অ' ৰুণজুন বহাগতে হেনো তোমাৰ বিয়া | কন্ঠ- জুবিন গাৰ্গ,নিতুমণি বড়া |সোণালী ২০০৩| বিহুগীত |সোণ প্ৰডাকচন
ฝัง
- เผยแพร่เมื่อ 5 ก.พ. 2025
- ***Song Collected, Video Edited & Uploaded by:- Swapnil Anjan Borah (Soan)
🙏🏻🙏🏻🙏🏻এটি সুমধুৰ বিহুগীত🙏🏻🙏🏻🙏🏻
গীত - অ' ৰুণজুন বহাগতে হেনো তোমাৰ বিয়া
এলবাম- সোণালী ২০০৩ (সোণ প্ৰডাকচন)
প্ৰযোজক/পৰিচালক- সোমনাথ বড়া ওজা
কন্ঠ- জুবিন গাৰ্গ,নিতুমণি বড়া
কথা/সুৰ- পঙ্কজ শইকীয়া
সংগীত- সোমনাথ বড়া ওজা, স্বৰ্গীয় নলিন হাজৰিকা
সহ কন্ঠ - পঙ্কজ শইকীয়া, গিৰিন্দ্ৰ শইকীয়া, হেমন্ত ভূঞা, বসন্ত নিবিড়,বৰ্ণালী কলিতা, নিৰ্মালী দাস
ঢোল- সোমনাথ বড়া ওজা,স্বৰ্গীয় প্ৰসেন বৰা, জিতেন বৰা
গগণা,পেঁপা - সোমনাথ বড়া ওজা
বাঁহী- পৰমেশ্বৰ বসুমতাৰী
তাল-নলিন বৰা
কি-বৰ্ড- ডনী হাজৰিকা
সংগীত বাণীবন্ধন - Studio Dwija Chitra
Recorded, Mixed & Mastered- Jitu Sharma
CAUTION:- © Copyright of this video and song is strictly reserved to Soan Productions, Somnath Borah (Oja) and Swapnil Anjan Borah. Uploading this video without legal permissions in any media platforms will not be tolerated and strict actions will be taken according to the section 13 of Copyright Act 1957.
#ZubeenGarg #NitumoniBorah #Sonali2003 #SoanProductions #SwapnilAnjanBorah #Aryanz_Pixelography
Hope everyone enjoys the video.... Like it... Share it... Subscribe to my channel😊🙏🏻🙏🏻🙏🏻
Subscribe my new You Tube Channel "Swapnil Aryanz Pixelography" Link👇🏻👇🏻👇🏻
/ @swapnilaryanzpixelogr...
To follow me in Facebook:-
/ swapnilanjan.borah
Official Facebook Page-
/ 212104595551052
To follow me in Instagram:-
/ swapnil_aryanofficial
/ swaataryan
😢😢😢😢❤❤❤❤
My Favourite song ❤
অতীত 😭😭
আগৰ কথা মনত পৰি গল🥺🥺
জুবিন দাই পঢ়ি থকা সময়ত সেই ভালপোৱা ছোৱালী ৰুনজুন জনীৰ কথা কোৱা হৈছে নেকি তেওঁ আমাৰ কাষতে বিয়া হৈছে। তেওঁ এতিয়াও মাজে মাজে জুবিন দাৰ কথা কয়।
Eman dhunia like karo de bahut🤗🤗😀
❤❤❤
Supar song
Ati xundor 🤘🤘
Eman vhal lagil ganti huni nice❤️❤️❤️
৮বছৰ মান বয়সত শুনিছিলো।
ধূনীয়া।
সছাকৈ.এই.গান.বিলাকে.দেহহা.মন.হাত.পেলাই.যায়.আজি.কালি.কি.যে.গায়কে.কি.চেলফিছ.গাইছে.কোনো.গানৰ.অথ.নাই.কি.গান.গাইছে.
Full Sound di xuni asu❤❤❤😅
Eman dhhnia bihu nam.kuna Kuna vl Pai like ata dibo
Hidoi. Sui. Jai. Zubeen. Daa. Puroni. Bihu. Geet. Xunile
Bhu dinr pasot hunib Palu. Thanks
সুন্দৰ
Ji khong gharat Jaan tumi janom lovila hykhoni Ghar arithoi jaboloi ullala bihu git tu diba please
কি মজা গান আছিল এইবিলাক....হিয়া-মন জুৰ পৰি যায়...উৰাই-ঘুৰাই শুনিছিলো এই গানবিলাক....🙏🙏🙏💜💜💜
সোনালী কেছেতৰ এটা গান মোৰ বহুত প্ৰিয় সাগৰৰে পানী নীলা বৰনীয়া দেহি ঐ নাঢনি নিঢেই কুমলিয়া ।
হয় হয় সেইখিনি শেষত গাই গীতটোৰ।
প্ৰথমৰ খিনি কেনেকুৱা
অতীতলৈ মনত পৰি গৈছে,
Moja dada.aru puroni bihu dibo
জান দা ( pankaj saikia ) কম ধুনীয়া গান লিখা নাছিল দেই ।
সোণালী কেছেটৰ " নীল আকাশত উৰা মাৰে গঙাঁচিলনী, কবা নে বাৰু তুমি মৰমী ভালপাওঁ বুলি "এই গীত টো শুনিবলৈ পাম বুলি আশা কৰিলো, চনটো চাগে ২০০৫ মান হব
সোণালী ১৯৯৫ চনৰ গীত এইটো।
হয়, এতিয়াহে মনত পৰিছে, গীত শুনাৰ সৌভাগ্য হলে খুবেই আনন্দিত হম, ধন্যবাদ
গানটো দিব প্লিজ...
Mor preyokhir January 2 tarikhe biya taik legi mont porai gan tu xunluuu
Awesome song.my favourite song ❤️ joi zubeen da
Sondra. Lage. Oti. Sondra. Porani. Bihubur in
so sweet song
বৰ সুন্দৰ গীত ৷
Pankaj dar likar gan nahai janou
ৰৈ ৰৈ ৰতি শুনিবলৈ পামনে?
পালে হেতেন কিন্তু পুৰণি গীতবোৰ আৰু আপলোড নকৰিম হে চাগে। বহুত আঘাত পাইছে সোণ প্ৰডাকচনে গীত সমূহ এৰি।
One of my favourite song
Geeti hunile montu beya he lage sokulu nigori jai o otitor kotha monot pori jai
পাহাৰী মইনা পুৰণা বিহু কেছেট টোৰ গীত বোৰ upload কৰিবচোন অনুগ্ৰহ কৰি
সৌ দূৰ পাহাৰৰ জুৰীতিয়ে দিয়েহি বাতৰি বাৰে বাৰে জিতুল সোনোৱালৰ এই বিহুটো আপোনালোকৰ নে
Pahorisu... Xunibo lagbo... Paharor Juritir cassette tur hobo pare
@@SoanProductionsOfficial ককাইদেউ প্লিজ
Asolote geet bur bisaribo logiya hoi ase aru next bihu upload keimaah maan derikehe kora hobo... Etia Bhado mahot horinaam xomuh upload hobo...
@@SoanProductionsOfficial কয় দিয়ক চোন ককাইদেউ এনে কিমান মাহৰ পিছত আপলোড কৰিব ।। বহাগ যোৱাৰ পিছত তো একেবাৰে এৰিয়ে দিলে আৰু তেতিয়াৰ পৰাই অপেক্ষাৰে ৰৈ আছোঁ ।। যদি কয় দিয়ে তেন্তে ৰৈ থাকিও ভাল পাম ।।
জুবিন গাৰ্গৰ পুৰণি বিহু এলবাম-ৰূপালী (গীত আছিলা অতি মৰমৰ তুমি জান মোৰ জীৱনৰ তোমাক লৈ কৰিছিলোঁ আশা,,আজি হেনো তোমাৰ বিয়া শুনি জ্বলিছে হিয়া) গানটো আছে যদি দিব চোন।
Amar channelot okol Soan Productions cassette jene Sonali, Paharor Juriti, Kalpana eiburor geet he pabo. Rupali amar productions r Cassette nohoi gotike aami upload koribo nuwarim. Thank you.
Mur Favourite song
সোনালী আৰু সোমনাথ বড়াৰ বিহু মোৰ প্ৰিয় অণুগ্ৰ্হ কৰি ৯৫ ৯৬ বিহুৰ আটাইবোৰ গীত দিব
নিশ্চয়
@@SoanProductionsOfficial অ' সোণ সোণালী ল'ৰালিৰে ধেমালী, কিয় গ'লা পাহৰি ....গানটো দিবনা প্লিজ......
আৰু "স্বাগতম ২০০১" কেছেটটিৰ বিহু গীত শুনাই দিবা। অন্ততঃ দহটা subscriber মই বঢ়াই দিম।
ধন্যবাদ ধন্যবাদ। Subscriber বঢ়া নবঢ়া কথা নাই, ৰাইজে সোণ প্ৰডাকচনৰ পুৰণি গীতবোৰ শুনি ভালপোৱাটো হে আচল লক্ষ্য🙏🏻
"স্বাগতম ২০০১" টো সোণ প্ৰডাকচনৰ এলবাম নহয়, গতিকে ক্ষমা কৰিব। Copyright নাপাম। ইয়াত অকল সোণ প্ৰডাকচনৰ একক ভাবে আৰু বেলেগৰ লগত যুটীয়া ভাবে নিবেদনত মুক্তি পোৱা এলবাম সমূহৰ গীত হে আপলোড কৰিব পৰিম। ধন্যবাদ।
@@SoanProductionsOfficial "সোণালী ২০০১" কেছেটটি চাগে নিশ্চয় সোণ প্ৰডাকচনৰ নহয় জানো
হয়, হয়। সোণালী শৃংখলা ১৯৯৪ পৰা ২০০৮ চনলৈ একেৰাহে Officially সোণ প্ৰডাকচনৰ এলবাম। তাৰেই লগত আন কেইটি এলবাম হৈছে পাহাৰৰ জুৰিতি, কল্পনা, সোণ পখিলী, ভৈয়ামৰ কেতেকী, গড়গঁয়া নাচনী আৰু বহুটো।
@@SoanProductionsOfficial Tumi upload dia prai gitei moi hunisu. Hari namor pora Bihu gitoloi kunu git bad pora nai. Puroni bihu git hunile tejot uttejonar pirpironi uthe. Hunali 2001 r git keiti khub hunkale upload diba buli akha thakil .
১৯৯৬চন। সোমনাথ বৰা। বিহু গান।(সোন।প্ৰদাকচন) সোনালী
আমাৰ কৈশোৰৰ দিনবোৰৰ কথা মনত পেলাই দিয়া গীত ,,,,সঁচা বৰ অনুপম সৃষ্টি এইবোৰ ।
যেতিয়া অডিঅ' কেছেট কিনি সোণালী,নাহৰ,পচোৱা,পাহাৰৰ জুৰিটি, গীতাঞ্জলি আদি বচা বচা কেছেটৰ গীতবোৰ শুনিছিলো তাৰ মজাই সুকীয়া।এৰি অহা দিনৰ গীতবোৰ শুনি ভাল লাগে বাবে বৰ্তমানেও শুনি আছো।অনাগত দিনবোৰত আৰু অধিক শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰ'লো।
Mori jam porene gan eman val p0w s dada pahorar joreti kasor olop gan honok
Atia aeibor gan kot paba nai atia sob pagl
Moi Anjan Borah. "Hunali 2001" Bihu keset ti upload dia ako
Tetia subscriber borhai muru Val lagibo diasun.
পাৰে যদি জুন বোলি মাতিলো মই তুমি নামাতিলা গীততু পাম নেকি দাদা
শুনি থাকিলেও হেঁপাহ নপলাই।এই গানটো এসময়ত মোৰ বাবে অতি প্ৰিয় আছিল।
মই অঞ্জন বড়াই কৈছো আকৌ দেই।subscriber তোমাৰ বঢ়াই দিছো দেখিছানে।মুঠতে মোক "সোণালী ২০০১" বিহু কেছেট টিৰ গীত কেইটি শুনাই দিয়া।
My favourite song❤