ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
অপূৰ্ব ,কবলৈ ভাষাহীন ।। তেওঁৰ সুপ্ত প্ৰতিভাক সন্মান জনাইছোঁ ,, অসমৰ বাবে তেওঁ এজন আদৰ্শ ব্যক্তি হৈ পৰক সমগ্ৰ ভাৰতবৰ্ষতে ।। সময় হলে নিশ্চয়কৈ যাম আপোনাৰ গ্ৰাম্যনুভূতি লৈ 🥰💗🤗
বৰ সুন্দৰ পদক্ষেপ, হয়টো আধুনিকতাৰ মেৰপেচত হেৰাই যাবলৈ ধৰা গাঁৱলীয়া পৰিবেশকো আমি এনেদৰেই ধৰি ৰাখিব লাগিব। বৰ সুন্দৰ আকৌ কৈছো, আপোনালোকৰ প্ৰয়াস সফল হওক ।
অসমৰ জাতীয়, জনজাতীয় গ্ৰাম্য পৰিবেশ। ই শিক্ষামূলকো।
দিকপল এজন অতি মৰমিয়াল লৰা।তেওঁ আমাৰ সকলোৰে মৰমৰ।তেওঁক যি ভাবে সহায় বিচৰা হয় , অলপো দেৰি নকৰাকৈ সকলো কেই সহায় কৰে। এক কথাত কবলৈ গলে এজন হৃদয়বান ব্যক্তি।তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।আগুৱাই যোৱা ভাইতি।
কবলৈ ভাষাৰ অভাৱ,আপোনাৰ অপূৰ্ব সুন্দৰ প্ৰতিভাক সলাগ লব লগীয়া।❤ প্ৰকৃত প্ৰকৃতি প্ৰেমিক তেঁও।
খুওব ধুনীয়া । অসমীয়া ফাৰ্মহাউচ ।
সৰ্বতোপ্ৰকাৰে উত্কৃষ্ট দৃশ্যানুভূতি
বহুত ভাল লাগিছে ভিডিঅ'চাই❤❤❤🎉🎉🎉।
আপোনালৈ ও বহুত বহুত ধন্যবাদ জনালো ইমান সুনৰ ভিডিঅ এটা উপহাৰ দিয়া বাবে । মই আপোনাৰ ভিডিঅ প্ৰায় চাওঁ প্ৰতিটোৱেই বৰ মনোগ্ৰাহী হয় । যাতা অব্যাহত থাকক
Aponar osarate neki?
লাহন ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।অসমৰ কুটিৰ শিল্পবোৰ ,অনান্য আপুৰুগীয়া সম্পদ সমূহ সংৰক্ষণ কৰি ৰখাৰ কাৰণে।
Amazing place and also concept ❤....owner of the gramyanabhuti salute to promote assames culture through business
Val lagile aapunar video tu sai. Ketiba xomoy uliai nichoy jam🙏
বহুত বহুত সুন্দৰ, গ্ৰাম্যনুভূতিলৈ এদিন যাম।
মনোমোহাকৈ সজাইছে অনুভবৰ সাগৰ 🎉
Vedeo tusai bohut val lagil. Ma, dauta r logot kotuwa poroni smrete bur hojeb kore tulily . Mony hodai bisari fura vedeo ata palu sabloi.. Bhut , bohut dhoneyabad .
*Beauty of nature with old memories* 😊
Bohut val lagile vdo2👍
Unbelievable but existing this village park in our district, from Ghilamara
Bahut Val lagil apunaloi akhek dhanya bad
সচাকৈ প্ৰস;শনীয় , আমাৰ অসমীয়া ল'ৰা এজনৰ এনেকুৱা পদক্ষেপ,গৌৰৱ অনুভৱ কৰিছো
Val lagile dada❤
Lahan dangaria k bahut bahut dhanyabad aru kritagyata janalo ,teor katha aru kam duyotai artistic ,really,siharito haiso ...teor osarat nissaikoi jam ,
বৰ ভাল পালো ।যাবলৈ মন , বহুতো দুৰ হ'ব! দেখা যাওঁক কি কৰা যায় ।
বৰ বঢ়িয়া সুন্দৰ ❤❤
ভাল লাগিছে বহুত ধুনীয়া
বহোত।বহোত। ধন্যবাদ
Bhal lagil ❤
গ্রাম্যানুভূতিৰ পৰিৱেশটৌ বহুত ভাল লাগিল 💫🥰
ডাক ঘৰ।ঔটেঙা জোপা ভাল লাগিছে। সকলো বোৰ বহুতো ভাল লাগিছে।
Val lagil video tu Sai
ইমান ধুনীয়া park ধন্যবাদ।
অতি সুন্দৰ পদক্ষেপ আৰু আগুৱাই যাওক ।
Khub val lagise ❤❤❤
Val lagil dada aru bonabosu anedrnr video.
কি নাই সেই টো ভাবি পোৱা নাই।ইমান সুন্দৰ ।
Bhut besi Val lagil video tu Sai . Kobole bhakha nai ❤❤❤❤
❤ Great Just love it brother😊
Bhuty val lagise dada jam ketiyaba❤❤❤❤❤
Hundor
এক সুন্দৰ পদক্ষেপ।🎉
ভাল লাগিল addes সম্পুনদিব
ভাল লাগিলে ভিডিঅ' টো চাই, লক্ষীমপুৰ গলে নিশ্চয় সোমাম❤❤
LOVE FROM BORSOLA 💜✅
Love frm Tinsukia❤❤❤
Very nice val lagil 👍🙏
Val lagile tumar vido sai
Moja lagile apunar sinta dharak selut
Good to see this
Montu kiba bhal lagi gol o ..thanks a lot ❤
Bohut vl lgil
Excelent khub val lagil selut jonaisu
Bahut Dhunia ❤❤❤
Duniya ❤ MojjjjjjjjjjjjjjjjjjjjjjA beautiful 😍❤️ bhal lagil sabo pai
Bohut vallagise dai
Bht vl lgse
বৰ ভাল লাগিল দেই❤
Really good looking,have talent.....
Dhuniya lagise🎉
ভাল লাগিল ।
বহুত ভাল লাগিল
Mja lgise lakhim pur kt ase gaon khn
সুন্দৰ ভাল লাগিল
ভাল লাগিল। এদিন নিশ্চয় যাম❤❤
Bor xundor
তেঁখেতৰ প্রতিভা সঁচাকৈ নশলাগি নোৱাৰিলো। যোৰহাটৰ পৰা বহুত মৰম পঠালো। ❤❤
Hosai Val lagil...
ভিডিঅ'টো ভাল লাগিল।
Bohut val lagil gole sumam
বহুত ভাল লাগিছে
Sanghatik dhuniya lagil
Vare good job thanks
Vaal lagil.
অতি সুন্দৰ । ❤❤❤
Dhuniya lagil si
সচাঁই ভাল লগা ❤❤❤
Bohut bhal lagise.mon korile son buli kua kothakhari proman kori dekhuale.hosakoi koboloi bhkha nai.manuhor jodi toka poisa thake logote nijor mati thake hosakoi nijor poribekh nijai kori lobo pare.akhator adorkho manibbologia.bhogobane kukhole rakhok.
Bha.....👌
Bhot sundar 🎉🎉🎉🎉
সুন্দৰ ভাইটি
Bor bhal lagil vdotu saai ❤ from tezpur balipara ❤
খুব ভাল লাগিল
যোৰহাটৰ পৰা সম্ভাষণ জনালো আপোনাক কিয়নো বৰ সুন্দৰ নিদৰ্শন দেখিবলৈ পালো ।
ভাল লাগিল দেখি
বৰ ভাল পৰিবেশ ।
ভাল লাগিল যাম এদিন, লাহন _ গাৱৰ সঠিক দিশটো সকলোকে জনালে ভাল হয়।
Bahut dhunia
Khub hundor
Wow....
Borhia lagil. Aru ki kom
অতি সুন্দৰ
Very very fine.
Ghorr usrr bhut bar golu vall lage xomoibur tat thaki❤
Location tu valdore jonabosn
❤❤❤❤ so beautiful
Bhallagil❤❤❤❤
So beautiful🎉❤
Salute from kashmir
সুন্দৰ
খুব সুন্দৰ
সৃষ্টি শীল প্ৰতি ভা নৱ প্ৰজন্ম ৰ আদৰ্শ হৈ ৰওঁক।
বঢ়িয়া
অপূৰ্ব ,কবলৈ ভাষাহীন ।। তেওঁৰ সুপ্ত প্ৰতিভাক সন্মান জনাইছোঁ ,, অসমৰ বাবে তেওঁ এজন আদৰ্শ ব্যক্তি হৈ পৰক সমগ্ৰ ভাৰতবৰ্ষতে ।। সময় হলে নিশ্চয়কৈ যাম আপোনাৰ গ্ৰাম্যনুভূতি লৈ
🥰💗🤗
বৰ সুন্দৰ পদক্ষেপ, হয়টো আধুনিকতাৰ মেৰপেচত হেৰাই যাবলৈ ধৰা গাঁৱলীয়া পৰিবেশকো আমি এনেদৰেই ধৰি ৰাখিব লাগিব। বৰ সুন্দৰ আকৌ কৈছো, আপোনালোকৰ প্ৰয়াস সফল হওক ।
অসমৰ জাতীয়, জনজাতীয় গ্ৰাম্য পৰিবেশ। ই শিক্ষামূলকো।
দিকপল এজন অতি মৰমিয়াল লৰা।তেওঁ আমাৰ সকলোৰে মৰমৰ।তেওঁক যি ভাবে সহায় বিচৰা হয় , অলপো দেৰি নকৰাকৈ সকলো কেই সহায় কৰে। এক কথাত কবলৈ গলে এজন হৃদয়বান ব্যক্তি।তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।আগুৱাই যোৱা ভাইতি।
কবলৈ ভাষাৰ অভাৱ,আপোনাৰ অপূৰ্ব সুন্দৰ প্ৰতিভাক সলাগ লব লগীয়া।❤ প্ৰকৃত প্ৰকৃতি প্ৰেমিক তেঁও।
খুওব ধুনীয়া । অসমীয়া ফাৰ্মহাউচ ।
সৰ্বতোপ্ৰকাৰে উত্কৃষ্ট দৃশ্যানুভূতি
বহুত ভাল লাগিছে ভিডিঅ'চাই❤❤❤🎉🎉🎉।
আপোনালৈ ও বহুত বহুত ধন্যবাদ জনালো ইমান সুনৰ ভিডিঅ এটা উপহাৰ দিয়া বাবে । মই আপোনাৰ ভিডিঅ প্ৰায় চাওঁ প্ৰতিটোৱেই বৰ মনোগ্ৰাহী হয় । যাতা অব্যাহত থাকক
Aponar osarate neki?
লাহন ডাঙৰীয়া আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিলো।অসমৰ কুটিৰ শিল্পবোৰ ,অনান্য আপুৰুগীয়া সম্পদ সমূহ সংৰক্ষণ কৰি ৰখাৰ কাৰণে।
Amazing place and also concept ❤....owner of the gramyanabhuti salute to promote assames culture through business
Val lagile aapunar video tu sai. Ketiba xomoy uliai nichoy jam🙏
বহুত বহুত সুন্দৰ, গ্ৰাম্যনুভূতিলৈ এদিন যাম।
মনোমোহাকৈ সজাইছে অনুভবৰ সাগৰ 🎉
Vedeo tusai bohut val lagil. Ma, dauta r logot kotuwa poroni smrete bur hojeb kore
tulily . Mony hodai bisari fura vedeo ata palu sabloi.. Bhut , bohut dhoneyabad .
*Beauty of nature with old memories* 😊
Bohut val lagile vdo2👍
Unbelievable but existing this village park in our district, from Ghilamara
Bahut Val lagil apunaloi akhek dhanya bad
সচাকৈ প্ৰস;শনীয় , আমাৰ অসমীয়া ল'ৰা এজনৰ এনেকুৱা পদক্ষেপ,গৌৰৱ অনুভৱ কৰিছো
Val lagile dada❤
Lahan dangaria k bahut bahut dhanyabad aru kritagyata janalo ,teor katha aru kam duyotai artistic ,really,siharito haiso ...teor osarat nissaikoi jam ,
বৰ ভাল পালো ।যাবলৈ মন , বহুতো দুৰ হ'ব! দেখা যাওঁক কি কৰা যায় ।
বৰ বঢ়িয়া সুন্দৰ ❤❤
ভাল লাগিছে বহুত ধুনীয়া
বহোত।বহোত। ধন্যবাদ
Bhal lagil ❤
গ্রাম্যানুভূতিৰ পৰিৱেশটৌ বহুত ভাল লাগিল 💫🥰
ডাক ঘৰ।ঔটেঙা জোপা ভাল লাগিছে। সকলো বোৰ বহুতো ভাল লাগিছে।
Val lagil video tu Sai
ইমান ধুনীয়া park ধন্যবাদ।
অতি সুন্দৰ পদক্ষেপ আৰু আগুৱাই যাওক ।
Khub val lagise ❤❤❤
Val lagil dada aru bonabosu anedrnr video.
কি নাই সেই টো ভাবি পোৱা নাই।ইমান সুন্দৰ ।
Bhut besi Val lagil video tu Sai . Kobole bhakha nai ❤❤❤❤
❤ Great
Just love it brother😊