হিমন্তৰ মানুহজনীয়ে ১২৫০ টকা অৰুণোদয়ৰে আৰু ৫ কেজি চাউলৰে মাহতো চলিব পাৰিব নে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.พ. 2025
  • 🔹হিমন্তৰ মানুহজনীয়ে ১২৫০ টকা অৰুণোদয়ৰে আৰু ৫ কেজি চাউলৰে মাহতো চলিব পাৰিব নে?
    🔹মুখ্যমন্ত্ৰীয়ে দৰমহা লোৱা বাদ দিয়ক!
    🔹উদ্যোগ মন্ত্ৰীয়ে দৰমহা লোৱা বাদ দিয়ক!
    🔹যদি তেনে অৱস্থাত তেওঁলোক চলিব পাৰে তেন্তে আমিও গাহৰি পালন কৰা বাদ দিম!___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

ความคิดเห็น • 124

  • @NISSAN-l2b
    @NISSAN-l2b 8 วันที่ผ่านมา +70

    ভাল কথা কৈছে মানুহ জনে

  • @manjubarman1855
    @manjubarman1855 8 วันที่ผ่านมา +47

    বিজেপি চৰকাৰৰ দিনত অসমীয়াই টুকুনা কোবাইছে।

  • @NanditaGogoi-m4l
    @NanditaGogoi-m4l 7 วันที่ผ่านมา +18

    বামুণ ৰজা হলে দেশ কি হয়, ৰাজা হৰিশ্চন্দ্ৰ উপাখ্যান চাব😙😙

  • @RanaSaikia-p1e
    @RanaSaikia-p1e 8 วันที่ผ่านมา +56

    বামূণ ৰজা হলে এনেকুৱা হয়েই দূখ কৰিব নালাগে জনগোষ্ঠীয় সকলে

    • @mintulahang6134
      @mintulahang6134 8 วันที่ผ่านมา +8

      Hosa kotha

    • @JitulDas-r6y
      @JitulDas-r6y วันที่ผ่านมา +1

      Agote vaba nasilu atia vabisu kotha tu hosa100%

  • @JituBoruah-of8sb
    @JituBoruah-of8sb 8 วันที่ผ่านมา +18

    কোনো কাৰণতেই বহিৰাগত কোম্পানীক এই স্থিতি দিয়া নহব , সকলোৱে সমানে ওলাই আহক ৰাইজ।। চৰকাৰৰ এই সিদ্ধান্তক বিৰোধিতা কৰক।।

  • @EffiNawab
    @EffiNawab 8 วันที่ผ่านมา +44

    প্ৰথমে গৰু তাৰ পাছত গাহৰি তাৰ পাছত কি? চৰকাৰে এয়া অসমীয়াৰ উন্নতি কৰিছে ।মন্ত্ৰীবোৰ ধনী হৈছে সাধাৰণ ৰাইজ ভিক্ষাৰী হবলৈ গৈ আছে ।

    • @KM-tc3oe
      @KM-tc3oe 8 วันที่ผ่านมา +2

      TAAR PASOT ONLINE COACHING CENTRES😢😢😢

    • @JitulDas-r6y
      @JitulDas-r6y วันที่ผ่านมา

      Sagoli u anibo

  • @Monikrishnamedok
    @Monikrishnamedok 8 วันที่ผ่านมา +13

    কথাষাৰ একেবাৰেই সত্য

  • @ShorifuzZaman-p1q
    @ShorifuzZaman-p1q 3 วันที่ผ่านมา +3

    Himanta go back ❌❌

  • @SailendraKumar-g8d
    @SailendraKumar-g8d 8 วันที่ผ่านมา +13

    বঢ়িয়া ❤

  • @rajanidoley4271
    @rajanidoley4271 8 วันที่ผ่านมา +19

    Hemanta go back

  • @basantaborgohain5372
    @basantaborgohain5372 8 วันที่ผ่านมา +17

    ১২৫০ টকা টো মোৰ ফালৰ পৰা দিম, মাহে মাহে! বিশ্বক।

  • @bhabanimazumdar6909
    @bhabanimazumdar6909 8 วันที่ผ่านมา +9

    Ati sundar kotha koise Val lagise

  • @ShorifuzZaman-p1q
    @ShorifuzZaman-p1q 3 วันที่ผ่านมา +1

    মোৰ ফালৰ হিমন্তক মাহে মাহে ১৩৫০ টকা দিম
    হিমান্ত মানুহ জনে অসম খন বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে

  • @GauriBaruah-gx7ck
    @GauriBaruah-gx7ck 8 วันที่ผ่านมา +7

    এইবিলাক কৈ গাই একো লাভ নহয়! সৰ্বাত্মক আন্দোলন কৰিব লাগিব। জনগনৰ বীৰোধী চৰকাৰ অচল কৰি দিব লাগিব। মুখেৰে কৈ ক্ষোভ উজাৰিলে নহ'ব। ২৬ ৰ নিৰ্বাচনত হিমন্ত সহ বিজেপি, অগপক পৰাজিত কৰি অসম বিধানসভাত প্ৰবেশৰ পথ ৰূদ্ধ কৰিব লাগিব।

  • @miksiabung6978
    @miksiabung6978 8 วันที่ผ่านมา +9

    Right 👍

  • @birensaikia4667
    @birensaikia4667 2 วันที่ผ่านมา +1

    অসমীয়াৰ বেপাৰ সেখ। এইখন চৰকাৰৰ দিনত।

  • @porashjyotineog5984
    @porashjyotineog5984 8 วันที่ผ่านมา +4

    ভাল কথা কৈছে

  • @binoykalita7597
    @binoykalita7597 7 วันที่ผ่านมา +2

    এই সকলে দৰমহা নললেও চলিব,কাৰণ দূৰ্নীতিয়ে ঘটিলোৱা ধন সম্পত্তি পাহাৰসম।

  • @BishnuChetia-c6s
    @BishnuChetia-c6s 8 วันที่ผ่านมา +4

    বামুনে হাল বাব নাপাই ভাত খাব পাই গাহৰি পূহাবি নাপাই গাহৰিৰ দলালি কৰিব টো পাই

  • @porashjyotineog5984
    @porashjyotineog5984 8 วันที่ผ่านมา +3

    এই বেমাৰ বিলাক আহতো কিবা ৰহস্য থকা যেন লাগে। মোৰ মনৰ কথা কৈছোঁ

  • @benipegu2302
    @benipegu2302 8 วันที่ผ่านมา +5

    Really right❤❤❤

  • @debangamoran7459
    @debangamoran7459 8 วันที่ผ่านมา +4

    thik Kotha koise

  • @IndiaGogoi64
    @IndiaGogoi64 8 วันที่ผ่านมา +3

    Bhal kotha koise

  • @njyotinjyoti7541
    @njyotinjyoti7541 8 วันที่ผ่านมา +3

    এই বিলাক একো নাই মূখ্য মন্ত্ৰীয়ে টোকুৰিয়াই চাইছে ক'ত টকৰ মাৰিলে হাল্লা হ'ব এমাহ মান।এয়া পলিচি মামাৰ,

  • @AnilBorah-n6y
    @AnilBorah-n6y 6 วันที่ผ่านมา

    বৰমূৰিয়াই জদি ৰাইজৰ হকে চিন্তা কৰিলে হয় দুবাই লগত ফেৰ মাৰিব পাৰিলে হয়, অসমে।
    জদি নিজৰ পকেত গৰম ভাবে দেশৰ জনসাধাৰ ভিখাৰি হবইতো

  • @ranjitborah5231
    @ranjitborah5231 6 วันที่ผ่านมา

    RIGHT

  • @PranjitSaikia-t2e
    @PranjitSaikia-t2e 6 วันที่ผ่านมา

    Very Good 👍👍👍

  • @KanakDhadumia-k3w
    @KanakDhadumia-k3w 6 วันที่ผ่านมา

    সুন্দৰ হৈছে।। বৰ্তমানৰ সময়ত গাহৰি পালনৰ যোগেদি বহুসংখ্যক নিবনুৱা যুৱক যুৱতীয়ে কামৰ সন্ধানত বহি ৰাজ্যলৈ,নগৈ ঘৰতে থাকি নিজৰ পৰিয়াল টোক পোহ পাল দিয়াৰ, লগতে নিজকে অৰ্থ নীতি দিশত টনকিয়াল কৰি তুলিছে।
    কিন্তু অতি সুখৰ বিষয় যে আগৰ তুলনাত গাহৰি মাঙখৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহুতো অসমৰ যুৱক যুৱতীয়ে গাহৰি পালনৰ প্ৰতি আকৃষ্ট হোৱা দেখা গৈছে।ই সঁচাকৈ য়ে অসমৰ প্ৰতি শুভ লক্ষণ। তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি বিদেশী কোম্পানীক গাহৰি পালনৰ বিষয় টো গতাই দিব বিচাৰিছে। এইয়া বাৰু সঁচাকৈয়ে আমাক ভাতে মৰাৰ নীতি নহয নে? সেয়ে চৰকাৰক ইয়াৰ যোগেদি অনুৰোধ জনাও যে অতি সোনকালেই উক্ত বিষয়টো পুনৰ বিবেচনা কৰিবৰ বাবে অনুৰোধ জনালোঁ।
    তেনে ক্ষেত্ৰত চৰকাৰে কি ভাবি

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 8 วันที่ผ่านมา +3

    মাছ কনী কইলা ছুফাৰি এইবাৰ গাহৰি

  • @ManakhiBorah-i9w
    @ManakhiBorah-i9w 7 วันที่ผ่านมา

    Right kotha koise😢

  • @Riderboss98-wb9jq
    @Riderboss98-wb9jq 5 วันที่ผ่านมา

    He is right

  • @tarunchdeka1464
    @tarunchdeka1464 6 วันที่ผ่านมา +1

    বিদেশী বেপাৰিৰ লাভৰ অংক,কিন্তু সাধাৰন লোক সকলৰ পেটত গোৰ,ডাঙৰ মলবোৰে সৰু দোকানীৰ পেটত গোৰ দিছে,জিএচটি আছেই,উদ্যোগ বুলিব নাই শেষ কিন্তু বাহ ট্ৰেনত কলৈ যায়,আমাৰ কেচামাল বেলেগ ৰাজ্যৰ উদ্যোগ চলে,আমাৰ বোৰে গামোচালৈ ফুৰে,দুৰদ্শী নেতা??

  • @RantuDas-o1d
    @RantuDas-o1d 8 วันที่ผ่านมา +2

    ভাল কথা কৈছা পিটিব হৈছে আৰু

  • @ManjitGogoi-ye4gh
    @ManjitGogoi-ye4gh 8 วันที่ผ่านมา +2

    Very good

  • @debenkonwar8367
    @debenkonwar8367 5 วันที่ผ่านมา

    আগতেই চাবচিডি লৈ থৈছে ভাই ।

  • @BijayBangthai
    @BijayBangthai วันที่ผ่านมา

    BJP k vote nidibo

  • @RishikeshDas-q8u
    @RishikeshDas-q8u 6 วันที่ผ่านมา +1

    Right

  • @LakhiramDas-jo6wn
    @LakhiramDas-jo6wn 7 วันที่ผ่านมา

    Mojaa dise dei mamak

  • @ManjuDoleyChungkrang-t3u
    @ManjuDoleyChungkrang-t3u 7 วันที่ผ่านมา

    এই চৰকাৰ আমাৰ মানুহৰ উন্নয়ন নিবিচাৰে, আমাক লেবাৰ কৰিব বিচাৰিছে । মুখ্য মন্ত্ৰী স্ব আত্মনিৰ্ভৰ ৰ কথা কোৱা চৰকাৰ খনে আমাক বহিৰাগত লোকৰ তলত লেবাৰ কৰিব বিচৰা সিদ্ধান্তক আমি কেতিয়াও মানি নলও।

  • @Bhupen-z1e
    @Bhupen-z1e 8 วันที่ผ่านมา

    ধুনীয়া কথা কৈছ

  • @SurojitBora-g2k
    @SurojitBora-g2k 7 วันที่ผ่านมา

    মজজা দিছে

  • @DonKelar123
    @DonKelar123 7 วันที่ผ่านมา

    Thank you ❤❤❤❤

  • @geetaboruah16
    @geetaboruah16 7 วันที่ผ่านมา

  • @bhabendoley6151
    @bhabendoley6151 8 วันที่ผ่านมา +2

    চৰকাৰে বেজী মাৰি গাহৰি মৰালেও ,আমি লোকেল কতিয়া ৰাখিছোঁ।বঢ়িয়া।

  • @surajborsaikia3805
    @surajborsaikia3805 7 วันที่ผ่านมา +1

    Vote for bjp again 😂😂😂

  • @SunehwarSonowal-yl3ip
    @SunehwarSonowal-yl3ip 7 วันที่ผ่านมา

    ভোট নিদিলো হয়

  • @MaileshGaluwar
    @MaileshGaluwar 6 วันที่ผ่านมา

    Val kotha koise. Company anibo kiyo lagise

  • @mindrefresh715
    @mindrefresh715 8 วันที่ผ่านมา +2

    ১২৫০/- নলও বুলি কোনে কব!? থলুৱা যুৱক-যুৱতীক সংস্হাপনৰ সুৰক্ষা কৰিবই লাগিব নহলে ভৱিষ্যতে ভয়ংকৰ বিপদ নিশ্চিত....

  • @mukulbaruah1833
    @mukulbaruah1833 8 วันที่ผ่านมา +7

    রাইজ ই,ভি,এম হল চেকেন্দ মনুস্মৃতি। ই,ভি,এম থকালৈকে দেশত মহাপাপী মনুবাদী,বামুণবাদী,জাতিবদী জেহাদীর রাজ থাকিব।

    • @mrigankasharma9039
      @mrigankasharma9039 8 วันที่ผ่านมา

      Kinuba Laura eta Karan e bamunok ki Baal singibo😢😢😅😅❤😂

    • @mrigankasharma9039
      @mrigankasharma9039 8 วันที่ผ่านมา

      ETA cm r karone Bamunor Jiek ke cleveg ulai thake😅😅😅cm vilience onuxondhan korok nhole assu e 😂😂kiba eta korok😅😅😢😢😂😂

  • @pagalm-rk5xy
    @pagalm-rk5xy 8 วันที่ผ่านมา +1

    Moi just hs pass koriye maa namot gutor pora 1 lakh loan loi gahori ghor bonai asu papa modahi kor pora ghuram baru😢😢😢😢 kothatu honar porai pithitbit kio jonmo holu buli a sui side koribo mon goi ase😢😢😢😢

  • @swapanrabha4602
    @swapanrabha4602 7 วันที่ผ่านมา

    Good

  • @ultimatecreation....
    @ultimatecreation.... 7 วันที่ผ่านมา

    সেইটো পইছা মইয়ে মাহেকে দিব পাৰিম😂

  • @vivektalks4870
    @vivektalks4870 7 วันที่ผ่านมา

    আজিৰ অসমীয়া সজাগ নহ'লে অসমতে ভিক্ষাৰী হ'ব

  • @ranudas593
    @ranudas593 7 วันที่ผ่านมา

    💪

  • @faridulislam686
    @faridulislam686 6 วันที่ผ่านมา +1

    Aya numuna he aru bhut baki ase

  • @nilonilodas5996
    @nilonilodas5996 8 วันที่ผ่านมา +3

    Pisot bjp voot dibi laj nai tohotr

  • @KM-tc3oe
    @KM-tc3oe 8 วันที่ผ่านมา +1

    JAI HO BJP. BJP ZINDABAD 😂😂😂

  • @golenurhoque8038
    @golenurhoque8038 8 วันที่ผ่านมา

    Thanks

  • @SyamantaDeka
    @SyamantaDeka 6 วันที่ผ่านมา

    হেমচিয়াৰ, ইয়কচিয়াৰ পোৱালী কিনিব গলে ৬০০০ টকাৰ তলত কিনিব নোৱাৰে ফাৰ্ম বিলাকৰ পৰা ।এতিয়া বেচিবা ৰবা ৬০০০কে । যি লেবেল দিয়ে সিহতে ।এতিয়া দুখিয়া নিবনুৱা সকলেও পোহিব পাৰিব কম্পেনীৰ গাহৰী মই নিজে পোহিম

    • @dasdas449
      @dasdas449 6 วันที่ผ่านมา +1

      Gahori r gu felabo dibo lav to company loi jabo 😅😅😅 bal singa

  • @rashmichetia4994
    @rashmichetia4994 8 วันที่ผ่านมา

    ❤❤❤❤❤

  • @BhupenHandique-c4x
    @BhupenHandique-c4x 8 วันที่ผ่านมา

    Moja,emoja,

  • @entertainmentandexercies415
    @entertainmentandexercies415 8 วันที่ผ่านมา

    পানী পানী খোৱাই থকা সমগ্ৰ অসমৰ ৰাইজ উলাই আহি গাহৰি মৰা দি মাৰি থলেই হ'ল।ৰাইজৰ উপৰত কোনোৱেই নাই।

  • @KumalDoley-v2x
    @KumalDoley-v2x 6 วันที่ผ่านมา

    BJP go back go back

  • @joysribhuyan
    @joysribhuyan 8 วันที่ผ่านมา

    এইজনহে অসমিয়া য়ুবক ।

  • @gulapgogoi3633
    @gulapgogoi3633 7 วันที่ผ่านมา

    BJP Go Back 🏴

  • @ashishghosh5420
    @ashishghosh5420 8 วันที่ผ่านมา

    🎉🎉🎉🎉🎉🎉🎉🎉

  • @garimablock2523
    @garimablock2523 7 วันที่ผ่านมา

    Rigt

  • @jugeswarphukan9726
    @jugeswarphukan9726 4 วันที่ผ่านมา +1

    Thik.kaise.aibur.rajniti.hubidhabad.ane.bjp.assamat.nalage.jirajnitiea.assam.sininepai.hsi.rajniburak.assamieai.badibalage.anejitikai.manuhak.bipathe.parisalita.karse.tene.bjp.amak.nalage.hakaluea.siearikak.nalage.aru.aibjp.bur.assam.dhangkhakaribalr.uthipari.lagise.hubidhabad.jati.hekh.karar.pealen.nijedhanihai.assamar.pars.kor.jaba.hairuea.haitiea.hudhak.hihatak.kimantaka.lagiba.hihate.salibale.rajnirihai.aitu.sakari.nahai.je.arjiban.salithakiba.hairu.aku.haisieakar.katha.hihatar.pensan.nije.bahailoise.kintu.sakarieale.30.35.basar.sakarikari.keaitak.pensan.pai.hihate.5.10.basar.mla.hai.bahut.taka.oaba.haitu.kinimar.bhitarat.oare.bisar.karaksun.oensanare.ketieeu.bjpik.vot.diba.nalage.jadi.kiba.bujise.dhani.huear.hepah.adinkintu.hakalu naikiea haijaba.jetiea.jabahadharanar.akhibad.lagiba.haudinale.rairhakak.koroata.kihal.bujiea.nepaba

  • @swapanrabha4602
    @swapanrabha4602 7 วันที่ผ่านมา

    Gahori main bro...ami ketiyao hobo nedio...

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml 8 วันที่ผ่านมา +1

    চৰকাৰে হঠকাৰী সিদ্ধান্ত বাদ দি জনসাধাৰণৰ সুৰক্ষাৰ কথা চিন্তা কৰা উচিত।

  • @topandas9171
    @topandas9171 8 วันที่ผ่านมา

    😢😢😢😢

  • @SagarMithi
    @SagarMithi 7 วันที่ผ่านมา

    Eyak 26 t khedabo lage.... Axomr raij pagol j... Vote didi atya pa moja..

  • @rantuChetia-w8t
    @rantuChetia-w8t 7 วันที่ผ่านมา

    Okhmiam dhonkho korar planning

  • @anuborgohain9955
    @anuborgohain9955 8 วันที่ผ่านมา

    Ek. Daam. Right Right. 100%. Right ........ Himontar. Maikik. Angohi. Bongohik. Diyak. Ek. Mah. Soliboloi. 1250. Aru. 5kg. Chaul ... Jodi. Hihoti. Pare. Bakibureu. Paribo. Aru. Gahori. Hah. Kukura. Puha. Bad. Diya. Hobo.......... Eikhinite. Eta. Kotha. Kou. Hazira. Di. Logaidiye. BJP. Bah. Bah. Koboloi...... Bohut. Dise. Buli. Koboloi ....... Heibure. Toka. Loihe. Bah. Bah. Diye ....... Houk. Teu. Kunuluke. Je. Kothabur. Buji. Paise .......... Hokolue. Rastat. Potibad. Korok. Binamuliya achoni bondho. Korok.......... Bozaror. Hokolu. Bostur. Daam. Komaidiyak. Chilinder r. Pora. Arombho. Kori. Jibur. Nitou. Proyujan ........ Eidare. Nalagile. Chaul. Muthi. Nihijibo. Koitholu. Kintu ..........

  • @RatulKalita-rh8lq
    @RatulKalita-rh8lq 8 วันที่ผ่านมา

    Hama🎉ntA 😢🎉🎉😢😅😊banaksuda mantri moy aji😂 🎉😂

  • @babulbarua1153
    @babulbarua1153 7 วันที่ผ่านมา

    16 ana Satya eikhan sarkar amar bhal Kara katha ketiyao nabhabe amak lutat lagi gaiche.

  • @SyamantaSaikia
    @SyamantaSaikia 7 วันที่ผ่านมา

    😂😂😂😂😂 kllaaaa ...bom dise be...

  • @RajuMili-g4p
    @RajuMili-g4p 7 วันที่ผ่านมา

    Heibur mising xomajot hole bhal lage. Karon misingor neta xokole heiburor uporot mat namate aru nuware.

  • @monumotidhadumia1028
    @monumotidhadumia1028 5 วันที่ผ่านมา

    Ahkmiak laber bnab bisare

  • @BiplobSaikia-p3o
    @BiplobSaikia-p3o 7 วันที่ผ่านมา

    Himontor aaru ki baki aase

  • @BiplobSaikia-p3o
    @BiplobSaikia-p3o 7 วันที่ผ่านมา

    Hati dile goru dile atiaa gahori aaru vut diok

  • @TelgoromSuperman
    @TelgoromSuperman 8 วันที่ผ่านมา

    Bjp ako jikabo lage

  • @khoyasingtimung5004
    @khoyasingtimung5004 5 วันที่ผ่านมา

    Bamun Manu ki Saul dal toka natha kileo solibo neki??? Toka pabo loi hole gai goru sagoli Gahori palibo lagibo, bhrah mun manh hok jijei Manu hok okol khua nohoi Manuhe lora sualik school jua khorosh bemar ajar bahut,Hoi sorkare Orunodoi dise kintu nujure aru Assamor suke Kune hokolu ghorote Orunodoi nai, eta gaot okol dui tini ghor manuhe Orunodoi aseh baki ghorot nai,Orunodoi khata nothoka ghor he besi Buji lobo....

  • @kukis-o3h
    @kukis-o3h 7 วันที่ผ่านมา

    Xklu xekh karib

  • @BiplobSaikia-p3o
    @BiplobSaikia-p3o 7 วันที่ผ่านมา

    Bamunok aru roja patok aaru vut diok

  • @MaoBourah
    @MaoBourah 8 วันที่ผ่านมา

    Hahori sarbhi khuwai deok

  • @mohanboruah9962
    @mohanboruah9962 8 วันที่ผ่านมา

    Himanta gohora,sutmaroni,andha bhokot khinir nam 1250 toka.

  • @rajanidoley4271
    @rajanidoley4271 8 วันที่ผ่านมา

    Osa kota

  • @BikashKonwar-i5m
    @BikashKonwar-i5m 8 วันที่ผ่านมา

    Mamay gahori pora taxes pua nay sage

  • @TCF573
    @TCF573 8 วันที่ผ่านมา

    Atya gahoriu mane bohiragotor // bidekhir kobolot 😂

  • @dilipnath7240
    @dilipnath7240 8 วันที่ผ่านมา

    Asomia lerela hol😂

  • @parthagogoi8219
    @parthagogoi8219 8 วันที่ผ่านมา +1

    Axom khan hekh kori pelale.ai sarkar khone nibonuwak jiyai thakibo nidibo sage

    • @LeovanRabha
      @LeovanRabha 8 วันที่ผ่านมา

      Bikri kori khabo himanta a 😢

  • @jugeswarphukan9726
    @jugeswarphukan9726 4 วันที่ผ่านมา

    Bamun.raja.ketiba.haineki.bamune.pujaoathe.kare.dekh.nasalsi.dekh.saluea.manuh.ase.tente.bhaksun.kihabale.gouase

  • @dasdas449
    @dasdas449 6 วันที่ผ่านมา

    Hoi de kela.. Bal kela vote 2026 dim ro val ke.

  • @jugendoley3063
    @jugendoley3063 7 วันที่ผ่านมา

    Very good

  • @bichitkumarbanai353
    @bichitkumarbanai353 4 วันที่ผ่านมา

    Thanks

  • @milangogoi2834
    @milangogoi2834 7 วันที่ผ่านมา

    Good