ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
ভাল লাগিছে অতি সুনদর 🌹🌹🌺
❤️
@@nabanitamusical6429 xun
Shiva Vandana is so spiritual being tuning with spirit of dance every classical having attained to the divine with the souls
Dhunya lagisa 💞🤗
অতি সুন্দৰ👌👌👌👍💕
Val lagila video to SaiHokolure val hoise
Hunder
বহুত ভাল লাগিছে❤❤❤
বৰ ভাল লাগিল❤
অপূৰ্ব,,,
Bahut bahut hi sundar 👌🌻🥀 new friend
অতি সুন্দৰ।
Bor dhunia ligisa
সুন্দৰ 😮
অসাধারণ
ভাললাগিলদেই
Moza
অতি সুন্দৰ
ভাল লাগিলে ।
Really very sweet song
👌💖
Dhuniya hoise
🥰👌
Oti xundor
Sob thike ase but dress tu sattriya r hole aru besi vl lagil hoi❤ bohut dhuniya hoise❤
Beauty ❤😊😊😊😊
✌️
Beautiful dance video very very nice 🙌👍
😍
💝❤️
😊😊😊
Nice
এইটো ৰাসৰ গীত। প্ৰধানতঃ নাৰীয়ে কণ্ঠদান কৰে।
Waw 😮😊
ৰাস বা মহাৰাস বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসলীলা বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। অতিশয় শুৱলা সুৰীয়া আৰু মনপৰশা হ'লেও কিন্তু আজি কালি এনেকুৱা বহুতো গীত ৰাসৰ গীত বুলি ৰচিত পৰিবেশিত হ'বলৈ ধৰিছে যিখিনি মহাপুৰুষ জনাৰ ৰচনা নহয়। কেৱল মনোৰঞ্জনৰ বাবে আজি কালি এনে গীতসমূহ চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। মহাপুৰুষজনাৰ মহান ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত সত্ৰীয়া ধ্ৰুপদী কলা-শিল্পভাগীৰ আমিয়ে পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। অদূৰ ভৱিষ্যতে যদি কোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি কেৱল মনোৰঞ্জনৰ বাবে নিত্য নতুন গীত ৰচনা কৰি নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি চলাই দিয়ে তেন্তে পবিত্ৰ কমলাবাৰী, বৰদোৱা বটদ্ৰৱা আদি সত্ৰ খিনিয়ে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই একমাত্ৰ সন্তান প্ৰাণকৃষ্ণ কেঁচুৱাক বুকুত বান্ধি লালন-পালন কৰি ডাঙৰ দীঘল কৰাৰ দৰে ধ্ৰুপদী সংগীতৰ এভাগী নিজস্ব থূল ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত মহাৰাসৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে - সেইটো সত্ৰীয়া সংগীতৰ চৰ্চা কৰিঅহা সকলৰ ফালৰপৰা ভাবিব বুলি বিনয়েৰে আশা কৰিলো।
Nambr tu deai offical video bonuw kotha koiselu ja
BiUND 4:50
Nambr tu deai offical video kotha kob la
ভাল লাগিছে অতি সুনদর 🌹🌹🌺
❤️
@@nabanitamusical6429 xun
Shiva Vandana is so spiritual being tuning with spirit of dance every classical having attained to the divine with the souls
Dhunya lagisa 💞🤗
❤️
অতি সুন্দৰ👌👌👌👍💕
❤️
Val lagila video to Sai
Hokolure val hoise