Apunar anusthantu sai bohut val lage. Ami bohuto nojona kotha apunar pora janibo parilu.bihut bohut dhynobad.kalsarpo yog r oporot ata alop bohol vabe video dibole anurodh jonalu
Sir aapunar videotu Sai val lagil. Moi nitou Surya devtak jal arpon Kori ahisu. Kisumane koise pair logot boga ful dibo Lage so moi Boga ketiyaba halodhiya ful diu. Logote Mur mantratu hoise Jwabakushum sankrasong kasobyo ..,... aitu mantra jup koru. Tenekoi korile hobo ne sir olop jonabosun sir. Dhanywad
শ্ৰী কৃষ্ণয়ে যেনেকৈ অমৃত বাণী অৰ্জুনক শুনাইছিল ঠিক তেনেকৈ আপোনাৰ মুখৰ পৰাও সকলোৰে এই ভাল ভিডিঅ' বিলাক শুনিবলৈ পাইছোঁ দাদা
P
17:23
De@@ramakakati3217
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🕉️ নমোঃ ভাগৱতেই বাসুদেবাই 🙏🏻🕉️ নমোঃ নাৰায়ণ নাৰায়ণ 🙏🏻 হৰি হৰি 🙏🏻🕉️ নমোঃ সূৰ্য নাৰায়ণৰ 🙏🏻🌻🎋🌲🌾🌺🌷🪷🪔🪔🪔🪔🪔🪔🪔🪔🪔🪔
Bohut bhal lagil
শুভ ৰাতিপুৱা আপোনালৈ। আপোনাৰ video চাই নজনা কথা জানিলোঁ । বহুত বহুত ধন্যবাদ।
বহুত বহুত ধন্যবাদ ছাৰ মোৰ স্বামীয়েও সূৰ্যপ্ৰণাম কৰে কিন্তু পানীত একো মিলাই লোৱা নাছিল । এতিয়াৰ পৰা আপুনি কোৱা নিয়ম মানিম আৰু মইও কৰিম । কাৰণ আপোনাৰ নিয়ম মাণি বহুত সুফল পাইছোঁ আমি🙏
Bohut vl lagil aponer vedio
সুন্দৰ পৰামৰ্শ.. পিছে গায়ত্ৰী মন্ত্ৰ সলনি সূৰ্য্য দেৱতাৰ মন্ত্র স্মৰণ কৰিব লাগে..
"ঔম জবা কুসুম কাশ্যপেয়েং মহাদুতিতম
ধৰ্মান্তৰিং সৰ্ব পাৰ্পঘ্ন প্ৰণতস্মি দিবাকৰম "
Thanks 🙏 probin sir...
মহাশয়, সূৰ্য্য সেৱা কৰোঁতে সূৰ্য্য মন্ত্ৰৰে উচ্চাৰণ কৰে, গায়ত্ৰী মন্ত্ৰ নিশ্চয় নহয়। সমাধান নিদিলে মূল পৰামৰ্শ ও নিদিব।
এইটোৱে শুদ্ধ
@@bijoyadevi343❤😊❤😊❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊❤❤❤❤❤❤❤❤❤❤❤❤
বহুত বহুত ধন্যবাদ ছাৰ এই ভিডিঅ' টোলৈ আশা কৰি আছিলোঁ
ধন্যবাদ ছাৰ..... মাংগলিক দোষ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে জনাব......
Apunar anusthantu sai bohut val lage. Ami bohuto nojona kotha apunar pora janibo parilu.bihut bohut dhynobad.kalsarpo yog r oporot ata alop bohol vabe video dibole anurodh jonalu
বহুত ভাল লাগিল দাদা লৰাৰ কাৰণে মাকে যদি সূৰ্যক পানী দিলে পিতাসূৰ্য্য দেৱতা সন্তুষ্ট হব নে
Dhonyobad bohut bhaal lagil. Amar axomot ei kotha bur iman borke sorsa nohoi. Kintu aapuni kothabur aanise amar majoloi . 🙏🌺
Buhut buhut bhal lagil kothatu shuni 🙏🙏🙏
সুন্দৰ লাগিছে চাই। মই সদায় সূৰ্য প্ৰণাম কৰো কিন্তু শুদ্ধ নিয়মটো জনা নাছিলোঁ। জনোৱাৰ বাবে ধন্যবাদ।
সুদীৰ্ঘ বহু অপেক্ষা আৰু তৃষ্ণাতুৰ কৰি অমৃত পান কৰোৱালে। পৰশুৰাম আৰু কৰ্ন উভয়ে হয়তো এই অৰ্ঘ দানৰ বাবেই সমাজত অভাৱনীয় প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছিল। বহুত বহুত ধন্যবাদ।
বহুত ভাল লাগিল ,আপোনাৰ বহুমূলীয়া কথাবোৰ জানি
Thank you sir jani bhal lagise.mor xodai deri hoi diole.kali r pora apuni kuwar mote korim.
Bohut val lage apunar kothabur sir
Bohut bohut dhainya bad. Apuni kuar dare surja pranam korim
ধন্যবাদ দাদা 🙏 আপোনাৰ কথা বহুত ভাল লাগিল ।জল দিও আপুনাৰএই নিয়ম টো বহুত ভাল কৈ মানি চলিম ।
Bohut vl lagile apunar kotha xuni
Ai video to jadi keibasar maan aagate Palo hai tente Govt.service halheten mor. Mai surja debak jal dio kintu haldi di.Aaji buji palo.Thanks sir
Bohut bhaal lagile video tu....bor agrohere roi asilu video tur karone...bohut dorkari kotha eta janibole pai dhanyabad gyapan korilu sir
Om suriya Narayan namah om suriya devai nmh om bhaskarai nmh🙏🙏🙏
সূৰ্য্য প্ৰণাম কৰো । কিছুমান নজনা কথা জানিলো।ভাল লাগিল।
জানি বহুত ভাল লাগিল,আগলৈও এনে video পাই থকো যেন
বহুত বহুত ধন্যবাদ দাদা,,মই সূৰ্য প্ৰণাম কৰো,,কিন্তু হালধি গুৰি মিহলাই কৰিছিলোঁ,, কালিৰ পৰা আপোনাৰ নিয়মেৰে কৰিম বুলি ভাবিছোঁ,, ধন্যবাদ দাদা,,কুশলে থাকিব👏👏👏🌷🌷🌷
আপুনি হালধী পানী তুলসীৰ তলত মানে গুৰিত দিব তেতিয়া তুলসী জোপাৰ পুক বৰুৱাই নষ্ট কৰিব নোৱাৰিব আৰু গছজোপা ধুনীয়া কৈ ডাঙৰ হ'ব।
Nojona kotha ata janilu bht dhonyobad. dintu apunr vedio 2ta saw moi
Bht bht vl lagil sir......thanq so much
Thank you for good information
Dhanyabad thkil dada....ai videotur babe bhut din apekha kri asilu....
ভাল লাগিল ছাৰ নজনা কথা শিকিলোঁ মই সূৰ্যক সদায় পানী দিওঁ
VDO tu moi apunar agor vdo sai follow kori asu apunak bahut dhyanabad 🙏🏽🙏🏽
বহুত ভাল লাগিল vidio টো চাই 🙏🙏🙏ধন্যবাদ
আপোনাৰ অতি দৰকাৰী ভিডিঅ' বোৰ চাই ভাল লাগে
বহুত ভাল লাগিল। আজিৰ পৰা হালধী পানী নিদিওঁ।চাউল সেন্দুৰ ৰঙা ফুল দি সূৰ্যক জল দিম।
বহুত বহুত ধন্যবাদ । বহুত নজনা কথা গম পালো ধন্যবাদ sir
Ajir para moiu.apunar niyomeywa sruta halou .
আপোনাৰ কথাখিনি জানি বৰ ভাল লাগিল দেই
Bhut val lagil dada . Bhut njona kotha Jona holu aponar pora
Thank you sir 🙏🙏 video tu saboloi apekhya kori asilu. Najona kotha janibo pai bahut val lagil🙏🙏🙏
Nojona kotha janilo bhut val lagil sar
Bhut vl lagile mntu aji Jay suriya Narayan namah 🙏
Dhonyobad bro.eman kotha janibo pari!
🙏🙏অতি প্ৰয়োজনীয় কথা।
Bohut bohut dhainyabad sir
Bohut nojona kotha hikilu dhoynodad dada 🙏🙏
Bahut val kotha hikaise আপুনি
আপোনাৰ vdo বিলাক চাই মইও যথেষ্ট উপকৃত হৈছো।ধন্যবাদ ।
Bor val lagil dada kothakhini jani
Bohut bohut val lagil Sir, apunar hu sasthya kamona korilu ,eman bur janibo parilu apunar video tur joriyote. Dhanyabad Sir
আপোনাৰ পৰা সুন্দৰ কথা জানিব পাৰি নথৈ আনন্দিত হলো।
Welcome sir
Thanku sir
Val lagil. Thank you
Bor bhal lagil bohu nogona khotha ganelu
Thank you sir. Jani val lagil.
Bhut val lagil video to sai Bhut nojana kotha janilu
Thanks very nice 👍👍👍👍👍
Bohut val lagil jani
Bohut bohut dhanyawad sir 🙏🙏🙏
Bhal lagil huni
আপোনাৰ ভিডিঅ' প্ৰায়েই চাও।এই ভিডিঅ'টো চাই বহুত ভাল লাগিল। নজনা কথা এটা জানিলো।
Bahut bahut dhanyawad
Bhut val kotha janibo parilu
Bohut val bani janaise sir
Thank you sir koidiya karone.
বহুত বহুত ধন্যবাদ ছাৰ...... 🙏
বহুত উপকৃত হলো,মোক এজন বাবাই দিবলৈ উপদেশ দিছিল ,সদায় জল দিও কিন্তু জবা কুসুমং ....টোহে জপ কৰো
Val lagise huni
Val lagil
ছাৰ বহুত বহুত ধন্যবাদ 🙏🙏
মই সূৰ্য প্ৰণাম কৰোঁ।পিতলৰ ঘটিৰেহে তুলসীৰ গুৰিট পানী দিওঁ।এতিয়াৰ পৰা আপূনি কোৱাৰ দৰে দিম।ভাল লাগিল আপোনাৰ সূন্দৰ কথা বোৰ জানিব পাৰি
Thank you very mashed
নতুন কথা জনিলোঁ, ধন্যবাদ চাৰ
Om Namo Suryadeva Namo
Sir aapunar videotu Sai val lagil. Moi nitou Surya devtak jal arpon Kori ahisu. Kisumane koise pair logot boga ful dibo Lage so moi Boga ketiyaba halodhiya ful diu. Logote Mur mantratu hoise Jwabakushum sankrasong kasobyo ..,... aitu mantra jup koru. Tenekoi korile hobo ne sir olop jonabosun sir. Dhanywad
বহুত ধন্যবাদ🙏 সকলো কথা শিক্ষা পাওঁ আপোনালোকৰ পৰা আৰু ভগৱান নক যিমান বিশ্বাস কৰো ইমানেই বিশ্বাস কৰো আপোনালোকক ........ ধন্যবাদ🙏🙏🙏
Very good
নজনা কথা বহুত জানিব পাৰিছো, আপোনাৰ ভিদেও বোৰ চাই, আগলৈ আশা কৰিছো এনেবোৰ ভিডেও বাবে,,, আপোনাৰ হুচাস্থ্য কামনা কৰিলো,,,,
Dhonyabad sir
মই সদায় স্য্যক জল দিও 🙏🙏🙏
Yes
Great sir
Alwaz waiting
ধন্যবাদ ছাৰ ।আপোনাৰ প্ৰতিটো নিয়মেই মই আৰু মোৰ স্বামীয়ে খুব বিশ্বাসেৰে মানি আহিছোঁ🙏🙏🙏
Very very good
Waiting
Moi agoraki bidhoba gotike suryok joll diboloi sandur miholabo parimjanu sir
Very good thnkyou
আপোনি মোৰ গুৰু কাৰণ মা দেউতাৰ পাছতে আন এজনক গুৰু মানিব লাগে সেই বিষয়ে অৱৰ্গত ।সেই অনুসৰি আপোনি মোৰ গুৰু ।আপোনাৰ পৰামৰ্শমতে যিমানখিনি পাৰিছো মানি আহিছো মানি যাম লগতে সুৰ্যক জ্বল দিবলৈ আৰম্ভ কৰিছো গুৰু আশা কৰিছো মোৰ সপোনবোৰ অতি সোনকালেই পুৰণ হ'ব ।🙏🙏
Very good video sir
Thank you so much sir 🙏🙏🙏🙏
Thank you sir
T. K
ধন্যবাদ ছাৰ
জীৱনৰ এক অপৰিহাৰ্য কথা জানিবলৈ পালো ।। সেৱা আৰু নমস্কাৰ জনাইছো ।। মোৰ লৰাটোৰ ডাক্তৰ হোৱাৰ হেপাহ আছে । অষ্টম শ্ৰেণীত পঢ়ে। তাৰ মনৰ আশা পূৰণ হবলৈ আশীৰ্বাদ কৰিব আৰু আপুনি দিয়া নিয়ম টো কৰিবলৈ কম
Jai shree Krishna 🙏🙏🙏
Mental health vaal korar upai dibosn
Thanks
নমস্কাৰ ছাৰ। আপোনাৰ প্ৰতিটো vedio চাওঁ । যথেষ্ট উপকৃতও হৈছোঁ। আপোনালৈ এটা অনুৰোধ কোন দিশৰ ঘৰত কি ৰং কৰিব লাগে ইয়াৰ ওপৰত এটা vedio বনাবচোন ছাৰ please....
Thank you Sir 🙏🙏