নমস্কাৰ, আপোনাৰ চেনেলটোৰ পৰা বহু কথা জানিব পাৰিছো । তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।মহাশয়,আন এটা কথা জানিবলৈ বিচাৰি আনোৰোধ -চাৰি বেদ, চৈধ্য শাস্ত্ৰ, আৰু ১৮পুৰাণ কি কি আৰু কি লেখা আছে,জনাবনে???।
শাস্ত্ৰত গোলোকধাম, বৈকুণ্ঠধাম বা বিষ্ণুলোক, ব্ৰহ্মলোক আৰু শিৱলোক বা কৈলাশৰ কথা উল্লেখ আছে । এইকেইখন লোকত ক্ৰমে কৃষ্ণ, বিষ্ণু, ব্ৰহ্মা আৰু শিৱ বিৰাজমান হৈ থাকে । কৃষ্ণ সকলোৰে ওপৰত । কৃষ্ণই মূল ভগৱান বা পৰমব্ৰহ্ম ঈশ্বৰ ।
Bor val lagil
বহুত বহুত ধন্যবাদ জনালো 🙏🙏
বৰ ভাল পালো।
ধন্যবাদ জনালো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Nice ❤❤❤❤❤
ধন্যবাদ জনালো 🙏🙏
Krishna krishna bap.
কৃষ্ণ কৃষ্ণ 🙏🙏
সুন্দৰ অতি সুন্দৰ
ধন্যবাদ জনালো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
ভাল লাগিল আপোনাৰ কাহিনী শুনিবলৈ পায়। আগলৈ এনে ধৰণৰ কাহিনী শুনিবলৈ বাট চাই থাকিম। আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ধন্যবাদ জনালো, আপোনালোকৰ আশীষ পাই থাকিলে আমিও আগবাঢ়ি গৈ থাকিম।
জয় শ্ৰীকৃষ্ণ 🙏🙏
সুন্দৰ বহুত ভাল লাগিল কথাবিলাক জানিব পাৰি আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।
আপোনাৰ মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
bohut val lagil
Najona kotha janibo pari bohut val lagil thanks dada Ambika gogoi
অতি ভাল জানিব লগা কথা শুনিলো ।🙏🙏
বহুত বহুত ধন্যবাদ জনালো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Joi Shri Krishna. 🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
Joi sherikhrisna
জয় শ্ৰীকৃষ্ণ 🙏🙏
সুন্দৰ ধন্যবাদ
Jai Shree Krishna 🙏🌹🙏
জয় শ্ৰীকৃষ্ণ 🙏🙏
Jai shree Krishna
জয় শ্ৰীকৃষ্ণ 🙏🙏
Jai Radhe.
Bohut bhal lagil.jai sree krishna
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
বহুত ভাল লাগিল 🙏❤️
Har har maha Dev
কৃষ্ণ
সুন্দৰ । ভগৱন্তৰ অনন্ত মহিমা অপাৰ ।
অতি সুন্দৰ লাগিল ।
সুন্দৰ লাগিছে বাপ জয় শ্ৰীকৃষ্ণ ।
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Bhal lagil
🙏
Krishna
Vall lagela
Bohut bhal lagil provu
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
কৃষ্ণ, কৃষ্ণ। নজনা কথা বোৰ আপোনাৰ পৰা জানিব পাৰি নিজকে ধন্য মানিলো।পৰমব্ৰহ্মৰ অনন্ত মহিমা। আগলৈ ও এনেকৈয়ে পৌৰাণিক আখ্যান সমূহ আপোনাৰ পৰা জানিব পাৰিম বুলি আশা কৰিলো।
আপোনাৰ মন্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জনালো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏🙏
সুন্দৰ বৰ্ণনা । ভাল লাগিল শুনি ।
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Kahinitu bohut val lagil. Aagoloi pam buli aakhya thakil
..
ভাল লাগিল কাহিনীটো শুনি।
বহুত ভাল লাগিল
জয় শ্ৰীকৃষ্ণ সুন্দৰ কাহিনী
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Xundr hosai
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Krishna krishna 🙏🙏🙏🙏
জয় শ্ৰীকৃষ্ণ 🙏🙏
বহুত ভাল লাগিল এনেকুৱা কাহিনী আগলৈ এনেকৱা ভিডিও চাব পাম বুলি আশা কৰিলো,👍👍👍👍👍👍👍🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Bhut Val lagise .joy sri Krishna🙏🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
সুন্দৰ কাহিনী
Echo huwar babe xuniboloi kisu axubidha paisu .
বহুত বহুত ধন্যবাদ জয শ্ৰী কৃষ্ণ
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
নমস্কাৰ, আপোনাৰ চেনেলটোৰ পৰা বহু কথা জানিব পাৰিছো । তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।মহাশয়,আন এটা কথা জানিবলৈ বিচাৰি আনোৰোধ -চাৰি বেদ, চৈধ্য শাস্ত্ৰ, আৰু ১৮পুৰাণ কি কি আৰু কি লেখা আছে,জনাবনে???।
আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ জনালো। চাৰি বেদ চৈধ্য শাস্ত্ৰৰ কথা আপোনাৰ বাবে আজি আগবঢ়াই দিছো।
জয় শ্ৰীকৃষ্ণ 🙏🙏
সুন্দৰ বৰ্ণনা
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
ভাল লাগিল। ভগৱন্তৰ অনন্ত মহিমা অপাৰ।
Joi Sri krishna
Joy Shree Krishna
কৃষ্ণ 🙏 চিত্ৰলেখাৰ পৰিচয় বিষয়ে এটা video বনাব 🙏 কৃষ্ণ 🙏
চিত্ৰলেখাৰ বিষয়ে এটা ভিডিঅ'দিয়া আছে। ভিডিঅটোৰ নাম 👉 উষাৰ সখী চিত্ৰলেখাৰ জন্ম কথা।
ভিডিঅ 'লিংক 👉 th-cam.com/video/-iSCPN7O1mY/w-d-xo.html
কৃষ্ণ কৃষ্ণ, সুন্দৰ অতি সুন্দৰ হৈছে ।
Mukhsta mta jen lgil
অতি সুন্দৰ ❤👍"
সাধুটো শুনি ভাল লাগিল । প্ৰাচীন লেখকসকলৰ কল্পনাশক্তি শলাগিব লগিয়া ।
ভাল লাগিছে মোৰ
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Vl lgil🙏
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
সুন্দৰ কাহিনী আৰু শুনিবলৈ আশা থাকিল কৃষ্ণ কৃষ্ণ জয় শ্রীকৃষ্ণ 🙏🙏🙏👌👌👌👌🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
পাপি হও টো
কথাটো বুজি নাপালো
Joy sree krishna 🙏🙏🙏🙏
Bhut Sundar
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
BhalLagil
ধন্যবাদ জনালো 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏 মহাশয় আপোনাৰ দ্বাৰা পৰিচালিত কৃষ্ণ কথা শুনি নজনা কথা জানিয়ে। আপোনাৰ প্রয়াস উন্নতি সাধন কৰক কৃষ্ণ🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
অ দাদা বিষ্ণু ওচৰলৈ হে গৈছিল তাৰ পাছত হে কৃষ্ণই জন্ম লৈছে।।।।।।
শাস্ত্ৰত গোলোকধাম, বৈকুণ্ঠধাম বা বিষ্ণুলোক, ব্ৰহ্মলোক আৰু শিৱলোক বা কৈলাশৰ কথা উল্লেখ আছে । এইকেইখন লোকত ক্ৰমে কৃষ্ণ, বিষ্ণু, ব্ৰহ্মা আৰু শিৱ বিৰাজমান হৈ থাকে । কৃষ্ণ সকলোৰে ওপৰত । কৃষ্ণই মূল ভগৱান বা পৰমব্ৰহ্ম ঈশ্বৰ ।
ইকো নহলে বেছি ভাল লাগিব
🙏🙏🙏
জয় শ্ৰীকৃষ্ণ 🙏🙏
Namoskar
কৃষ্ণ কৃষ্ণ 🙏🙏
মহাশয়, আপুনি বৰ্ণনা কৰা এই কাহিনীটো ভাল পালো। ধন্যবাদ।
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
@@KakatiCreation aval
vallajidai
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
জয় শ্ৰীকৃষ্ণ 🙏🙏
💞💞💖🙏🙏🙏💖💞💞🌹👌👌
বহুত বহুত ধন্যবাদ জনালো ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
প্ৰথমৰ পৰা শেষলৈকে শুনি ভক্তি বাঢ়ি আহিল পৰম পুৰুষ জনৰ প্ৰতি !
Bitumen kahini
Thambel change kr 😡🤬🤬
কৃষ্ণ বহুত ভাল লাগিল পোনৰ নতুন কাহিনী বাত চাই ৰলো
বহুত বহুত ধন্যবাদ জনালো । পাছৰ কাহিনী বৃহস্পতিবাৰে পাব ।
জয় শ্ৰীকৃষ্ণ 🙏🙏
Bohut val lagil
Bhal lagil
Joi Sri Krishna
Joy shree Krishna
Oti xundar
🙏🙏🙏
Krishna