Ohh my god... Koti Koti pranam..🙏🙏🙏 apunahobok.. oti hundor.. logote nrityo.. bohut val lagil.. anekua poribekhon agot ketiau pua nai... Huni mon jai kori dile apunahobe.. agoloiu Jen apunalukor anekua poribekhon pai thaku.. 🙏🙏🙏
নামষাৰ শুনি শুনি থাকিলেও আমনি নালাগে ৷ সকলো ফালৰ পৰা বহুত ভাল লাগিছে ৷ নাম ,নেগেৰা ,খোল ,বাহী ,সকলো বহুত ধুনীয়া বজাছে আৰু গাইছে ৷ সকলো ফালৰপৰা ভাল হলে এষাৰ নাম বা আন অন্য কিবা বস্তু বা অন্য কিবাকিবি ভাল হয়
Bohut dhunia hoise kin2 bap khakol ata kotha kow , vidio2 Jun jone recoding Kore tew alop vidio bur val korile aru val lagibo karon upload Kore jetia ata val jegat bohi loi dhunia koi sijil koi korile aru val lagibo . Kuar karone dukh marjon koribo . 🙏🙏🙏🙏🙏🙏🙏
Pranab da bohut val lage apunalukor nam bur huni....... Kobole kunu bhaxa nai.... Jiman hunileu Mon novore.... Aru dada bohut agoreporai apunalukor hokolu bur video moi saiasu..... Bohut Val lage apunalukor nam.....🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কবলৈ ভাষা নাই। নাম, কণ্ঠ, বাদ্যযন্ত্ৰী, সকলোৰে ইমান সুন্দৰ আৰু নিখুঁত উপস্থাপন দেখি অভিভূত হৈছো।। আপোনালোক আগুৱাই যাওক। ভগৱানে শক্তি দিয়ক
ধন্যবাদ
@@Dhemajikendriyaharinam বৰ সুন্দৰ।দলটিক বাদ্যযন্ত্ৰৰে সোণত সুৱগা চৰাইছে।
বহু ,সুন্দৰ।প্ৰণৱ দাই বাদ্য শিল্পী ৰ যথেষ্ঠ উন্নতি সাধন কৰিছে পূৰ্বতকৈ, যি কায্য ই দলটোক আৰু অধিক মনোমোহা কৰি তোলিছে। ভগৱাৰ কৃপা লাভ কৰক দলটিয়ে আৰু ৰাইজেও সমাদৰ আৰু সহযোগিতা প্ৰদান কৰক।
Birat xundor! Blessings to my ears. True devotion is powerful and effortless.
Brinda bonote o shyam kolia gan2 pam ni baru❤
সুন্দৰ, লগতে নেগাৰা বজোৱাজনে অধিক মনোমোহা কৰিছে৷নেগাৰা বজোৱাজনক যাতে স্পষ্টভাৱে দেখিবলৈ পাও তাকে আশা ৰাখিছো আগলৈ৷
Ohh my god... Koti Koti pranam..🙏🙏🙏 apunahobok.. oti hundor.. logote nrityo.. bohut val lagil.. anekua poribekhon agot ketiau pua nai... Huni mon jai kori dile apunahobe.. agoloiu Jen apunalukor anekua poribekhon pai thaku.. 🙏🙏🙏
হৰি নামৰ অমীয়া সুৰেৰে ৰস বোৱাই দিছে বহুত সুন্দৰ হৈছে ধেমাজিৰ আকাশ হৰি নামে মুখৰিত হৈ আজি সকলোৱে মন প্ৰাণ হৰিছে ভাল লাগিল আৰু শুনিবলৈ পাম বুলি আশা থাকিল ....
ধন্যবাদ
Bahut vl lagise ga hital hoi goise aru ag bahi jaok thanks to all members
হৃদয় চুই গৈছে। ভ।ষ। ন।ই কবলৈ। নাগাৰা বজুৱা বাপ জনা ধোলৰ ওজা যেন পাইছোঁ। মোৰ অনুমান ।
Khub dhunia. Nmbr tu pm ne bapjonr
@@biswagogoi5632 6003183112
Krishna oti xundar hori name 🙏🙏🙏 pronam jonalu apunaxobok 🙏🙏🙏
কৃষ্ণ
অতি অতুলনীয়। ভগৱান আপোনালোকক কৃপা দৃষ্টি কৰক। বৰ ভাল লাগে । মই আজি লৈকে বহু বাৰ চালো।
ধন্যবাদ
মই ধেমাজীৰে হয়৷ বহু বাৰ চাইছো এওঁলোকৰ নাম৷ হেঁপাহ নপলায়, বৰ সুন্দৰ পৰিবেশন৷
বৰ ভাল লাগিল দিহানামষাৰ \ খোল, নেগেৰা বাঁহী বৰ সুন্দৰকৈ সংগত কৰিছে \ দেৱবাদ্য পিচফালে লৈ গোৱাতকৈ সন্মূখৰ ফালে বা দুশাৰীলৈ বহি গালে দেখিবলৈও সুন্দৰ হয় আৰু তেনেদৰেই গাব লাগে বুলি জানো \
সুন্দৰ নিদৰ্শন ভাল লাগিল।বৈকুণ্ঠৰ পুৰী
Hi 👍👍👍👍
Wow eman hundar vabe poribehn korise. Kbloi vakha ni. Aru nagara badok jone eman dhuniakoi bjaise wah. Aponalok aru aguai jaok tare kamna kriso
Excellent performance by Mr. Pranab Da .accept my hartest regards to all. Keep it up
কৃষ্ণ বাপ সকল....... অতি সুন্দৰ পৰিবেশন....দেহ মন সকলো শুদ্ধ হৈ গল.... আপোনালোকক গুৱাহাটী ত নিমন্ত্রণ .. জনালে আহিবনে???
Jam kia najam baru
Phone nmbr tu diok
কৃষ্ণ 🙏🙏বাপ প্ৰভূ অতি সুন্দৰ ভাল লাগিছে ধন্যবাদ প্ৰভূ কৃষ্ণ 🙏🙏
সুন্দৰ উপস্থাপন । নেগেৰাৰ শব্দ সচাকৈয়ে আপ্লুত হৈছো ।
নামষাৰ শুনি শুনি থাকিলেও আমনি নালাগে ৷ সকলো ফালৰ পৰা বহুত ভাল লাগিছে ৷ নাম ,নেগেৰা ,খোল ,বাহী ,সকলো বহুত ধুনীয়া বজাছে আৰু গাইছে ৷ সকলো ফালৰপৰা ভাল হলে এষাৰ নাম বা আন অন্য কিবা বস্তু বা অন্য কিবাকিবি ভাল হয়
ধন্যবাদ
JAI GURU SANKAR.... BOHUT VAL LAGISE.... KHOL NAGARA .... XUNDOR BOJAISE.....
কবলৈ ভাষা নাই মোৰ, মই সদায় ৰাতি শোৱাৰ আগত এইভাগ প্ৰায়ে চাঁও।🙏
ধন্যবাদ
সচাই অপূৰ্ব , প্ৰশংসা কৰিবলৈ ভাষাৰ অভাৱ । নেগেৰা বাদক আৰু বাঁহী বাদক জনে দলটিৰ সুনাম আৰু এখোপ উচ্চ কৰিছে । ।
কৃষ্ণ কৃষ্ণ প্রণৱ ককাইদেউ কন্ঠত এই নাম ভাগ শুনি বহুত ভাল লাগে 👍👍🙏🙏🙏🙏🙏🙏🙏🙏
বহুত সুন্দৰ পৰিবেশন । শুনিলে শুনি থাকিবৰ মন যাই । কৃষ্ণ ।
Krishna guru hokol..oti hundr hoise...oti humadhur...
সচাকে গাৰ নোম হিয়ৰি ওঠে
ইমানে সুনদৰ হৰি নাম....👍🙏🙏🙏
Bohut dhunia hoise kin2 bap khakol ata kotha kow , vidio2 Jun jone recoding Kore tew alop vidio bur val korile aru val lagibo karon upload Kore jetia ata val jegat bohi loi dhunia koi sijil koi korile aru val lagibo . Kuar karone dukh marjon koribo . 🙏🙏🙏🙏🙏🙏🙏
Joy guru shankar.
Om hari om.
🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
Gar num hiori uthe.....
Krishna
Bohut hundor hoise hunile huni thakibr mon jai
Pranab da bohut val lage apunalukor nam bur huni....... Kobole kunu bhaxa nai.... Jiman hunileu Mon novore.... Aru dada bohut agoreporai apunalukor hokolu bur video moi saiasu..... Bohut Val lage apunalukor nam.....🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
অতি সুমধুৰ .........ভাষা হিন......নেৰিব দেই ...কামনা কৰো আৰু বহুত দুৰ আগুৱাই যাব ....আমাৰো এটি দল তেখেতৰ আশিবাদত চলি আচে.....মই কম বেচি পৰিমানে বাহী আৰু .টোকাৰী বজাও ...গাবলৈ পৰচেষ্টা চলাই আছো.....
Hundor uposthapon.
ভাল লাগিছে আৰু আগবাঢ়ি যাওক ঈশ্বৰে মঙ্গল কৰক
পোনপ্ৰথমে আপোনালোকক বহুত ধন্যবাদ। বাঁহী আৰু নাগাৰা ইমান ধুনীয়া বজাইছে ,, বাঁহী বাপ ৰে ইমান ধুনীয়া লাগিল। দক্ষিণ কামৰূপৰ Chhaygaon ৰ পৰা শ্ৰদ্ধা জনালোঁ।
ধন্যবাদ
Manash da negera ekdom next level t bojai ase. Excilent
আপোনালোকৰ দিহা নাম শুনি বৰ ভাল লাগিল আপুনা সৱলৈ মুৰ অশেষ মৰম জাচিলু চিৰিনগৰৰ পৰা নমস্কাৰ
ধন্যবাদ জান দা
কবলৈ ভাষাই বিচাৰি পোৱা নাই ইমান ভাল লাগিছে।পাৰিলে আৰু নাম,দিবচোন ।নামৰ মাজত উৰুলি দিওঁতাজন নিশ্চয় নেগেৰা বাদন জনাই দিছে ইমান মজা উৰুলি শুনিলে গাৰ নোম শিয়ঁৰি উঠে আৰু খোল বজোৱা জন,নাচনী গৰাকী ভালকৈ দেখুৱাব বুলি আশা থাকিল আৰু শেষত সকলো নামপাটি ৰাইজক লগতে ইউটুৱাৰক ধন্যবাদ জনালোঁ
ধন্যবাদ
অপূৰ্ব , বৰ ভাল লাগিল আপোনালোকৰ দিহা নাম শুনি।
🙏জয় গুৰু শংকৰ 🙏
Bohut dhunia hoise. Amar mamar hokamot nagara bojua jone 500 rupees prize paisil.Ghilamara Singia mur mamar ghor.
অতি সুন্দৰ, আপোনাসৱে এই প্ৰচেষ্টা অব্যাহত ৰাখক ।গুৰুজনাৰ আৰ্হি আপোনাসবেই বিলাই দিলে। কৃষ্ণ শঙ্কৰ
ধন্যবাদ
Xundor.....Anekua hari Nam agoloi aru Pam buli aakha rakhilu.... Dal ti loi xubhessa thakil....
খুব সুন্দৰ হৈছে...... কৃষ্ণ
Imn sundar... Mon pran saat pori jai... Dukh jontronar pora samoyik prosanti palo....
Pranab da kiba ata likhim vabisilo kin2 likhibole dekhun aku vakhai bisari puwa nai....
bht bht bht hundor hoise....
ধন্যবাদ
Krishna ....Xundor bahut vl lagil...From, tezpur
Xsai bht xundor poribexon....pora hle abr sable mn goisl.... Dada aru blg keitamn upload krb... Apunar chanalte... Bahiu bht vl lgl
দিহানামৰ দল বহুত দেখিছোঁ, কিন্তুএনেকুৱা বিৰল, শেষ নোহোৱাকৈ এৰিবই নোৱাৰি, মইও উপস্থিত থকা হেঁতেন সেই সময়ত , উপভোগ কৰি ভাল লাগিল, জয় গুৰু শংকৰ
Apurba
Next lvl t bajai ase dei..Manisu👏👏
Hunile huni thakibo mon jai...bohut bhal lagise...specially negera bojuwa dadajonor bojuwa style hosai kobologiya.negera ki xobdo....aaru aaguwai jaok aapunaluk.
বিহুত ধুলীয়াই চুলি ৰাখে ওজাই চুলি ৰাখি বিয়াত ওজাহাত বজাই বিহু নছোৱাই সেইতো বেলেগ কথা কাৰণ বিহুত বিহুৱাৰ নাছনী গাত বা লাগে নামততো নালাগে ইয়াত আকৌ চুলি ৰাখি ইমান উত্তাউল হৈ নাগাৰা বজোৱা কি দৰকাৰ সৰু সৰু কথাবিলাক মন দিয়াৰ দৰকাৰ
তেখেতে চুলি ৰখা কাৰনে আপোনাৰ কি দিগদাৰ হৈছে ডাঙৰীয়া
Waw bhut xundor provuxokol specially nagara n khul badok kijok aru bahi waw aru namoti jonok
🙏🙏❤️❤️জয় শ্ৰীকৃষ্ণ ❤️❤️🙏
🙏🙏কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏🙏❤️❤️❤️🙏🙏❤️❤️❤️🙏🙏❤️❤️🙏🙏🙏❤️❤️কৃষ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤️❤️🙏🙏
ধন্যবাদ🙏🙏🙏
Hundor hoise.. Moi u dhemaji r hoi.. Iman hundor negera, khul badok aru kontho amar onsolot ase buli nijoke gorbito anubhav korisu
ঔঁ নম: ভাগৱতে বাসুদেৱায়
wow. Pranab Da and your group aru aguyai jawok. Apuni Dhemaji gorav
Apuni sini pai jodi contact tu dibo neki teulukok pabo porakoi
Hosakoi bohut vl lagise Krishna .......
বহুত বহুত ভাল লাগিল আপোনাৰ উপহাৰ
বৰ ভাল লাগিছে ভাষাৰে বুজাব নুৱাৰি পাৰিলে নল দৱয়ন্তী বনলৈ গল নিশাৰ ৰাজ্যত আজি পুস্ক ৰজা হল এই গানটো গাব বহুত দিন শুনা নাই শুনিবলৈ মন গৈছে৷
নিষাদ ৰাজ্যত
জয়ন্ত দা বহুত সুন্দৰ বাঁহী বজাইছে আপোনি।
krisno bap bandhob.....
bohut dhuniya lagile dai
Khul ngra bahi aru namoti xsai vl milise bht bht bht xundor....
Bohut bhal lagil joi shri krishna
Negara bojua jonk kintu mani giosu dei vaha ni tewr karone all the best god blss you
নেগেৰা শিকিব আছে শিকাই দিবনে বাৰু বৰ সুন্দৰ লাগে আপোনলোৰ নাম ।
Parib
অতি সুন্দৰ আৰু আগুৱাই যাওক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো
Raaammmmm bhuttt dhunia
ইমান ভাল লাগে কবলৈ ভাষা নাই ।মই ও দিহানাম গাওঁ আপোনালোকক যদি কেতিয়াবা ভাগ্যৰ বলত লগ পাওঁ নিজকে ধন্য মানিম
ধন্যবাদ
Very very nice 👍 harinam
মোৰো নেগেৰা বজোৱা মন আছে আপোনাৰ লগত
💝💝💝
😍😍😍Su...per😍😍😍Ei video'tu hosai bohhut Baar saisu hepaahei nopolai dada hokol...aaru comment'tu koru..🇮🇳🇮🇳🇮🇳🇮🇳
আপোনালোকৰ নামপাতিৰ আমি প্ৰায় বিলাক ভিডিওয়ে চাঁও বহুত ভাল লাগে । আশা কৰো আগলৈও । এনেকোৱা সুন্দৰ সুন্দৰ ভিডিও চাবলৈ পাম ।
ধন্যবাদ
বৰ সুন্দৰ পৰিবেশন
ভাল লাগিল আজি।
Hoi
akdom moja dai nagara aru khul baguwa jonak manibo lagiba kintu .hundor protiva asa aru aguwai juwa 🙏🙏🙏
Krishna 🙏🙏🙏
আপোনাৰ প্ৰতিটো অনুস্থান চাই সচাকৈয়ে মোৰ বহুত বেছি ভাল লাগে আৰু আশা কৰিম।
বহুত ভাল লাগিলে .ভগৱাণে কিপা কৰক সমাজৰ মাজত জিলিকি থাকিৱলে
Asol moja2 headphone t he pabo
কি আচৰিত! বাৰে বাৰে শুনিওঁ হেঁপাহ নপলাই কিয়? অনুগ্ৰহ কৰি যোগাযোগৰ ঠিকনাটো দিব নেকি?
8638573240
গাৰ নোম শিয়ৰি আহে ।কৃষ্ণ বাপ সকল🙏🙏🙏🙏
Dhuniya jayanta daa🥰
Mind blowing jayanta da👍👍👍😀😀
Foko tiaa
aaaa mja mja ..nagara bjua jonor nam2 ki
"" কৃষ্ণ "". মন পবিত্ৰ হৈ গল ।
Super brother's mind blowing... anyway Krishna Sankar Guro
Bapre ki dekhilu... Krishna Krishna.... Neribo deii..
ধন্যবাদ
অতি সুন্দৰ এইটো নামত পগলা হৈ আছো কবলৈ বাকী নাই কৃষ্ণ ৰাম নাৰায়ণ ।
ধন্যবাদ দাদা
Dada flute apunie bojsise neki vdotut???moi apunar bohut dangor fan hoi from nagaon..bohut val lage apunar bahir xur
ধন্যবাদ
🙏🙏Bahut dhunia bojaise apunaloi khotokuti pronamm 🙏🙏
প্ৰণৱদা দেৰিকৈ হ'লেও আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।আশাকৰো আপোনালোক আৰু আগবাঢ়ি যাওক।আপোনালোকক এবাৰ লগ পোৱাৰ আশা থাকিল
A ram ram
ইমান সুন্দৰ হৈছে বাপ সকল ৷
ভাল হৈছে বুলি কোৱাৰ আগত তেওঁ নাগাৰাত কি বজাইছে সেইতোহে ছোৱা দৰকাৰ যিহেতু তেওঁ হৰি নামতহে বজাইছে আধুনিক গীতত নহয়
সুন্দৰ হৈছে আগলৈ আৰু আশা কৰিলোঁ। মাত্ৰ এটা অনুৰোধ জনালোঁ খোল বাদ্য বাওঁ হাতে বজাব নালাগে। ধন্যবাদ জনালোঁ।
hosai khub hundor ❤
Negera badok log pabo mon ase xikibo mon goise alop janu enekoi bojabo najanu so bohut mon goise kenekoi log pam so rply me
Moja disa kela negera.
মইয়ো নাগাৰা বজাও কিন্তু আপোনৰ দৰে নোৱাৰো দেই..👏👏
Hundor oti hundor ❤️❤️❤️
মজা 💐💐💐💐
Ati hundor horinam
Imman Mozza laagil dada..........Moi praiei Sai thaaku ei video'tu
ধন্যবাদ