ডিঙি কাটি জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈৰ নহয়, চোমনিৰ মাজত তেন্তে কোনে কাক হত্যা কৰিলে?
ฝัง
- เผยแพร่เมื่อ 4 ต.ค. 2024
- 📌ৰহস্য আৰু সন্দেহৰ কবলত সুনীল গগৈ হত্যাকাণ্ড। ডিঙি কাটি জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈৰ নহয়। চোমনিৰ মাজত তেন্তে কোনে কাক হত্যা কৰিলে? সুনীল গগৈয়ে জাহাংগীৰক ৫ লাখ টকা দিবলৈ থকা বুলি পৰিয়ালৰ দাবী। এতিয়া প্ৰশ্ন হয়- মিছা মাতিছে কোনে? এতিয়া অপেক্ষা DNAৰ প্ৰতিবেদনলৈ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/
সৰু সৰু লৰা ছোৱালী বোৰৰ কান্দোন কিন্তু পুলিচ বা বাপ্লিক কেনেকৈ চাব পাৰিছে, পৰিয়ালক নীয়াই দিয়ক🙏 জীয়েক যি কৈছে জীয়েকৰ কথাত সৱেই একমত হৈ পৰিয়ালটোক নিয়াই দিয়ক, এয়াই অসম চৰকাৰক অনুৰধ জনালোঁ🙏🙏🙏
সি যিয়ে নহওঁক হত্যা এজনে কৰা নাই , এটা টিম নিশ্চিত থাকিব, পুলিচে উলিয়াব
মই এই কথাত এক মত
এই ক্ষেত্ৰত একোও নকাও কাৰণ মই দেখা নাই আপোনাকে দেখিছে এই আৰু অণুৰোধ থাকিল কৃষ্ণ কৃষ্ণ কৃষ্ণ
Sunil Gogoi o mora nai Jahangir o mora nai , kunuba beleg he hobo sage
Sunil gogoi ku maribo aitu blg case
LIC কৰা এজেণ্ট জনে জানিব লাগে
Crime' petrol দায়ী ইয়াৰ বাবে
😢😢😢
সুনীলক কোনোবাই পলোৱাই ৰাখিছে।
Sure eito politics
Mor ekebare TV show CID sai thoka jen lagise ❤
টাইব্ৰেকাৰ ঢাছপেনছ নে ১ বলত ৬ ৰাণ লাগে ধৰিবই পৰা নাই বে',।।।।
Mea manuk ghorot iman din rakhise jodi kahani kiba eata beleg ase
Ejon manuhe akole enekua koribo nuare।iat aru manuh ase।hoitu sunilok kunubai lukuai rakhise।
Bangladesi bhasa nosolibo amar Assam and Bodoland ot
😱😱😱😱😱😢
😊
দেখিছে প্ৰামান দিয়ক এই আৰু অণুৰোধ থাকিল কৃষ্ণ
কিজানি মৰিসালিৰ খানি জলাই এইবিলাক নাটক কৰিছে দুয়োটা নিৰুদ্দেশ হৈ আছে এটা দিন হাজিৰা কৰা মানুহ হে কেনেকৈ ঘৰ চলাই আছিল
sunil gogoi
মিয়া বাংলা দেশীয়ে কিয়ো ইমান বকিব ধৰে?
Usit bisar lage Assam police
NIA lagibo jen paisu case tu solve koribo
কোনে উলিয়াই দিৱ ?
Police e uliabo nh 😅
ফাল্টু একেবোৰ বাতৰিকে ওলোটা পুলতা দি থাকে।
Toka toka toka...ai bostu tur babe...manuh ..daanob hobo pare..aaru hobo pare murderer 2:33 r😢😢
😭😭😭😭😭
Jahangir hooitya kari sunil gogoi mityu bodi rajniti jahang gir khondhanhin
Miyaniye budhi rosi dile 5 lakh tokahe lage😂
Doyaak anibo lagibo.
.kuch to Garbar haii Dayaaa...😀😀
Case to dekhun Mejor ... Normal nhoy Sijaring...😅😅😅😅 aru case to Sijaring jetiya Olp Rohoiso thakiboi aru.....😅😅
Mejor nohoy dei Major hobo lagisil .Sijaring bhul Caesarian hobo lage ,Dictionary sabo maje xomoye
@@mridulsharma6739 vul Hudho buli kotha nai aru..Word to buji palei hol...ki buli likhise...
@@krishnokachari7913 তথাপি শব্দ আৰু ভাষা শুদ্ধকৈ শিকিব লাগে বুলি জানো আৰু যত্নও কৰো ।