এগৰাকী মাকে কিয় নিজৰ পুত্ৰৰ সৈতেই বিয়াত বহিবলগীয়া হল? জ্ঞানবৰ্ধক কাহিনী | mother son marriage story
ฝัง
- เผยแพร่เมื่อ 16 พ.ย. 2023
- এগৰাকী মাকে কিয় নিজৰ পুত্ৰৰ সৈতেই বিয়াত বহিবলগীয়া হল? জ্ঞানবৰ্ধক কাহিনী | mother son marriage story
ABOUT THIS VIDEO- প্ৰিয় দৰ্শক, এই কাহিনীটোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰাটো নিশ্চিত। এগৰাকী মাতৃয়ে অনিচ্ছা সত্ত্বেও কি বিপদত পৰি নিজৰেই পুত্ৰৰ সৈতে বিয়াত বহিবলগীয়া হ'ল আপুনিও চাই লওক। এই কাহিনীটোৱে আপোনাক এটা নতুন শিক্ষা দিব।
Other Videos-
• ধনী হ'বলৈ কি কৰিব লাগে...
• গাঁৱত কৰিব পৰা ৪টা ব্য...
• ৫টা কথা শিকি লওক | আপো...
• এবাৰ পঢ়িলেই মনত ৰ'ব |...
• আচল দুখ কি? মহাদেৱে কৈ...
• ভুলতো ৩০-৪০বছৰৰ পিছত ব...
• কোনোবাই আঘাত দিলে, অপম...
• ৰাতিপুৱা শুই উঠি ৩টা ব...
• ধাৰ-ঋণৰ পৰা মুক্ত হোৱা...
• ৫মিনিটৰ এই প্ৰাৰ্থনাই ...
• ভাগৱত গীতা সাৰ ২১ মিনি...
• বুদ্ধিমান মানুহৰ ১০টা ...
• ধনী হোৱাৰ ৭টা নিয়ম জান...
• এটা এনেকুৱা মন্ত্ৰ | য...
• Video
• ভগৱানে ভক্তক কেতিয়া দৰ...
• এবাৰ পঢ়িলেই মনত ৰ'ব |...
YOUR QUERIES-
এগৰাকী মাকে কিয় নিজৰ পুত্ৰৰ সৈতেই বিয়াত বহিবলগীয়া হল?
জ্ঞানবৰ্ধক কাহিনী
mother son marriage story
assamese motivational story
assamese motivation
motivational video
#chitraranjannath
#chitraranjannathmotivationalvideo
#chitraranjannathvideo
#motivationalvideo
#story
#assamesestory
#motivationalstory
#assam
#momsonstory
#momsonmarriagestory
#2023 - บันเทิง
সঁচাকৈয়ে এটি সুন্দৰ আৰু অদ্ভুত কাহিনী ! আমাক এনে এটি সুন্দৰ কাহিনী উপহাৰ দিয়া বাবে অশেষ ধন্যবাদ জনালোঁ ! কাহিনীটো মন দি শুনিলে বহু কথাই বুজিব পাৰি আৰু শিকিব পাৰি!
Eltb
Thanku sir
কাহিনী টো শুনি বহুত ভাল লাগিল ❤❤
Di
কাহিনীটোৰ লক্ষ্য আৰু উদ্দেশ্যই হ’ল ভাগ্যৰ লিখন ৷ দৃষ্টিভংগী মহৎ ৷ কিয়নো মাতৃ-পুত্ৰৰ মিলন ঘটোৱা হোৱা নাই ৷ কৌতুহ’ল ইয়াতেই ৷ কিন্তু মিলন বা মৈথুন অবিহনে সৃষ্টি বা সন্তান জন্ম হোৱা ধাৰণাটো বিজ্ঞানসন্মত নহয় লাগিলে সেয়া ৰামায়ণ-মহাভাৰতৰে কাহিনী নহওক কিয় ৷ কাৰ্য আৰু কাৰণ নোহোৱাকৈ প্ৰকৃতিৰ কোনো বস্তুৰে সৃষ্টি হোৱাৰ উদাহৰণ নাই ৷৷
বৰ ভাল লাগিল া
Bohut bhal lagil
বহু ভাল লাগিল শুনি🙏
Bohut val lagil kahani tu❤❤ vaigor likhon kuneo musibo nuware....
।।সচাই পুৰণি অসমীয়া সুমধুৰ কাহিনীৰ বাখ্যা টি বৰ ধুনীয়া লাগিল।।
Hadhu tu huni bhal lagil
Dhanyabat thakil
মই ভাগ্যক বিশ্বাস কৰো। ধন্যবাদ।
সচাকৈ বহুত সুন্দৰ কাহিনী ধন্যবাদ ভাইজান 🙏♥️ বহু দিন পিছত আপোনাৰ কাহিনী শুনিলো অলপ অসুবিধাৰ বাবে বহু দিন শুনিব পৰা নাছিলোঁ
Bohut bohut dhunia kahiini dyanobad jonalu
হ😂❤ সুন্দৰ লাগিল।
Bhut bhut val lagil ❤❤
বহুত বহুত ভাল লাগিলে কাহিনীটো।
Bhut bhal lagil
Val lagse
অতি সুন্দৰ, ধন্যবাদ।
সুন্দৰ বৰ্ণনা দিছে ভাল লাগিল পঢ়ি।
Bohut bhal lagil Thañks
ভাল। ল
Oti purani kalor Golpo, Kahini bur huni bohut val lage kintu ai kahinir dore nai puwa aru Bhaigya likhan osake hoboi aru phuliaboi,Golpotu bohut bar repeat korilu bohut val lagil hosake.
অতি সুন্দৰ 👍👍
Mojj lagil video 2 sai
Kahini to bhal lagil
Very good video
Bahut val lagil dhanyabad
Xosakoi bohut val lagil .
Bahut bahut val lagil dada ae kahini to huni.Thanks🙏❤❤
ভাল লাগিছে 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😢😢😢🎉😢😢😢😢😢😢😢😢😢😢🎉😢😢😢😢😢😢😢😢🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉
Bhal lagil.
নজনা কথা জানিব পৰিলো সচাই বহুত বেছি ভাল লাগিল ❤❤Thank you 👌👌🙏🙏
আন্তৰিক ধন্যবাদ
Bhagya heiya he ji apunar bortoman aru otitor kormor fol 🙏
Yes Vogobane ji Kore Vale Kore🙏
Bahut vala kahini
সুন্দৰ কাহিনী ভাল লাগিল
আন্তিৰক ধন্যবাদ
dhuniya kahine donobat thakiel tumale agolu anadora val val kahine cunibole pujan
বৰ সুন্দৰ কাহিনী।
Kahani khini huni bhal lagil
সঁচাকৈয়ে সত্য সদায়েই জয় কৃষ্ণ 🙏
ভাল লাগিল গল্প টো শুনি
Val lagil ❤❤❤
হয় কথাখিনি শুনি বহু ভাল লাগিল 🙏😍🌼✨ হে ভগৱান 🙏🌼✨
আপোনাৰ ভিডিঅ'টু বহু তো ভাল লাগিল।!❤❤❤❤ কিন্তু সচা কথা কবলৈ মই কাহিনী কেতিয়াও বিশ্বাক নকৰোঁ, কেৱলমাত্ৰ এই টু সচা কথা যে জম্ম মূত্যূ ঈশ্বৰৰ হাতত; ঈশ্বৰ অবিহনে একোবেই চলিব নোৱাৰে! ধন্যবাদ thank you😊❤❤
Bahut bhal lagiche
Good story .
Nice❤❤❤❤❤
very nice
অতি সুন্দৰ কাহিনী।বহুত ভাল লাগিল।❤
Thank you
ধন্যবাদ
Bohut val lagil video to sai❤❤
আন্তৰিক ধন্যবাদ
Very nice
Val lagise ❤❤❤❤❤
ধুনীয়া ভিদীও দাদা ❤
আন্তৰিক ধন্যবাদ
Good video
Momi
🙏💝💝💝👌👌👌🤔🤔🌹🌹🌹🌹
Aya bovisar golpo ane golpo khuniboloi Malay,
Sir apunar video bure amak bohut gyan diye
আন্তিৰক ধন্যবাদ
Najana katha jani bohut bhal lagil
Very nice video
আন্তৰিক ধন্যবাদ
অতি সুন্দৰ কাহিনী ধৰ্নবাদ ।
বহুত সুন্দৰ কাহিনী ভাল লাগিছে
❤
❤❤❤❤❤
Ramkrishna
❤❤❤
❤️❤️
আন্তৰিক ধন্যবাদ
@@chitraranjannath😊in
😊😊
🙏🙏🙏🙏🙏
🙏🙏🙏🙏
আন্তৰিক ধন্যবাদ
Son get after married
দাদা মই বৰ মানসিক অশান্তিত আছো কাৰণ মই এতিয়ালৈকে সাংসাৰিক হ'ব পৰা নাই, ছোৱালি পোৱাটো মোৰ বাবে কঠিন হৈছে, মন বোৰ বিশৃঙ্খল হৈ গৈ আছে, সময় গলিছে বয়স বাঢ়িছে, আপুনি মোক কিবা এটা টিপচ্ দিয়কচোন যাতে মই ঘৰ এখন মই পাতিব পাৰো ।
Moi hom patibona biya jodi pata 😊jonabo
@@susmitachannel9696 নিশ্চয় পৰা যায় ।
Like
👌👌👌🙏🙏🙏♥️♥️♥️❤️❤️❤️
Dada videotuya mur gibon kholoni kori pelalay. Ki emotion bori toka video.
Bhut val lagile dada video to Sai🙏❤️🙏
আন্তিৰক ধন্যবাদ
যেনেকৈয়ে নহক কিয়, সচাটো পৰকাশ হবয়
@@chitraranjannathl ji hu AA hu hu
Ki ji
Ki
By CT ft by
😊😊
@@chitraranjannath❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
❤🙏🙏
আন্তৰিক ধন্যবাদ
ইয়াকে কয় সাধু
Bro... Bohut Val Lagise Video tu...👍👍👍... Superb...
Suwalijoni bhagi gol Mane ki akou 😮
এই কাহিনীটো ককা থাকোঁতেই আমাক কৈছিল এতিয়া ককা নাই আৰু
ধন্যবাদ
Kiba ata beya lagise
আন্তৰিক ধন্যবাদ
নম
কথাটো শুনিবলৈ কে বেয়া। মাকে জানো পুতেক ৰ লগত বিয়াত বহে।
ওপৰোৱাকৈ মন্তব্য নকৰি ভিডিঅ'টো ধৈৰ্য্যৰে চাই লওক। আৰু যদি ধৈৰ্য্য নাই, তেন্তে আপোনাক বুজাবও নোৱাৰি। ইতিহাসত তেনে বহু ঘটনা আছে। পুৰীৰ জগন্নাথ মন্দিৰৰ সৈতেও মাতৃ-পুত্ৰৰ এক কাহিনী জড়িত আছে।
ক'ত পালে আপুনি কবছোন
কোনখন শাস্ত্ৰত আছে হে মহাশয়।
Free f CT Bhi
অতি সুন্দৰ, ধন্যবাদ।
Bahut val lagil
Val Lagil
Very nice
❤❤❤
❤❤
আন্তৰিক ধন্যবাদ
🙏🙏🙏🙏🙏
Korm aru Dorm hadutu miss neki
❤❤
আন্তৰিক ধন্যবাদ