ঘিলা পিঠা | Ghila Pitha | ক'লাখাৰে বনাই খাইছেনে | ইমান কোমল |দেখাত ঘিলাৰ দৰে |Assamese pitha recipe
ฝัง
- เผยแพร่เมื่อ 10 เม.ย. 2019
- #Assamese_pitha #bor_pitha #ghila_pitha
বিহুৰ লগত পিঠা-পনা এৰিব নোৱৰা সৰ্ম্পক ।সেই ধাৰা আজিও আছে বাবে সকলোৱে পিঠা video সমূহ আদৰি লোৱা দেখা গৈছে । বহুত বহুত ধন্যবাদ পৰম্পৰাগত পিঠা -পনা সমূহ অসমীয়া সমাজত কেতিয়াও অনাদৰ ন'হয় ।
যিখিনি জানিছিলো "ঘিলাপিঠা" বিষয়ে তাক আজি আপোনালোকৰ লগত share কৰিছো ।অতি কোমল,সোৱাদ আৰু সুস্বাস্হ্যকৰ এইবিধ ঘিলাপিঠা খাই বহুতে মোৰ শিকিছে /খাবলৈ দিলেও বান্ধি লৈ যায় /নামঘৰত চাহৰ লগত দিলে আৰু এখন দিয়াচোন বুলিও কয় …মুঠৰ ওপৰত বহুতে সোৱাদ ।
এইবাৰ বিহুত বনাওক /খাওক/খুৱাওক ।ক'লাখাৰৰ কাঢ়া ওপৰত নিৰ্ভৰ কৰি দিব ।নথকা জনে খোৱা চ'দা ব্যৱহাৰ কৰক ।একে সোৱাদ পাব ।
_____________________________________________
Music Credit
• Soft Music to Relax "M...
Baideo, Ghilla Pitha aji 27yrs or pisot practice try korilu. Absolutely PERFECT hoiseh. Amar yet oha sonee bareh samojuwa Bihu picnic asa, moi olop bonai loi jam. Thank you for your detailed tips.🙏🏼
বৰ সুন্দৰ
Aponar ghila pitha recipe bahut bhal lagil. Mitha talara bhagibo parina janobosun
ধুনীয়া হৈছে খুব
Thanks
Vl lgil sai
Iman hundr hoise khabr mon goise
Thanks
aapunar recipe tu bhal lagise
Bhaal lagil 🙏🏿
Beautiful video 👍👍👍👍👍👍
Bohut dhunia hol aru khaiu bohut val lagile
Thanks ♥️
Waw.mojja
Thanks
👌👍....ki kom aru ..khabole hy mon goise..
🌸❤🌼
খুবেই ভাল লাগিল বা বনাব লাগিব
Thanks
So, sweet pitha,aji moi bihu karone bonam tq,u voice is so sweet
Thanks❤
Vl lagile bonai sabo lagibo
Thanks
Val lgisha
Thanks
Baidew very nice
Thanks
Dhuniyake bonaise moiu bonai sab lagibo
Baah bor Dhunia hoise👌💗
Thanks
Nic mem
অতি সুন্দৰ বাইদেউ ।
Khub dhunia hoise
Thanks
প্রথম দেখিছো, ইমান সুন্দৰকৈ বনাইছে। 😋👌👌 খাব মন গৈছে ।
Hoi neki... Thanks
Mojja
হয়…
Cute🥰🥰🥰
বহুত ধুনীয়া হৈছে বাইদেউ।।আজি মইও বনাম
Nishoi
Nice👍👍
Thanks
Apnr prtitu recipi mur priyo..lov u ba..
শুনি সুখী হলো…বহুত বহুত ধন্যবাদ… welcome 💐
bahot duniya lagise
🙇♀️😍🤗
Thanks...
❤❤❤
@@TaruPhukan pleasure 🙂🙏
কলাখাৰ দিয়া ঘিলা পিঠা প্ৰথম দেখিলো ভাল লাগিলে
Thanks
বাইদেউ জনীৰ হাতত কিবা যাদু থকা যেন হে লাগিছে দেই..... ইমান.... ধুনীয়া হৈছে।
My pleasure... Thanks lovely sis❤❤❤
Thanks my lovely sis❤❤❤
Nimokhia pithar recipi dibo sn
আজি বনাই আছো দেই……নিশ্চয় দিম
Aunty khar diar karone emmn dhuniake fulise.vim kolor bakolir khar dile hbo ne plz jonabo
কাঢ়া হ'ব লাগে…তেতিয়া হ'ব
Pithaguri khini kesa Hoi niki
First viewer
হয় নেকি ?ধন্যবাদ দেই
@@TaruPhukan Welcome.Amar Mai Khub sai apunar Recipe bur..
হয় নেকি ?ভাল লাগিল জানি……মায়ে কেনে পায় …কি নাম বাৰু তেখেতৰ ❤
@@TaruPhukan Mar nam Hiramani Kalita.Facebookt o apunak Like kre..
Apuni jibilak Recipe bonai Mai o Xokolue bonai..
Vim kol r bakoli Puri ji kola khar bonai...kheiya use koribo pari ne
পাৰিবা………অলপ কাঢ়া হ'লে বহুত ফুলে
বাইদেউ আপোনাৰ শিৱসাগৰ কত ঘৰ মই ও শিৱসাগৰ হয়।
চেপন
হয় খাবলে বৰ ভাল। মাজত অলপ কেচাহৈ থাকে।
হেঁচি দিবা তেতিয়া কেঁচা নহয়
@@TaruPhukan ধন্যবাদ
Baideu...pitha bonalu eman dhuniyake fulise nohoi ..ki kom apunk ..pic mari thoiso ..log pale dekhuyam
দেখুৱাবা…মৰম দিলো 🌸🌼❤
@@TaruPhukan ikkiebiii
Bohut dinoloi thoi dibo paarine???
পাৰি
বৰ সুন্দৰ হৈছে ।আপোনাৰ ৰেচেপি বোৰ লোভনীয় হৈছে। মোৰ চ'ডা খাৰ হে আছে। পৰিমাণটো ক' ব নেকি? সুপ্ৰভাত জনালোঁ
আধা চামুচ দিব………
Eyat bora saul nidile nhy nki baideu..moi ji jegat thku tat bora saul paboloi ny.. bora saul nohoa pithar recipe lagisl mk
আছে ন'হয় …ভাত খোৱা চাউলেৰে তৈয়াৰ কৰা বহুত পিঠা ৰেচিপি…চাবাচোন
কলা খাৰ কেনেকৈ বনোৱা হয় দেখুৱাব চোন।
ভীমকলৰ মধুনা শুকুৱাই লৈ জুইত পুৰি ছাঁই কৰি লৈ টেমাত ভৰাই থ'ব পাৰি ।মই কাতি মাহতে খাৰ বনালো…এতিয়া অকল বটলতহে আছে।
Narikol suki o dibo parim neki pitha guri khinit
পাৰিবা
বাইদেউ আপোনাৰ ৰেচিপি বোৰ চাই মই বহুত ভাল পাওঁ!!মোৰ ঘৰ শিৱসাগৰত,,আপোনাৰ শিৱসাগৰৰ কোন ঠাইত জনাবচোন
Apunibonua pithatu Amar fale borpitha buli koi
Kolkhar nathakila ki di bonabo parim
খোৱা চ'দা বা বেকিং দিব পাৰি
tumar pitha tu bhitoror pora empty hoi na filled hoi
অকল শালি পিঠা হ'লে ফাঁক হয় …মিহলি হ'লে তিনিটা লেয়াৰ হয়,,,তোমাৰ
Moi binai saisilu kintu val nohol baa😔😔😔
কেনেকৈ বা বনাইছিলা…
Apuni koyar dore a bonaisilu parile apuni ji bostu a loya jai poriman tu mane dhork a bati a samus enekoi ful kori poriman bilak dekhale amar val hoi .apuni hosakoi a iman jane asrit lage vabile .thanks baa amak hikoya babe.try korim ako val koi bonabloi .
Aitu ghila pitha nhai..bhul info ndibo
মই বহুবাৰ বিহু বিহুমেলাত প্ৰতিযোগিতা যোগ কৰোতে বিচাৰক সকলে এইটোহে প্ৰকৃত ঘিলা পিঠা বুলি কয়…আমাৰ উজনিৰ সকলোকে সুধিবা…মই কিমান দিনৰ পৰা কৰি আহিছো…তুমি কোন কেইটাক কোৱা কোৱাছোন……
১/ ঘিলা পিঠা এনেকৈ নবনাই , ঘুলি নলয়।আপুনি বনোৱাটো ধও পিঠা বা তেল পিঠা বুলি কয়। ঘিলা পিঠাৰ মিশ্ৰনটো ইমান পনীয়া নহয় , ঘিলা পিঠাটো প্ৰথমে সৰুকৈ গোল আৰু চেপেটা আকাৰ দি লোৱা হয় ,তাৰ পাছতহে তেলত দি ভাজে।
২/ ঘিলা পিঠা বনাওতে বৰা চাউল ব্যৱহাৰ নহয় ।
ধন্যবাদ।
Aapuni bonai dekhuaabosun.