বিত্তীয় সংকটত ৰাজ্য, তলি উদং। লঘোনে-ভোকে পূজা পাৰ কৰিব লাগিব হাজাৰ-হাজাৰ ঠিকাদাৰৰ পৰিয়ালে

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • বিত্তীয় সংকটত ৰাজ্য, তলি উদং। লঘোনে-ভোকে পূজা পাৰ কৰিব লাগিব হাজাৰ-হাজাৰ ঠিকাদাৰৰ পৰিয়ালে
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

ความคิดเห็น • 24

  • @khairuz4355
    @khairuz4355 9 ชั่วโมงที่ผ่านมา +4

    এতিয়া চলি থকা এই news টো ঢাকিবৰ কাৰণে হিমন্ত মামাই হিন্দু-মুছলিম ৰ মাজত নতুন বিতৰ্ক এটা ওলাব। আপোনালোকে ছাই থাকক।😂😂😂

  • @MrFoodHunger
    @MrFoodHunger 8 ชั่วโมงที่ผ่านมา +2

    মাত্ৰ jjm নহয় । লোকনিৰ্মাণ বিভাগটো একেই অৱস্থা ঠিকাদাৰ সকলৰ। মুখ্যমন্ত্ৰী পকীপথ আঁচনি কাম কৰা ঠিকাদাৰ সকলৰ কিমানে বিলৰ টকা পাইছে ? অপ্ৰিয় হলেও সত্য -- মন্ত্ৰী , বিধায়ক,অফিচৰ ইঞ্জিনিয়াৰ আৰু অফিচৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লৈকে সকলোৱে নিজৰ নিজৰ ভাগৰ টো আগতীয়াকৈ খাই আৰমত বহি যায়। টকা ধাৰত লৈ কাম কৰি বিল নাপাই পানীত হাঁহ নচৰা অৱস্থা হয় মাত্ৰ ঠিকাদাৰ কেইজনৰ

  • @palashburagohain7866
    @palashburagohain7866 7 ชั่วโมงที่ผ่านมา +2

    Bhut dhuniake kola dost

  • @samimahmed357
    @samimahmed357 11 ชั่วโมงที่ผ่านมา

    হেই জল জীৱন মিছনে সকলো ৰাস্তা ৰ বাৰো বজাই দিছে। পানী ত কেতিয়া বা আহিব নে নাহিব তাৰ কোনো গেৰানন্তি নাই😢

  • @MrFoodHunger
    @MrFoodHunger 8 ชั่วโมงที่ผ่านมา

    কেৱল ভোটবেংকৰ স্বাৰ্থতে কেৱল হিতাধিকাৰী সৃষ্টি কৰি দিন ভিক্ষা প্ৰাণ ৰক্ষাৰ দিশলৈ অসমৰ জনতাক থেলি আছে।

  • @rakashdas9087
    @rakashdas9087 5 ชั่วโมงที่ผ่านมา

    নোপোৱাএ ভাল দালল ঠিকাদাৰ সকল

  • @MUSA-qj9ve
    @MUSA-qj9ve 11 ชั่วโมงที่ผ่านมา +2

    Cm sri a bar bar koy moy huniaacu bikasit asom bikosito, tente news tu mica na cm sir kota tu....!

  • @commenti5459
    @commenti5459 11 ชั่วโมงที่ผ่านมา +1

    puja patile anudan pabo

  • @RosmiRosmi-f3c
    @RosmiRosmi-f3c 5 ชั่วโมงที่ผ่านมา

    Amar Dhaligaon .kholabandha. r jol jibon achoni Tao liner bill nidiya babe line Kati dise aru ami pany power pora boncit hoisu ...

  • @TCF573
    @TCF573 11 ชั่วโมงที่ผ่านมา +6

    Khale khale himonto Okhure sob khale

  • @abdulmonnaf8279
    @abdulmonnaf8279 8 ชั่วโมงที่ผ่านมา

    Time 8 আৰু News Live চিঞৰি চিঞৰি ক'ব নে?

  • @rajibsharma9987
    @rajibsharma9987 5 ชั่วโมงที่ผ่านมา

    আৰু ভোট দিবি BJP ক দেই

  • @NabakantaNath-uv2cy
    @NabakantaNath-uv2cy 7 ชั่วโมงที่ผ่านมา

    বৰ্তমান স্কুল বোৰৰ পৰা কিমান কোটি টকা তুলিছে নিউজ চেনেল বিলাকে নিউজ বনোৱা নাই কিয়

  • @RajuPegu-c5u
    @RajuPegu-c5u 9 ชั่วโมงที่ผ่านมา

    ধৰ্মীয় সংকটত অসম। মুখেৰে মাত উলিয়াব পাৰিবা???

  • @litysa4236
    @litysa4236 6 ชั่วโมงที่ผ่านมา

    Govt school hospital aibor ajio xusanio abastha...
    Jot mod gudkha prasalan adhik...letra lok borar dopdopani...tene aji

  • @DhaneswarNath-r8f
    @DhaneswarNath-r8f 10 ชั่วโมงที่ผ่านมา

    Mamar Fitahi Kothat Bholjai Atya Kene O Bopaihot Dubilee Kam Nohobo Aru

  • @tarjenboru8760
    @tarjenboru8760 8 ชั่วโมงที่ผ่านมา

    😂😂তলি উদং হলেও মূখৰ ফুটনি 😂😂?

  • @NitulBorah-s3q
    @NitulBorah-s3q 5 ชั่วโมงที่ผ่านมา

    Jol jibon asonir papip dekhe napalu Kam hekh ki hobo

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 12 ชั่วโมงที่ผ่านมา

    Kaam bur bhal koi nai kora,aru 80% bill already pal a , bohut corruption JJM ot.Jodi 100 ghorot eta project or pora jabo lage ,10 ghorot ha pani pai se ,90 ghoror pani naha.Central govt bhal kaam korisa.

    • @aflusurrahmankhan4970
      @aflusurrahmankhan4970 9 ชั่วโมงที่ผ่านมา

      আপোনি বিজেপিৰ দালাল নেকি

  • @PronabDeori-xt1wc
    @PronabDeori-xt1wc 12 ชั่วโมงที่ผ่านมา

    70% of contractors are corrupt,kodi 25mm rod use koribo lage,16 mm or rod logai se

    • @dipakbaruah8987
      @dipakbaruah8987 10 ชั่วโมงที่ผ่านมา

      ঠিক আছে 70% এ কাম ভাল কৰা নাই কিন্তু বাকি 30% ৰ কিয় বন্ধ কৰিলে ?

    • @sunstarworld3595
      @sunstarworld3595 9 ชั่วโมงที่ผ่านมา

      Sorkari kormosari e kukuror badsa hotok kio nodhore june ghus loi