Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 190 || 12.07.2024

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
    Follow Rengoni TV :-
    Facebook: / rengonitv
    TH-cam: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel
  • บันเทิง

ความคิดเห็น • 497

  • @Sunu-11
    @Sunu-11 24 วันที่ผ่านมา +1227

    যিসকলে গুনগুনৰ আৰু অধিৰথৰ বিয়া হোৱাটো বিচাৰা লাইক কৰা ❤ চাওঁচোন আজি কিমানজনে বিচৰা 😢❤

    • @user-ol4mj7xx9j
      @user-ol4mj7xx9j 24 วันที่ผ่านมา +20

      ❤❤

    • @maheshbezbaruah1482
      @maheshbezbaruah1482 24 วันที่ผ่านมา +12

      মই বিচাৰোঁ

    • @hatihalkaliapani1253
      @hatihalkaliapani1253 24 วันที่ผ่านมา +8

      আমি এনে অধিৰত আৰু গুনগুনৰ বিয়া হোৱাতো বিচাৰো তোক লাইখ দিবলৈ দৰকাৰ নাই 😢😢

    • @LilimaiBaruah-id5cf
      @LilimaiBaruah-id5cf 24 วันที่ผ่านมา +4

      মই বিচাৰোঁ ❤❤❤

    • @user-in7dg7hp5u
      @user-in7dg7hp5u 24 วันที่ผ่านมา +4

      Moi bisaru

  • @Sunu-11
    @Sunu-11 24 วันที่ผ่านมา +516

    গুনগুন আৰু অধিৰথৰ কাৰণে কাৰ কাৰ বেয়া লাগিছে লাইক কৰা 😢

    • @BhanumatiDevi-ih5rh
      @BhanumatiDevi-ih5rh 24 วันที่ผ่านมา +2

      গগণ যে আর যে এর যে এর যে 0:35

    • @HemantaKonch-vc3kv
      @HemantaKonch-vc3kv 24 วันที่ผ่านมา +4

      Mur bohut dukh lagise gun gunor mak joni hosa bohut sarthopor de 😔

  • @dipakar7885
    @dipakar7885 24 วันที่ผ่านมา +260

    পদ্মাক দিনক দিনে ভাল নলগা হৈছে । আৰু ডক্তৰ জনক যে প্ৰথমৰ পৰাই ভাল নালাগে । মই বিচাৰোঁ অধিৰথ আৰু গুণগুণৰ বিয়া হোৱাতো । আপোনাৰ লোকে বাৰু বিচাৰে নে ? যদি বিচাৰে লাইক এটা কৰি দিব ।

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 24 วันที่ผ่านมา +264

    অধীৰথ আৰু গুনগুনৰ বিয়া নোহোৱা বাবে কোনে কোনে বেয়া পাইছা বাৰু এটা like কৰিবা । 👍👍

  • @biswajitdas7392
    @biswajitdas7392 24 วันที่ผ่านมา +352

    গুন গুন আৰু অথিৰথ ৰ বাবে এটা Like কৰা।👍👍👍

  • @Sunu-11
    @Sunu-11 24 วันที่ผ่านมา +264

    কোনে কোনে পদ্মাক বেয়া পোৱা লাইক কৰা ❤ আৰু কোনে কোনে ভাল পোৱা কমেন্ট কৰা 💌

  • @rekhaboruah7204
    @rekhaboruah7204 24 วันที่ผ่านมา +48

    ভাস্কৰ দা কলৈ গল নাহে জে গুনগুনক উদ্ধাৰ কৰক আৰু কোনে কোনে বিছাৰে লাইক কৰক❤

    • @BR-bv9zf
      @BR-bv9zf 24 วันที่ผ่านมา

      Ahb lge teu

  • @ankurofficial2004
    @ankurofficial2004 24 วันที่ผ่านมา +130

    অধিৰথৰ দূখবোৰ সোনকালেই ভাল হবৰ বাবে এটা like 😢

  • @user-ub5lo2om3j
    @user-ub5lo2om3j 24 วันที่ผ่านมา +166

    ডক্টৰক বেৰা পোৱা সকলে এটা লাইক কৰা

    • @tulugogoi388
      @tulugogoi388 24 วันที่ผ่านมา +7

      মই বেৰা নাপাওঁ কিন্তু বেয়া পাওঁ

    • @bhadreshwarsarkar836
      @bhadreshwarsarkar836 24 วันที่ผ่านมา +4

      Doctorok Mari পেলাব মন গৈছে

    • @user-fg5pg9se1f
      @user-fg5pg9se1f 24 วันที่ผ่านมา

      Hosake 😂​@@bhadreshwarsarkar836

  • @rbrahul2997
    @rbrahul2997 24 วันที่ผ่านมา +127

    গুণ গুণৰ আৰু অধীৰথৰ কাৰনে কাৰ কাৰ বেয়া লাগি আছে এটা 👍কৰা

  • @rituraazgogoi2356
    @rituraazgogoi2356 24 วันที่ผ่านมา +78

    গুণ গুণ মাক জনী বেয়া পোৱা বোৰে লাইক কৰা চোন চাওঁ কিমানে বেয়া পায়

  • @janmoni-moni604
    @janmoni-moni604 24 วันที่ผ่านมา +141

    ভবা কথাটো সঁচা হল অনুৰাগ যে বেয়া এতিয়া কোনে কোনে বাৰু গুনগুন বা আকৌ অধিৰথ দা ওচৰলৈ ঘূৰি যোৱাটো বিচাৰে....??

  • @dhanjitbarman7831
    @dhanjitbarman7831 24 วันที่ผ่านมา +86

    পদ্মাৰ কাৰনে কোনে কোনে চাব বেয়া পাইচা এটা লাইক কৰা আৰু ভাল পোৱা বিলাকে কমেন্ট কৰা

  • @sushildoley3596
    @sushildoley3596 24 วันที่ผ่านมา +40

    Hero সদাই Hero অধিৰতৰ কাৰণে এটা Like 👌👌👌

  • @ASarmy748
    @ASarmy748 24 วันที่ผ่านมา +60

    পদ্মা জনীয়ে গুনগুনৰ মাঠাটো চুবালে , ভবাই নাছিলো ডাক্তৰে এইটো ৰূপ দেখাব বুলি বেয়া লাগিছে অধিৰথ গুনগুনলৈ 😢😢

  • @tulugogoi388
    @tulugogoi388 25 วันที่ผ่านมา +90

    গুণ গুণ আৰু অধীৰথৰ বাবে 👍👍 আজি খণ্ডটি চাই আচৰিত হৈ গৈছো😮😮 কল্পনাই কৰা নাছিলোঁ।।।।

  • @chayanikadhunu9522
    @chayanikadhunu9522 24 วันที่ผ่านมา +40

    হে ভগৱান.... পদ্মায়ে গুণগুণৰ জীৱনটো ধ্বংস কৰি পেলালে অ'।😢😢এই ডাক্তৰজনে এনে এটা ৰূপ ধাৰণ কৰিব বুলি ভবাই নাছিলোঁ।😢😢😢

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 24 วันที่ผ่านมา +27

    গুনগুনৰ জীৱনটো দুখতে গল😢😢😢আৰু এই দুখ পদ্মাৰ বাবে হল

  • @manishasarma2182
    @manishasarma2182 24 วันที่ผ่านมา +37

    কোনে কোনে মইনাক ভাল পায় 👍এটা কৰি দিয়া ❤❤

  • @mamoniborah8809
    @mamoniborah8809 24 วันที่ผ่านมา +41

    গুণগুণৰ বাবে বেয়া লাগিছে। ডাঃ স্বামীৰ প্ৰতিশোধৰ বলি হ'ল বিনাদোষি অধিৰথ আৰু গুণগুণ।

  • @BhaskarSahariah-tc7xj
    @BhaskarSahariah-tc7xj 24 วันที่ผ่านมา +45

    গুনগুন আৰু অধিৰথৰ বাবে এটা লাইক কৰা কিমানে গুনগুন আৰু অধিৰথক ভাল পোৱা ❤

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 24 วันที่ผ่านมา +27

    পদ্মা মজা পাবি ৰ ডক্তৰ জোবাই লাগে এই ডক্তৰটো দেখিবলৈ মন নাযায়।

  • @barkhapanging
    @barkhapanging 24 วันที่ผ่านมา +61

    Morning kune kune sai asa like kora ❤❤❤❤

    • @NipulBorah-ve5ht
      @NipulBorah-ve5ht 24 วันที่ผ่านมา +1

      ❤🎉😢😅😊😮😂

    • @NipulBorah-ve5ht
      @NipulBorah-ve5ht 24 วันที่ผ่านมา

      😊❤🎉😅😢😮😂

    • @dipakkalita2724
      @dipakkalita2724 24 วันที่ผ่านมา

      Hi😢😮😮😮😮😮😮

  • @PabitraDeka-jc1yn
    @PabitraDeka-jc1yn 24 วันที่ผ่านมา +16

    গুন গুন আৰু অধিৰথৰ বাবে এটা Likeকৰা 👍👍👍👍👍❤❤

  • @nilimadasdas9694
    @nilimadasdas9694 24 วันที่ผ่านมา +24

    পদ্মাৰ পিঠিত ডক্টৰৰ শাহুৱেক বুলি লেবেল মাৰি দিয়ক

  • @pronobkashyapmusical2288
    @pronobkashyapmusical2288 24 วันที่ผ่านมา +22

    প্ৰেম ভাল পোৱাত ভাল পোৱা দুজন কেতিয়াও সফল নহয়🙂third person জন হে সফল হয়😊

  • @dolisaikia3342
    @dolisaikia3342 24 วันที่ผ่านมา +15

    ইমান এটা সহজ সৰল মানুহৰ মাজত এনেকুৱা এটা নিকৃষ্ট ৰূপ সোমাই আছে বুলি কল্পনাই কৰা নাছিলোঁ(অনুৰাগ) চিঃ । গুণগুণ আৰু অধিৰথৰ লগতে তেওঁলোকৰ মাক দেউতাকৰ জীৱনটো শেষ কৰি পেলালা । নিজৰ স্বাৰ্থৰ বাবে মানুহ ইমান তললৈ নামিব নাপাই (অনুৰাগ)

  • @bastabdas8344
    @bastabdas8344 24 วันที่ผ่านมา +24

    গুণ গুণৰ বাবে এটা লাইক

  • @BirenBORAH-e4m
    @BirenBORAH-e4m 24 วันที่ผ่านมา +3

    gun gun OK kune kune Bhal pai comment Kora guys 😊

  • @Priyankagogoi75-v4d
    @Priyankagogoi75-v4d 24 วันที่ผ่านมา +33

    Anurag enekua buli bhoba nasilu dei.. tumaluke nai bhoba jodi like eta koriba😢

    • @purobibarman5862
      @purobibarman5862 24 วันที่ผ่านมา +1

      Anurag eman bodmas...gungun bar life tu ses korile

    • @purobibarman5862
      @purobibarman5862 24 วันที่ผ่านมา +1

      Eman faltu manuhe thake na gusi aha gun gungun baa

    • @ashimgogoi6646
      @ashimgogoi6646 22 วันที่ผ่านมา +1

      Umm pai.. bhabisilu moina aru darsan r biya r pasot adhiroth aru gungun r biya hobo aru serial khon khotom hobo kintu etiya ako eta eta koi letha ulai goi ase😢😢😢

  • @rupjyotiborah3967
    @rupjyotiborah3967 24 วันที่ผ่านมา +8

    মজা, ভাল লাগিল এতিয়া হে কাহিনী বুজি পাইছো, ইমান দিনে ইনেই চকু পানী কণ নষ্ট কৰিলো।কাৰোবাক কষ্ট দিলে নিজেও এদিন কষ্ট পাবয়ে।সকলোলৈ শুভেচ্ছা থাকিল

  • @momidas1919
    @momidas1919 24 วันที่ผ่านมา +32

    কাৰ কাৰ বেয়া লাগিছে গুনগুন বা বিয়া হোৱাত 🥺like kra😢

  • @HarishRay-w9c
    @HarishRay-w9c 24 วันที่ผ่านมา +10

    এটাই ভাল লাগি আছে গুণগুণ আৰু অধীৰতৰ যে মিলন হব

  • @jayantadoley6753
    @jayantadoley6753 24 วันที่ผ่านมา +14

    Lokhimpur r pra Kune Kune sai ase like kra

  • @sunalibaruah1632
    @sunalibaruah1632 24 วันที่ผ่านมา +3

    Best of luck podma nijor pritikhudhor Babe apuni nojor swalik বিক্ৰী কৰিলে

  • @gitamonidas-rk5yb
    @gitamonidas-rk5yb 24 วันที่ผ่านมา +16

    Gun gun aru adhiroth dada r babe kar kar beya lagise like koribo😢😢😢😢

  • @PoriBorah-kz6rh
    @PoriBorah-kz6rh 24 วันที่ผ่านมา +4

    গুনগুন অধিৰথৰ লগত বিয়া হ'ব লাগে like কৰা❤

  • @khirudchetia6227
    @khirudchetia6227 24 วันที่ผ่านมา +27

    পদমা খুৰীয়ে এইটো কিন্তু বহুত বেয়া কাম কৰিলে.

  • @user-dm9yj1pb9f
    @user-dm9yj1pb9f 24 วันที่ผ่านมา +3

    athirathar karane ata like😢

  • @MunmunDutta-on6lc
    @MunmunDutta-on6lc 24 วันที่ผ่านมา +16

    গুণ গুণনৰ মাকে জিয়েকৰ মোৰটো সে খালে ।নিজৰ মতাটো মোৰটো খালেই আকৌ এইটিয়া জিয়েকৰ মোৰটো খাবলৈয় ধৰিছে।

  • @sonalidutta-j4p
    @sonalidutta-j4p 24 วันที่ผ่านมา +16

    Anuraag e kiba target puron kribo krne biya kra jen lgse😮

  • @sofiulali5329
    @sofiulali5329 24 วันที่ผ่านมา +9

    পদ্মাৰ এতিয়াহে শান্তি হ'ব

  • @user-el7wg7pr1p
    @user-el7wg7pr1p 24 วันที่ผ่านมา +5

    Bhut baya lagisa adirotor karne😢😢 gun gun are adirot hunkala milonn huha😢😢😢😢😢

  • @hemantadas6711
    @hemantadas6711 24 วันที่ผ่านมา +11

    অধিৰথৰ দৰে যদি কাৰোবাৰ জীৱনত হৈছে, কিন্তু শেষ হৈ যাব জীৱনত! আজি কালি এই প্ৰেম নামৰ বস্তু তোৰ ওপৰত মোৰ বিশ্বাস নাই অলপো !!😢😢😢😢

  • @NikuBorah-o6k
    @NikuBorah-o6k 24 วันที่ผ่านมา +9

    হায় হায় পদ্মা খুৰী ঔ কি হব এতিয়া গম পাব এতিয়া 😂😂😂😂

  • @dipankarbordoloi4935
    @dipankarbordoloi4935 24 วันที่ผ่านมา +9

    মোৰ বোধেৰে গুণ গুণ অধিৰ্থলৈ ঘুৰি যে আহিব সেইটো সাটাং

  • @ANJANA1324
    @ANJANA1324 24 วันที่ผ่านมา +8

    বহুত দুখ লগা হৈছে 😢

  • @nabardippatar5992
    @nabardippatar5992 24 วันที่ผ่านมา +9

    বৰ দুখ লাগিল এনেকোৱা কাৰোৱে‌ নহৌক😢😢😢😢😢

  • @RatulBaruah-ih1nu
    @RatulBaruah-ih1nu 24 วันที่ผ่านมา +8

    ভাস্কৰ দাদা থাকিব লাগে

  • @Jyotishmitagogoi563
    @Jyotishmitagogoi563 24 วันที่ผ่านมา +17

    কোনে কোনে এতিয়া চাই আছে কমেন্ট কৰা

  • @priyankadeka7901
    @priyankadeka7901 24 วันที่ผ่านมา +9

    Adhirothak kar kar vl lge like kora

  • @nilimadasdas9694
    @nilimadasdas9694 24 วันที่ผ่านมา +17

    পদ্মাৰ কাৰণে হৈছে এই সকলোবোৰ

  • @anamikadas2447
    @anamikadas2447 24 วันที่ผ่านมา +2

    Padma khuri moromor juwai 😂

  • @OfficialDipalipapuassam
    @OfficialDipalipapuassam 24 วันที่ผ่านมา +29

    Apuna luke jodi biya khon hua tu beya paisa like 👍 kora

  • @sunaliborah9555
    @sunaliborah9555 24 วันที่ผ่านมา +25

    গুণগুণ aru odherotor 😢😢karona kar kar বেয়া lagesa like Ata 😢😢😢 mur bohut😢😢😢

  • @PorishmitaDadhara
    @PorishmitaDadhara 24 วันที่ผ่านมา +8

    Ajir pora gun gun nasau bht beya lagise gun gun aru Odhirothr biya nuhua karone

  • @pemonchamuah7607
    @pemonchamuah7607 24 วันที่ผ่านมา +33

    Kune kune rokhi asa serial khon sabole like ata kori deya

  • @user-kh6wt1qi7q
    @user-kh6wt1qi7q 24 วันที่ผ่านมา +16

    Kun Kun darrang pora sai assa like ata Kari diya ❤

  • @matinali82
    @matinali82 24 วันที่ผ่านมา +1

    Morning kune kune sai asa like kora❤❤❤❤❤❤❤❤❤❤😢😢😢😢😢😢😢😢😢❤❤❤❤❤😂😢😢😢😢😢

  • @user-rt9pd3ys9s
    @user-rt9pd3ys9s 24 วันที่ผ่านมา +7

    Bhut akha kori asilu gungun aru adhirath or biya Karone.atiya aku vl nloga hl.sabo a mn nujua hoise aru

  • @rekhaboruah7204
    @rekhaboruah7204 24 วันที่ผ่านมา +3

    গুনগুন একমাত্ৰ মাক জনী জহত বিয়া হ'ব লগা হল ।এনেকুৱা মাক থকাতকৈ পৃথিৱীত নথকাই ভাল ❤😂😂😅

  • @user-pw4gd6vg6c
    @user-pw4gd6vg6c 24 วันที่ผ่านมา +7

    B.A students attendants here

  • @anupammoran1688
    @anupammoran1688 24 วันที่ผ่านมา +16

    Gungun kunea10.30 sai asa like kora

  • @soshikantakalita7776
    @soshikantakalita7776 24 วันที่ผ่านมา +8

    গুণগুণক বেলেগৰ লগত বিয়া দি পত্মাই এদিন ভুগিব কি ভুল কৰিলে😢😢😢

  • @Prasanta__Nath__111
    @Prasanta__Nath__111 24 วันที่ผ่านมา +3

    আজি অধিৰথক কন্দা দেখি বহুত দূখ লাগিছে😢😢

  • @SajidAli-ou5xe
    @SajidAli-ou5xe 24 วันที่ผ่านมา +9

    Bohute beya lagil gun gun ba balegor logot biya howa babe kar kar baya lagise ata like Kori jowa jone jone gun gun 1 hondor pai sai ahisa gun gun bar odirote dare logot beya hobo bole vabe thoka xokole ata like Kori jowa rij or aka thaki gol gun gun arro odirote or beya howa hondo to saboloi😂😂😂

  • @emmanueldaimary3073
    @emmanueldaimary3073 24 วันที่ผ่านมา +8

    গুন গুন চিৰিয়েল খন বহুত মিছ কৰিম বেয়া লাগিব

  • @UpasanaDevi-xf4yh
    @UpasanaDevi-xf4yh 24 วันที่ผ่านมา +1

    ❤❤❤❤

  • @mukutborah401
    @mukutborah401 24 วันที่ผ่านมา +8

    এজাক ধুমূহা আহি গুণ গুণক উৰুৱাই লৈ গুছি গল

  • @user-vn7vx8fi7e
    @user-vn7vx8fi7e 24 วันที่ผ่านมา +7

    Podmai pauk atia doctork biya diea mojja lagise podmar ohongkare gun gunk dhonkh krile

  • @SapnaliBorgohain
    @SapnaliBorgohain 24 วันที่ผ่านมา +1

    Gungun adhirat likes kora

  • @PorishmitaBorahPorishmit-zh7ti
    @PorishmitaBorahPorishmit-zh7ti 24 วันที่ผ่านมา +13

    Adhiroth ru gungun he mile sihot ek nuhua bbe dukh lgise😊😢

  • @KhanilRay-or6ee
    @KhanilRay-or6ee 24 วันที่ผ่านมา +7

    Mojja

  • @UpasanaDevi-xf4yh
    @UpasanaDevi-xf4yh 24 วันที่ผ่านมา +1

    ❤❤❤❤❤❤

  • @assampkblogger4126
    @assampkblogger4126 24 วันที่ผ่านมา +3

    Moza moza

  • @papulibora6074
    @papulibora6074 24 วันที่ผ่านมา +1

    ❤❤❤

  • @BhaikanPhukan
    @BhaikanPhukan 24 วันที่ผ่านมา +4

    Nice aji he val lagise. Karontu hol podmaa a gun gunk gur mari norokot palale. Mojaa atia podmai raj vug korib

  • @swapnalisarmah7081
    @swapnalisarmah7081 24 วันที่ผ่านมา +2

    পদ্মাই এতিয়া ভালকৈ অনুতাপ কৰিব...অনুৰাগ তাৰমানে আগৰ পৰাই বেয়া আছিল😠মূখা পিন্ধা অনুৰাগ😧😡

  • @ANJANA1324
    @ANJANA1324 24 วันที่ผ่านมา +14

    ধন্যবাদ কোনেও এটা লাইক নিদিয়াৰ বাবে 😢😢

  • @wachimakram837
    @wachimakram837 24 วันที่ผ่านมา +4

    Ajir episode 2 biyar agte hle bht besi vl lagil hoi ... Blgr lgt biya hl tr pisat aku odhirotor lgt biya hbo... Kiba blg lgse Kahini 2

  • @parthadas1533
    @parthadas1533 24 วันที่ผ่านมา +8

    ন বজাৰ পৰা ৰৈ আছু ছাবলে গুণগুণ কথা মৰমৰ😊

  • @Priyangshreee
    @Priyangshreee 24 วันที่ผ่านมา +3

    ❤my favorite serial gun gun ❤

  • @rekibuddin352
    @rekibuddin352 24 วันที่ผ่านมา +2

    Gungun ba tumi bhut bewa krila tumi bhut bewa 😢😢😢😢😢😢😢

  • @kihoboaru7362
    @kihoboaru7362 24 วันที่ผ่านมา

    Bhut val lagise ❤

  • @PorishmitaBorahPorishmit-zh7ti
    @PorishmitaBorahPorishmit-zh7ti 24 วันที่ผ่านมา +6

    Gungune thik krise❤❤❤

  • @MonishaBoruah-mx8jg
    @MonishaBoruah-mx8jg 24 วันที่ผ่านมา +3

    চিৰিয়েলখনে বহুতকেইটা দিশৰপৰা সমাজলৈ ইতিবাচক বহুতকেইটা বাৰ্তা প্ৰেৰণ কৰিছে । এনেকুৱা চিৰিয়েল পুনৰ বিচাৰোঁ । এখন ভাল চিৰিয়েল ।

  • @priyakrsingha834
    @priyakrsingha834 24 วันที่ผ่านมา +3

    Adhiroth tumi best nayok ai serial khonor❤

  • @RamenGogoi-i7p
    @RamenGogoi-i7p 24 วันที่ผ่านมา +1

    Maja

  • @ManjulaDevi-f6i
    @ManjulaDevi-f6i 24 วันที่ผ่านมา +1

    Mojja❤❤❤❤

  • @RashmiBorgohain-e4j
    @RashmiBorgohain-e4j 24 วันที่ผ่านมา +1

    Gungun aituk 2 sor logo tat pora gusi jua

  • @ResminaBegumBegum
    @ResminaBegumBegum 24 วันที่ผ่านมา +2

    Val nalage Sai

  • @pujahzpujahz375
    @pujahzpujahz375 24 วันที่ผ่านมา +1

    Dukh lagise😢😢

  • @user-yt4kj3sc5j
    @user-yt4kj3sc5j 24 วันที่ผ่านมา +3

    Gungun ba aru adhi Rath dada bia haba laga😢😢😢😢😢😢😢😢😂😂😂😂😂😂😂😂😂😂 gungun ba adhi Rath dadar bia nohoar babai nasau agir pora gungun serial

  • @NijoraPagag-l5o
    @NijoraPagag-l5o 24 วันที่ผ่านมา +1

    Gungun aji kali beya hoisege

  • @ManobindoDas
    @ManobindoDas 24 วันที่ผ่านมา +1

    Gungunkothamoromor❤❤🎉🎉🎉l

  • @user-dw3xv7rc5h
    @user-dw3xv7rc5h 24 วันที่ผ่านมา +3

    mojaa❤❤❤❤❤❤❤

  • @user-xh6nx8vb6d
    @user-xh6nx8vb6d 24 วันที่ผ่านมา

    Val lagil dukan jone ane kole

  • @anamikagogoi5293
    @anamikagogoi5293 24 วันที่ผ่านมา +6

    Wait 😊

  • @VoloDas
    @VoloDas 24 วันที่ผ่านมา +5

    Doctorjon eman beya like kora plz

  • @Monikumar_new135
    @Monikumar_new135 24 วันที่ผ่านมา +4

    Kahini kintu Mur logt pura mili ase team gun gun