লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ৰ প্ৰতিযোগী ৰাজশ্রী নাথ || Latasil bihu Samragi 2024 || Rajashree Nath
ฝัง
- เผยแพร่เมื่อ 16 เม.ย. 2024
- লতাশিল বিহু সম্ৰাজ্ঞী-২০২৪ প্ৰতিযোগীতা খনিৰ অন্য এগৰাকী প্ৰতিযোগী ৰাজশ্রী নাথৰ বিহুনাচ খনি আপোনাসৱৰ বাবে আগবঢ়াইছো..... অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা আপোনাসৱলৈ জনাইছো বহুত বহুত শুভ কামনা
#anupambitupon #anupombitupon #bihu #folkdance #latasil_bihu_konwari_2024
#latasil_bihu_samragi_2024
#bihu_dance #bihu_samragi_2024 #bihu_samragi_latasil #rajashree_nath_bihu_dance #samragi_latasil
Latasil bihu 2024
Latasil bihu samragi 2024
bihu samragi 2024
samragi Latasil
anupombitupon
anupambitupon
bihu
Assamese Bihu
Assamese folk dance - บันเทิง
বিহু সম্ৰাজ্ঞীতকৈ তোমাৰ নাচৰ লগতে তোমাৰ কন্ঠও বেছি ভাল লাগিল আৰু সহযোগী শিল্পী বৃন্দ🔥❤
দৰ্শকৰ দৃষ্টিত তুমি শ্ৰেষ্ঠ❤.. সদায় তুমিয়েই প্ৰিয়.. এদিন তোমাৰ শিৰত সম্ৰাজ্ঞী খিতাপ জিলিকিব.. তুমি নাচি যোৱা বা এদিন বিচাৰক তোমাৰ নৃত্যত সন্তুষ্ট হবই কাৰণ তোমাৰ গাত মোহিনী আছে❤... ২০২৫ত যাতে তুমি সফল হোৱা তাৰেই কামনাৰে❤
ইমান শুৱলা বিহুনাম শুনিলে শুনি থাকিবৰ মন যায় । দলটিৰ পৰিবেশন অতি সুন্দৰ । বহুত বহুত শুভেচ্ছা থাকিল আৰু আগুৱাই যোৱা
ধুনীয়া হৈছে অন্তৰৰ পৰা কৈছোঁ তুমি এ বিজয়ী ৰাইজৰ দৃষ্টিত । আৰু সহযোগী বিহুৱা কেইজন তেওঁ লোকক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ কৈ সংগত কৰাৰ বাবে বাকী চুলিয়া মেইন 😊😊😊😊
😅
Jugya Jone pale val lage.....iman hundar poribekhan❤.....we wait for next year.....be strong
ৰাজশ্ৰী বা তুমি দৰ্শকৰ অন্তৰ জয় কৰিব পাৰিলা আচলতে এইটোহে ডাঙৰ কথা বাকী বিচাৰকৰ চকুত অহা কোনোবা এটা বৰ্ষত পাৰিবা দিয়া। প্ৰত্যেক বাৰেই মিছাই লগ নিদিয়ে 😊
আমাৰ গৌৰৱ ৰাজশ্ৰী বা সদায়েই সেই হাঁহি জিলিকি থাকক
বহুত ধুনীয়া ❤️ নাচি থাকোঁতে তোমাৰ এই হাঁহিটো সঁচাকৈ ভাল লাগে দেখি বহুত আশা কৰিছিলোঁ তুমি পাব বুলি আৰু দেখিছোঁ তুমি কিমান কষ্ট কৰিছিলা কপালত নাই এইবাৰৰ বাকী আমাৰ ছোৱালী সাহসী ভাগৰি নপৰিবা ভগৱানে সহায় কৰিব আমাৰ বিশ্বাস আছে ❤❤❤
ভাগৰি নপৰিবা তুমি ইমান ধুনীয়া নাচিছিলা কিন্তু ভাগ্যত বৰ বেয়া কৈ প্ৰশ্ন কিতা অহা বাৰলৈ তুমি সফল হ'ব লাগিব ❤
Rajashree baa dhunia hoise❤❤❤
মনে প্ৰাণে বিচাৰিছিলো এইবাৰ বিহুৰ সম্ৰাজ্ঞী তুমি হোৱাটো ।
Asolote Rajashree baak moiu bohut notice korisu tekhete bohut jotno loise aru moi dabi koriu koisu bohu bihu homragitkeo jothesto knowledge ase... On my personal note Rajashree baak etai advice diu apuni already eman besi nijoke polis korise eta din ahibo apuni judge r seat t bohi belegok bihu homragir khitap dibo... Mur driho bishakh.... Eibar prosno bur eman a taan ahisil barakha baar nijore mukh khon kus khai goisil.. mane bhogobaan a apunak ogni prikhya loise nissoi vobisyote apuni vobatkoiu bohut besi vaal hobo apunar logot ❤ God bless you baa
একদম সঁচা কথা তেওঁৰ ভৱিষ্যত ভাল হব গৈ আছে আমাৰ সেইকনে আশা,❤
মোৰ প্ৰিয় বিহু দলটো ❤❤❤ , বিশ্ব দা সদায় প্ৰিয়
কি সুন্দৰ পৰিবেশন 😊 সম্ৰাজ্ঞীৰ বাবে উপযুক্ত আছিল কিন্তু ভাগ্যই লগ নিদিলে😢
অতিকৈ প্ৰিয় বিহুৰাণী গৰাকী ভাগৰি
নপৰিব। অহা বছৰলৈ আকৌ অপেক্ষাৰত।
২০২৫ ৰ বিহু সম্ৰাজ্ঞীৰ দাবীদাৰ হৈ আছা তুমি! মাথো আগুৱাই যোৱা ।
ৰাইজৰ দৃষ্টিত তুমিয়েই প্ৰথম 🎉🎉।
ৰাজশ্ৰী বাৰ নাচ ওফ ❤
ধুনিয়া হৈইছে
Ki hundor naas😍❤️ aru bihuwa keijon u imn dhuniaske support krse
Rajshree ba tmr bihu sabo roi axilu aji sabo palu bht val lagil❤😊
অতি সুন্দৰ
Rajashree baa ❤❤❤❤
Mur sokut Tumi a winner 🏆
অপূৰ্ব সুন্দৰ ❤
You are the real winner rajashree baa❤
Ati hundor poribekhon ❤
Xsai bhut dhuniya hoise❤...
গানবোৰ বৰ ভাল লাগিল ❤
সুন্দৰ❤
Har namaniba rajashree baaa....next year nasiboi lgibo tumi.....hamragi hobai....eibar tumar kopal beya buli dhori lua😢😢😢
Muthote bihu bhal hoise ❤❤❤
Edin nhoe edin tmi hoba buli asha thkil❤ ebr hba buli bht asha krisilu eku nai man Bea nkriba xodai sestha kri thka nisoy edin pba ❤❤
Bohut dhuniya hoisa Tumi hoboi lagibo 2025 sonot rajashree nath baa joni moi nath hoi dai ❤❤❤❤❤
Dhuniya❤❤
খুব ধুনীয়া ❤
Rajeshree ba tumr mur ata kotha mont ase je tumi koisila moi Bihu somragre hoi he biya hom buli .moi aibr bohut akha korisilu tumi paba buli .bahut baya lagile tumr nasu aibr bahut vhal hoise . Aku nai tumi ako nasiba adin nohoi adin hobai
ৰাজশ্ৰী বাই ❤️👍
সঁচাই তুমি সম্ৰাজ্ঞী ৰ বাবে উপযোগী আছিলা,। ভাগৰি নপৰিবা আগুৱাই যোৱা❤
ৰাজশ্ৰী বা ❤
Dhuliya jonor suli khini bhal lagisee deiii
The deserving winner.
Rajashree❤
Bor dhunia ouh ❤
Sinta nokoriba Rajeshree Ba ......... Next year 2025 Tumi hoboi lagibo ....... Tumar nas bht dhuniya hoi s ..... Kinto ki koriba kopal t nai ....... Tumar question kita bht tan hol .......
Aolp tuu kiba holll aibarahi pabolsgisil buli moi vabu
Aru 6 ta ritu kobo nuwarajoni hamragree hol
Nimikhai h pabo lagisil karon nimikhar nas u val hoisil ru Question ketiya right hoisil ....😢
Rajashree ba & nimixa ba Ihtir vitorot pabo buli vabisilu❤
জয় আই অসম ❤
You are the most deserving rajashree ba ❤
নাচ গানৰ ফালৰ পৰা এওঁহে সম্ৰাজ্ঞী হ’ব লাগিছিল ৷
Roi asilu tumr video sabole ❤
Favourite ba 🥺❤️
ভাঙি নপৰিবা এদিন সফল হবা কিন্তু এটা কথা মন কৰিবা তোমাৰ মেখেলা খন আৰু অলপ দীঘল কৰি লোৱা হলে ভাল আছিল ভৰি উলাইছিল অহা বাৰ মন দিবা সেইটোত বাকী নাচৰ কথা নকওঁ অতি সুন্দৰ হৈছে নেদেখা জনে কৃপা কৰক তোমাক👏👏
Eiat koi ru dighol koi makhla khn pindhi apuni nsi sbo sun jdi prre😊
অৱশেষত
Um best dance kintu bihu monsor committi bihu dolor lgt heh nasibo lagisil .nijor bihu dolot tu hodai nase
Question nojona ajnia pla ako 😅.kintu rajshree ba deserved kra tumi ❤❤next year vl hb ❤😊
Jugya gorakiya pale vl hoi.... Rajosree ba bhut vl nasisel....
Tumr bihu sabo roi asilu ❤
💗💗
Very nice 😍
Nikhut aru nibhaj ❤
First winner ,হলে ভাল লাগিলেহেতেন
❤❤❤❤❤
❤❤❤
❤
We shall wait🫶🏻 be strong ba!!
নাচি থাকোতে যে হাহি থাকে সেই কারণেই ভাল লাগে
Taiu dhunia nase kintu shirushee baa homan nuware
Apunr dance aru bihu nam khini besi val lagil winner t koi.
2025 t tumi hba aru
Eibar question taan ahil kintu oha bar tumi hoba buli aaxabadi❤
2mr dance besi vl lgil❤
জুতি।দীঘলী।ফুন।🙏☝️👋
Tumi প্ৰশ্ন উত্তৰ দিব nuarar বাবে napala চাগে ...বাকী নাচ জুই হৈছে
এওঁ deserve কৰে 😢😢
Next year t Tumi bihu homragi hoba
Sinta nokoriba 2025tumi samragi khitap pabai
Nimikha bar dance tu dibo sun❤
dim
Sinta nokoriba ba tumi next year hoboi lagibo ❤ questions answer dibo nuwara pa hoitu tanakuwa hol
Baki khinit koi tumr vl hoise
Bohu akkha asel ,kin2 qution bor tan porel .nirakh nohoba .nxt vl hobo aru
Judge a kimn poisa loisa
Kunubai gogona bujowa nam phaki likhi dibo paribo nekii...?
Tumii agni😍
Birat dhunia hoise....akdom deserving Rajshree...next year mukut tumar....hubessa atia a jonai tholu....❤❤
Next tumi paba kosto koriba