শুক্ৰ বাৰ আৰু ৰবি বাৰে নিৰামিষ আহাৰ ভোজন কৰিব l প্ৰতি শুক্ৰ বাৰে 6 জন ব্যক্তিক বগা মিঠা বস্তু খুৱাব l সূৰ্য উদয়ৰ আগতে শুই উঠিব l লেতেৰা আৰু ফটা ছিঙা কাপোৰ পৰিধান নকৰিব l আৰু প্ৰতিদিনে পূজা কৰাৰ সময়ত "ওম সুক্ৰায় নমো" এই মন্ত্ৰ টো ১১ বাৰ জপ কৰিব l ৪৫ দিন l
Om Budh Budhae namah Om Budh Budhae namah Om Budh Budhae namah 🙏🙏🙏🙏
Joy Sri Krishna
Vall. Lagela. Hune
মোৰ প আখৰেৰে নাম । ৰাশি কন্যা । কিন্তু কন্যা ৰাশিৰ উন্নতি , প্ৰেম , আৰ্থিক আৰু অন্যান্য দিশত বাস্ত শাস্ত্ৰ বা জ্যোতিষিৰ বাণী সমুহ নিমিলে । যিমান ভাল বুলি কৈছে , মোৰ সিমান বেয়া হৈছে । অশান্তি ,হাই কাজিয়া , প্ৰেমত বিচ্ছেদ , আৰ্থিক দূৰৱস্থা , মানসিক অশান্তি , । পৰিত্ৰাণৰ উপায় দিয়ক সোন গুৰু । মই অস্থিৰ হৈ পৰিছো ।
DOB TIME AND PLACE দিবো
শুক্ৰ বাৰ আৰু ৰবি বাৰে নিৰামিষ আহাৰ ভোজন কৰিব l প্ৰতি শুক্ৰ বাৰে 6 জন ব্যক্তিক বগা মিঠা বস্তু খুৱাব l সূৰ্য উদয়ৰ আগতে শুই উঠিব l লেতেৰা আৰু ফটা ছিঙা কাপোৰ পৰিধান নকৰিব l আৰু প্ৰতিদিনে পূজা কৰাৰ সময়ত "ওম সুক্ৰায় নমো" এই মন্ত্ৰ টো ১১ বাৰ জপ কৰিব l ৪৫ দিন l
Umm..bungbudhai nomoh
DOB 29/06/2009...jonabosun porhar khetrot olp besikoi 🙏🙏🙏
Hslc t result kenekua hbo aibar
@Mridushmitakalita6760 ok
@Mridushmitakalita6760 HSLC ৰ Results বহুত ভাল ফলাফল পাবি l ৰাতিপুৱা সূৰ্য্য উদয়ৰ আগত উঠিবা আৰু "ওম হ্রিং শ্ৰিং সাৰদায় নম: " এই মন্ত্ৰ টো সদায় কিতাপ পঢ়াৰ আগত ১০৮ কবা l
@@MaramiNath-c1p thank you.... Bisora dhorone palei hol aru
@@MaramiNath-c1p mongolbar dintu niramixh thakile val hoi Nai... Jonabosun
18/12/91 olp koi dibosun আৰ্থিক উন্নতি হব নে নাই
Hosa hoy ne
৩০/০৫/২৫ চৰকাৰী চাকৰিৰ যোগ আছেনে চাই দিবচোন
@@priyankamahantasazied..2574 এইটো DOB নে কি
Ki bhasha?????
@@SwagataPaul-o1g Assamese
1997/7/7 date time 6 a.m .job hb ni jonab
@@PompiBorgohain-c4o 2021 চনত আছিলে আৰু 2027 চনত চাকৰিৰ যোগ আছে l আপোনাৰ নাম নাইবা DOB ভূল আছে l
Aku vul ni hob diok 😂
@@PompiBorgohain-c4o dob হিচাবে কৰ্কট ৰাশি হয়
চালে বেৰে কোবোৱা কথা।
মানিলে ধান নামানিলে পতান