BAKHAR BENGENA // বকতাৰ বাখৰ বেঙেনা // NOBIN BURAGOHAIN

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ม.ค. 2025

ความคิดเห็น • 27

  • @himashreebhattacharyya6094
    @himashreebhattacharyya6094 6 หลายเดือนก่อน +1

    Bohut important information dile. Dhonyobad

  • @santanubaruah2649
    @santanubaruah2649 2 ปีที่แล้ว +1

    প্ৰশংসনীয়। তথ্য পূৰ্ণ। ভাল লাগিল।

  • @pranabgogoi8517
    @pranabgogoi8517 ปีที่แล้ว

    Val Lagil

  • @prityburagohain5401
    @prityburagohain5401 2 ปีที่แล้ว +2

    Bohut val lagil

  • @chaonayanruchao..325
    @chaonayanruchao..325 2 ปีที่แล้ว +3

    dhunia dei

  • @SolenRabha-t5k
    @SolenRabha-t5k 6 หลายเดือนก่อน

    ❤❤❤❤

  • @porikshitbora3094
    @porikshitbora3094 2 ปีที่แล้ว +2

    Mojaa

  • @pranjitborgohain6711
    @pranjitborgohain6711 2 ปีที่แล้ว

    Thank you, sir.

  • @inidbahek4694
    @inidbahek4694 2 ปีที่แล้ว +2

    Wow .....❤️❤️❣️

  • @Mousam91
    @Mousam91 2 ปีที่แล้ว +5

    First viwe❤️🌚

  • @ranjanling5566
    @ranjanling5566 2 ปีที่แล้ว +5

    দাইটিৰ পৰা নজনা কথাৰ ৰস লৈ আছোঁ ।উক্ত মহান গছ জোপাৰ নিজা সুকীয়া বৈশিষ্ট আগে শুনা ,দেখা নাছিলো ।বুৰঞ্জীৰ এই যাত্ৰা চলি থাকক। আন্তৰিক ধন্যবাদ থাকিল ।

  • @sg24axom36
    @sg24axom36 2 ปีที่แล้ว +2

    ভাল লাগিলে ককাইদেউ। নতুন তথ্য জানিব পাৰিলো।

  • @anonymoustruthseeker8613
    @anonymoustruthseeker8613 2 ปีที่แล้ว +3

    ধন্যবাদ ককাইদেউ এই তথ্যভিত্তিক ভিডিওটোৰ কাৰণে । আপোনাৰ পৰা বহুত কথা শিকিব পাৰিছোঁ ।

  • @rajendas3760
    @rajendas3760 2 ปีที่แล้ว +1

    ধন্যবাদ ছাৰ।

  • @debajitchetia1659
    @debajitchetia1659 ปีที่แล้ว

    বহুত নজনা কথা জানিব পাৰিলো,বাখৰ বেঙেনাও দেখিবলৈ পালো।আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো।

  • @rajdeepgogoi7043
    @rajdeepgogoi7043 2 ปีที่แล้ว +3

    ভাল লাগিল ককাইদেউ , পিছে হাবুঙৰ বিষয়ে ভিদিঅ বনাব বুলি আশা কৰিলো

  • @gamesbikash8358
    @gamesbikash8358 2 ปีที่แล้ว +4

    Dada) apunar vdo xai vhal lage bohut uprkirtya hou mur upadhi chetia parile chetia বুৰঞ্জী bikhoe ata vdo bonabo xun bohut uprkirtya hom ধন্যবাদ 🚀🚀🚀

  • @mraftabvlog1197
    @mraftabvlog1197 2 ปีที่แล้ว +1

    Apunar video pa kiba ata Hikbo paw vl lga apunar video blk sai

  • @FarajBora
    @FarajBora 6 หลายเดือนก่อน

    Bakhor bengena is around 590 yrs old till 2024,discovered by Indian botanist U N Kanchilan in 1939

  • @monjilchetia998
    @monjilchetia998 2 ปีที่แล้ว +2

    chetia বুৰঞ্জী video 1 বনাব চোন

  • @pranjoldutta7038
    @pranjoldutta7038 ปีที่แล้ว

    দাদা, আপুনি যদি পাৰে। আমাৰ গোলাঘাট জিলাত থকা ঐতিহাসিক আহোমযুগৰ ৰহঢলা পথাৰলৈ আহিব। তাত দুটা ৰজা পুখুৰী আছে, সেই পুখুৰীৰ দুটা সম্পুৰ্ণ সংৰক্ষিত হোৱা নাই। আপুনি আহিলে সকলোঁৱে আপোনাৰ যোগেদি বহুত কথা জানিব পাৰিব!

  • @gupalnath486
    @gupalnath486 ปีที่แล้ว

    চাৰ মোৰ ঘৰ বকতাত

  • @sanjitbarman-tb9wn
    @sanjitbarman-tb9wn ปีที่แล้ว

    Eai gosjupa 600 bosar purani moi gosjupa usart 2br goisu.

  • @NiranjanChutia-om6ix
    @NiranjanChutia-om6ix 2 ปีที่แล้ว

    সত্যক স্বীকাৰ কৰা উচিত । নহ'লে হাঁহিৰ পাত্ৰ হ'বলৈ বেছি দিন নালাগিব । মুখ বাগৰি অহা জনশ্ৰুতিক আপুনি কেনেকৈ আওকাণ কৰিলে ?

  • @apurbadas6664
    @apurbadas6664 2 ปีที่แล้ว +2

    আপোনাৰ প্ৰায়বোৰ ভিডিঅ' চাও ,সুব ভাল লাগে অসমৰ বুৰঞ্জীৰ বিষয়ে জানি, । অসমৰ কৈবৰ্ত সম্প্ৰদায়ৰ বিষয়ে এটা ভিডিঅ' বনাবলৈ অনুৰোধ জনালোঁ ।। আগ্ৰহেৰে বাট চাম!!!

  • @md40479
    @md40479 2 ปีที่แล้ว +1

    Boigyanik name tu bor bea xuni