Thank you for explanation. Mandir name was not there in any Brahminical books like Ramaya n, Mahabharat, Ved, Upanishads etc. All the so called famous mandirs were basically budha temples and other structures.
I am from Silchar Assam. It's highly appreciated and appreciated step by the government of Assam and government of India......jai Shiva and jai loard Bishnu.....jai people of Assam and Ahom kingdoms.
উপৰা উপৰি খবৰ পাই আছিলোঁ।আজি প্ৰকৃত কথাটো গম পালোঁ।
হয় হৰ মহাদেৱ
এইটো ভাল কাম কৰিছে তেতিয়াহে অতীতৰ কথা আৰু ছবি বোৰ উঠি অহা যুৱক-যুবতী বা মানুহে বুজি পাব ইয়াক আধুনিকীকৰণ কৰিলে এই মন্দিৰৰ অতীতৰ সৌন্দৰ্য্য বা বহুতো কথা নৱছামে নজনাকৈ থাকি যাব অতীতত যেনেকৈ আছিল তেনেকৈ থকাই ভাল বুলি ভাবো ।
সুন্দৰ পদক্ষেপ ভাল লাগিল।
Har har mahadev jai shiv shankar 🚩 from Goalpara Dudhnoi 😎🚩🙏🙏🤞💪🇮🇳🇮🇳
খুওৱ আদৰণীয় পদক্ষেপ,।
মই জনাত স্বগদেউয়ে শিৱ পূজা-পাৰ্ৱনৰ বাবে মন্দিৰ ভাগ নিৰ্মাণ কৰা নাছিল, শিৱ অৰ্থাৎ শিৱ সিংহ আৰু দৌল অৰ্থাৎ সৌদ্ধ বা স্মাৰক, অৰ্থাৎ ই শিৱ সিংহ ৰ দ্বাৰা নিৰ্মিত এটি স্মাৰক/সৌদ্ধ। পাছত ব্ৰাক্ষ্মান্ বাদৰ প্ৰভাৱত এই সৌদ্ধভাগে শিৱ ক আৰাধনা কৰা মন্দিৰ ৰূপ ল'লে,।
শিৱদৌল ৰ কলছিভাগ তলত পৰি যোৱা কথা টো কতো উল্লেখ পোৱা নাই;অসমৰ প্ৰথম খন বাতৰি কাকত অৰূনোদয়ত এই কথা উল্লেখ থাকিব লাগিছিল।
শিৱ দৌলটো শিৱসিংহ স্বৰ্গদেউ ৰ স্মাৰক।দেৱীদৌল আৰু বিষ্ণু দৌল কাৰণ স্মৃতিত নিৰ্মান কৰা হৈছিল জনা হ'লে ভাল আছিল।
Rread assam history.
Nejanile kothabur jani pelai kobo lge.
আহোমৰ কীৰ্তি চিহ্ন বোৰ ভালকৈ সংৰক্ষণ কৰিব লাগে।👍
অতি সুন্দৰ ভাস্কৰদা
এই news channel বোৰে
অলপ news দিয়ে
আৰু যিখিনি দিব লাগে
সেইখিনি নিদিয়ে
শিৱ দৌল টো শিৱ মন্দিৰ নাছিল, সেইটো প্রকৃততে আহোম স্বৰ্গদেউ শিৱ সিংহৰ স্মৃতিত বনোৱা সৌধ হে আছিল। অৰ্থাৎ স্বৰ্গদেউ শিৱ সিংহৰ স্মৃতি সৌধ আছিল, যিটো মহাৰাণী অম্বিকাই ১৭৩৪ চনত নিৰ্মাণ কৰিছিল। পাছত ব্ৰাহ্মণৰ টিলিঙাৰ চাতুৰিত পৰিহে সেই স্মৃতি সৌধ টো শিৱ মন্দিৰ হিচাপে পৰিগণিত হৈছিল, যাতে আহোমক হিন্দু সজাব পৰা যায়, কিন্তু আহোম যে হিন্দু নাছিল আৰু নহয় সেয়া বুৰঞ্জীৰ পাতে পাতে জিলিকি আছে। আহোম মানুহৰ এটা নিজস্ব বাপতিকলীয়া ধৰ্ম আছে যাক বান্-ফী/ফু-ৰালুং বা পূর্ব পুৰুষৰ পূজা (Ancestors worship) বুলি কোৱা হয়। শিৱ দৌলক শিৱমন্দিৰ ৰূপে পৰিণত কৰাটো এক প্রকাৰ আহোমৰ প্রতি কৰা ব্ৰাহ্মণৰ ষড়যন্ত্র আছিল। আৰু এটা ভুল ব্যাখ্যা কৰি থকা হৈছে বিষ্ণু দৌল বুলি, শিৱসাগৰত বিষ্ণু দৌল বুলি কোনো দৌল নাছিল আৰু নহয়ও সেইটোৰ নাম জয়দৌল হে যিটো সতী জয়মতীৰ স্মৃতিত স্বৰ্গদেউ ৰুদ্ৰ সিংহই নিৰ্মাণ কৰিছিল। সেইটো সতী জয় মতী আইৰ স্মৃতি সৌধ অৰ্থাৎ 'জয়দৌল' হে তথাকথিত বিষ্ণু দৌল নহয়। ইতিহাস জড়িত হৈ থকা বুৰঞ্জী প্রসিদ্ধ আহোমৰ সোণালী সম্পদ কেইটাৰ ওপৰত আধুনিকতাৰ প্রলেপ সানি হিন্দু মন্দিৰ সাজিবলৈ চেষ্টা নকৰিব।
Brahmonor kotha beyake nokobo......
Thank you for explanation. Mandir name was not there in any Brahminical books like Ramaya n, Mahabharat, Ved, Upanishads etc. All the so called famous mandirs were basically budha temples and other structures.
Kothakhini kiman khosa nejanu jdiu kiba ata val lagil
@@soneswarpatar8860 110% right✔
ডাঙৰীয়া! আহোম সকল যদি হিন্দু নহয়েই, তেনেহ'লে শিৱ, ৰুদ্ৰ, অম্বিকা আদি হিন্দু দেৱী দেৱতাৰ নাম কিয় গ্ৰহণ কৰিছিল?
আপোনালৈ আৰু আপোনাৰ সমূহ পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা ৰঙালী বিহুত তথা অসমীয়া নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ,নতুন বছৰে আপোনালৈ লৈ আনক সুখ শান্তি আৰু আশাৰ বতৰা,, ৰঙালী ৰ ৰঙৰ দৰে ৰঙীন হৈ পৰক আপোনাৰ জীৱন,,
নিউজ চেনেল বোৰেও প্ৰকৃত কাৰণ নজনাকৈয়ে ৰাইজৰ মাজত অপপ্ৰচাৰ কৰে, আপোনাৰ ভিডিও চোৱাৰ পাছত ৰাইজে প্ৰকৃত কাৰণ বোৰ জানিব।
Fraud news bor r uporot step lobo loga samay hoise aru...besi hoi goi ase
Right
absolutely right....
সঁচাকৈয়ে। সঠিকভাৱে বাতৰি পৰিবেশন কৰিব লাগে।
News channel sai ako lav nai bro fokotiya di thake
শিৱসাগৰ বাসিন্দা হিচাপে গৌৰৱ কৰিচো
Asomor basinda hisape gourop onuvop korisu🤪🤪🤪🤪🤪
Bohut val lagil.....thanks a lot
Asol kothabor gom pai vl lgil dada thanks
Atiahe kathabor vldre bujilo.... thank you dada...
Khub val lagise aponer news
hosakoi bohut val lagil ai kothakhar huni....ahom swargadeu dinote jenekoi asil tenekoi hokolu thakibo buli kuat bohut bohut val lagise...❤️❤️❤️❤️❤️..
Gogoi da kotha khinit ame hokolu ekmot....
ভাল লাগিল দাদা ইয়াৰ পৰাই সেৱা জনালো
Great information Bhaskar Da ❤️
মন্দিৰৰ একেবাৰে ভিতৰ ভাগৰ কুণ্ডটোত লিংগভাগ দেখিছিলো । আচৰিত ! বহুত ভাল কাম হৈছে ।
হৰ হৰ মহাদেৱ 🙏
ভাল লাগিল , কথাখিনি জানি
সুন্দৰ কৈ বুজাই দিছে দাদা আপুনি।।
সুন্দৰ প্ৰদৰ্শন
history jani val lagil, good concept 🙏🙏
হৰ হৰ মহাদেৱ।
This is our sibsagar ,,proud to b Tai ahom🙏🏼
Khub bhal hoise nhole ekankhoi doul tuk shiv mandir bonai pelaisile ru.
শিৱসাগৰ বাসিন্দা হিচাপে গৌৰৱ কৰিছো। ঔ:নম শিৱাই🕉️🙏🙏🕉️🙏🙏
ভাৰতবৰ্ষৰ সকলো জাতিয়েই নিজৰ ৰাজ্য খন মজবুত কৰি ৰাখিছে আমাৰ ৰাজ্যখনো এনে হোৱা উচিত
Khub xundor podokhep....
Vedio tu sai val lagil bhaskar da ...love from Digboi...
So wonderful bro 👍👌❤️..your all video is interested to see ..
Bohut vl lgil sai
ককাইদেউ আমি সৰু থাকোঁতে এবাৰ শিৱদল গৈছিলোঁ। তেতিয়া এটা কথা শুনিছিলোঁ যে যি মেইন শিৱ দলৰ পূজা পাতল কৰা ঠাই দোষৰৰ তলত এটি সৰু ৰুম আছে।আৰু যত মেইন পূজা পাতল কৰে সেইফালে দি মানুহ সোমাই যাব পাৰে।খট খতি আছে তললৈ যাবলৈ।গাখীৰ পৰি খট খতি কেইটা পিছল হৈ থাকে।
কথাটো কিমান সঁচা। নে সেই গাত টো তাৰেই অংশ? জনাবচোন
সচা কথা গম পাই ভাল লাগিল দাদা
Hats off to uh Basanta da. Aiya Akal apunar Sinta asil Aru apunar Sesta r karane aji ami Ahumar ( axomar, axomiyar ) hampad uddhar koribo parilu .
ইমান দিনে মই বুজি পোৱা নাছিলো আপোনাৰ ভিডিঅ টো চাই বুজি পালো বহুত ভাল লাগিল
Thanku ,good news.
Hoi bohut val হৈছে
জানিব পাৰি ভাল লাগিল .আৰু আগুৱাই জাওক.. 👍👍👍
বহুত ভাল কৰিছে গগৈ দা
দাদা আজি বাতৰি কাকতত পাইছো এই খবৰটো, আপুনি video বনোৱা বাবে অশেষ ধন্যবাদ
সুন্দৰ ভিডিও টোৰ বাবে ধন্যবাদ। অৱশ্যে sound quality আৰু ভাল হব লাগিব! চৰকাৰেও সুন্দৰ পদক্ষেপ লৈছে। সকলো ঐতিহাসিক স্হানৰ ক্ষেত্রত এনে কাম কৰাতো জৰুৰী বুলি মই ভাবো।
Val lagil video 2 sai dada
Mjah
Khup val lagise
Ahom ahom ai hoi 🤜🤛
Bhal lagise Bhaskar da khobor tu pai .
খুব সুন্দৰ পদক্ষেপ
Val lagil dada aru aguwai juwa
Anebor video r babe purbanchal is something special....long live
হৰ হৰ মহাদেৱ🙏🙏🙏
Bhaskar hosa'a aji tumar chal'r through di nojona kotha gm palu.bhal lagil.thank you.
Video tu sai val lagile dai
Dimppuuu aru Purbanchal 🤘🤘🤘🤘🤘🤙🤙👌👌👌✌️
I am from Silchar Assam. It's highly appreciated and appreciated step by the government of Assam and government of India......jai Shiva and jai loard Bishnu.....jai people of Assam and Ahom kingdoms.
Bor xundar 🙏
Val lgil kotha bur jani 👍 bhaskar da
বাতৰিবোৰ চোৱাতকৈ আপোনালোকৰ এনে ভিডিঅ'বোৰ চোৱাটোৱে ভাল।
ভাল লাগিল দাদা❣️❣️
Mojja dost
Bohut val kam korise
Good information bro
সুন্দৰ কথা কৈছে বসন্ত গগৈ ডাঙৰীয়াই 💗। আমাৰ উঠি অহা নৱপ্ৰজন্মৰ বাবে অসমৰ ইতিহাস উদ্ধাৰ কৰিব লাগিব এইটো ভাল হৈছে 💗❤️।
।। হৰ হৰ মহাদেৱ ।। 🙏
ভাল পদক্ষেপ লৈছে 👍
Bhal lagil dada
হৰ হৰ মহাদেৱ
I'm from Kamrup Assam ❤️ Hajo
ঔ:ম নম শিৱায় 🙏
Great job done by local people's n constructive job
Great job 👏 👍 👌
Anekuah video bonabo sai valla lage
Love from morigaon
Good news vaskar da ..l
Jani val lagil
Your consistency and quantity of content never disappoint. ❤
Thank-you
Joi sivsagar
Thanks
Vlog bohut acha hai
Mjh 😍
ঔমঃ নমঃ শিবাইঃ
Happy Rongali bihu mur falor pora apunalukor hokoluke...
Jai Shiv Shankar Om Namah Shivay 🙏
জানিব পাই ভাল লাগিল দাদা
Val lagil janibo pai
Khub bhal kotha
Kokaidew val lagil aji gom palu
Bhut val kam koril ji koril .......uliale aru sage ene bhu gupon rahoisya ulabo ....
Happy news for all ,for assam
God job 👍👍
Great great
Very nice ❤️
মজা লাগিছে
Bhaskar aji tawn jawtee j log pisilui bow ru apunAk bohutt vll lgileee❤️🥺
ভাল লাগিল
Mojaa janibo pai val lagil
Val lagile dada
Val lagil ❤️❤️❤️
ভাল লাগিল
Jani val lagile🥰 I'm from nalbari
Love from Dhemaji ❤️
Frast comment bro ❣️❣️❣️ love from sivasagor 🙏🙏🙏🙏🙏🙏
Hundor...