ধান ৰোৱা মেচিনৰ সহায়ত ধানখেতি কৰক আৰু লাভবান হওক।

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ม.ค. 2025

ความคิดเห็น • 61

  • @someswarkhanikor8144
    @someswarkhanikor8144 7 หลายเดือนก่อน +2

    অসমত এই মেনুৱেল মেচিন ক'ত পাম ?

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  7 หลายเดือนก่อน

      আপোনাৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰক।

  • @SayantiRabha-s8c
    @SayantiRabha-s8c 5 หลายเดือนก่อน +1

    Dada assamt ay machin Guwahati Sidet pabo nki dhan rowa machine

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  5 หลายเดือนก่อน

      @@SayantiRabha-s8c পাব, আপোনাৰ জিলাত থকা কৃষি বিজ্ঞান কেন্দ্ৰত যোগাযোগ কৰক ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব।

  • @alizasonowal1639
    @alizasonowal1639 3 ปีที่แล้ว +1

    Emn sapor kothia

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      ১৫ দিনত কঠিয়া বিলাক সিমানেই ওখ হয়।

  • @papuneog8924
    @papuneog8924 3 ปีที่แล้ว +1

    A mojja

  • @bimolrongpi2553
    @bimolrongpi2553 3 ปีที่แล้ว +1

    Bahut bhal lagil

  • @emkumarchetry3006
    @emkumarchetry3006 ปีที่แล้ว

    Sir prize to kiman pribo

  • @uttamsinha4525
    @uttamsinha4525 3 ปีที่แล้ว +1

    Bahut agotei South East Asian countries ot choliasil, etia hee Axom palehi!
    Natun kibahe invention korok .....

  • @trailokyakalita9055
    @trailokyakalita9055 ปีที่แล้ว

    Anei kothia amer fale matit lew diba e nohobo

  • @rajkumarpegu8679
    @rajkumarpegu8679 3 ปีที่แล้ว +1

    ভাল লাগিল

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      আন্তৰিকতাৰে অশেষ ধন্যবাদ।

  • @dharanidhardeka141
    @dharanidhardeka141 3 ปีที่แล้ว +2

    All the best

  • @manikgogoi7813
    @manikgogoi7813 3 ปีที่แล้ว +1

    Daam kiman aru kot jugajug karibo lagibo

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      Company অনুসৰি দাম বিলাক ভিন্ন ভিন্ন হয়। 1.5 - 2.5 লাখ ৰ ভিতৰত পাব। আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্র ৰ লগত যোগাযোগ কৰক subsidy সৈতে ক্ৰয় কৰিব পাৰিব ।

  • @abhiseklampha737
    @abhiseklampha737 3 ปีที่แล้ว

    Sr manual transplants machin, so this veatnam,

  • @dhirajmoran1203
    @dhirajmoran1203 3 ปีที่แล้ว +1

    Amazing 😱😱😱

  • @hrishikeshkonwar1382
    @hrishikeshkonwar1382 3 ปีที่แล้ว +2

    Normaly kothiya janakoi pari tanakoi kothiya parila kiba problem hbo nki?

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว +1

      মেচিনত ৰোবৰ বাবে কঠিয়া বিলাক mat ত পাৰিব লাগিব। mat ত কঠিয়া পাৰিবলৈ তেনেই সহজ আৰু কঠিয়া উঠাবলৈ ও সহজ।

    • @purneswarbaruah1112
      @purneswarbaruah1112 3 ปีที่แล้ว

      Sis

    • @purneswarbaruah1112
      @purneswarbaruah1112 3 ปีที่แล้ว +1

      Sistemto sai bhalai lagise .

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      @@purneswarbaruah1112 thank you.

  • @mobilegame.kalitabipul133
    @mobilegame.kalitabipul133 3 ปีที่แล้ว +1

    Mesinto r dam kiman

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      Company অনুসৰি দাম বিলাক বেলেগ বেলেগ হয়৷ ১.৫- ২.৫ লাখ ৰ ভিতৰত পাব।

    • @mobilegame.kalitabipul133
      @mobilegame.kalitabipul133 3 ปีที่แล้ว

      Emi hoine

  • @kingdd9640
    @kingdd9640 ปีที่แล้ว

    পিছৰ খিনি kio nedekhalr

  • @plovejee
    @plovejee 3 ปีที่แล้ว +1

    Kot knekoi log pam ba sabo parim alop gyan ahoron krne plz jonabo Dist-Dibrugarh

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্র ৰ লগত যোগাযোগ কৰক।

    • @bipulborah4521
      @bipulborah4521 3 ปีที่แล้ว

      Plz call me 6006231376

    • @bipulborah4521
      @bipulborah4521 3 ปีที่แล้ว

      Call me 6006231376

  • @mallikatalukdar9317
    @mallikatalukdar9317 3 ปีที่แล้ว +2

    Garu nai...
    Haal nai....
    Ruoni nai....
    Dauni nai.......
    Sabbb machine 😥😥😥😥😥

  • @DGogoi-k2s
    @DGogoi-k2s ปีที่แล้ว +1

    এই্।মেচিন্্টোৰ।্দাম্্কিমান
    কত্্পায়্্কেনেকৈ্্পাব্্পাৰি

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  ปีที่แล้ว

      আপোনাৰ জিলাৰ কৃষি বিজ্ঞান কেন্দ্ৰ ৰ লগত যোগাযোগ কৰক ।

  • @debajitphukon9720
    @debajitphukon9720 3 ปีที่แล้ว

    আচলতে মেচিনটো হব লাগিছিল backward হ’ল forward ৷ আৰো মেচিনটো এটা সহজলভ্য নে বিজ্ঞাপনহে ৷

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว +2

      আপোনাৰ জ্ঞাতার্থে জনাব বিচাৰো যে ইয়াত কোনো বিজ্ঞাপন প্ৰচাৰ কৰা নহয়। মই এজন সাধাৰণ কৃষক। বৰ্তমান ৰোৱনী,তুলনীৰ যি সমস্যা আৰু খৰচ অনুপাতে ধানৰ যি নিম্নগামী মূল্য, এই পদ্ধতিৰে মাত্র এজন মানুহেই অতি সহজতে, অতি কম খৰচতে ৰোৱা-তোলা কৰিব পাৰি। এই ভিডিওটি ৰ লক্ষ্য আৰু উদেশ্য- কৃষক সকল যাতে ইয়াৰ দ্বাৰা অলপ হলেও উপকৃত হয়। কৃষি বিজ্ঞান কেন্দ্র সমূহত এই মেছিনটো সহজলভ্য।

  • @guninborah6852
    @guninborah6852 3 ปีที่แล้ว +1

    কঠিয়া পাৰোতে পলিথিন খন তলতে থাকিব নেকি?

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      হয়। পলিথিন খন নাথাকিলে কঠিয়া তেনেকৈ উঠাব নোৱাৰিব। পলিথিন ৰ ওপৰত মাটি দি কঠিয়া পৰাৰ বাবেই তাক mat type nursery বুলি কোৱা হয়।

  • @lakhyaborah8570
    @lakhyaborah8570 3 ปีที่แล้ว +1

    ১৬/১৭ ইঞ্চি পানী থকা মাটিত এই মেচিনটোৰে কঠীয়া ৰুব পাৰি নে?

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว +1

      ৰোৱাৰ আগত পানী শুকুৱাই লব লাগিব, যিহেতু মাত্র ১৫ , ২০ দিনৰ কঠিয়াহে ৰোৱা হয়।

  • @najimali2164
    @najimali2164 3 ปีที่แล้ว +2

    Bhal. Lagilmachintardamkiman. Kenekoipam

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      আন্তৰিকতাৰে অশেষ ধন্যবাদ। মেছিনটো ৰ দাম company আৰু model অনুসৰি ভিন্ন ধৰনৰ হয়। ১.৫ -২.৫ লাখৰ ভিতৰত পাব। যদি ক্ৰয় কৰিব বিচাৰে তেনেহলে আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্র ৰ লগত যোগাযোগ কৰক। ৯২ হাজাৰ পৰ্যন্ত ৰেহাই মূল্যত প্ৰদান কৰে। এনেকুৱা বিভিন্ন ধৰণৰ ভিডিও ৰ বাবে চেনেলটি subscribe কৰিবলৈ নাপাহৰিব।

  • @chongthamopen9738
    @chongthamopen9738 3 ปีที่แล้ว +1

    I would like to be trained about it please address me

  • @samudrabijoytaid6296
    @samudrabijoytaid6296 3 ปีที่แล้ว +1

    Machine tu kinibor babe mobile number pam neki

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว

      আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰক। ধন্যবাদ।

    • @bipulborah4521
      @bipulborah4521 3 ปีที่แล้ว

      Plz call me 6006231376

  • @barllom5849
    @barllom5849 3 ปีที่แล้ว

    Amar Assam loy ahi pale nay ekon mesin kon

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  3 ปีที่แล้ว +2

      আপুনি যদি মেছিনটো ক্ৰয় কৰিব বিচাৰিছে বা চাব বিচাৰিছে তেনেহলে, আপোনাৰ ওচৰত থকা কৃষি বিজ্ঞান কেন্দ্রৰ লগত যোগাযোগ কৰক।

  • @jonaigamer9820
    @jonaigamer9820 3 ปีที่แล้ว +1

    Apunar phone number tu dibasun

  • @babuxaikia5142
    @babuxaikia5142 3 ปีที่แล้ว

    ভাল লগা নাই এইবোৰ

  • @bindassbanditadas9723
    @bindassbanditadas9723 4 ปีที่แล้ว +1

    মেচিন টোৰ দাম কিমান

    • @tanvitanayaallinone.928
      @tanvitanayaallinone.928  4 ปีที่แล้ว

      যোৰহাট, টিয়ক স্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ লগত যোগাযোগ কৰক, 92000 লৈকে ৰেহাই মূল্যত প্ৰদান কৰে। ইয়াৰ দাম ২.৫ লাখ।

  • @emkumarchetry3006
    @emkumarchetry3006 ปีที่แล้ว

    Sir prize to kiman pribo