloverjinti354
    @abloverjinti354 2 ปีที่แล้ว +2

    Apu daa tumi 🔥.. ki kom aru and Depjyoti k aru tu kobo a nalage 🤗😘😍..... Dhuniya . Gotei team mojahh 👍👍

  • @realindianfacts7076
    @realindianfacts7076 2 ปีที่แล้ว +26

    লক্ষ্মীচন্দ্ৰ বৰ ধুনীয়া লাগিল গানটো।
    তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @parishmitacheleng2249
    @parishmitacheleng2249 2 ปีที่แล้ว +136

    তোমাৰ গীতবোৰ মোৰ বৰ প্ৰিয় ❤️❤️আৰু ভিদিও টো খুব সুন্দৰ হৈছে💟💟আন্তৰিক শুভ কামনা জনালোঁ দাদা তোমাৰ লগতে তোমাৰ টিম তুলৈ👍👍

    • @Rajkonwar-k7n
      @Rajkonwar-k7n 10 หลายเดือนก่อน

      Oi asa ne aajiu 😊😊😊

  • @laskarmdwaliullah
    @laskarmdwaliullah 2 ปีที่แล้ว +3

    তোমালোকৰ গীতবোৰ ধুনীয়া শিলচৰৰ পৰা মৰম যচিলো। আগবাঢ়ি যোৱা।

  • @sikhamanigogoi2566
    @sikhamanigogoi2566 2 ปีที่แล้ว +2

    Bohut bohut bohut val lagil,dukhu lagil🥺🥺🥰🥰🥰🥰🥰🥰

  • @nikimoniphukan4098
    @nikimoniphukan4098 2 ปีที่แล้ว +40

    বৰ সুন্দৰ গীত দাদা ❤️😍 সদায় যেন আপুনি আমাৰ বাবে ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়ে 🙏😍❤️ সুভকামনা থাকিল 🥰

  • @dimpidas4331
    @dimpidas4331 2 ปีที่แล้ว +3

    xub val lagil...buku khan sui goise apunar mat tue...theme2 xub dhuniya❤️💕💕💕

  • @niharikabg8821
    @niharikabg8821 2 ปีที่แล้ว +167

    ইমান দুখ লগাকৈ কিয় বনালা অ' কান্দি গলো মই,🥺🥺ইমান দুখ লগা মই চাব নোৱাৰো। বাকি তোমাৰ ক্থা কি কম.. তুমি এনেও মোৰ প্ৰিয়, বাকি বহুত ভাল লাগিল কিন্তু দুখো লাগিল🥺🥺

    • @lakhichandraofficial
      @lakhichandraofficial  2 ปีที่แล้ว +14

      Thnk u so much for your lovely comment

    • @niharikabg8821
      @niharikabg8821 2 ปีที่แล้ว +10

      @@lakhichandraofficial তোমাৰ মন পৰশা গীতবোৰ সদায় শুনি থাকিবলৈ ভালে থাকা সদায়🙏 । এতিয়া যেনেদৰে আছা আগলৈও সকলোৰে প্ৰিয় হৈ জিলিকি ৰোৱা তাকে কামনা কৰিলো।❤️❤️

    • @putulsani8999
      @putulsani8999 2 ปีที่แล้ว +2

      দুখ সদায়

    • @niharikabg8821
      @niharikabg8821 2 ปีที่แล้ว +3

      @@lohitkakhar7900 hoi ...bht dukh lgil o.. soku paniye ulai gol🥺🥺

    • @mehejabinbegum8813
      @mehejabinbegum8813 ปีที่แล้ว +1

      I miss u my love

  • @sumisnakonwar7755
    @sumisnakonwar7755 2 ปีที่แล้ว +23

    হৃদয় চুই গল🥺🥺 বহুত বেছি ভাল লাগিল ।। সুন্দৰ কণ্ঠ তোমাৰ😍😍 আগুৱাই যোৱা আৰু ভাল ভাল গান শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ❤️❤️।।

  • @Crazyvibe243
    @Crazyvibe243 ปีที่แล้ว +2

    কি বুলি কম আৰু কব একো ভাষা নাই
    ভালপোৱা সঁচাই এনেকুৱা এ। ই এটা বেলেগ অনুভূতি।তাইক ও বহুত ভাল পাওঁ মই আৰু নমৰা লেকে তাই লগত এ সদাই এনেকেই মৰম কৰী মৰি জাব বিচাৰোঁ🥺❤️🫂🫂🫂🫂😌😌✨

  • @dipikapatgiri9209
    @dipikapatgiri9209 2 ปีที่แล้ว +2

    Bohut val.. real ghotona jen lagisay.. val lagisay..god.🤟🤟

  • @crazycity3231
    @crazycity3231 ปีที่แล้ว +3

    🥺🥺💗💗 bht emotional hy golu video tu saii

  • @Niharika369
    @Niharika369 2 ปีที่แล้ว +55

    অৱশেষত অপেক্ষাৰ অন্ত পৰিল। কন্দুৱাই দিলে ও.....🥺😢

  • @CHAMPAKMECH
    @CHAMPAKMECH 2 ปีที่แล้ว +101

    মই কোনো দিনেই বিহু গিতৰ video দুবাৰ ঘূৰাই চোৱা নাই এই গিত acting concept ইমানেই ধুনীয়া হৈছে যে মই দুনাই চাবলৈ বাধ্য হ'লো। congratulations all Team ❤❤

  • @rubithazarika3010
    @rubithazarika3010 2 ปีที่แล้ว +2

    ❤️❤️❤️ xdai 20 baror uprt xunu gaan2❤️❤️

  • @sangitanath2023
    @sangitanath2023 2 ปีที่แล้ว +2

    Dada ki km aru kble vakha ni........bhut dhuniya hoise gantu.....🥰🥰♥️♥️♥️♥️♥️

  • @assadulhussain5471
    @assadulhussain5471 ปีที่แล้ว +3

    Video aru music Tu bht mja lagise tmi song Tu bonuwa krne bht tq🥰🥰🥰🥰

  • @amitgogoi2238
    @amitgogoi2238 2 ปีที่แล้ว +3

    ইমান ধুনীয়া ভিডিঅ বনাইছে বহত বহত ধন্যবাদ থাকিল আখা কৰোঁ এনেকুৱা আৰু পাম বুলি

  • @apurajentertainment4988
    @apurajentertainment4988 2 ปีที่แล้ว +32

    বহুত বহুত বহুত সুন্দৰ হৈছে লক্ষীদা ৷ Team টোলৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ৷

  • @pragyasreevlog7096
    @pragyasreevlog7096 2 ปีที่แล้ว +1

    Mojaa mojaa dhunia hoisa aru aguai jok taka kamona karelu 👍👍👍

  • @nensisobor694
    @nensisobor694 ปีที่แล้ว +2

    Dada video tu sai val lagil ❤❤❤❤

  • @a.dcreation2873
    @a.dcreation2873 2 ปีที่แล้ว +11

    Khub dhuniya eti song.... lyrics/composition very melodious ❤️❤️hokolue morom dibo dei

  • @minturabha8581
    @minturabha8581 ปีที่แล้ว +8

    এই জীৱন সদাই তোমাৰ বাবে😊😊

  • @__0.266
    @__0.266 ปีที่แล้ว +3

    Bohut val lagil dada huni thakib mon jai get tu ❤️❤️❤️

  • @sanjumargrates5654
    @sanjumargrates5654 2 ปีที่แล้ว +2

    Mone bhobat koiu bohut besi.... Bohut val lagil....
    Bohiyaaaaaaaaaa....
    Keep it upppppppp

  • @durlovdas1986
    @durlovdas1986 ปีที่แล้ว +1

    Bohut bohut bhal lagil,...monor vitorot lagi gol,...gd blsss anekoia bhal vdo diba.

  • @sowanali8731
    @sowanali8731 ปีที่แล้ว +12

    কি লিখি কমেন্ত কৰিম ভাষা নাই 😭💔। প্ৰেম কৰিছোঁ সঁচা প্ৰেম কৰিছিলোঁ কিন্তু নাই এতিয়া আৰু নাই। অসমীয়া ভাষাৰ এনেবোৰ গান শুনিলে বুকুৰ পৰা জুই ওলাই আহে। I love this assamise sad song

  • @Atiqul_Islam
    @Atiqul_Islam ปีที่แล้ว +8

    ❤️ তইয়ে বুকুৰ আপোন ❤️
    শয়নে সপোনে জনমে জনমে ৰাখিমে
    তোকে হিয়াৰে মাজতে
    জীৱনে মৰণে সচিতে সপোনে থাকিমে
    তোৰে হিয়াৰে উমতে
    অ ' মৰম দুটি মন দুয়োৰে
    অ' মৰম এটি হৈ ৰ'বনে
    অ ' মৰম তইয়ে মই আমি হ'ম মৰম
    জনম জনমলে
    তইয়ে বুকুৰ আপোন জাননে
    তইয়ে মনৰ সপোন বুজনে....
    প্ৰতি পুৱা আবেলি দুপৰীয়া গধূলি
    ভাবো তোকে জাননে অ' মৰমী
    তইয়ে মোৰেই সপোনত
    তইয়ে মোৰে দিঠকত
    থাক জান ওমলি অ' মৰমী
    অ ' মৰম দুটি মন দুয়োৰে
    অ' মৰম এটি হৈ ৰ'বনে
    অ ' মৰম তইয়ে মই আমি হ'ম মৰম
    জনম জনমলে
    তইয়ে বুকুৰ আপোন জাননে
    তইয়ে মনৰ সপোন বুজনে....
    বুকুৱে বুকুতে মৰমক মৰমে
    ল'বিনে সাৱতি দুবাহুৰে মাজতে
    হিয়াৰে কোণতে মৰমৰ উমেৰে
    ওমলি জামলি থাকিবিনে কাষতে
    অ' মৰম ৰাখিমে সুখতে
    অ' মৰম দুখৰে দিনতে
    ল'বি জিৰণি বুকুতে
    অ' মৰম থাকি মোৰ কাষতে
    তইয়ে বুকুৰ আপোন জাননে
    তইয়ে মনৰ সপোন বুজনে....

  • @bhaswatidas6732
    @bhaswatidas6732 2 ปีที่แล้ว +7

    হৃদয় চুই যোৱা গীত খুব ভাল লাগিছে দেই ✨👌👌✨ loved that 💖🤗

  • @fitnesshealthcenter3327
    @fitnesshealthcenter3327 2 ปีที่แล้ว +1

    Oi Lakhi.... Sualik emn dom d khediso j... 😀
    Super hit.... 👌👌👌👌❤❤❤❤❤👏👏👏

  • @divyaxtry8828
    @divyaxtry8828 2 ปีที่แล้ว +1

    Iman dhuniya 😍😍😍😍
    toiye bukur aapun janone💕💕

  • @Debasishmusical
    @Debasishmusical 2 ปีที่แล้ว +14

    Hokakoi birat dhunia dai 😍 congratulations team ❤️

  • @deepanjalideka2071
    @deepanjalideka2071 2 ปีที่แล้ว +11

    বহুত বহুত ধুনীয়া হৈছে।বহুত মৰম আৰু শুভকামনা। 🤍🥰

  • @gyanjyotisvlogs7015
    @gyanjyotisvlogs7015 2 ปีที่แล้ว +4

    বহুত বহুত বেছি ধন্যবাদ থাকিল তোমালৈ দাদা আমাৰ মাজত ইমান ধুনীয়া গীত উপহাৰ দিয়াৰ বাৱে 😘😘❤️😭😭 আৰু নতুন সুন্দৰ সুন্দৰ গীত পাম বুলি অতি সোনকালেই অপেক্ষা ৰে বাত ছাই আছো দাদা ❤️❤️❤️

  • @kandarpabailong2666
    @kandarpabailong2666 ปีที่แล้ว +1

    ❤❤❤❤❤ Hunile hunie thaku, emn val paw gaan2 ru voice ❤❤❤❤❤❤

  • @Royyyti9
    @Royyyti9 2 ปีที่แล้ว +1

    Dhuniya hoise video tu bahut bahut val hoise

  • @bastavpatar
    @bastavpatar 2 ปีที่แล้ว +6

    বহুত অপেক্ষাৰ অন্তত ❤️ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো। ৰাইজৰ মৰম আৰু আশীর্বাদ সদায় আছে আপোনালৈ। এনেকৈয়ে আগুৱাই যাওক আৰু আমালৈ মৰম লগা গীতবোৰ উপহাৰ দি যাওক। 🤗❤️

  • @biswajitscreation887
    @biswajitscreation887 2 ปีที่แล้ว +7

    লক্ষীচন্দ্ৰ সঁচাকৈ ভাল গায়ক;সুন্দৰ কণ্ঠ।তাতে বিহুৱা ল'ৰা।
    ভিডিঅটোও ভাল লাগিল।গানটোৱে দাবী কৰাৰ দৰেই হৈছে।অপুৰাজৰ এইটো ভিডিঅ আনবিলাকতকৈ বিশেষ হৈছে।

  • @himadreebora7745
    @himadreebora7745 2 ปีที่แล้ว +4

    Dada bohut dhuniya hoi se video to..... I love assamege new song...... ❤️❤️❤️❤️❤️😘😘😘

    • @lakhichandraofficial
      @lakhichandraofficial  2 ปีที่แล้ว +2

      Thnk u so much

    • @mainuRahul
      @mainuRahul 2 ปีที่แล้ว

      Dada jode 2mr ata songs moi Sxn palu hoi video koribo plz

  • @sunukolija8611
    @sunukolija8611 2 ปีที่แล้ว +1

    Bohut bohut bohut val lagisa 😘😘😘😘😘😘😘😘😘😘😘😘😘😘

  • @brightmoonstephenmsangma5952
    @brightmoonstephenmsangma5952 ปีที่แล้ว +6

    I can't get to sleep without listening to these beautiful and soulful melodious Assamese songs. Thanks & love you guys. This video song makes me especially emotional.

  • @khagenkonwar
    @khagenkonwar 2 ปีที่แล้ว +4

    ককাইদেউ বহুত ধুনীয়া গীতটি হৃদয় চুই গল আৰু কথা সুৰ সংগীত । আপোনাৰ মাত আৰু সুন্দৰ আগুৱাই যাঅক সদায় 💞💞💞💞

  • @prahladkonch8097
    @prahladkonch8097 2 ปีที่แล้ว +4

    বহুত বহুত ধুনীয়া হৈছে🔥🔥🔥🔥🔥🔥❤️❤️❤️🔥।আপোনাৰ গান বোৰ বহুত ভাল লাগে

  • @SanjeevRay
    @SanjeevRay 2 ปีที่แล้ว +1

    Mojah dada hridoy sui goise.🥰🥰

  • @pankajpatar6377
    @pankajpatar6377 2 ปีที่แล้ว +1

    Bahut vaal lgl gantu xuni aru vedio Tu❤

  • @TJkuki-vb3ov
    @TJkuki-vb3ov 2 ปีที่แล้ว +6

    Oti hundor.... Toi aguai ja dosti😘God bless you 🥰

  • @jogodas9031
    @jogodas9031 ปีที่แล้ว +5

    ভাইটি ধুনীয়া হৈছে শুনিলে শুনি থাকিবৰ mon jai . Agoloi সুন্দৰ এনেকুৱা গীত বোৰ opahar দিয়া যেন

  • @daisydadhara4925
    @daisydadhara4925 2 ปีที่แล้ว +4

    বৰ ধুনীয়া হৈছে লক্ষীচন্দ্ৰ.. কাহিনীটো বেছি ধুনীয়া লগতে তোমাৰ মাতটো👍👍👍

  • @archanabarman8005
    @archanabarman8005 ปีที่แล้ว +2

    Kisuman gaan xosai ontor sui jai o ❤️❤️😘😘

  • @chinubrahma8599
    @chinubrahma8599 2 ปีที่แล้ว +1

    ai gaan tu j mur xub priyo.. bht vl lgise vdo tu ❤

  • @prastutikalita2546
    @prastutikalita2546 2 ปีที่แล้ว +4

    One of my favourite, bohut dhuniya Hoise🥺❤️

  • @parbinsultana11
    @parbinsultana11 2 ปีที่แล้ว +11

    হেপাহ নপলোৱালৈ চালো ও 🥺♥️ বহুতে ধুনীয়া লাগিছে 🥰♥️

  • @luckydevi1102
    @luckydevi1102 2 ปีที่แล้ว +3

    Wowww just awesome 💝❣️❤️🥺💖

  • @junmonisaikia7577
    @junmonisaikia7577 2 ปีที่แล้ว +1

    Video te sai bohut bohut..,❤️ Val lagil aru aguai jua aru video te sai hapaijan nopolai

  • @namitaboro8507
    @namitaboro8507 2 ปีที่แล้ว +1

    High view moiye dilu nki video2 sai thakile hepa nopolai sun video2.. Nice 👍.. Aguyai juwa chandra.. Best💯 video

  • @DipankarDas-dx1um
    @DipankarDas-dx1um 2 ปีที่แล้ว +5

    বৰ সুন্দৰ এটি গীত তোমাৰ পৰা লাভ কৰিলো , তুমি আগবাঢ়ি যোৱা তাৰে শুভকামনা থাকিল ।

  • @Avloge-b6m
    @Avloge-b6m 2 ปีที่แล้ว +8

    বহু দিনৰ অপেক্ষা অন্তত, সুন্দৰ

  • @ankitadevi5974
    @ankitadevi5974 2 ปีที่แล้ว +3

    Dhuniya lagile Dada Gan tu sai ❤❤❤

  • @kangkanbordoloi838
    @kangkanbordoloi838 2 ปีที่แล้ว +1

    Last tot Kandi dilu moi imane dhuniya hoise❤️😘

  • @dibyamonikonwar5168
    @dibyamonikonwar5168 2 ปีที่แล้ว +1

    Hosakoi bohut val lagil 😘

  • @gayatrichetia4411
    @gayatrichetia4411 2 ปีที่แล้ว +9

    Kandi golu o lakhi da😔hosai val lagil❤aguwai juwa tumi tare kamona korilu

  • @rajusharma603
    @rajusharma603 2 ปีที่แล้ว +5

    গীতটোৰ কাহিনী আৰু অভিনয় অতুলনীয় হৈছে।ভৱিষ্যতে আৰু আশা কৰিলো ।

  • @pujaborgohain8010
    @pujaborgohain8010 2 ปีที่แล้ว +5

    Bohut Val lagil..agoloiu bonai jua bondhu...❤️❤️❤️

  • @monidipboro1112
    @monidipboro1112 2 ปีที่แล้ว +2

    Hosa Morom aru valpuabur tumor Kontho aru geetor kolit hosakoi prokakh paise.... May God bless you.

  • @rinki2933
    @rinki2933 ปีที่แล้ว +1

    Dhet teri kandi golu .. bht dhunia hoise.. axa koru xokolure prem xofol houk. Nijor apun jonk xokolue bisora dore pai Jen. 🙏❤️❤️Baki vdio tu bht dhunia hoise. Gan tu koboi nalge. ❤️❤️

  • @gubiningti3710
    @gubiningti3710 2 ปีที่แล้ว +3

    বহুত দুখ লাগিল দেই
    কিন্তু সুন্দৰ ❤

  • @binatirabha5958
    @binatirabha5958 2 ปีที่แล้ว +3

    বাৰে বাৰে Xuni থাকিব মন যায়।🥰❤️😌😍🥰

  • @priyanjanaborah5952
    @priyanjanaborah5952 2 ปีที่แล้ว +27

    After see this video my goosebumps coming automatically Kailyani 🥺❤️❤️such a great choreography video song ..keep it up everyone 💕💕

  • @simigogoi8051
    @simigogoi8051 2 ปีที่แล้ว +2

    ইমান ধুনীয়া ভিডিঅ'টি। বৰ দুখ লাগিল।

  • @dhirajdas9415
    @dhirajdas9415 2 ปีที่แล้ว +1

    Kandibo logat poril 🥺😟😓😓😭😭
    Bohut dhuniya

  • @bubusstudio-g1j
    @bubusstudio-g1j 2 ปีที่แล้ว +14

    Outstanding lyrics, voice, music, story, very emotional & romantic, really I love this types of songs, hope to get this types of songs in future, keep it up dada❤🥰😍🤗😇🤧😢😭👍🏻🤩

  • @_shining_star_09
    @_shining_star_09 2 ปีที่แล้ว +6

    বহুত__ অপেক্ষাৰ __অন্তত___🙂❤️🥀🦋🥺.......
    DhuniYa😍🦋❣️

  • @hemantogogoi9339
    @hemantogogoi9339 ปีที่แล้ว +3

    Mojja laga aepuna gan huni ❤❤

  • @saurovgogoi239
    @saurovgogoi239 ปีที่แล้ว +1

    One Assamese real hero ..aguai jua

  • @babalugohain2025
    @babalugohain2025 2 ปีที่แล้ว +1

    Tumar gaanbur bhut vl lge aru aitu gaan j bhut bhut vl lgise ❤️❤️❤️😘😘😘

  • @dhonphukon5247
    @dhonphukon5247 2 ปีที่แล้ว +5

    Mojja lagil dai lakhi da

  • @ridipofficial9023
    @ridipofficial9023 2 ปีที่แล้ว +6

    5:38 শয়নে সপোনে জনমে জনমে ৰাখিমে তোকে হিয়াৰ মাজতে ❤ #Ridip_tanti really love it 💕❤🥺

  • @ankurchetia123
    @ankurchetia123 2 ปีที่แล้ว +7

    Lakhi Bohut borhia hoise 😍
    I wish you good luck and success in life 😍

  • @rakibuddinali3726
    @rakibuddinali3726 2 ปีที่แล้ว +2

    বহুত ধুনীয়া লাগিছে আৰু দুখো লাগিল।

  • @kangkanasaikia9428
    @kangkanasaikia9428 ปีที่แล้ว +1

    Morom bhlpua protisobi bisari plu.. Kndiu dilu xoshai montu ajiu gaan tur proti agbrhi ahe ❤

  • @YashGaming-jm2yr
    @YashGaming-jm2yr 2 ปีที่แล้ว +5

    বহুত সূন্দৰ গীত...এই বছৰৰ মোৰ প্ৰিয় গীত...

  • @munmunkonwar9053
    @munmunkonwar9053 2 ปีที่แล้ว +4

    বহু অপেক্ষাৰ অন্তত 🥰🥰 love from sonari ❤️

  • @bhargavtalukdar7907
    @bhargavtalukdar7907 2 ปีที่แล้ว +4

    Lakhi mozahh hoise & Apu 2me jui

  • @jodbrothers2179
    @jodbrothers2179 ปีที่แล้ว +1

    Hosa vl pwa k pabole bhut tan. Aru pale u bidhi e dile bidhata e ndie bli kotha ekhar ase j. G holew gan 2 bhut vl lgil. ❤❤

  • @kalpajyotivitalivlogs7479
    @kalpajyotivitalivlogs7479 2 ปีที่แล้ว +1

    Bht vl lagil gaan 2 😘😘😘

  • @probitrahazarika8763
    @probitrahazarika8763 2 ปีที่แล้ว +7

    কিমান ভাল লাগিছে বুজাব পৰা নাই❤️🥰